Posts

Showing posts with the label 🌗Part-486(46:27-35)Al-Ahqãf

🌗Part-486(46:27-35)Al-Ahqãf(The Dunes)

✔️Part-486(46:27-35)Al-Ahqãf(The Dunes) ✔️Video- https://youtu.be/-Qa_ixdl4Gs .____________________________________________ 👉বিশ্লেষণ - চৈয়দ ৰফিক 👉ভিডিঅ' - মুক্তাবুল হুছেইন(Pl see this Video) .____________________________________________ ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।। (👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩) .____________________________________________ মিনি সূচিঃPart-486(46:27-35)Al-Ahqãf ৪৬:২৯-৩০(Believers Among the Jinns-Note)(Quran had been revealing since Adam-see note at 30). ৪৬:৩৫(concept of "time")(হঠাৎ আল্লাহে যালিম সম্প্ৰদায়ক ধ্বংস নকৰে কিয়-৬:৪৭?-see link) (৪৬:৩৫-আল্লাহেঃ নবীসকলৰ পৰা অঙ্গীকাৰ গ্ৰহণ/দ্বীন বিধিবদ্ধ কৰিছে/কাফিৰসকলক আৰু ধনী অধিকাৰীসকলক কিছু সময় অৱকাশ দিয়া হৈছে- সেইদিনা...