Posts

Showing posts with the label 🌀🍎৪৯

🌀🍎৪৯

🍎502-503-মিনি সূচিঃPart-502-503(49:01-09)Al-Hujurãt ৪৯:১-২("আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সন্মুখত"। "আৰু"টোক conjunction হিচাপে ভাবিলে উক্ত আয়াত দুটা পালন কৰিব নোৱাৰি গুনাহগাৰ হ'ব। গতিকে ইয়াত "আৰু" মানে "অৰ্থাৎ" মানে কোৰআন।। (important link:  https://bit.ly/3xzt1sL ) ৪৯:৬(উৰাবাতৰিৰ তদন্ত কৰক) . 🍎504-505-মিনি সূচিঃPart-504-505(49:10-15)Al-Hujurãt ৪৯:১২(SUSPICION WITHOUT CAUSE IS AN OFFENCE-see link) ৪৯:১৩("হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা।" আকৌ কৈছে:"তেৱেঁই তোমালোকক সৃষ্টি কৰিছে এজন ব্যক্তিৰ পৰা।"-এইবোৰৰ অৰ্থ-Link) ৪৯:১৪(মুছলিম আৰু মু'মিনৰ(বিশ্বাসী) - পাৰ্থক্য (Muslim & Mumin)(Arabian/বেদুইন=মূৰ্খ/যাহিল ,এনে লোক বৰ্তমানটো বিদ্যমান।-Note) ৪৯:১৫(অজ্ঞানতাৰ যুগত যুদ্ধ এতিয়া লুটপাত জয়ৰ মাধ্যম নহয়।  ইয়াৰ অনুমতি কেৱল নিৰ্যাতনৰ বিৰুদ্ধে আৰু আত্মৰক্ষাৰ বাবে-লিংকত চাব) . 🍎506-মিনি সূচিঃPart-506(49:16-18)Al-Hujurãt ৪৯:১৬(Deen- see link) ৪৯:১৭(কোনে কাক উপকাৰ কৰিছে?) ৪৯:১৮(GHIBE*(UNSEEN)-lin...