🟦Part-401(35:36-45)Faater(Originator)
✔️Part-401(35:36-45)Faater(Originator)
✔️Video- https://youtu.be/W8JvAWVmgI0
✔️"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ"
✔️সম্পূৰ্ণ ছুৰা ৩৫:ফা'তিৰ: https://bit.ly/3Tbb2B7
.___________________________________________
মিনি সূচিঃPart-401(35:36-45)Faater
৩৫:৩৬✅(ref-নিশ্চয় অপৰাধীবিলাক জাহান্নামৰ শাস্তি স্থায়ী হ’ব)(যিসকলে কুফৰী কৰিছে(الَّذِينَ كَفَرُوا)মানে-লিংক চাওঁক)
৩৫:৩৯(আল্লাহে মানুহক "পৃথিৱীৰ উত্তৰাধিকাৰী" কৰাটোৱে তেওঁক সঠিক আৰু অনুচিতৰ লগতে সত্য আৰু মিছাৰ মাজতো পৃথক কৰাৰ ক্ষমতা প্ৰদান কৰাটো বুজায়-টোকা চাব)
৩৫:৪০✅(আল্লাহে সিহঁতক এনে কোনো কিতাব দিছে নেকি যাৰ প্ৰমাণৰ ওপৰত সিহঁতে নিৰ্ভৰ কৰি শ্বিৰ্ক কৰে?বৰং যালিমসকলে ইজনে সিজনক প্ৰতাৰণাৰ বাহিৰে আন একো প্ৰতিশ্ৰুতি নিদিয়ে)
৩৫:৪১(The Flat Earth Model is in total contradiction to the Quranic information)
৩৫:৪৩✅{তুমি আল্লাহৰ পদ্ধতিত(سُنَّتِ اللَّهِ) কেতিয়াও কোনো পৰিবৰ্তন নাপাবা আৰু আল্লাহৰ পদ্ধতিৰ কোনো ব্যতিক্ৰমো দেখিবলৈ নাপাবা-See uses of Sunnatullah}
৩৫:৪৫✅(আল্লাহে যদি মানুহক সিহঁতৰ কৃতকৰ্মৰ বাবে কৰায়ত্ত কৰিলেহেঁতেন, তেন্তে ভূ-পৃষ্ঠত কোনো প্ৰাণীকেই তেওঁ ৰেহাই নিদিলেহেঁতেন, কিন্তু তেওঁ এটা নিৰ্দিষ্ট সময়লৈকে সিহঁতক অৱকাশ দিয়ে।)
.___________________________________________
.___________________________________________
🟡৩৫:৩৬(The Punishment of the Disbeliever and what Their State will be in Hell)
وَالَّذِينَ 📍كَفَرُوا لَهُمْ نَارُ جَهَنَّمَ لَا يُقْضَىٰ عَلَيْهِمْ فَيَمُوتُوا وَلَا يُخَفَّفُ عَنْهُمْ مِنْ عَذَابِهَا ۚ كَذَٰلِكَ نَجْزِي كُلَّ كَفُورٍ
আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে জাহান্নামৰ জুই। সিহঁতৰ প্ৰতি এনে কোনো ফয়চালা দিয়া নহ’ব যে, সিহঁতে মৃত্যু বৰণ কৰিব, আৰু সিহঁতৰ পৰা জাহান্নামৰ শাস্তিও লাঘৱ কৰা নহ’ব। এইদৰেই আমি প্ৰত্যেক অকৃতজ্ঞক শাস্তি দিওঁ।
(📍যিসকলে কুফৰী কৰিছে(الَّذِينَ كَفَرُوا)মানে=
.
✍️Verse/note:
36. (On the other hand) A destructive chastisement awaits those who are bent upon opposing this system. This suffering will be of its own kind, in that it will neither consume them so wholly that they die; nor will its torment be lessened so that they may have some respite (14:17; 20:74; 87:13). And this is not meant for a particular nation. This is Our unalterable Law that) Whoever takes to the erroneous path is requited this way.pz.
(১৪:১৭
يَتَجَرَّعُهُ وَلَا يَكَادُ يُسِيغُهُ وَيَأْتِيهِ الْمَوْتُ مِنْ كُلِّ مَكَانٍ وَمَا هُوَ بِمَيِّتٍ ۖ وَمِنْ وَرَائِهِ عَذَابٌ غَلِيظٌ
সেইটো সি অতি কষ্টত ঢোকে ঢোকে গিলি খাবলৈ চেষ্টা কৰিব, কিন্তু সহজে গিলিব নোৱাৰিব। কেউফালৰ পৰা তাৰ ওচৰত মৃত্যু আহিব, অথচ তাৰ মৃত্যু নহ’ব। ইয়াৰ পিছতো আছে কঠোৰ শাস্তি।
.
২০:৭৪
إِنَّهُ مَنْ يَأْتِ رَبَّهُ مُجْرِمًا فَإِنَّ لَهُ جَهَنَّمَ لَا يَمُوتُ فِيهَا وَلَا يَحْيَىٰ
নিশ্চয় যিয়ে তাৰ প্ৰতিপালকৰ ওচৰত অপৰাধী হৈ উপস্থিত হ’ব অৱশ্যে তাৰ বাবে আছে জাহান্নাম, সি তাত মৃত্যুবৰণো কৰিব নোৱাৰিব আৰু জীয়াই থাকিবও নোৱাৰিব।
.
৮৭:১৩
ثُمَّ لَا يَمُوتُ فِيهَا وَلَا يَحْيَىٰ
তাৰ পিছত সি তাত মৃত্যুবৰণো কৰিব নোৱাৰিব আৰু জীৱিতও থাকিব নোৱাৰিব।)
.
✍️Ap-refs:link:
.___________________________________________
🟡৩৫:৩৭
وَهُمْ يَصْطَرِخُونَ فِيهَا رَبَّنَا أَخْرِجْنَا نَعْمَلْ صَالِحًا غَيْرَ الَّذِي كُنَّا نَعْمَلُ ۚ أَوَلَمْ نُعَمِّرْكُمْ مَا يَتَذَكَّرُ فِيهِ مَنْ تَذَكَّرَ وَجَاءَكُمُ النَّذِيرُ ۖ فَذُوقُوا فَمَا لِلظَّالِمِينَ مِنْ نَصِيرٍ
আৰু তাত সিহঁতে চিঞৰি চিঞৰি ক’ব, ‘হে আমাৰ ৰব! আমাক (ইয়াৰ পৰা) উলিয়াই নিয়া, আমি যি কৰিছিলো তাৰ পৰিবৰ্তে সৎকৰ্ম কৰিম’। আল্লাহে ক’ব, ‘আমি তোমালোকক ইমানখিনি দীৰ্ঘায়ু কৰা নাছিলোনে যে, তেতিয়া কোনোবাই উপদেশ গ্ৰহণ কৰিব বিচাৰিলে উপদেশ গ্ৰহণ কৰিব পাৰিলেহেঁতেন, আৰু তোমালোকৰ ওচৰত সতৰ্ককাৰীও আহিছিল। এতেকে তোমালোকে শাস্তিৰ সোৱাদ লোৱা, কাৰণ যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই’।
(Zaalim = Wrongdoer = Oppressor = One who displaces something from its rightful place = One who relegates the truth = Violator of human rights-sa)
.
✍️Ap-refs: Press link:
.___________________________________________
🟡৩৫:৩৮
إِنَّ اللَّهَ عَالِمُ غَيْبِ السَّمَاوَاتِ وَالْأَرْضِ ۚ إِنَّهُ عَلِيمٌ بِذَاتِ الصُّدُورِ
নিশ্চয় আল্লাহ আকাশসমূহ আৰু পৃথিৱীৰ গায়েব সম্পৰ্কে অৱগত। নিশ্চয় অন্তৰত যি আছে সেই বিষয়েও তেওঁ সম্যক পৰিজ্ঞাত।
.___________________________________________
🟡৩৫:৩৯
هُوَ الَّذِي جَعَلَكُمْ خَلَائِفَ فِي الْأَرْضِ ۚ فَمَنْ كَفَرَ فَعَلَيْهِ كُفْرُهُ ۖ وَلَا يَزِيدُ الْكَافِرِينَ كُفْرُهُمْ عِنْدَ رَبِّهِمْ إِلَّا مَقْتًا ۖ وَلَا يَزِيدُ الْكَافِرِينَ كُفْرُهُمْ إِلَّا خَسَارًا
তেৱেঁই তোমালোকক পৃথিৱীত স্থলাভিষিক্ত কৰিছে♻️। এতেকে কোনোবাই কুফৰী কৰিলে তাৰ কুফৰীৰ বাবে সি নিজেই দায়ী হ’ব। কাফিৰসকলৰ কুফৰীয়ে কেৱল সিহঁতৰ প্ৰতিপালকৰ ক্ৰোধহে বৃদ্ধি কৰে আৰু কাফিৰসকলৰ কুফৰীয়ে কেৱল সিহঁতৰেই ক্ষতি বৃদ্ধি কৰে।
.
✍️Verse/Note:
35:39 He it is who has made you inherit the earth.♻️ Hence, he who is bent on denying the truth [of God's oneness and uniqueness ought to know that] this denial of his will fall back upon him: for their [persistent] denial of this truth does but add to the deniers' loathsomeness in their Sustainer's sight and, thus, their denial of this truth does but add to the deniers' loss.
Note:
See 2:30. In this instance, God's having made man "inherit the earth" implies the grant to him of the ability to discern between right and wrong as well as between truth and falsehood.(as).
(এই দৃষ্টান্তত আল্লাহে মানুহক "পৃথিৱীৰ উত্তৰাধিকাৰী" কৰাটোৱে তেওঁক সঠিক আৰু অনুচিতৰ লগতে সত্য আৰু মিছাৰ মাজতো পৃথক কৰাৰ ক্ষমতা প্ৰদান কৰাটো বুজায়)
(২:৩০
وَإِذْ قَالَ رَبُّكَ لِلْمَلَائِكَةِ إِنِّي جَاعِلٌ فِي الْأَرْضِ خَلِيفَةً ۖ قَالُوا أَتَجْعَلُ فِيهَا مَنْ يُفْسِدُ فِيهَا وَيَسْفِكُ الدِّمَاءَ وَنَحْنُ نُسَبِّحُ بِحَمْدِكَ وَنُقَدِّسُ لَكَ ۖ قَالَ إِنِّي أَعْلَمُ مَا لَا تَعْلَمُونَ
আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক ক’লে, নিশ্চয় মই পৃথিৱীত খলিফা সৃষ্টি কৰিবলৈ থিৰ কৰিছো। সিহঁতে ক’লে, তুমি পৃথিৱীত এনে এটা জীৱ সৃষ্টি কৰিব বিচৰা নেকি, যিয়ে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিব আৰু তেজ প্ৰবাহিত কৰিব? আৰু আমিতো তোমাৰ হামদসহ তছবীহ পাঠ কৰিয়েই থাকো, লগতে তোমাৰ পৱিত্ৰতা ঘোষণা কৰো। তেওঁ ক’লে, ‘নিশ্চয় মই যিটো জানো তোমালোকে সেইটো নাজানা’ ।
PL FIND THE NOTES OF 2:30-PRESS LINK:
.
✍️Refs:Ap.
২৭:৬২
أَمَّنْ يُجِيبُ الْمُضْطَرَّ إِذَا دَعَاهُ وَيَكْشِفُ السُّوءَ وَيَجْعَلُكُمْ خُلَفَاءَ الْأَرْضِ ۗ أَإِلَٰهٌ مَعَ اللَّهِ ۚ قَلِيلًا مَا تَذَكَّرُونَ
বৰং তেওঁ, যিজনে নিৰুপায় ব্যক্তিৰ আহ্বানত সঁহাৰি দিয়ে যেতিয়া সি তেওঁক আহ্বান কৰে আৰু তেওঁ বিপদ দূৰীভূত কৰে। তেৱেঁই তোমালোকক পৃথিৱীৰ প্ৰতিনিধি বনায়। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনো ইলাহ আছে নে? বৰং তোমালোকে খুবেই কম শিক্ষা গ্ৰহণ কৰা।
.
✍️Note:
Rejecters/Disbelievers (Arabic: Kafir) cannot share the benefits of an Islamic social order because they will not accept the responsibilities that go with it and therefore they must bear the loss and suffering. By rejection they have closed the doors to development, stability, peace and
security. However, if at any time they feel remorse and repent, they can enter the Deen-Islam without let or hindrance. See verse 109:6. Repentance: what is it? See verse 9:112. Successor (Arabic: khalifa). See verse 2:30(see above).(sig).
(১০৯:৬
لَكُمْ دِينُكُمْ وَلِيَ دِينِ
তোমালোকৰ দ্বীন তোমালোকৰ বাবে, আৰু মোৰ দ্বীন মোৰ বাবে।
.
৯:১১২(Repentance: what is it?)
التَّائِبُونَ الْعَابِدُونَ الْحَامِدُونَ السَّائِحُونَ الرَّاكِعُونَ السَّاجِدُونَ الْآمِرُونَ بِالْمَعْرُوفِ وَالنَّاهُونَ عَنِ الْمُنْكَرِ وَالْحَافِظُونَ لِحُدُودِ اللَّهِ ۗ وَبَشِّرِ الْمُؤْمِنِينَ
সিহঁত তাওবাকাৰী, ইবাদতকাৰী, আল্লাহৰ প্ৰশংসাকাৰী, ছিয়াম পালনকাৰী, ৰুকুকাৰী, ছাজদাকাৰী, সৎকৰ্মৰ আদেশদাতা, অসৎকৰ্মৰ নিষেধকাৰী আৰু আল্লাহৰ নিৰ্ধাৰিত সীমাৰেখা সংৰক্ষণকাৰী, আৰু তুমি মুমিনসকলক শুভ সংবাদ দিয়া।)
.___________________________________________
🟡৩৫:৪০
قُلْ أَرَأَيْتُمْ شُرَكَاءَكُمُ الَّذِينَ تَدْعُونَ مِنْ دُونِ اللَّهِ أَرُونِي مَاذَا خَلَقُوا مِنَ الْأَرْضِ أَمْ لَهُمْ شِرْكٌ فِي السَّمَاوَاتِ أَمْ آتَيْنَاهُمْ كِتَابًا فَهُمْ عَلَىٰ بَيِّنَتٍ مِنْهُ ۚ بَلْ إِنْ يَعِدُ الظَّالِمُونَ بَعْضُهُمْ بَعْضًا إِلَّا غُرُورًا
কোৱা, ‘তোমালোকে আল্লাহৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা, সেই অংশীবিলাকৰ কথা কেতিয়াবা ভাৱি চাইছানে🌿? সিহঁতে পৃথিৱীত কিবা সৃষ্টি কৰিছে যদি মোক দেখুৱাচোন; অথবা আকাশসমূহৰ সৃষ্টিত সিহঁতৰ কোনো অংশ আছেনে বাৰু? নাইবা আমি সিহঁতক এনে কোনো কিতাব দিছো নেকি যাৰ প্ৰমাণৰ ওপৰত সিহঁতে নিৰ্ভৰ কৰে’🩸? বৰং যালিমসকলে ইজনে সিজনক প্ৰতাৰণাৰ বাহিৰে আন একো প্ৰতিশ্ৰুতি নিদিয়ে📌।
.
🌿Lit., "those [God-] partners of yours": see 6:22.
(৬:২২
وَيَوْمَ نَحْشُرُهُمْ جَمِيعًا ثُمَّ نَقُولُ لِلَّذِينَ أَشْرَكُوا أَيْنَ شُرَكَاؤُكُمُ الَّذِينَ كُنْتُمْ تَزْعُمُونَ
আৰু যিদিনা আমি সিহঁত আটাইকে একত্ৰিত কৰিম, তাৰ পিছত যিসকলে শ্বিৰ্ক কৰিছে সিহঁতক সুধিম, ‘যিসকলক তোমালোকে মোৰ লগত অংশী স্থাপন কৰিছিলা সিহঁত এতিয়া ক’ত’?
.
🩸Cf. 30:35 - "Have We ever bestowed upon them from on high a divine writ which would speak [with approval] of their worshipping aught beside Us?" The reference to a "divine writ" makes it clear that the people spoken of here are the erring followers of earlier revelation, and not atheists.(as).
(৩০:৩৫
أَمْ أَنْزَلْنَا عَلَيْهِمْ سُلْطَانًا فَهُوَ يَتَكَلَّمُ بِمَا كَانُوا بِهِ يُشْرِكُونَ
আমি সিহঁতৰ ওচৰত এনেকুৱা কোনো প্ৰমাণ অৱতীৰ্ণ কৰিছো নেকি, যিটোৱে সিহঁতক শ্বিৰ্ক কৰিবলৈ অনুমতি দিয়ে?)
.
📌অৰ্থাৎ তেওঁলোকে যিসকল সন্তক(saint) ঐশ্বৰিক বা অৰ্ধ-ঐশ্বৰিক গুণেৰে বিনিয়োগ কৰে, তেওঁলোকে তেওঁলোকৰ আৰু আল্লাহৰ মাজত "মধ্যস্থতা" কৰিব, বা তেওঁৰ আগত তেওঁলোকৰ বাবে "মধ্যস্থতা" কৰিব, সেই আশা ইচ্ছাকৃত চিন্তাৰ বাহিৰে আন একোৰ ওপৰত ভিত্তি কৰি কৰা নহয়।(as).
.___________________________________________
🟡৩৫:৪১
۞ إِنَّ اللَّهَ يُمْسِكُ السَّمَاوَاتِ وَالْأَرْضَ أَنْ تَزُولَا ۚ وَلَئِنْ زَالَتَا إِنْ أَمْسَكَهُمَا مِنْ أَحَدٍ مِنْ بَعْدِهِ ۚ إِنَّهُ كَانَ حَلِيمًا غَفُورًا
নিশ্চয় আল্লাহেই আকাশসমূহ আৰু পৃথিৱীক ধৰি আছে, যাতে স্থানচ্যুত নহয়। যদি এইবোৰ স্থানচ্যুত হয় তেন্তে তেওঁৰ বাহিৰে আন কোনো নাই যিয়ে সেইবোৰক ধৰি ৰাখিব পাৰিব। নিশ্চয় তেওঁ অতি সহনশীল, অসীম ক্ষমাপৰায়ণ।(৩৫:৪৫ চাওঁক)
(To understand the significance of this glorious verse we need to ask: Why would the sky fall down onto the earth? It can only be because there exists a force that pulls heavenly bodies towards one another. This force is gravity; the words in 22:65 confirm the force of gravity.
The Flat Earth Model is in total contradiction to the Quranic information.)
.
✍️Ap-refs:
২২:৬৫
أَلَمْ تَرَ أَنَّ اللَّهَ سَخَّرَ لَكُمْ مَا فِي الْأَرْضِ وَالْفُلْكَ تَجْرِي فِي الْبَحْرِ بِأَمْرِهِ وَيُمْسِكُ السَّمَاءَ أَنْ تَقَعَ عَلَى الْأَرْضِ إِلَّا بِإِذْنِهِ ۗ إِنَّ اللَّهَ بِالنَّاسِ لَرَءُوفٌ رَحِيمٌ
তুমি লক্ষ্য কৰা নাইনে, পৃথিৱীত যি আছে সেই সকলোবোৰ আল্লাহে তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে আৰু নৌযানসমূহকো, যিবোৰ তেওঁৰ নিৰ্দেশতেই সাগৰত বিচৰণ কৰে? আৰু তেৱেঁই আকাশক ধৰি ৰাখিছে, যাতে তেওঁৰ অনুমতি অবিহনে পৃথিৱীৰ ওপৰত পৰি নাযায়। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি স্নেহপ্ৰৱণ, পৰম দয়ালু।
.
৩০:২৫
وَمِنْ آيَاتِهِ أَنْ تَقُومَ السَّمَاءُ وَالْأَرْضُ بِأَمْرِهِ ۚ ثُمَّ إِذَا دَعَاكُمْ دَعْوَةً مِنَ الْأَرْضِ إِذَا أَنْتُمْ تَخْرُجُونَ
তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আৰু আছে যে, তেওঁৰ আদেশতেই আকাশ আৰু পৃথিৱী স্থিতিশীল হৈ থাকে, তাৰ পিছত আল্লাহে যেতিয়া তোমালোকক মাটিৰ পৰা উঠাৰ বাবে এবাৰ আহ্বান কৰিব তেতিয়া তোমালোকে ওলাই আহিবা।
.___________________________________________
🟡৩৫:৪২
وَأَقْسَمُوا بِاللَّهِ جَهْدَ أَيْمَانِهِمْ لَئِنْ جَاءَهُمْ نَذِيرٌ لَيَكُونُنَّ أَهْدَىٰ مِنْ إِحْدَى الْأُمَمِ ۖ فَلَمَّا جَاءَهُمْ نَذِيرٌ مَا زَادَهُمْ إِلَّا نُفُورًا
আৰু সিহঁতে দৃঢ়তাৰ সৈতে আল্লাহৰ শপত খাই কৈছিল যে, সিহঁতৰ ওচৰলৈ যদি কোনো সতৰ্কাৰী আহে তেন্তে সিহঁতে আন সম্প্ৰদায়বিলাকৰ তুলনাত অধিক আনুগত্যৰে সৎপথ অনুসৰণ কৰিব🔺১; কিন্তু যেতিয়া সিহঁতৰ ওচৰত সতৰ্ককাৰী আহিল, তেতিয়া সেয়াই কেৱল সিহঁতৰ বিমুখতা আৰু দূৰত্বহে বৃদ্ধি কৰিলে,🔺২
.
✍️As-refs:
৬:১৫৬
أَنْ تَقُولُوا إِنَّمَا أُنْزِلَ الْكِتَابُ عَلَىٰ طَائِفَتَيْنِ مِنْ قَبْلِنَا وَإِنْ كُنَّا عَنْ دِرَاسَتِهِمْ لَغَافِلِينَ
যাতে তোমালোকে এইটো নোকোৱা যে, ‘কিতাব কেৱল আমাৰ পূৰ্বে দুটা সম্প্ৰদায়ৰ প্ৰতিহে অৱতীৰ্ণ হৈছিল; আৰু আমি সিহঁতৰ অধ্যয়ন সম্পৰ্কে গাফিল আছিলো’,
৬:১৫৭🔺১
أَوْ تَقُولُوا لَوْ أَنَّا أُنْزِلَ عَلَيْنَا الْكِتَابُ لَكُنَّا أَهْدَىٰ مِنْهُمْ ۚ فَقَدْ جَاءَكُمْ بَيِّنَةٌ مِنْ رَبِّكُمْ وَهُدًى وَرَحْمَةٌ ۚ فَمَنْ أَظْلَمُ مِمَّنْ كَذَّبَ بِآيَاتِ اللَّهِ وَصَدَفَ عَنْهَا ۗ سَنَجْزِي الَّذِينَ يَصْدِفُونَ عَنْ آيَاتِنَا سُوءَ الْعَذَابِ بِمَا كَانُوا يَصْدِفُونَ
অথবা তোমালোকে যেন এইটো ক’ব নোৱাৰা যে, ‘যদি আমাৰ প্ৰতি কিতাব অৱতীৰ্ণ হ’লহেঁতেন, তেন্তে আমি সিহঁততকৈ বেছি হিদায়তপ্ৰাপ্ত হ’লোহেঁতেন’। এতেকে নিশ্চয় তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণ, হিদায়ত আৰু ৰহমত আহিছে। ইয়াৰ পিছতো যিয়ে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিব আৰু তাৰ পৰা মুখ ঘূৰাই লব, তাতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? যিসকলে আমাৰ আয়াতসমূহৰ পৰা মুখ ঘূৰাই লয়, সত্য বিমুখতাৰ বাবে অতি শীঘ্ৰে আমি সিহঁতক নিকৃষ্ট শাস্তি প্ৰদান কৰিম।
.
[cf. 10:21 or 34:33 on the Quranic use of the term makr(a plot=makrun=مَكْرٌ) in this sense]🔺২
(১০:২১
وَإِذَا أَذَقْنَا النَّاسَ رَحْمَةً مِنْ بَعْدِ ضَرَّاءَ مَسَّتْهُمْ إِذَا لَهُمْ مَكْرٌ فِي آيَاتِنَا ۚ قُلِ اللَّهُ أَسْرَعُ ⬅️مَكْرًا ۚ إِنَّ رُسُلَنَا يَكْتُبُونَ مَا تَمْكُرُونَ
আৰু দুখ-দন্যই সিহঁতক স্পৰ্শ কৰাৰ পিছত যেতিয়া আমি মানুহক অনুগ্ৰহৰ সোৱাদ দিওঁ তেতিয়াই সিহঁতে আমাৰ আয়াতসমূহৰ বিৰুদ্ধে অপকৌশল কৰে। কোৱা, ‘আল্লাহ কৌশল অৱলম্বনত আৰু বেছি দ্ৰুত’। তোমালোকে যি অপকৌশল কৰা নিশ্চয় আমাৰ ফিৰিস্তাসকলে সেয়া লিখি ৰাখে।
.
৩৪:৩৩
وَقَالَ الَّذِينَ اسْتُضْعِفُوا لِلَّذِينَ اسْتَكْبَرُوا بَلْ مَكْرُ اللَّيْلِ وَالنَّهَارِ إِذْ تَأْمُرُونَنَا أَنْ نَكْفُرَ بِاللَّهِ وَنَجْعَلَ لَهُ أَنْدَادًا ۚ وَأَسَرُّوا النَّدَامَةَ لَمَّا رَأَوُا الْعَذَابَ وَجَعَلْنَا الْأَغْلَالَ فِي أَعْنَاقِ الَّذِينَ كَفَرُوا ۚ هَلْ يُجْزَوْنَ إِلَّا مَا كَانُوا يَعْمَلُونَ
আৰু যিসকলক দুৰ্বল কৰি ৰখা হৈছিল সিহঁতে, অহংকাৰকাৰীবিলাকক ক’ব, ‘দৰাচলতে তোমালোকেই দিনে-ৰাতি চক্ৰান্তত লিপ্ত আছিলা, যেতিয়া তোমালোকে আমাক আদেশ কৰিছিলা যাতে আমি আল্লাহৰ লগত কুফৰী কৰো আৰু তেওঁৰ বাবে সমকক্ষ (শ্বিৰ্ক) স্থাপন কৰো’। কিন্তু যেতিয়া সিহঁতে শাস্তি দেখিবলৈ পাব, তেতিয়া সিহঁতে অনুতাপ গোপনে ৰাখিব আৰু যিসকলে কুফৰী কৰিছিল আমি সিহঁতৰ ডিঙিত শিকলি লগাম। সিহঁতে যি কৰিছিল সিহঁতক কেৱল তাৰেই প্ৰতিফল দিয়া হ’ব।)
.___________________________________________
🟡৩৫:৪৩
اسْتِكْبَارًا فِي الْأَرْضِ وَمَكْرَ السَّيِّئِ ۚ وَلَا يَحِيقُ الْمَكْرُ السَّيِّئُ إِلَّا بِأَهْلِهِ ۚ فَهَلْ يَنْظُرُونَ إِلَّا سُنَّتَ الْأَوَّلِينَ ۚ فَلَنْ تَجِدَ لِسُنَّتِ اللَّهِ تَبْدِيلًا ۖ وَلَنْ تَجِدَ لِسُنَّتِ اللَّهِ تَحْوِيلًا
পৃথিৱীত ঔদ্ধত্য প্ৰকাশ আৰু কূটকৌশল অৱলম্বনৰ কাৰণে। অথচ কূটকৌশলে কেৱল তাৰ উদ্যোক্তাসকলকহে পৰিবেষ্টন কৰিব। তেন্তে সিহঁতে পূৰ্বৱৰ্তীবিলাকৰ (দৰে আল্লাহৰ) বিধানৰ অপেক্ষা কৰি আছে নেকি? কিন্তু তুমি আল্লাহৰ🌀 পদ্ধতিত কেতিয়াও কোনো পৰিবৰ্তন নাপাবা আৰু আল্লাহৰ🌀 পদ্ধতিৰ কোনো ব্যতিক্ৰমো দেখিবলৈ নাপাবা।
{🌀চুন্নাতিল্লাহ(سُنَّتِ اللَّهِ)ৰ ব্যৱহাৰ=
.
✍️Note('Sunna of God')
This glorious Quranic verse has been badly manipulated by those who wish to find Quranic justification for what is termed 'the sunna of Muhammad' when there is none. The Quran states clearly that the only sunna is the 'Sunna of God' (33:62, 35:43 and 48:23).(qi).
.
The Quran stresses the fact that the Law of God is unchanging (33:62, 35:43, 48:23) and that the only religion decreed by God to mankind is Islam (Submission to God) (see 3:19, 42:13).(qi).
.___________________________________________
🟡৩৫:৪৪
أَوَلَمْ يَسِيرُوا فِي الْأَرْضِ فَيَنْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الَّذِينَ مِنْ قَبْلِهِمْ وَكَانُوا أَشَدَّ مِنْهُمْ قُوَّةً ۚ وَمَا كَانَ اللَّهُ لِيُعْجِزَهُ مِنْ شَيْءٍ فِي السَّمَاوَاتِ وَلَا فِي الْأَرْضِ ۚ إِنَّهُ كَانَ عَلِيمًا قَدِيرًا
আৰু ইহঁতে পৃথিৱীত পৰিভ্ৰমণ কৰা নাইনে, তেতিয়াহে ইহঁতে দেখিব পাৰিলেহেঁতেন ইহঁতৰ পূৰ্বৱৰ্তীবিলাকৰ কি পৰিণাম হৈছিল। অথচ সিহঁত আছিল ইহঁততকৈও শক্তিশালী। আল্লাহ এনেকুৱা নহয় যে, আকাশসমূহ আৰু পৃথিৱীৰ কোনোৱে তেওঁক অক্ষম কৰিব পাৰিব। নিশ্চয় তেওঁ সৰ্বজ্ঞ, সৰ্বশক্তিমান।
.
✍️Refs:
৩০:৯
أَوَلَمْ يَسِيرُوا فِي الْأَرْضِ فَيَنْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الَّذِينَ مِنْ قَبْلِهِمْ ۚ كَانُوا أَشَدَّ مِنْهُمْ قُوَّةً وَأَثَارُوا الْأَرْضَ وَعَمَرُوهَا أَكْثَرَ مِمَّا عَمَرُوهَا وَجَاءَتْهُمْ رُسُلُهُمْ بِالْبَيِّنَاتِ ۖ فَمَا كَانَ اللَّهُ لِيَظْلِمَهُمْ وَلَٰكِنْ كَانُوا أَنْفُسَهُمْ يَظْلِمُونَ
সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাইনে? তেতিয়াহে সিহঁতে দেখিলেহেঁতেন যে, সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ দশা কি হৈছিল, শক্তিত সিহঁত আছিল ইহঁততকৈও প্ৰবল, সিহঁতে মাটি চহাইছিল, আৰু সিহঁতে ইহঁতৰ নিৰ্মাণতকৈও অধিক নিৰ্মাণ কৰিছিল। সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকল সুস্পষ্ট প্ৰমাণসহ আহিছিল। প্ৰকৃততে আল্লাহ এনে নহয় যে, তেওঁ সিহঁতৰ প্ৰতি অন্যায় কৰিছে বৰং সিহঁতে নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।
(See refs: https://bit.ly/3hemuyG)
.___________________________________________
🟡৩৫:৪৫
وَلَوْ يُؤَاخِذُ اللَّهُ النَّاسَ بِمَا كَسَبُوا مَا تَرَكَ عَلَىٰ ظَهْرِهَا مِنْ دَابَّةٍ وَلَٰكِنْ يُؤَخِّرُهُمْ إِلَىٰ أَجَلٍ مُسَمًّى ۖ فَإِذَا جَاءَ أَجَلُهُمْ فَإِنَّ اللَّهَ كَانَ بِعِبَادِهِ بَصِيرًا
আৰু আল্লাহে যদি মানুহক সিহঁতৰ কৃতকৰ্মৰ বাবে কৰায়ত্ত কৰিলেহেঁতেন, তেন্তে ভূ-পৃষ্ঠত কোনো প্ৰাণীকেই তেওঁ ৰেহাই নিদিলেহেঁতেন, কিন্তু তেওঁ এটা নিৰ্দিষ্ট সময়লৈকে সিহঁতক অৱকাশ দিয়ে। এতেকে যেতিয়া সিহঁতৰ নিৰ্দিষ্ট সময় আহি যাব, (তেতিয়াহে তেওঁ সিহঁতক কৰায়ত্ত কৰিব) নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ বিষয়ে সম্যক দ্ৰষ্টা।
.
✍️Verse/note:
35:45. In fact there is a time gap between the action and the manifestation of its results. If
that was not the situation, and Allah were to (immediately) take men to task for whatever wrongs they commit, not one soul among the opponents would have been left on the face of this earth. When the period of their respite is over, they all will be seized; for this respite does not mean that their misdeeds have gone out of sight. Nothing is out of His sight; He is ever watchful of everything His followers do (16:61).pz.
(১৬:৬১
وَلَوْ يُؤَاخِذُ اللَّهُ النَّاسَ بِظُلْمِهِمْ مَا تَرَكَ عَلَيْهَا مِنْ دَابَّةٍ وَلَٰكِنْ يُؤَخِّرُهُمْ إِلَىٰ أَجَلٍ مُسَمًّى ۖ فَإِذَا جَاءَ أَجَلُهُمْ لَا يَسْتَأْخِرُونَ سَاعَةً ۖ وَلَا يَسْتَقْدِمُونَ
আৰু আল্লাহে যদি মানুহক সিহঁতৰ সীমালংঘনৰ বাবে শাস্তি দিলেহেঁতেন তেন্তে ভূপৃষ্ঠত কোনো জীৱ-জন্তুকেই ৰেহাই নিদিলেহেঁতেন; কিন্তু তেওঁ এটা নিৰ্দিষ্ট সময়লৈকে সিহঁতক অৱকাশ দিয়ে। এতেকে যেতিয়া সিহঁতৰ সময় আহি পৰে তেতিয়া সিহঁতে এটা মুহূৰ্ত্তও আগ-পিছ কৰিব নোৱাৰে।)
.
✍️Verse/note/refs:
35:45 If God took mankind to task for what they earn by their deeds, He would not leave a creature on its surface. However, He grants them respite to an appointed term. And when their term comes to an end, then, they come to know that God is ever Seer of His servants.
Note.
'Not leave a creature': Life on the planet earth manifests itself in the highest form as the humans. 2:30, 16:61, 35:39
________________ছুৰা সমাপ্ত________________
WORD BY WORD MEANING:BB.
[35:36] As for (Wa) those who (Ellaziina) disbelieved (Kafaru'), for them (Lahum) is the fire (Naaru) of Hell
(Jahannama). They will not (Laa) be crushed (Yuq'doa Ålai'him) to (Fa) death (Yamuutu') nor will (Walaa
Min’) its punishment (Åzaabi-haa) cool down for them (Yukhaffafu Ån'hum). Thus (Kazaalika) will We
requite (Naj'zii) all (Kulla) who are ungrateful (Kafuur).
[35:37] And (Wa) they (Hum) will scream (Yas'torikhuuna) therein (Fiihaa), "Our LORD (Rabba-naa),
remove us (Akh'rij'naa); we will act (Na'mal') righteous (Soalihan) other than (Gai'ra) what (Ellazii) we used to (Kunna) do (Na'malu)." Or did We not (Awalam') make you live long (Nuåmmir'kum) that (Maa) those
who (Man) would remember (Tazakkara) to take heed (Yatazakkaru) therein (Fiihi), and (Wa) a warner
(En'Naziiru) came to you (Jaa'a-kumu)? So (Fa) taste (Zuuqu'), for (Fa) there is no (Maa Min) helper (Nasiir)
for the transgressors (Liz' Zoalimiina).
[35:38] Indeed, GOD (Innallaha) is the Knower (Åålimu) of the unseen (Gai'bi) of the heavens
(Es'Samaawaati) and the earth (Wal' Ar'di). Indeed, HE (Innahu) is aware of (Åliimu Bi) the essence (Zaati) of
the bosoms (Es'Suduur).
[35:39] HE (Huwa) is the One who (Ellazii) made you (Jaåla-kum) successors (6:165) (Khalaa’ifa) on earth (Fiil'
Ar'di). And (Fa) whoever (Man) disbelieves (Kafara), then (Fa) against him (Ålai'hi) is his disbelief (Kuf'ru-hu). As for (Wa) the disbelievers (El'Kaafiriina) their disbelief (Kuf'ru-hum) does not (Laa) increase (Yaziidu)
at (Enda) their LORD (Rabbi-him) except (illa) in abhorrence (Maq'tan), nor (Walaa) will the disbelief
(Kuf'ru-) of the disbelievers (El'Kaafiriina) increase (Yaziidu) them (-hum) except (illa) in loss (Khasaaran).
[35:40] Say (Qul'): "Have you considered (Ara-ai'tum) your associates (Shurakaa'a-kum) whom (Ellaziina)
you invoke (Tad'uuna) besides GOD 1
(Min Duuni-llahi)? Show me (Aruu-nii) what (Maaza) they have
created (Khalaqu') from the earth 2
(Minal' Ar'di), or (Am') do they have (Lahum) partnership (Shir'kun) in
(Fii) the heavens 3
(Es'Samaawaati), or (Am') have We given them (Aatai'naa-hum) a book (Kitaaban) and (Fa)
they (Hum) are on (Ålaa) evidence (Bayyinatin) thereof 4
(Min'hu)? In fact (Bal'), the transgressors
(Ez'Zoalimuuna) only (In illa) promise (Yaedu) each other (Ba'duhum Ba'dan) delusion (Guruuraa)."
[35:41] Indeed, GOD (Innallaha) holds (Yumsiku) the heavens (Es'Samaawaati) and the earth (Wal' Ar'do), lest (An) they cease (Tazuulaa). And (Wa) if (La'in) they should cease (Zaalataa); no (In’ Min) one (Ahadin)
could hold them (Amsaka-humaa) after HIM (Min Ba'di-hi). Indeed, HE (Innahu) is (Kaana) Clement (Haliiman) and Forgiving (Gafuuraa).
[35:42] And (Wa) they swore (Aq'samu') by GOD (Bllahi) in the effort (Jah'da) of their oaths (Ai'maani-him)
that if (La'in) a warner (Naziirun) should come to them (Jaa'a-hum), they would (La) be (Yakuununna)
better guided (Ah'daa) than (Min') any (Ih’daa) of the nations (El'Umami). But (Fa) when (Lammaa) a warner (Naziirun) came to them (Jaa'a-hum), it did not (Maa) augment them (Zaada-hum) except (illa) in aversion
(Nufuuraa).
[35:43] There is arrogance (Es'tik'baaraa) on earth (Fiil' Ar'di) and (Wa) scheming (Mak'ra) of evil (Es'Sayyi'i);
but (Wa) the scheming (El'Mak'ru) of evil (Es'Sayyiu) does not (Laa) afflict (Yahiiqu Bi) except (illa) its people
(Ah'li-hi). So (Fa) are (Hal') they waiting (Yanzuruuna) only (illa) for the example (Sunnata) of the
predecessors (El'Awwaliina)? But (Fa) you will never (Lan) find (Tajida) an alteration (Tab'diilan) to (Li) the
tradition of GOD (Sunnati-llahi) nor (Walan) will you find (Tajida) a modification (Tah'wiila) to (Li) the
tradition of GOD (Sunna) (Sunnati-llahi).
[35:44] Or do they not (Awalam') travel (Yasiiru') on earth (Fiil' Ar'di) to (Fa) see (Yanzuru') how (Kai'fa) was (Kaana) the end (Ååqibatu) of those (Ellaziina) before them (Min Qab'li-him)? For (Wa) they (the predecessors)
were (Kaanuu') stronger (Ashadda) than them (Min'hum) in strength (Quwwatan). And (Wa) there is (Kaana) not (Maa) a (Min) thing (Shai'in) which (-hu) can (Li) cause failure to (Yu'jiza-) GOD (Ellahu) in
(Fii) the heavens (Es'Samaawaati) or (Walaa) on earth (Fiil' Ar'di). Indeed, HE (Innahu) is Omniscient (Åliiman) and Omnipotent (Qadiiraa).
[35:45] And (Wa) if (Law') GOD should seize (Yuaakhizu-llahu) the people (En'Naasa) for what (Bimaa)
they have earned (Kasabu'), HE would not (Maa) leave (Taraka) a (Min) creature (Daabbatin) on (Ålaa) top
of it (Zoh'ri-haa); but (Walaakin) HE delays them (Yuakkhiru-hum) for (ilaa) a fixed (Musamman) term
(Ajalin). And (Fa) when (Izaa) their term (Ajalu-hum) comes (Jaa'a), then (Fa) indeed, GOD (Inna-llaha) is
(Kaana) cognizant of (Basiira Bi) HIS servants (Ebaadi-hi).
________________Chapter end________________
jiaulhussain(syedraf) #muktabulhussain
Progress ~
Approximate Pages ~ 3,000nos.
.___________________________________________
.___________________________________________
Comments
Post a Comment