Posts

Showing posts with the label 🌀🍏৯৩

🌀🍏৯৩

🍏664-মিনি সূচিঃPart-664(93:01-11)Al-Duhaa (The Forenoon)  ৯৩:১-২("উজ্জ্বল ৰাতিপুৱাৰ সময়" আৰু "যেতিয়া ৰাতিটো নিশ্চল আৰু আন্ধাৰ হয়"ৰ অৰ্থ-টোকা আছে) ৯৩:৫-৭(আগ-কথা চাব। আল্লাহৰ হিদায়ৎ পাবলৈ আল্লাহৰ কিতাপ বুজি সেই মতে ইবাদত কৰিব লাগিব। তেতিয়াহে দিশসাৰাৰ(অনাথ) পৰা সৰল পথ পাব।) ৯৩:৯-১১(এই ছুৰাত অনাথ মানে আল্লাহৰ কিতাপৰ জ্ঞান শূণ্যতা আৰু ভিক্ষাৰী মানে আল্লাহে তেওঁৰ কিতাপৰ জ্ঞান দিয়াৰ পাছত আন জ্ঞান নথকা জনক কোৱা হৈছে। এই জ্ঞানৰ কথা প্ৰচাৰ কৰাটো আল্লাহৰ হুকুম।) 🍏🍏 Chapter End 🍏🍏