🌀🍯৬২
🍯567-568-মিনি সূচিঃPart-567-568(62:01-02) (62:03-07)Al-Jumu'ah(Template:Obey...) ৬২:১(আল্লাহৰ মহাপৱিত্ৰ, পৰাক্ৰমশালী, প্ৰজ্ঞাময়ৰ সংজ্ঞা) ৬২:২-৪(Ummi means not illiterate, it means Gentile-See Notes)(Hikmah is not So-called Hadiths.See link) ৬২:৫(কোৰআন বাদদি ইমামসকলৰ হাদিস পঢ়াসকলৰ জ্ঞান গাধৰ বোজাৰ দৰে- টোকা চাব) ৬২:৬-৭(বৰ্ণবাদৰ অহংকাৰ) . 🍯569-মিনি সূচিঃPart-569(62:08-11)Al-Jumu'ah ৬২:৯-১১(ছালাতুল জুম্মাহ বুলি কোনো ছালাত(কথিত নামাজ) কোৰআনত নাই। সাধাৰণতে ৬২:৯-১১নং আয়াতক জুম্মাৰ ছালাত বুলি দেখুৱাই দিয়া হয়। এই আয়াত কেইটা প্ৰত্যক্ষ ভাৱে ৪২:৬-৭(https://bit.ly/40OkBtt)ৰ লগত জড়িত।✔️ইয়াৰ সংযোগ ধাৰাবাহিকতাৰ বাবে এই খণ্ডৰ ওপৰত দিয়া ভিডিঅ'চাব।-টোকাবোল চাব) 🍯🍯🍯End of Chapter 🍯🍯🍯