💙Part-373(31:01-11)Luqmãn
💡৩৭৩-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা(এক-বিপ্লৱ)
Part-373(31:01-11)Luqmãn
Video- https://youtu.be/AmTQylqF-J0
।।।
Short-Cont:Part-373(31:01-11)Luqmãn
Pre-Page:"শ্বান-ই-নুজুল",কেৱল সময় আৰু শক্তিৰ অপচয়।(ৰমজানত মহানবীৰ হৃদয়ত সমগ্ৰ কোৰআন লোড কৰা হৈছিল আৰু তাৰ পিছত সময়ে সময়ে জনসাধাৰণৰ ওচৰত অৱতীৰ্ণ হৈছিল।)
31:1-2(হুৰুফ মুক্কাতাট-See note 31:1)
31:4✅(ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰা মানে কি? টোকা চাব)
31:5✅(ref:যিসকলে প্ৰতিপালকে দিয়া হিদায়ৎত চলে, তেওঁলোক সমৃদ্ধিশালী হ’ব। কোৰআন, যাৰ ফালে মুকলি মনৰে মুখ কৰিব লাগিব। যিসকলে পূৰ্ব-কল্পিত ধাৰণাসমূহৰ পৰা নিজৰ মনটো পৰিষ্কাৰ নকৰাকৈ ইয়াৰ কাষ চাপে, তেওঁলোকে এই কিতাপখন “স্পৰ্শ” কৰাত ব্যৰ্থ হ’ব।-টোকা চাব)
31:6✅(So-called Hadith & Sunna: Satanic Innovations: see link)
31:8(ঈমান আৰু সৎকৰ্ম- See note/link)
31:10(আল্লাহেই খুটাবিহীন আকাশসমূহ,সুদৃঢ় পৰ্বতমালা,আকাশৰ পৰা পানী বৰ্ষণ কৰে।)
।।।
👉Pre-Page:
This is the 31st Surah of the Qur’an. It has 34 verses. The reader is once again reminded that the Qur’an sticks with its style of unity in diversity, and the title does not restrict a whole Surah to itself.
.
"শ্বান-ই-নুজুল",কেৱল সময় আৰু শক্তিৰ অপচয়।
ৰমজানত মহানবীৰ হৃদয়ত সমগ্ৰ কোৰআন লোড কৰা হৈছিল আৰু তাৰ পিছত সময়ে সময়ে জনসাধাৰণৰ ওচৰত অৱতীৰ্ণ হৈছিল।
Press link:
(Wisdom and knowledge transcend temporal, geographical and racial boundaries. Historically Luqman lived around 200 BC in an oasis in the Nubian desert of Northern Sudan. He was an0… emancipated slave of African descent.1)
।।।
بِسْمِ اللَّهِ الرَّحْمَٰنِ الرَّحِيمِ
(আৰম্ভ কৰিছো) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত
.
🟢৩১:১
الم
আলিফ-লাম-মীম।
.
✍️Note on আলিফ-লাম-মীম।✔️(হুৰুফ মুক্কাতাট)।
(অনুগ্ৰহ কৰি তলৰ ২৬:১ৰ আয়াত/টোকাৰ লিংকত চাওঁক:
.
🟢৩১:২
تِلْكَ آيَاتُ الْكِتَابِ الْحَكِيمِ
এইবোৰ প্ৰজ্ঞাপূৰ্ণ কিতাবৰ আয়াত,(10:1)
.
🟢৩১:৩
هُدًى وَرَحْمَةً لِلْمُحْسِنِينَ
সৎকৰ্মশীলসকলৰ বাবে হিদায়ত আৰু ৰহমতস্বৰূপ,
.
🟢৩১:৪
الَّذِينَ يُقِيمُونَ الصَّلَاةَ وَيُؤْتُونَ الزَّكَاةَ وَهُمْ بِالْآخِرَةِ هُمْ يُوقِنُونَ
যিসকলে ছালাত🍀 কায়েম কৰে আৰু যাকাত🍀 প্ৰদান কৰে তেওঁলোকেই আখিৰাতৰ প্ৰতি দৃঢ় বিশ্বাস পোষণ কৰে;*
.
✍️BB-ref:(27:3)*
২৭:৩
الَّذِينَ يُقِيمُونَ الصَّلَاةَ وَيُؤْتُونَ الزَّكَاةَ وَهُمْ بِالْآخِرَةِ هُمْ يُوقِنُونَ
যিসকলে ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে আৰু তেওঁলোকেই আখিৰাতৰ প্ৰতি নিশ্চিত বিশ্বাস স্থাপন কৰে।
.
✍️Salat,Zakat: link: https://bit.ly/3SKmvaZ
.
✍️Note:sig:
The evolutionary process is continuous and does not stop with death, the transition to the life
yet to come. See verses 27:3; 36:82; 90:4.
.
✍️Verse/note:
31:4. These are the people who establish a system wherein everyone obeys the Divine
Laws; and which provides sustenance to all the human beings. The only people who can establish such a system are those: who have implicit faith that there is life after this worldly life; who deserve to live that life; and who acquire the capability of progressing further through providing means of nourishment to others, as required by the Divine Laws (2:2-4).pz.
.
🟢৩১:৫
أُولَٰئِكَ عَلَىٰ هُدًى مِنْ رَبِّهِمْ ۖ وَأُولَٰئِكَ هُمُ الْمُفْلِحُونَ
তেওঁলোকেই নিজ প্ৰতিপালকৰ তৰফৰ পৰা হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত আৰু তেওঁলোকেই সফলকাম।*
.
✍️BB-ref:(2:5)*
২:৫
أُولَٰئِكَ عَلَىٰ هُدًى مِنْ رَبِّهِمْ ۖ وَأُولَٰئِكَ هُمُ الْمُفْلِحُونَ
তেওঁলোকেই নিজ প্ৰতিপালকৰ নিৰ্দেশিত হিদায়তৰ ওপৰত আছে আৰু তেওঁলোকেই সাফল্যমণ্ডিত ।
(Note:Press the link: https://bit.ly/3BUOldJ
.
✍️Verse/note:
31:5. They follow the right path as guided by their Rabb; and they will attain a happy
state and flourish (2:5).
.
🟢৩১:৬
وَمِنَ النَّاسِ مَنْ يَشْتَرِي لَهْوَ الْحَدِيثِ لِيُضِلَّ عَنْ سَبِيلِ اللَّهِ بِغَيْرِ عِلْمٍ وَيَتَّخِذَهَا هُزُوًا ۚ أُولَٰئِكَ لَهُمْ عَذَابٌ مُهِينٌ
আৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিসকলে আল্লাহৰ পথত বাধা দিয়াৰ বাবে* অসাৰ বাক্য কিনি লয়, বিনা জ্ঞানে আৰু আল্লাহে দেখুৱা পথক ঠাট্টা-বিদ্ৰূপ কৰে। সিহঁতৰ বাবেই আছে অৱমাননাকৰ শাস্তি।
.
✍️BB-ref:(6:116)*
.
✍️Note:sig:
Hadith, a narration. There are many vain and useless hadith wrongly attributed to the
messenger of God. These have been written hundreds of years after the death of the messenger
and contain profanities that tarnish the messenger and blatantly contradict the Quran. Following
such hadith is detrimental as they divert people away from the real guidance. See verses and
footnotes 4:42; 39:23; 68:37.
.
✍️Note:So-called Hadith & Sunna:Satanic Innovations:Press-link: https://bit.ly/3RojpYY
.
🟢৩১:৭
وَإِذَا تُتْلَىٰ عَلَيْهِ آيَاتُنَا وَلَّىٰ مُسْتَكْبِرًا كَأَنْ لَمْ يَسْمَعْهَا كَأَنَّ فِي أُذُنَيْهِ وَقْرًا ۖ فَبَشِّرْهُ بِعَذَابٍ أَلِيمٍ
আৰু যেতিয়া তাৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰা হয় তেতিয়া সি অহংকাৰত মুখ ঘূৰাই নিয়ে যেনিবা সি এইটো শুনাই পোৱা নাই, যেনিবা তাৰ দুয়ো কাণ বধিৰ; এতেকে তাক যন্ত্ৰণাদায়ক শাস্তিৰ সংবাদ দিয়া।
.
🟢৩১:৮
إِنَّ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ لَهُمْ جَنَّاتُ النَّعِيمِ
নিশ্চয় যিসকলে ঈমান* আনিছে আৰু সৎকৰ্ম* কৰিছে তেওঁলোকৰ বাবে আছে নিয়ামতপূৰ্ণ জান্নাত;
.
✍️সৎকৰ্ম, ঈমান, মুত্তাক্বী কি?*
.
🟢৩১:৯
خَالِدِينَ فِيهَا ۖ وَعْدَ اللَّهِ حَقًّا ۚ وَهُوَ الْعَزِيزُ الْحَكِيمُ
তাত তেওঁলোক স্থায়ী হ’ব। আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। আৰু তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।
.
✍️As-ref:
৬:১২
قُلْ لِمَنْ مَا فِي السَّمَاوَاتِ وَالْأَرْضِ ۖ قُلْ لِلَّهِ ۚ كَتَبَ عَلَىٰ نَفْسِهِ الرَّحْمَةَ ۚ لَيَجْمَعَنَّكُمْ إِلَىٰ يَوْمِ الْقِيَامَةِ لَا رَيْبَ فِيهِ ۚ الَّذِينَ خَسِرُوا أَنْفُسَهُمْ فَهُمْ لَا يُؤْمِنُونَ
কোৱা, ‘আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেয়া কাৰ’? কোৱা, ‘আল্লাহৰেই’, তেওঁ নিজৰ ওপৰত 'দয়াক' কৰ্তব্য হিচাপে লিখি লৈছে। কিয়ামতৰ দিনা তেওঁ নিশ্চয় তোমালোকক একত্ৰিত কৰিব, ইয়াত কোনো সন্দেহ নাই। যিসকলে নিজেই নিজৰ ক্ষতি কৰিছে সিহঁতে ঈমান পোষণ নকৰিব।
.
🟢৩১:১০
خَلَقَ السَّمَاوَاتِ بِغَيْرِ عَمَدٍ تَرَوْنَهَا ۖ وَأَلْقَىٰ فِي الْأَرْضِ رَوَاسِيَ أَنْ تَمِيدَ بِكُمْ وَبَثَّ فِيهَا مِنْ كُلِّ دَابَّةٍ ۚ وَأَنْزَلْنَا مِنَ السَّمَاءِ مَاءً فَأَنْبَتْنَا فِيهَا مِنْ كُلِّ زَوْجٍ كَرِيمٍ
তেৱেঁই আকাশসমূহ নিৰ্মাণ কৰিছে খুটাবিহীন, যিখন তোমালোকে দেখি আছা, তেৱেঁই পৃথিৱীত স্থাপন কৰিছে সুদৃঢ় পৰ্বতমালা যাতে পৃথিৱীয়ে তোমালোকক লৈ ঢলি নপৰে লগতে ইয়াত সিচৰিত কৰি দিছে সকলো ধৰণৰ জীৱ-জন্তু। আমিয়েই আকাশৰ পৰা পানী বৰ্ষণ কৰো তাৰ পিছত ইয়াত উৎপন্ন কৰো নানা প্ৰকাৰৰ কল্যাণকৰ উদ্ভিদ।
.
✍️Verse/note:
31:10 He [it is who] has created the skies without any supports that you could see,* and has placed firm mountains upon the earth, lest it sway with you,** and has caused all manner of living creatures to multiply thereon. And We9 send down water from the skies, and thus We cause every noble kind [of life] to grow on earth***(as).
Note*
See: 13:2.
১৩:২
اللَّهُ الَّذِي رَفَعَ السَّمَاوَاتِ بِغَيْرِ عَمَدٍ تَرَوْنَهَا ۖ ثُمَّ اسْتَوَىٰ عَلَى الْعَرْشِ ۖ وَسَخَّرَ الشَّمْسَ وَالْقَمَرَ ۖ كُلٌّ يَجْرِي لِأَجَلٍ مُسَمًّى ۚ يُدَبِّرُ الْأَمْرَ يُفَصِّلُ الْآيَاتِ لَعَلَّكُمْ بِلِقَاءِ رَبِّكُمْ تُوقِنُونَ
আল্লাহ সেইজন, যিজনে আকাশসমূহক খুঁটা অবিহনে ওপৰত স্থাপন কৰিছে, যাক তোমালোকে দেখা পোৱা। তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে আৰু সূৰ্য আৰু চন্দ্ৰক নিয়মাধীন কৰিছে, প্ৰত্যেকেই এটা নিৰ্দিষ্ট সময়লৈকে আৱৰ্তন কৰিব। তেৱেঁই সকলো বিষয় পৰিচালনা কৰে, আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰে, যাতে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ লগত সাক্ষাৎ সম্পৰ্কে নিশ্চিত বিশ্বাস কৰিব পাৰা।
Note**
See 16:15.
১৬:১৫
وَأَلْقَىٰ فِي الْأَرْضِ رَوَاسِيَ أَنْ تَمِيدَ بِكُمْ وَأَنْهَارًا وَسُبُلًا لَعَلَّكُمْ تَهْتَدُونَ
আৰু তেৱেঁই পৃথিৱীত সুদৃঢ় পৰ্বত স্থাপন কৰিছে, যাতে পৃথিৱীয়ে তোমালোকক লৈ থৰক-বৰক কৰিব নোৱাৰে, আৰু স্থাপন কৰিছে নদ-নদী আৰু পথসমূহ, যাতে তোমালোকে নিজৰ গন্তব্যস্থলত যাব পাৰা;
Note***
Lit., "thereon". As in 26:7, the term zawj has here the significance of "a kind".
২৬:৭
أَوَلَمْ يَرَوْا إِلَى الْأَرْضِ كَمْ أَنْبَتْنَا فِيهَا مِنْ كُلِّ زَوْجٍ كَرِيمٍ
সিহঁতে পৃথিৱীৰ ফালে লক্ষ্য নকৰে নেকি? আমি তাত প্ৰত্যেক প্ৰকাৰৰ বহুতো উৎকৃষ্ট উদ্ভিদ উৎপন্ন কৰিছো!
.
(Mountains came into being millions of years ago as the earth was cooling off and the earth crust was shrinking 16:15, 78:7)sa.
.
🟢৩১:১১
هَٰذَا خَلْقُ اللَّهِ فَأَرُونِي مَاذَا خَلَقَ الَّذِينَ مِنْ دُونِهِ ۚ بَلِ الظَّالِمُونَ فِي ضَلَالٍ مُبِينٍ
এইটো আল্লাহৰ সৃষ্টি। এতেকে তেওঁৰ বাহিৰে আনে কি সৃষ্টি কৰিছে মোক দেখুৱাচোন? বৰং যালিমসকল* আছে স্পষ্ট বিভ্ৰান্তিত।
(*Zaalim = Wrongdoer = Oppressor = One who displaces something from its rightful place = One who relegates the truth = Violator of human rights-sa).
.
WORD BY WORD MEANING:
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[31:1] A (Alif), L (Laam), M (Miim);
[31:2] These (Til'ka) are signs (symbols) (Aayaatu) of the Wise (El'Hakiim) Book (El'Kitaabi),
[31:3] as guidance (Hudan) and (Wa) mercy (Rah'matan) for the benevolent (Lil' Muh'siniin),
[31:4] who (Ellaziina) establish (Yuqiimuuna) Prayer (Es'Solaata) and (Wa) give (Yu'tuuna) Charity
(Ez'Zakaata), and (Wa) they (Hum) are certain (Yuuqinuun) of the hereafter (Bil' Aakhirati). (27:3)
[31:5] Those (U'laaika) are upon (Ålaa) guidance (Hudan) from (Min) their LORD (Rabbi-him’). And (Wa)
they (Humu) are those (U'laaika) who are the successful (El'Muf'lihuun).(2:5)
[31:6] And (Wa) among (Mina) the people (En'Naasi) is one who (Man) buys (Yash'tarii) the diversion
(Lah'wa) discourse (El'Hadiithi) in order to (Li) deviate from (Yudilla Ån) the way of GOD (6:116) (Sabiili-llahi)
without (Bi-Gai'ri) knowledge (il'min) and (Wa) accepts it (Yattakhiza-haa) in mockery (Huzuwan). Those
(U'laaika) will have (Lahum) a humiliating (Muhiin) punishment (Åzaabun).
[31:7] And (Wa) when (Izaa) Our verses (Aayaatu-naa) are recited (Tut'laa) to him (Ålai'hi), he turns away
(Wallaa) arrogantly (Mus'tak'biran) as if (Ka’an) he had not (Lam’) heard them (Yas'ma'haa), as if (Ka-anna)
there was deafness (Waq'ran) in (Fii) his ears (Uzunai'hi). Therefore (Fa) announce to him (Bas'shir'hu) of
(Bi) a painful (Aliim) punishment (Åzaabin).
[31:8] Indeed (Inna), those who (Ellaziina) believe (Aamanu') and (Wa) do (Åmilu') good deeds (Es'Soalihaati)
will have (Lahum) the Gardens (Jannaatu) of Bliss (En'Naeem),
[31:9] eternally (Khaalidiina) therein (Fiiha); the promise of GOD (Wa'da-llahi) is true (Haqqan). For (Wa)
HE (Huwa) is the ALMIGHTY (El' Åziizu), the WISE (El' Hakiim).
[31:10] HE created (Khalaqa) the heavens (Es'Samaawaati) without (Bi-Gai'ri) pillars (Åmadin) which you
see (Taraw'na-ha) and cast (Al'qaa) anchors (mountains) (Rawaasiya) on earth (Fiil' Ar'di), lest (An) it swings with
you (Tamiida Bi-kum), and transmitted (Battha) from (Min) every (Kulli) creature (Daabbatin) therein
(Fiihaa). And (Wa) We sent down (Anzal'naa) water (Maa'an) from (Mina) the sky (Es'Samaai) and (Fa)
germinated (Anbat'naa) of (Min) every (Kulli) noble (Kariim) kind (Zaw'jin) therein (Fiiha).
[31:11] This (Haaza) is the creation of GOD (Khal'qu-llahi). So (Fa) show me (Aruu-nii) what (Maaza) those
(Ellazina) other than HIM (Min Duuni-hi) have created (Khalaqa)? In fact (Bali), the transgressors
(Ez'Zoalimuuna) are in (Fii) clear (Mubiin) error (Dolaalin).
।।।
Analytical Quran Studies (A Revolution)
syedraf and #muktabulhussain
।।।
Comments
Post a Comment