🟥Part-390(34:10-14)Saba'(Sheb)
✔️Part-390(34:10-14)Saba'(Sheb) Video- https://youtu.be/Bd_veqPNJHU . মিনি সূচিঃPart-390(34:10-14)Saba'(Sheba) ৩৪:১০(David and Solomon)(David mastered iron technology) ৩৪:১১-১২(নবীসকলে ৰাব্বৰ বিধান অনুসৰি কাম কৰিছিল)(বতাহ আৰু জিনক ছুলাইমানৰ অধীন কৰি দিছিল) ৩৪:১২(Accepting the average speed of that day to be 6 km/h, then Solomon was reaching 360 km/h)(Transportation and Petroleum) ৩৪:১৩(ছুলাইমানৰ ইচ্ছানুযায়ী তেওঁৰ বাবে অট্টালিকা, ✔️ভাস্কৰ্য, জলাধাৰ সদৃশ বৃহদাকাৰ পাত্ৰ আৰু সুদৃঢ়ভাৱে স্থাপিত ডেগ নিৰ্মাণ কৰিছিল-See Note) ৩৪:১৪(মাটিৰ পৰুৱায়❌(دَابَّةُ الْأَرْضِ)। আৰবীত পৰুৱা বুলি নাই। এই শব্দদুটা ২৭:৮২টো আছে: লিংকত বিচাৰি চাব:) ._____---------_______-------_______--------_______ 🟣৩৪:১০(David and Solomon) ۞ وَلَقَدْ آتَيْنَا دَاوُودَ مِنَّا فَضْلًا ۖ يَا جِبَالُ أَوِّبِي مَعَهُ وَالطَّيْرَ ۖ وَأَلَنَّا لَهُ الْحَدِيدَ আৰু অৱশ্যে আমি আমাৰ ফালৰ দাউদক প্ৰদান কৰিছিলো মৰ্যাদা আৰু আদেশ কৰিছিলো, হে পৰ্বতমালা*! তোমালোকে দাউদৰ লগত বাৰে বাৰে মোৰ পৱিত্ৰতা ঘোষণা কৰা আৰু চৰাইবোৰকো (আমি এই আদেশ ...