🌀🍎৪৯

৪৯:১-২("আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সন্মুখত"।
"আৰু"টোক conjunction হিচাপে ভাবিলে উক্ত আয়াত দুটা পালন কৰিব নোৱাৰি গুনাহগাৰ হ'ব।
গতিকে ইয়াত "আৰু" মানে "অৰ্থাৎ" মানে কোৰআন।।
(important link: https://bit.ly/3xzt1sL)
৪৯:৬(উৰাবাতৰিৰ তদন্ত কৰক)
.
৪৯:১২(SUSPICION WITHOUT CAUSE IS AN OFFENCE-see link)
৪৯:১৩("হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা।" আকৌ কৈছে:"তেৱেঁই তোমালোকক সৃষ্টি কৰিছে এজন ব্যক্তিৰ পৰা।"-এইবোৰৰ অৰ্থ-Link)
৪৯:১৪(মুছলিম আৰু মু'মিনৰ(বিশ্বাসী) - পাৰ্থক্য
(Muslim & Mumin)(Arabian/বেদুইন=মূৰ্খ/যাহিল ,এনে লোক বৰ্তমানটো বিদ্যমান।-Note)
৪৯:১৫(অজ্ঞানতাৰ যুগত যুদ্ধ এতিয়া লুটপাত জয়ৰ মাধ্যম নহয়।  ইয়াৰ অনুমতি কেৱল নিৰ্যাতনৰ বিৰুদ্ধে আৰু আত্মৰক্ষাৰ বাবে-লিংকত চাব)
.
৪৯:১৬(Deen- see link)
৪৯:১৭(কোনে কাক উপকাৰ কৰিছে?)
৪৯:১৮(GHIBE*(UNSEEN)-link)(Law of Requital)
🍎🍎🍎🍎🍎End of Chapter 🍎🍎🍎🍎🍎

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)