🌀😱৬৯
😱594-594-মিনি সূচিঃPart-593-594(69:01-17)Al-Haaqqah
৬৯:৭(The expression "seven nights and eight days" denotes a continuous period-see note)
৬৯:১২-১৭(কেয়ামতযে সংঘটিত হ'ব তাৰ নমুনাৰ সাক্ষী ছামুদ-১১:৬১আৰু আদ ৭:৬৫ সম্প্ৰদায়ৰ ধ্বংসাৱশেষ। এই সময়ত শিঙাত ফুঁ দিয়াৰ লগে লগে পৰ্বতসমূহ চূৰ্ণ-বিচূৰ্ণ হৈ যাব, আকাশ বিদীৰ্ণ হৈ যাব-৬৯:১২-১৬)
৬৯:১৬(69:16{The universe is expanding to a limit-21:47 then it Will Collapse Back into a Singularity-21:104)}
৬৯:১৭(আল-আৰ্চ(الْعَرْشِ) "আল্লাহৰ সিংহাসন": টোকা চাব)
.
😱595-মিনি সূচিঃPart-595(69:18-29)Al-Haaqqah
৬৯:১৯(The Believers-যাৰ আমলনামা তাৰ সোঁহাতত দিয়া হ’ব)
৬৯:২৫(The Disbelievers-কিন্তু যাৰ আমলনামা বাওঁহাতত দিয়া হ’ব)
.
😱596-মিনি সূচিঃPart-596(69:30-37)Al-Haaqqah
৬৯:৩০-৩৩[যি সকলে কুফৰী কৰিছে(*الَّذِينَ كَفَرُوا) অৰ্থাৎ আল্লাহৰ বাণীক জানি বুজিও অস্বীকাৰ কৰিছে{প্ৰকৃতাৰ্থত ঈমান অনা নাছিল(মুখেৰে কলেই ঈমান অনা নহয়)} তেওঁলোকক সেইদিনা দিঙীত গৰু ছাগলীৰ দৰে চোচোঁৰাই জহান্নামৰ ফালে লৈ যোৱা হ'ব-৬৯:৩০।(*alladhīna kafarū — those who ignore warning The Traditionalist renders alladhīna kafarū as those who disbelieve and synonyms thereof: https://shorturl.at/dovw1)-টোকা চাব]
৬৯:৩৩(কোৰআনৰ বিশ্বদৃষ্টিভংগীত বিশ্বাস কৰাটো কেৱল দাবী বা অনুভৱ কৰাটোৱেই নহয়। লিংক চাব)
৬৯:৩৪(মন কৰিলে দেখিব যে ওপৰৰ পৰা জাহান্নামিৰ বিষয়ে কৈ আহি হঠাৎ মিছকিনক খাদ্যদানত উৎসাহিত নকৰাৰ কথাটো কিয় আহি গ'ল!? কিন্তু ইয়াৰ পাছৰ আয়াতত আকৌ জাহান্নামৰ কথা কোৱা হৈছে। আচল কথা হৈছে, মিছকিনক/দুখীয়াক খানা খুওৱা বা আনক উৎসাহিত কৰাটো ঈমানৰ এটা অঙ্গ। আৰু ইয়াক পালন কৰাটো ✔️ছালাত কায়েম কৰাৰ এটা বৈশিষ্ট - ১০৭ ছুৰা মাউন চাওঁক-খণ্ডৰ ভিডিঅ' চাওঁক)
.
😱597-মিনি সূচিঃPart-597(69:38-52)Al-Haaqqah
৬৯:৪০[কোৰআন এক সন্মানিত ৰাছুলৰ (বাহিত) বাণী- ✔️ ইয়াৰ লগত দিয়া ভিডিঅ' চাই বুজাৰ চেষ্টা কৰক]
৬৯:৪৪-৪৬(Muhammad Forbidden from Issuing Any Religious Teachings-যদি ৰছুলে আল্লাহৰ নামত কোনো মিছা ৰচনা কৰিলেহেঁতেন, তেন্তে তেওঁ ৰছুলৰ হৃদপিণ্ডৰ শিৰা কাটি দিলোহেঁতেন)(কেৱল ২ বা ৩টা আয়াতক পৃথকে নহয়, প্ৰশ্ন কৰা সকলো কোৰআনৰ আয়াতৰ সৈতে মিল থকা অৰ্থটো গ্ৰহণ কৰাটো প্ৰয়োজনীয়)
😱😱😱😱 Chapter end 😱😱😱😱😱
Comments
Post a Comment