Posts

Showing posts with the label 🏉Part-497(48:10-13)Al-Fatt-h

🏉Part-497(48:10-13)Al-Fatt-h(Victory)

✔️Part-497(48:10-13)Al-Fatt-h(Victory) ✔️Video- https://youtu.be/VylPEUFT8Gw .___________________________________________ 👉বিশ্লেষণ - চৈয়দ ৰফিক 👉ভিডিঅ'মুক্তাবুল হুছেইন(Pl see these Videos) .____________________________________________ ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।। (👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩ .___________________________________________ মিনি সূচিঃPart-497(48:10-13)Al-Fatt-h ৪৮:১০(ৰছুলৰ ওচৰত বাইআত মানে কি?,চুফীবাদ কি?: চুফী ধৰ্মত শ্বেখ (বা ৱালী)ক কেথলিক সন্ত বা দালাই লামাৰ দৰেই স্থান দিয়া হয়-টোকাবোৰ চাব) .___________________________________________ 🟪৪৮:১০ إِنَّ الَّذِينَ يُبَايِعُونَكَ➡️ إِنَّمَا يُبَايِعُونَ اللَّهَ يَدُ اللَّهِ فَوْقَ أَيْدِيهِمْ ۚ فَمَنْ نَكَثَ فَإِنَّمَا يَنْكُثُ عَلَ...