🔳Part-371(30:41-53)Al-Room(The Romans)

🌾৩৭১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা(এক-বিপ্লৱ)
Part-371(30:41-53)Al-Room(The Romans)
।।।
Short-Cont:Part-371(30:41-53)Al-Room
৩০:৪১(দুৰ্নীতি মানেই দুৰ্যোগ)
৩০:৪২✅(ইতিহাসত প্ৰচুৰ শিক্ষা আছে। কাৰণ, মুশ্বৰিকসকল,- প্ৰসঙ্গ আয়াত চাব)(Every mushrik automatically becomes a kafir as well (30:33-34)-see note Part-370)✔️
৩০:৪৩✅(কিয়ামত অহাৰ আগতেই সৰল পথ অনুসৰণ কৰক। ইয়াৰ সামগ্ৰীসমূহ ৯৮:৫ত দিয়া আছে)
৩০:৪৫(সৎকৰ্ম, ঈমান, মুত্তাক্বী কি?-টোকা আছে)
৩০:৪৬[(আল্লাহৰ চিনবোৰ{(proofs)(آيَاتِهِ)} ভিতৰত বতাহবোৰো আছে)]
৩০:৪৭(বিশ্বাসীসকলৰ বাবে নিশ্চিত বিজয়)
৩০:৫২-৫৩(কাফিৰসকল মৃত, বধিৰ আৰু অন্ধৰ দৰে)
।।।
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
।।।
🟣৩০:৪১(দুৰ্নীতি মানেই দুৰ্যোগ)
ظَهَرَ الْفَسَادُ فِي الْبَرِّ وَالْبَحْرِ بِمَا كَسَبَتْ أَيْدِي النَّاسِ لِيُذِيقَهُمْ بَعْضَ الَّذِي عَمِلُوا لَعَلَّهُمْ يَرْجِعُونَ
মানুহৰেই কৃতকৰ্মৰ ফলত স্থলত আৰু সাগৰত বিপৰ্যয়ে দেখা দিছে; ফলত তেওঁ সিহঁতক সিহঁতৰে কিছুমান কামৰ শাস্তি আস্বাদন কৰায়, যাতে সিহঁতে উভতি আহে।
.
✍️Note: see link:
.
🟣৩০:৪২(ইতিহাসত প্ৰচুৰ শিক্ষা আছে)
قُلْ سِيرُوا فِي الْأَرْضِ فَانْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الَّذِينَ مِنْ قَبْلُ ۚ كَانَ أَكْثَرُهُمْ مُشْرِكِينَ
কোৱা, ‘তোমালোকে পৃথিৱীত ভ্ৰমণ কৰা আৰু চোৱা পূৰ্বৱৰ্তীসকলৰ পৰিণাম কি হৈছিল!’ সিহঁতৰ অধিকাংশই আছিল মুশ্বৰিক।
.
✍️BB-refs:(12:106)
১২:১০৬
وَمَا يُؤْمِنُ أَكْثَرُهُمْ بِاللَّهِ إِلَّا وَهُمْ مُشْرِكُونَ
সিহঁতৰ সৰহভাগ মানুহে ঈমান পোষণ কৰা সত্বেও আল্লাহৰ লগত অংশীদাৰ স্থাপন (শ্বিৰ্ক) কৰে।
(এই আয়াতটোৰ বিষয়ে ভালকৈ জানক। কাৰণ লিংকত ১২:১০৬ আয়াতটো বিচাৰি চাওঁক:
.
(DON'T ASSOCIATE ANYTHING WITH ALLAH: 7:33, 4:36, 6:151)
(Every mushrik automatically becomes a kafir as well (30:33-34)-see note Part-370)
.
🟣৩০:৪৩(কিয়ামত অহাৰ আগতেই সৰল পথ অনুসৰণ কৰাৰ আদেশ)
فَأَقِمْ وَجْهَكَ لِلدِّينِ الْقَيِّمِ مِنْ قَبْلِ أَنْ يَأْتِيَ يَوْمٌ لَا مَرَدَّ لَهُ مِنَ اللَّهِ ۖ يَوْمَئِذٍ يَصَّدَّعُونَ
এতেকে তুমি সৰল-সঠিক দ্বীনত নিজকে প্ৰতিষ্ঠিত ৰখা, আল্লাহৰ তৰফৰ পৰা সেই দিন অহাৰ পূৰ্বেই*, যিটো দিন অনিবাৰ্য। সেইদিনা মানুহ বিভক্ত হৈ পৰিব।
.
✍️BB-ref:(98:5)*
৯৮:৫✔️
وَمَا أُمِرُوا إِلَّا لِيَعْبُدُوا اللَّهَ مُخْلِصِينَ لَهُ الدِّينَ حُنَفَاءَ وَيُقِيمُوا الصَّلَاةَ وَيُؤْتُوا الزَّكَاةَ ۚ وَذَٰلِكَ دِينُ الْقَيِّمَةِ
আৰু সিহঁতক কেৱল এই নিৰ্দেশ দিয়া হৈছিল যে, সিহঁতে যেন আল্লাহৰ ইবাদত কৰে তেওঁৰ বাবেই যেন দ্বীনক একনিষ্ঠ কৰে আৰু যেন ছালাত প্ৰতিষ্ঠা কৰে আৰু যাকাত প্ৰদান কৰে, আৰু এইটোৱেই হৈছে সঠিক দ্বীন।
.
🟣৩০:৪৪
مَنْ كَفَرَ فَعَلَيْهِ كُفْرُهُ ۖ وَمَنْ عَمِلَ صَالِحًا فَلِأَنْفُسِهِمْ يَمْهَدُونَ
যিয়ে কুফৰী কৰে, কুফৰীৰ শাস্তি তাৰেই প্ৰাপ্য; আৰু যিসকলে সৎকৰ্ম কৰে তেওঁলোকে নিজৰ বাবেই ৰচনা কৰে সুখ-শয্যা।
.
🟣৩০:৪৫
لِيَجْزِيَ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ مِنْ فَضْلِهِ ۚ إِنَّهُ لَا يُحِبُّ الْكَافِرِينَ
যাতে যিসকলে ঈমান🍁 আনিছে আৰু সৎকৰ্ম🍁 কৰিছে আল্লাহে তেওঁলোকক নিজ অনুগ্ৰহেৰে পুৰষ্কৃত কৰিব পাৰে। নিশ্চয় তেওঁ কাফিৰসকলক পছন্দ নকৰে।
.
✍️Note: সৎকৰ্ম, ঈমান, মুত্তাক্বী কি?
(🍁ref16:30:সৎকৰ্ম, ঈমান, মুত্তাক্বী কি?
.
🟣৩০:৪৬[(আল্লাহৰ চিনবোৰ{(proofs)(آيَاتِهِ)} ভিতৰত বতাহবোৰো আছে)]
وَمِنْ آيَاتِهِ أَنْ يُرْسِلَ الرِّيَاحَ مُبَشِّرَاتٍ وَلِيُذِيقَكُمْ مِنْ رَحْمَتِهِ وَلِتَجْرِيَ الْفُلْكُ بِأَمْرِهِ وَلِتَبْتَغُوا مِنْ فَضْلِهِ وَلَعَلَّكُمْ تَشْكُرُونَ
আৰু তেওঁৰ নিদৰ্শনসমূহৰ মাজত আছে যে, তেৱেঁই বতাহ প্ৰেৰণ কৰে (বৰষুণৰ) সুসংবাদ দিয়াৰ বাবে আৰু তোমালোকক তেওঁৰ কিছুমান ৰহমত আস্বাদন কৰোৱাৰ বাবে, যাতে তেওঁৰ নিৰ্দেশত নৌযানসমূহ বিচৰণ কৰে আৰু যাতে তোমালোকে তেওঁৰ অনুগ্ৰহৰ কিছু সন্ধান কৰিব পাৰা, আৰু যাতে তোমালোকে কৃতজ্ঞ হোৱা।
.
🟣৩০:৪৭(বিশ্বাসীসকলৰ বাবে নিশ্চিত বিজয়)
وَلَقَدْ أَرْسَلْنَا مِنْ قَبْلِكَ رُسُلًا إِلَىٰ قَوْمِهِمْ فَجَاءُوهُمْ بِالْبَيِّنَاتِ فَانْتَقَمْنَا مِنَ الَّذِينَ أَجْرَمُوا ۖ وَكَانَ حَقًّا عَلَيْنَا نَصْرُ الْمُؤْمِنِينَ
আৰু অৱশ্যে আমি তোমাৰ পূৰ্বে ৰাছুলসকলক তেওঁলোকৰ নিজ নিজ সম্প্ৰদায়ৰ ওচৰত প্ৰেৰণ কৰিছিলো*। এতেকে তেওঁলোকে সিহঁতৰ ওচৰত সুস্পষ্ট প্ৰমাণাদি লৈ আহিছিল, ফলত আমি অপৰাধীবিলাকৰ পৰা প্ৰতিশোধ লৈছিলো। আমাৰ দায়িত্ব কেৱল মুমিনসকলক সহায় কৰা।
.
✍️As-ref: Lit., "did We send apostles to their [own] people": 10:74.
(Pl search the verse/notes 10:74:Link:
.
🟣৩০:৪৮
اللَّهُ الَّذِي يُرْسِلُ الرِّيَاحَ فَتُثِيرُ سَحَابًا فَيَبْسُطُهُ فِي السَّمَاءِ كَيْفَ يَشَاءُ وَيَجْعَلُهُ كِسَفًا فَتَرَى الْوَدْقَ يَخْرُجُ مِنْ خِلَالِهِ ۖ فَإِذَا أَصَابَ بِهِ مَنْ يَشَاءُ مِنْ عِبَادِهِ إِذَا هُمْ يَسْتَبْشِرُونَ
আল্লাহেই সেই সত্তা যিজনে বতাহ প্ৰেৰণ কৰে, ফলত ই মেঘমালাক সঞ্চালিত কৰে, তাৰ পিছত তেওঁ ইয়াক যেনে ইচ্ছা আকাশত প্ৰসাৰিত কৰি দিয়ে, আৰু ইয়াক খণ্ড-বিখণ্ড কৰি দিয়ে, ফলত তুমি দেখিবলৈ পোৱা তাৰ মাজৰ পৰা ওলাই আহে বৰষুণৰ টোপাল, তাৰ পিছত যেতিয়া তেওঁ ইয়াক তেওঁৰ বান্দাসকলৰ মাজত যিসকলৰ ওচৰত ইচ্ছা পৌঁচাই দিয়ে তেতিয়া সিহঁত আনন্দিত হয়,
.
🟣৩০:৪৯
وَإِنْ كَانُوا مِنْ قَبْلِ أَنْ يُنَزَّلَ عَلَيْهِمْ مِنْ قَبْلِهِ لَمُبْلِسِينَ
যদিও ইতিপূৰ্বে সিহঁতৰ প্ৰতি বৰষুণ অহাৰ আগত সিহঁত আছিল একান্ত নিৰাশ।
.
🟣৩০:৫০
فَانْظُرْ إِلَىٰ آثَارِ رَحْمَتِ اللَّهِ كَيْفَ يُحْيِي الْأَرْضَ بَعْدَ مَوْتِهَا ۚ إِنَّ ذَٰلِكَ لَمُحْيِي الْمَوْتَىٰ ۖ وَهُوَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
এতেকে তুমি আল্লাহৰ অনুগ্ৰহৰ ফল সম্পৰ্কে চিন্তা কৰা, কিদৰে তেওঁ মৃত ভূমিক পুনৰ্জীৱিত কৰে। নিশ্চয় এইদৰেই আল্লাহে মৃতক জীৱিত কৰিব, আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
.
🟣৩০:৫১
وَلَئِنْ أَرْسَلْنَا رِيحًا فَرَأَوْهُ مُصْفَرًّا لَظَلُّوا مِنْ بَعْدِهِ يَكْفُرُونَ
আৰু যদি আমি এনেকুৱা বতাহ প্ৰেৰণ কৰো যাৰ ফলত সিহঁতে দেখিবলৈ পায় যে, শস্য হালধীয়া বৰণ ধাৰণ কৰিছে, তেতিয়া সিহঁত অকৃতজ্ঞ হৈ পৰে।
.
✍️ Note:
For a full explanation of this verse, see 11:9 (as).
(১১:৯
وَلَئِنْ أَذَقْنَا الْإِنْسَانَ مِنَّا رَحْمَةً ثُمَّ نَزَعْنَاهَا مِنْهُ إِنَّهُ لَيَئُوسٌ كَفُورٌ
আৰু যদি আমি মানুহক আমাৰ ফালৰ পৰা ৰহমতৰ সোৱাদ লবলৈ দিওঁ আৰু পিছত তাৰ পৰা সেয়া কাঢি লওঁ তেন্তে নিশ্চয় সি হতাশ আৰু অকৃতজ্ঞ হৈ পৰে।
(Pl find the verse note 11:9 : Link:
.
✍️Verse/note:
30:51. According to these very Divine Measures (Laws of Nature) the same wind, when it 
does not bring rain, ripens their crops golden yellow (and then the ripe grains fill all their 
coffers). All this happens according to Our Law of Rabubiyat, and thus all mankind gets 
nourishment. But (despite this) these people continue rejecting Our Laws and say that all 
this happens due to their own craft and labour. Thus they ask why they should distribute 
the produce as directed by the Almighty. (56:63-72)pz.
.
🟣৩০:৫২(কাফিৰসকল মৃত, বধিৰ আৰু অন্ধৰ দৰে)
فَإِنَّكَ لَا تُسْمِعُ الْمَوْتَىٰ وَلَا تُسْمِعُ الصُّمَّ الدُّعَاءَ إِذَا وَلَّوْا مُدْبِرِينَ
এতেকে নিশ্চয় তুমি মৃতক শুনাব নোৱাৰিবা, বধিৰকো আহ্বান শুনাব নোৱাৰিবা, যেতিয়া সিহঁতে পৃষ্ঠপ্ৰদৰ্শন কৰি গুচি যায়।
.
✍️Verse/note:
30:52. Now ask how you can bring the people who reject such clear facts to the right path? 
You can talk to living beings but how can you make the dead listen to you (36:70), or the 
deaf hear your call? And not only don’t they want to listen to you, they turn their backs on you and go away!pz.
.
🟣৩০:৫৩
وَمَا أَنْتَ بِهَادِ الْعُمْيِ عَنْ ضَلَالَتِهِمْ ۖ إِنْ تُسْمِعُ إِلَّا مَنْ يُؤْمِنُ بِآيَاتِنَا فَهُمْ مُسْلِمُونَ
আৰু তুমি অন্ধবিলাককো সিহঁতৰ পথভ্ৰষ্টতাৰ পৰা হিদায়তত আনিব নোৱাৰিবা। যিসকলে আমাৰ আয়াতসমূহত ঈমান পোষণ কৰে কেৱল তেওঁলোককেই তুমি শুনাব পাৰিবা; কাৰণ তেওঁলোক আত্মসমৰ্পণকাৰী।
.
word by word meaning:
[30:41] Corruption (El'Fasaadu) has appeared (Zohara) on (Fii) the land (El'Barri) and the sea (Wal' Bah'ri)
because of what (Bimaa) the hands (Ai'dii) of people (En'Naasi) have earned (Kasabat') so that (Li) HE (God)
may let them taste (Yuziiqa-hum) some (Ba'do) of what (Ellazii) they have done (Åmilu') perhaps they 
(Laållahum) will revert (Yar'jiuun). 
[30:42] Say (Qul'): "Travel (Siiru') on (Fii) earth (El'Ar'di) and (Fa) observe (Enzuru) how (Kai'fa) was (Kaana)
the end (Ååqibatu) of those (Ellaziina) before (Min Qab'lu). Most of them (Ak'tharu-hum) were (Kaana)
polytheists (12:106) (Mush'rikiin)." 
[30:43] So (Fa) establish (Aqim') your aim (Waj'ha-ka) to (Li) the valuable religion (98:5) (Diinil' Qayyimi)
before (Min Qab'li An) a day (Yaw'mun) which has (Lahu) no (Laa) repeller (Maradda) comes (Ya'tiya) from 
GOD (Minallahi). On that day (Yaw'maizin), they will be split (Yassoddauun). 
[30:44] Whoever (Man) disbelieves (Kafara), then (Fa) against him (Ålai'hi) is his disbelief (Kuf'ru-hu), and 
whoever (Waman') acts (Åmila) righteous (Soalihan), then (Fa) they are preparing (Yam'haduun) for (Li)
their souls (Anfusi-him'),
[30:45] so that (Li) HE may reward (Yaj'ziya) those who (Ellaziina) have believed (Aamanu') and (Wa) done 
(Åmilu') good deeds (Es'Soalihaati) from (Min) HIS favour (Fad'li-hi). Indeed, HE (Innahu) does not (Laa) like 
(Yuhibbu) the disbelievers (El'Kaafiriin).
[30:46] And (Wa) among (Min') HIS signs 7
(Aayaati-hi) is that (An); HE sends (Yur'sila) the winds 
(Er'Riyaaha) as bringers of good news (Mubasshiraatin) so that (Wali) you may taste (Yuziiqa-kum) from
(Min) HIS mercy (Rah'mati-hi) and that (Wali) ships (El'Ful'ku) may sail (Taj'riya) by (Bi) HIS command 
(Am'ri-hi) so that (Wali) you may seek (Tab'tagu') for (Min) HIS favour (Fad'li-hi), and perhaps you 
(Laållakum') will be thankful (Tash'kuruun). 
[30:47] And (Wa) We have certainly (Laqad') sent (Ar'sal'naa) messengers (Rusulan) before you (s) (Min
Qab'li-ka) to (ilaa) their people (Qaw'mi-him'), and (Fa) they brought them (Jaauu-hum Bi) proofs 
(El'Bayyinaati); then (Fa) We took vengeance on (Entaqam'naa Mina) those who (Ellaziina) did wrong 
(Aj'ramu'). It is (Kaana) incumbent on Us (Haqqan Ålai'naa) to help (Nas'ru) the believers (El'Mu'miniin). 
[30:48] GOD (Ellahu) is the One who (Ellazii) sends (Yur'silu) the winds (Er'Riyaaha) to (Fa) agitate 
(Tuthiiru) the clouds (Sahaaban) and (Fa) spread them (Yab'sutu) in (Fii) the sky (Es'Samaai) however (Kai'fa)
HE wills (Yashaau), and (Wa) HE makes them (Yaj'ålu-hu) gloomy (Kisafan), then (Fa) you see (Taraa) the 
drizzle (El'Wad'qa) coming out (Yakh'ruju) of them (Min' Khilaali-hi). And (Fa) when (Izaa) HE causes it to 
come upon (Asoaba Bi-hi) whomever (Man) HE wills (Yashaau) among (Min') HIS servants (Ebaadi-hi), then 
(Izaa) they (Hum') rejoice (Yas'tab'shiruun),
[30:49] although (Wa In) before (Min Qab'li An) it (the drizzle) was sent down (Yunazzala) upon them 
(Ålai'him), they had been (Kaanu' La) in despair (Mub'lisiin) before it (Min Qab'li-hi). 
[30:50] So (Fa) scrutinize (Enzur' ilaa) the effects (Aathaari) of the mercy of GOD (Rah'mati-llahi); how 
(Kai'fa) HE revives (Yuh'yi) the earth (El'Ar'do) after (Ba'da) its lifelessness (Maw'ti-haa). Indeed (Inna), that 
(Zaalika) is (La) the reviver (Muh'yi) of the dead (El'Maw'taa). And (Wa) HE (Huwa) is capable of (Qadiir
Ålaa) all (Kulli) things (Shai'in).
[30:51] Indeed, if (La In') We should send (Ar'sal'naa) a wind (Riihan) and (Fa) they see it (Ra'aw'hu) become
yellow (Mus'farraa), they would (La) continue (Zollu') to disbelieve (Yak'furuun) after such (Min Ba'di-hi). 
[30:52] So (Fa) indeed, you (s) (Innaka) cannot (Laa) make the dead (El'Maw'taa) hear (-Tus'miu), nor (Walaa)
can you make the deaf (Es'Summa) hear (-Tus'miu) the call (invitation)
(Ed'Duåå'a) when (Izaa) they turn away 
(Wallaw') retreating (Mud'biriin). 
[30:53] And (Wa) you (s)
(Anta) cannot (Maa Bi) guide (Haadi) the blind (El'Um'yi) from (Ån) their error 
(Dolaalati-him'). Only (In illa) those who (Man) believe (Yu'minu) in (Bi) Our verses (Aayaati-naa) will listen 
(Tus'miu), for (Fa) they (Hum) are submitters (Mus'limuun). 
.
🟣Analytical Quran Studies syedraf
🟢Analytical video muktabulhussain

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)