💙Part-375(31:20-28)Luqmãn
৩৭৫-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা(এক-বিপ্লৱ) Part-375(31:20-28)Luqmãn Video- https://youtu.be/X-UIOmak4lo . Short-Cont:Part-375(31:20-28)Luqmãn 31:20(ref:বেছিভাগ মানুহেই নিজৰ বিশ্বাসৰ ভিত্তি জ্ঞান বা শিক্ষাৰ ওপৰত নহয়, কিন্তু শুনা কথা (hearsay-eg-Bukhari co.) আৰু অনুমান সত্যৰ কোনো বিকল্প নহয়-see note) 31:21✅(‘আল্লাহে যি অৱতীৰ্ণ কৰিছে সেয়া অনুসৰণ কৰা’। সিহঁতে কয়, ‘বৰং আমি আমাৰ পিতৃপুৰুষ সকলৰ পৰা যিটো পাইছো সেইটোৰেই অনুসৰণ কৰিম’।এয়া তাকলীদৰ নীতি, ই তিৰ্যক নিন্দনিয় চয়তানি প্ৰকাশ) 31:22(যিয়ে একনিষ্ঠ আৰু বিশুদ্ধচিত্তে আল্লাহৰ ওচৰত নিজকে সমৰ্পন কৰে, তেওঁ যেন এডাল মজবুত ৰছীয ধাৰিলে-২:২৫৬) 31:23-24[কুফৰী(মুশ্বৰ্ৰিকৰ পৰাই কাফিৰ হয়-১২:১০৬) কৰা সকলে ইয়াত ভোগ কৰিবলৈ পাব; কিন্তু তাত শাস্তি ভোগ কৰিব] 31:27✅(আল্লাহক তেওঁৰ কিতাপত কোনো সংযোজনৰ প্ৰয়োজন নাই-See Note) . 🟪৩১:২০ أَلَمْ تَرَوْا أَنَّ اللَّهَ سَخَّرَ لَكُمْ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ وَأَسْبَغَ عَلَيْكُمْ نِعَمَهُ ظَاهِرَةً وَبَاطِنَةً ۗ وَمِنَ النَّاسِ مَنْ يُجَادِلُ فِي اللَّهِ بِغَيْرِ عِلْمٍ وَلَا هُدًى وَلَا كِتَابٍ مُ...