😫Part-675(104:01-09)Al-Humazah
✔️Part-675(104:01-09)Al-Humazah (The Backbiter)
✔️Video- https://rb.gy/fw6ky
.___________________________________________
✔️"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"ৰ খণ্ডৰ আৰম্ভণিত বিশেষ টোকা আৰু লিংক:
.___________________________________________
✔️ Analysis of complete Chapter-104:
প্ৰত্যেক কোৰআন তিলাৱতকাৰীয়ে মনত ৰখা ভালযে, কোৰআন কেৱল কোনো এটা বিশেষ ধৰ্মাৱলম্বী লোকৰ বাবে নহয়। কোৰআন গোটেই বিশ্ববাসীৰ বাবে নাযিলকৃত-৬৮:৫২। এনে বহু আয়াত আছে।
যদি সেয়াই হয় তেন্তে পাঁচটা স্তম্ভৰ ওপৰত কেনেকৈ ইছলাম খাড়া হ'ব পাৰে? যদি বিশ্ববাসীৰ বাবে কোৰআন নাযিল হয় তেন্তে সকলো নামাজৰ (ছালাতৰ) বাবে মছজিদলৈ যাবনে? নেযায়। পাঁচটা স্তম্ভৰ মাজত ইছলাম সীমাবদ্ধ নহয়। ই এক মনেগঢ়া কোৰআনৰ বাহিৰা কিতাপ-মছলাৰ মেনুপুলেছন।
কি আছে পাঁচটা স্তম্ভতঃ .....
Read more: https://rb.gy/b0rvb
.
আপুনি মৰাৰ পাছত শেষ বিচাৰৰ অন্তত বেহেস্ত পাবৰ বাবে ইছলামৰ পাঁচটি স্তম্ভ: ঈমান,নামাজ,
ৰোজা,হজ আৰু জাকাত অতি নিয়াৰিকৈ ঠিক যেনেকৈ নামাজ শিক্ষাৰ কিতাপত দিয়া আছে তেনেকৈ পালন কৰি আহিছে। এই কিতাপবোৰত কোৱা হৈছে শেষ বিচাৰত প্ৰথম নামাজৰ ওপৰত হিচাব ল'ব। গতিকে আপুনি নামাজৰ ক্ষেত্ৰত অতি ছিৰিয়াচ।
এতিয়া.....
যদি ইমান ছিৰিয়াচলি ইছলামৰ পাঁচটি স্তম্ভ পালন কৰাৰ পাছতো আল্লাহে দুজখৰ জুইৰ জেলত ভৰোৱাৰ আদেশ দিয়ে আপুনি হতভম্ব নহবনে?
তাৰ অৰ্থ হ'ব আপোনাৰ নামাজ শিক্ষাৰ কিতাপৰ পাঁচটি স্তম্ভ ভুল আছিল।
ভুলটো ক'ত?
এই কথাবোৰ আমি এই ছুৰাৰ ৯টা আয়াতত হাত নিদিয়াকৈ ইয়াক ২টা ভাগত বিভক্ত কৰি আলোচনা কৰিছো- 🔴১০৪:১-২ আৰু 🔵১০৪:৩-৯।
বিষয়টো গুৰুতৰ। এই বিষয়ত পাছৰ ছুৰাবিলাকত আল্লাহে অতি স্পষ্ট ভাৱে ভুলবোৰ দেখুৱাই দিছে।
.
🔴DON'T: 1)backbiter, 2)slanderer, 3)-hoards money and property.
[104:1] Misery to every backbiter, slanderer.
[104:2] He hoards money and property for accumulation's sake.
🔵⬇️ RESULTS:
[104:3] As if his wealth will make him immortal.
[104:4] Never will it save him. He will be drawn into the doom.
[104:5] Do you know what the doom is?
[104:6] God's blazing hellfire that attracts the corrupt.
[104:7] It burns them inside out.
[104:8] They will be confined therein.
[104:9] In extended queues.(sig).
.
এই ছুৰাৰ মূল কথাটো হ'ল, আমি দৈনিক পালন কৰি থকা নামাজ কোৰআনত উল্লেখিত ছালাত নহয়। আৰু ছালাত মানে কচৰত নহয়।
আমি এই কথাবোৰ ওপৰৰ লিংকত কৈছো। ইছলামৰ ৫টা স্তম্ভ পালনৰ পাচতো তলৰ ১০৪:১-২ৰ
তিনিটা বদ অভ্যাস নেৰিলে জাহান্নামি হ'ব যিটো ১০৪:৩-৯ ত কোৱা হৈছে। ছালাত মানে আল্লাহৰ আদেশ নিষেধ।
.
🔴DON'T: 1)backbiter(গীবতকারী), 2)slanderer(নিন্দাকারীর), 3)hoards money and property(সঞ্চয়ের জন্য অর্থ ও সম্পদ জমা করে).
[104:1] প্রত্যেক গীবতকারী, নিন্দাকারীর জন্য দুঃখ।
[104:2] সে সঞ্চয়ের জন্য অর্থ ও সম্পদ জমা করে।
🔵⬇️ RESULTS:
[104:3] যেন তার সম্পদ তাকে অমর করে দেবে।
[104:4] এটা তাকে কখনো রক্ষা করবে না। সে আযাবের দিকে টেনে নেবে।
[104:5] তুমি কি জানো আযাব কি?
[104:6] আল্লাহর জ্বলন্ত জাহান্নাম যা দুর্নীতিবাজদেরকে আকৃষ্ট করে।
[104:7] এটা তাদের ভিতরে বাইরে পুড়িয়ে দেয়।
[104:8] তারা সেখানে আবদ্ধ থাকবে।
[১০৪:৯] প্রসারিত কাতারে।)
।।।______________________________________।।।
মিনি সূচিঃPart-675(104:01-09)Al-Humazah
১০৪:১-২(DON'T: 1)backbiter, 2)slanderer, 3)-hoards money and property.)
১০৪:৩-৯(Result cause of above to Hell fire)
।।।______________________________________।।।
😫১০৪:১
وَيْلٌ لِكُلِّ هُمَزَةٍ لُمَزَةٍ
দুৰ্ভোগ প্ৰত্যেক সেই ব্যক্তিৰ বাবে যিয়ে সন্মুখত আৰু অনুপস্থিতিত পৰনিন্দা কৰে।
।।।______________________________________।।।
😫১০৪:২
الَّذِي جَمَعَ مَالًا وَعَدَّدَهُ
যিয়ে সম্পদ জমা কৰে আৰু বাৰে বাৰে গণনা কৰে।
.
✍️ref-70:18
।।।______________________________________।।।
😫১০৪:৩
يَحْسَبُ أَنَّ مَالَهُ أَخْلَدَهُ
সি ধাৰণা কৰে যে, তাৰ সম্পদে তাক চিৰজীৱী কৰি ৰাখিব।
।।।______________________________________।।।
😫১০৪:৪
كَلَّا ۖ لَيُنْبَذَنَّ فِي الْحُطَمَةِ
কেতিয়াও নহয়, নিশ্চয় সি হুতামাত নিক্ষিপ্ত হ’ব।
.
✍️ref:9:35
।।।______________________________________।।।
😫১০৪:৫
وَمَا أَدْرَاكَ مَا الْحُطَمَةُ
আৰু তুমি জানানে, হুতামা কি?
।।।______________________________________।।।
😫১০৪:৬
نَارُ اللَّهِ الْمُوقَدَةُ
ই আল্লাহৰ প্ৰজ্বলিত জুই।
।।।______________________________________।।।
😫১০৪:৭
الَّتِي تَطَّلِعُ عَلَى الْأَفْئِدَةِ
যিয়ে হৃদপিণ্ডক গ্ৰাস কৰিব।
।।।______________________________________।।।
😫১০৪:৮
إِنَّهَا عَلَيْهِمْ مُؤْصَدَةٌ
নিশ্চয় ই সিহঁতক আৱদ্ধ কৰি ৰাখিব।
।।।______________________________________।।।
😫১০৪:৯
فِي عَمَدٍ مُمَدَّدَةٍ
ওখ ওখ স্তম্ভসমূহত।
।।।______________________________________।।।
।।।ছুৰা সমাপ্ত।।।
।।।______________________________________।।।
WORD BY WORD MEANING BB:
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[104:1] Woe (Wai'lun) to (Li) every (Kulli) backbiter (Humazatin)* and carper (Lumazat'),
[104:2] who (Ellazii) gathers (Jamaå) wealth (Maalan) and (Wa) counts it (Åddada-hu),
[104:3] thinking (Yah'sabu) that (Anna) his wealth (Maala-hu) will make him immortal (Akh'lada-hu).
[104:4] Nay (Kallaa)! He will be (La) discarded (Yunbazanna) into (Fii) the debris (El'Hutoma').
[104:5] And (Wa) what (Maa) will make you (s) know (Ad'raa-ka) what (Maa) is the debris (El'Hutoma')?
[104:6] It is the kindled (El'Muuqada') fire of GOD (Naaru-llahi),
[104:7] which (Ellatii) overtakes (Tattoliu Ålaa) the minds (El'Af'ida').
[104:8] Indeed, it (Innahaa) will be shut (Mu'sodat') against them (Ålai'him)
[104:9] within (Fii) extended (Mumaddadat') pillars (columns) (Amadin).
।।।______________________________________।।।
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 20.08.2023-Naz-villa✔️
🔴Work Progress ~ 99.53%
🟡Approx. Pages~ 4,497 nos.
⚫Parts ~ 675 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer #onlyway
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
Comments
Post a Comment