🔳Part-368(30:20-27)Al-Room(The Romans)
🍀৩৬৮-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা(এক-বিপ্লৱ)
Part-368(30:20-27)Al-Room(The Romans)
Video- https://youtu.be/KoGXOsI75CM
.
🟦Mini-Cont:Part-368(30:20-27)Al-Room
[নিদৰ্শনাৱলী(signs,proofs(*Aayaati-hi)]
30:20(সৃষ্টি আৰু বৈচিত্ৰ্যত ঈশ্বৰৰ চিন)
30:21✅(The Creation of Eve- see so note)
(Marriage must be based on mutual love and care between man and woman)
30:22(আল্লাহে মানুহক বিভক্ত কৰিছে বিভিন্ন জাতি, গোত্ৰত আৰু ভাষা, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। এইবোৰ আল্লাহৰ নিদৰ্শন।)(সকলো মানুহৰ এটাই উম্মত আছিল-2:213)
30:23[নিদৰ্শনাৱলীৰ(signs,proofs
(*Aayaati-hi)
ৰ মাজত আছে দিন ৰাতি ইত্যাদি]
30:25(ref: is spoken of as having "raised the skies without any supports that you could see Note)
30:27(আকাশসমূহ আৰু পৃথিৱীত সৰ্বোচ্চ গুণাগুণ* তেওঁৰেই; আৰু তেৱেঁই পৰাক্ৰমশালী, প্ৰজ্ঞাময়-See notes)
।।।
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
.
🟠৩০:২০(God's Signs in Creation and Diversity)
وَمِنْ آيَاتِهِ أَنْ خَلَقَكُمْ مِنْ تُرَابٍ ثُمَّ إِذَا أَنْتُمْ بَشَرٌ تَنْتَشِرُونَ
আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে যে, তেওঁ তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে, তাৰ পিছত তোমালোকে এতিয়া মানুহ হৈ সৰ্বত্ৰ সিচৰিত হৈ পৰিছা।
.
✍️Verse/note:
30:20 Among His signs it is that He even created you out of dust (beginning of life from water and inorganic matter – life-cell). And then, (after evolution) you became human beings scattered far and wide. [6:2, 6:99, 7:11, 15:26, 21:30, 23:12, 31:28](sa).
.
✍️Note:
All life on earth emerged from clay. See verse and footnote 36:82.(sig).
.৩০:২১
وَمِنْ آيَاتِهِ أَنْ خَلَقَ لَكُمْ مِنْ أَنْفُسِكُمْ أَزْوَاجًا لِتَسْكُنُوا إِلَيْهَا وَجَعَلَ بَيْنَكُمْ مَوَدَّةً وَرَحْمَةً ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِقَوْمٍ يَتَفَكَّرُونَ
আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে যে, তেৱেঁই তোমালোকৰ বাবে তোমালোকৰ মাজৰ পৰা তোমালোকৰ যোৰা সৃষ্টি কৰিছে, যাতে তোমালোকে সিহঁতৰ পৰা প্ৰশান্তি লাভ কৰা আৰু তেৱেঁই তোমালোকৰ মাজত পাৰস্পৰিক প্ৰেম আৰু স্নেহ সৃষ্টি কৰিছে। নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন সেই সম্প্ৰদায়ৰ বাবে যিসকলে গৱেষণা কৰে।
.
✍️Verse/note:
30:21 And among His wonders is this: He creates for you mates out of your own kind.* so that you might incline towards them, and He engenders love and tenderness between you: in this, behold, there are messages indeed for people who think!
Note.(Treation of Eve)
Lit., *"from among yourselves" (see surah 4:1)(Pl see the link for verse/note 4:1:
.
✍️Ap-ref:
৭:১৮৯
۞ هُوَ الَّذِي خَلَقَكُمْ مِنْ نَفْسٍ وَاحِدَةٍ وَجَعَلَ مِنْهَا زَوْجَهَا لِيَسْكُنَ إِلَيْهَا ۖ فَلَمَّا تَغَشَّاهَا حَمَلَتْ حَمْلًا خَفِيفًا فَمَرَّتْ بِهِ ۖ فَلَمَّا أَثْقَلَتْ دَعَوَا اللَّهَ رَبَّهُمَا لَئِنْ آتَيْتَنَا صَالِحًا لَنَكُونَنَّ مِنَ الشَّاكِرِينَ
তেৱেঁই তোমালোকক এজন ব্যক্তিৰ পৰা সৃষ্টি কৰিছে আৰু তাৰ পৰা তেওঁৰ স্ত্ৰীক সৃষ্টি কৰিছে, যাতে তেওঁ স্ত্ৰীৰ ওচৰত প্ৰশান্তি লাভ কৰে। তাৰ পিছত যেতিয়া তেওঁ স্ত্ৰীৰ সৈতে মিলিত হ’ল তেতিয়া স্ত্ৰীজনীয়ে এটি লঘু গৰ্ভধাৰণ কৰিলে আৰু এইটো লৈ অনায়াসে চলা-ফুৰা কৰিব ধৰিলে। অৱশেষত যেতিয়া গা-ভাৰী হ’ল, তেতিয়া তেওঁলোক উভয়ে তেওঁলোকৰ ৰব আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিব ধৰিলে, ‘যদি তুমি আমাক এজন সুসন্তান দান কৰা তেন্তে আমি তোমাৰ প্ৰতি কৃতজ্ঞ হম’।
.
✍️💙Marriage must be based on mutual love and care between man and woman:
.
🟠৩০:২২
وَمِنْ *آيَاتِهِ خَلْقُ السَّمَاوَاتِ وَالْأَرْضِ وَاخْتِلَافُ أَلْسِنَتِكُمْ وَأَلْوَانِكُمْ ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِلْعَالِمِينَ
আৰু তেওঁৰ নিদৰ্শনাৱলীৰ(signs,proofs
(*Aayaati-hi)মাজত আছে আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি লগতে তোমালোকৰ ভাষা আৰু বৰ্ণৰ বৈচিত্ৰতা। নিশ্চয় ইয়াত জ্ঞানীসকলৰ বাবে আছে বহুতো নিদৰ্শন।*
.
✍️BB-ref:(49:13)
৪৯:১৩
يَا أَيُّهَا النَّاسُ إِنَّا خَلَقْنَاكُمْ مِنْ ذَكَرٍ وَأُنْثَىٰ وَجَعَلْنَاكُمْ شُعُوبًا وَقَبَائِلَ لِتَعَارَفُوا ۚ إِنَّ أَكْرَمَكُمْ عِنْدَ اللَّهِ أَتْقَاكُمْ ۚ إِنَّ اللَّهَ عَلِيمٌ خَبِيرٌ
হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছো, আৰু তোমালোকক বিভক্ত কৰিছো বিভিন্ন জাতি আৰু গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। তোমালোকৰ মাজত আল্লাহৰ ওচৰত কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল যিজন তোমালোকৰ মাজত বেছি তাক্বৱা সম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত।
.
✍️Verse:
30:22. Consider another phenomenon of the law of nature. In spite of all the diversity
found in the heavens and earth, the whole universe is an indivisible unit. Likewise, despite
differences in the languages and complexions amongst human beings, all of them are
members of one community, namely Ummah (2:213). Even in this phenomenon there are
signs for people who possess knowledge and insight to seek the truth.pz.
(২:২১৩
كَانَ النَّاسُ أُمَّةً وَاحِدَةً فَبَعَثَ اللَّهُ النَّبِيِّينَ مُبَشِّرِينَ وَمُنْذِرِينَ وَأَنْزَلَ مَعَهُمُ الْكِتَابَ بِالْحَقِّ لِيَحْكُمَ بَيْنَ النَّاسِ فِيمَا اخْتَلَفُوا فِيهِ ۚ وَمَا اخْتَلَفَ فِيهِ إِلَّا الَّذِينَ أُوتُوهُ مِنْ بَعْدِ مَا جَاءَتْهُمُ الْبَيِّنَاتُ بَغْيًا بَيْنَهُمْ ۖ فَهَدَى اللَّهُ الَّذِينَ آمَنُوا لِمَا اخْتَلَفُوا فِيهِ مِنَ الْحَقِّ بِإِذْنِهِ ۗ وَاللَّهُ يَهْدِي مَنْ يَشَاءُ إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ
সকলো মানুহৰ এটাই উম্মত আছিল। তাৰ পিছত আল্লাহে নবীসকলক সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে প্ৰেৰণ কৰিলে আৰু তেওঁলোকৰ লগত সত্যসহ কিতাব অৱতীৰ্ণ কৰিলে যাতে মানুহে যিবোৰ বিষয়ত মতভেদ কৰিছিল সেইবোৰ মীমাংসা কৰিব পাৰে; আৰু যিসকলক এইটো দিয়া হৈছিল, স্পষ্ট নিদৰ্শন সিহঁতৰ ওচৰত অহাৰ পিছতো কেৱল পৰস্পৰ বিদ্বেষবশতঃ সেই বিষয়ত সিহঁতে বিৰোধিতা কৰিছিল। তাৰ পিছত আল্লাহে তেওঁৰ ইচ্ছাক্ৰমে ঈমান্দাৰসকলক সেই সত্য বিষয়ত হিদায়ত কৰিছে, যি বিষয়ে সিহঁতে মতানৈক্য সৃষ্টি কৰিছিল; আৰু আল্লাহে যাক ইচ্ছা কৰে সৰল পথৰ ফালে হিদায়ত কৰে।)
.
🟠৩০:২৩
وَمِنْ *آيَاتِهِ مَنَامُكُمْ بِاللَّيْلِ وَالنَّهَارِ وَابْتِغَاؤُكُمْ مِنْ فَضْلِهِ ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِقَوْمٍ يَسْمَعُونَ
আৰু তেওঁৰ নিদৰ্শনাৱলীৰ* মাজত আছে ৰাতি আৰু দিনত তোমালোকৰ নিদ্ৰা, লগতে তেওঁৰ অনুগ্ৰহৰ পৰা তোমালোকৰ (জীৱিকা) অন্বেষণ। নিশ্চয় ইয়াৰ মাজত আছে বহুতো নিদৰ্শন সেই সম্প্ৰদায়ৰ বাবে যিসকলে শুনা পায়।
[*নিদৰ্শনাৱলীৰ(signs,proofs
(*Aayaati-hi)]
.
🟠৩০:২৪
وَمِنْ آيَاتِهِ يُرِيكُمُ الْبَرْقَ خَوْفًا وَطَمَعًا وَيُنَزِّلُ مِنَ السَّمَاءِ مَاءً فَيُحْيِي بِهِ الْأَرْضَ بَعْدَ مَوْتِهَا ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِقَوْمٍ يَعْقِلُونَ
আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে যে, তেৱেঁই তোমালোকক ভয় আৰু আশাৰ* সঞ্চাৰকৰূপে বিদ্যুত দেখুৱায়, আৰু আকাশৰ পৰা পানী বৰ্ষায় আৰু তাৰ দ্বাৰা তেওঁ মৃত ভূমিক পুনৰ্জীৱিত কৰে। নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে সেই সম্প্ৰদায়ৰ বাবে যিসকলে অনুধাৱন কৰে।
.
✍️Note*
(hope of rain - an oft-recurring Quranic symbol of faith and spiritual life (13:12)as.
১৩:১২
هُوَ الَّذِي يُرِيكُمُ الْبَرْقَ خَوْفًا وَطَمَعًا وَيُنْشِئُ السَّحَابَ الثِّقَالَ
তেৱেঁই ভয় আৰু আশা সঞ্চাৰ কৰাৰ বাবে তোমালোকক বিজুলীৰ চমক দেখুৱায়। তেৱেঁই গধুৰ মেঘ সৃষ্টি কৰে;
.
✍️Verse:
30:24. And as yet another example, consider the storms which have both lightening and
rain clouds. Lightening scares you, and the clouds are a source of happiness, because as the
water pours down from them, it gives life to the dead earth (2:19). In this too, for those
who think rationally there are signs to understand our Law of Life.pz.
(২:১৯
أَوْ كَصَيِّبٍ مِنَ السَّمَاءِ فِيهِ ظُلُمَاتٌ وَرَعْدٌ وَبَرْقٌ يَجْعَلُونَ أَصَابِعَهُمْ فِي آذَانِهِمْ مِنَ الصَّوَاعِقِ حَذَرَ الْمَوْتِ ۚ وَاللَّهُ مُحِيطٌ بِالْكَافِرِينَ
অথবা (সিহঁতৰ উদাহৰণ) ধাৰাসাৰ বৰষুণৰ দৰে, য’ত আছে ঘোৰ অন্ধকাৰ, বজ্ৰধ্বনি আৰু বিদ্যুত চমক। সিহঁতে বজ্ৰধ্বনিত মৃত্যুৰ ভয়ত আঙুলিৰে কাণত সোপা দিয়ে। আৰু আল্লাহে কাফিৰসকলক চাৰিওফালৰ পৰা আগুৰি আছে ।)
.
🟠৩০:২৫
وَمِنْ آيَاتِهِ أَنْ تَقُومَ السَّمَاءُ وَالْأَرْضُ بِأَمْرِهِ ۚ ثُمَّ إِذَا دَعَاكُمْ دَعْوَةً مِنَ الْأَرْضِ إِذَا أَنْتُمْ تَخْرُجُونَ
তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আৰু আছে যে, তেওঁৰ আদেশতেই আকাশ আৰু পৃথিৱী স্থিতিশীল হৈ থাকে, তাৰ পিছত আল্লাহে যেতিয়া তোমালোকক মাটিৰ পৰা উঠাৰ বাবে এবাৰ আহ্বান কৰিব তেতিয়া তোমালোকে ওলাই আহিবা।
.
✍️Note-asad:
Cf. 13:12, where God is spoken of as having "raised the skies without any supports that you could see" - a phrase explained🔺 in 13:2
(🔺log on link:
.
🟠৩০:২৬
وَلَهُ مَنْ فِي السَّمَاوَاتِ وَالْأَرْضِ ۖ كُلٌّ لَهُ قَانِتُونَ
আকাশসমূহ আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। সকলো তেওঁৰেই অনুগত।
.
🟠৩০:২৭
وَهُوَ الَّذِي يَبْدَأُ الْخَلْقَ ثُمَّ يُعِيدُهُ وَهُوَ أَهْوَنُ عَلَيْهِ ۚ وَلَهُ الْمَثَلُ الْأَعْلَىٰ فِي السَّمَاوَاتِ وَالْأَرْضِ ۚ وَهُوَ الْعَزِيزُ الْحَكِيمُ
তেৱেঁই সৃষ্টিৰ সূচনা কৰে, তাৰ পিছত তেৱেঁই ইয়াৰ পুনৰাবৃত্তি কৰিব; আৰু এইটো তেওঁৰ বাবে অতি সহজ। আকাশসমূহ আৰু পৃথিৱীত সৰ্বোচ্চ গুণাগুণ* তেওঁৰেই; আৰু তেৱেঁই পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
.
✍️BB-ref:(16:60)*
১৬:৬০
لِلَّذِينَ لَا يُؤْمِنُونَ بِالْآخِرَةِ مَثَلُ السَّوْءِ ۖ وَلِلَّهِ الْمَثَلُ الْأَعْلَىٰ ۚ وَهُوَ الْعَزِيزُ الْحَكِيمُ
যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে যাৱতীয় বেয়া উদাহৰণ (গুণাৱলী) সিহঁতৰ বাবেই, আৰু কেৱল আল্লাহৰ বাবেই হৈছে যাৱতীয় উৎকৃষ্ট উদাহৰণ (গুণাৱলী), আৰু তেৱেঁই পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
.
✍️Verse/note of Asad.
30:27 And He it is who creates [all life] in the first instance, and then brings it forth anew:* and most easy is this for Him, since His is the essence of all that is most sublime in the heavens and on earth, and He alone is almighty, truly wise**.
Note*
Although this statement is phrased in almost exactly the same words as in verse 11 above (as well as in 10:4), it evidently has here a more general purport, relating not only to man and mans individual resurrection but to the creation and constant re-creation of all life.
Note**
Primarily, the term mathal denotes a "likeness" or "similitude", and hence is often used in the Qur'an (e.g., in the next verse) in the sense of "parable". Occasionally, however, it is synonymous with sifah, which signifies the intrinsic "attribute", "quality" or "nature" of a thing, concept or living being (cf. the reference to "the nature of Jesus" and "the nature of Adam" in 3:59). With reference to God, who is sublimely exalted above anything that men may devise by way of definition (see 6:100 and the corresponding note 88), the expression mathal clearly points to a quality of being entirely different from all other categories of existence, inasmuch as there is "nothing like unto Him" (42:11) and "nothing that could he compared with Him" (112:4): hence, the rendering of mathal as "essence" is most appropriate in this context.
.
✍️Verse:
27. (As has been mentioned afore in 30:11) Allah initiates the creation of everything
according to His Law and then, while passing it through various stages of development,
takes it to its destined point. And all this happens very easily. All the plans, both in the
heavens and on earth, are cast in the patterns set by the Almighty and are therefore most sublime. (If mankind also regulates its character and personality as per the divine
patterns, it too will attain a similarly excellent balance.) Almighty's Law, in fact, contains
extremely beautiful combinations in itself; it has force and power as well as rationale and
wisdom. (Irrational power is blind subjugation of the weak; and wisdom without force is
merely philosophy. The proportionate combination of the two is the only way to produce
constructive results of high beauty. And this is only possible by staying within the Laws
of God.)pz.
।।।
🟦WORD BY WORD MEANING:
[30:20] And (Wa) among (Min') HIS signs 1
(Aayaati-hi) is that (An'); HE created you (p) (Khalaqa-kum) from
(Min) dust (Turaabin), and (Thumma) then (Izaa) you became (Antum) humans (Basharun), spreading
(Tantashiruun).
[30:21] And (Wa) among (Min') HIS signs 2
(Aayaati-hi) is that (An'); HE created (Khalaqa) for you (Lakum)
spouses (Az'waajan) from (Min') yourselves (Anfusi-kum) in order to (Li) stay with them (Tas'kunuu' ilai'haa),
and HE placed (Jaåla) love (Mawaddatan) and mercy (Rah'matan) between you (Bai'nakum). Indeed (Inna),
there are (La) signs (Aayaatin) in (Fii) that (Zaalika) for (Li) people (Qaw'min) who ponder (Yatafakkaruun).
[30:22] And (Wa) among (Min') HIS signs 3
(Aayaati-hi) is the creation (Khal'qu) of the heavens
(Es'Samaawaati) and the earth (Wal' Ar'di) and the variation (Ekh'tilaafu) of your languages (Al'sinati-kum)
as well as (Wa) your colours (35:28) (Al'waani-kum). Indeed (Inna), there are (La) signs (Aayaatin) in (Fii) that
(Zaalika) for the knowledgeable (Lil' Åålimiin).(49:13)
[30:23] And (Wa) among (Min') HIS signs 4
(Aayaati-hi) is your sleep (Manaamu-kum) at night (Billai'li)
and daytime (En'Nahaari), and your seeking (Eb'tigaau-kum) of (Min) HIS favour (Fad'li-hi). Indeed (Inna),
there are (La) signs (Aayaatin) in (Fii) that (Zaalika) for (Li) people (Qaw'min) who listen (Yas'mauun).
[30:24] And among (Wamin') HIS signs 5
(Aayaati-hi)
is; HE shows you (Yurii-kum) the lightning (El'Bar'qa)
of fear (Khaw'fan) and ambition (Tomaåån), and (Wa) HE sends down (Yunazzilu) water (Maa'an) from
(Mina) the sky (Es'Samaai) to (Fa) revive (Yuh'yii) the earth (El'Ar'do) thereby (Bihi) after (Ba'da) its
lifelessness (Maw'ti-haa). Indeed (Inna), there are (La) signs (Aayaatin) in (Fii) that (Zaalika) for (Li) people
(Qaw'min) who reason (Ya'qiluun).
[30:25] And among (Wamin') HIS signs 6
(Aayaati-hi) is that (An); the heaven (Es'Samaau) and the earth
(Wal' Ar'du) remain (Taquuma) by (Bi) HIS command (Am'ri-hi). And (Thumma) when (Izaa) HE calls you
(Da'åå-kum) with an invitation (a call) (Da'watan) from (Mina) the earth (El'Ar'di), then (Izaa) you (p) (Antum)
come forth (Takh'rujuun).
[30:26] And (Wa) to HIM belongs (Lahu) whoever (Man) is in (Fii) the heavens (Es'Samaawaati) and the
earth (Wal' Ar'di); all (Kullun) yield (Qaanituun) to HIM (Lahu).
[30:27] And (Wa) HE (Huwa) is the One who (Ellazii) initiates (Yab'dau) the creation (El'Khal'qa) and then
(Thumma) repeats it (Yueedu-hu), and (Wa) it (Huwa) is easy (Ah'wanu) for HIM (Ålai'hi). And (Wa) to HIM
belongs (Lahu) the highest (El'A'laa) example (16:60) (El'Mathalu) in (Fii) the heavens (Es'Samaawaati) and the
earth (Wal' Ar'di). For (Wa) HE (Huwa) is the ALMIGHTY (El' Åziizu), the WISE (El' Hakiim).
.
AQS - syedraf, VDO - muktabulhussain
Comments
Post a Comment