🌇Part-628-629(78:01-06(07-19)Al-Naba'(The Event)

✔️Part-628-629(78:01-06(07-19)Al-Naba'
(The Event)
✔️Video- 

.__________________________________________
✔️"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"ৰ খণ্ডৰ আৰম্ভণিত বিশেষ টোকা আৰু লিংক:
.__________________________________________
✔️ Template (At part.628): 25:33(Quran Tafsir Itself.Quran Details Of Deen): https://iiqassyedraf.blogspot.com/2023/06/2533quran-tafsir-itself-no-need-of.html
.__________________________________________
Pre-Page:
This is the 78th Surah of the Qur’an. It has 40 verses. An-Naba means The News. The News given here is that of a Divine Revolution in this world and on the Resurrection Day. The timing of each has been well-appointed but known to God alone.
.__________________________________________
মিনি সূচিঃPart-628-629(78:01-06(07-19)
Al-Naba
(Refutation against the Idolators' Denial of the Occurrence of the Day of Judgement)
৭৮:৬-৭(পৃথিৱীখনক শয্যা আৰু পৰ্বতসমূহক পেৰেক বনোৱাৰ কি অৰ্থ?-টোকা)
৭৮:৯-১১(দিন,ৰাতি,নিদ্ৰা- ৯ত টোকা আছে)
৭৮:১৭-১৯(নিশ্চয় নিৰ্ধাৰিত আছে বিচাৰৰ দিন।)
.__________________________________________
🌇৭৮:১
 عَمَّ يَتَسَاءَلُونَ
সিহঁতে কি বিষয়ে পৰস্পৰে সোধ-পোচ কৰি আছে?
.__________________________________________
🌇৭৮:২
عَنِ النَّبَإِ الْعَظِيمِ
মহাসংবাদটোৰ বিষয়ে,
.
✍️Note:
The revelation of the Quran created a big controversy when it was first revealed to Muhammed. The discovery of its secret too might be considered another controversial big event. See 38:67-edip.
(কুরআনের নাজিল একটি বড় বিতর্কের সৃষ্টি করেছিল যখন এটি প্রথম মুহাম্মদের কাছে নাযিল হয়েছিল।  এর রহস্য আবিষ্কারকেও আরেকটি বিতর্কিত বড় ঘটনা হিসেবে বিবেচনা করা যেতে পারে।  দেখুন 38:67)
(৩৮:৬৭
قُلْ هُوَ نَبَأٌ عَظِيمٌ
কোৱা, ‘এইটো এটা মহাসংবাদ,)
.__________________________________________
🌇৭৮:৩
الَّذِي هُمْ فِيهِ مُخْتَلِفُونَ
যি বিষয়ে সিহঁতে মতানৈক্য কৰিছে।
.
✍️Note:as:
The question which preoccupies man above all others - the question as to whether there is life after death - has been variously answered throughout the ages. It is, of course, impossible to describe the innumerable variations of those answers; nevertheless, a few main lines of thought are clearly discernible, and their mention may be useful for a better understanding of the Qur'anic treatment of this problem. Some people - probably a minority - seem to be convinced that bodily death amounts to total and irreversible extinction, and that, therefore, all talk about a hereafter but an outcome of wishful thinking. Others are of the opinion that after individual death the human "life-essence" returns to the supposed source of its origin - conceived as the "universal soul" - and merges with it entirely. Some believe in a successive transmigration of the individual soul, at the moment of death, into another body, human or animal, but without a continuation of individual consciousness. Others, again, think that only the soul, and not the entire human "personality", continues to live after death - that is, in a purely spiritual, disembodied form. And, lastly, some believe in an undiminished survival of the individual personality and consciousness, and regard death and resurrection as the twin stages of a positive act of re-creation of the entire human personality, in whatever form this may necessarily involve: and this is the Qur'anic view of the life to come.
(Google translate as it found, no guarantee:
যে প্রশ্নটি মানুষকে অন্য সব কিছুর ঊর্ধ্বে আবিষ্ট করে - মৃত্যুর পরে জীবন আছে কিনা - এই প্রশ্নটি যুগে যুগে বিভিন্নভাবে উত্তর দেওয়া হয়েছে।  অবশ্যই, সেই উত্তরগুলির অসংখ্য বৈচিত্র বর্ণনা করা অসম্ভব;  তা সত্ত্বেও, চিন্তার কয়েকটি প্রধান লাইন স্পষ্টভাবে বোঝা যায়, এবং তাদের উল্লেখ এই সমস্যার কোরানের চিকিত্সার আরও ভাল বোঝার জন্য দরকারী হতে পারে।  কিছু লোক - সম্ভবত একটি সংখ্যালঘু - মনে হয় নিশ্চিত যে শারীরিক মৃত্যু মোট এবং অপরিবর্তনীয় বিলুপ্তির পরিমাণ, এবং তাই, সকলেই পরকালের কথা বলে তবে ইচ্ছাকৃত চিন্তার ফলাফল।  অন্যরা মনে করেন যে ব্যক্তি মৃত্যুর পরে মানুষের "জীবন-সার" তার উত্সের অনুমিত উত্সে ফিরে আসে - "সর্বজনীন আত্মা" হিসাবে কল্পনা করা হয় - এবং সম্পূর্ণরূপে এর সাথে মিশে যায়।  কেউ কেউ স্বতন্ত্র আত্মার ক্রমাগত স্থানান্তরে বিশ্বাস করেন, মৃত্যুর মুহুর্তে, অন্য দেহে, মানুষ বা প্রাণীতে, কিন্তু স্বতন্ত্র চেতনার ধারাবাহিকতা ছাড়াই।  অন্যরা আবার মনে করে যে শুধুমাত্র আত্মা, এবং সমগ্র মানব "ব্যক্তিত্ব" নয়, মৃত্যুর পরেও বেঁচে থাকে - অর্থাৎ, সম্পূর্ণরূপে আধ্যাত্মিক, বিচ্ছিন্ন আকারে।  এবং, সবশেষে, কেউ কেউ স্বতন্ত্র ব্যক্তিত্ব এবং চেতনার সীমাহীন টিকে থাকাতে বিশ্বাস করেন এবং মৃত্যু এবং পুনরুত্থানকে সমগ্র মানব ব্যক্তিত্বের পুনঃসৃষ্টির একটি ইতিবাচক কাজের যমজ পর্যায় হিসাবে বিবেচনা করেন, যে আকারেই এটি অপরিহার্যভাবে জড়িত হতে পারে: এবং এটি  ভবিষ্যত জীবন সম্পর্কে কুরআনের দৃষ্টিভঙ্গি।)
.__________________________________________
🌇৭৮:৪
كَلَّا سَيَعْلَمُونَ
কেতিয়াও নহয়, সিহঁতে অতিশীঘ্ৰেই জানিবলৈ পাব।
.__________________________________________
🌇৭৮:৫
ثُمَّ كَلَّا سَيَعْلَمُونَ
তাৰপিছত, কেতিয়াও নহয়, সিহঁতে অতিশীঘ্ৰেই জানিবলৈ পাব।
.
✍️ref:as:(For this rendering of the particle thumma-ثُمَّ)
৬:৩৮
وَمَا مِنْ دَابَّةٍ فِي الْأَرْضِ وَلَا طَائِرٍ يَطِيرُ بِجَنَاحَيْهِ إِلَّا أُمَمٌ أَمْثَالُكُمْ ۚ مَا فَرَّطْنَا فِي الْكِتَابِ مِنْ شَيْءٍ ۚ ثُمَّ إِلَىٰ رَبِّهِمْ يُحْشَرُونَ
আৰু পৃথিৱীত বিচৰণশীল প্ৰতিটো প্ৰাণী আৰু দুই ডেউকাৰে উৰা প্ৰতিটো চৰাই, তোমালোকৰ দৰেই একো একোটা উম্মত। এই কিতাবত (লাওহে মাহফুজত) আমি একো এৰি দিয়া নাই; তাৰ পিছত সিহঁতক সিহঁতৰ প্ৰতিপালকৰ পিনে একত্ৰিত কৰা হ’ব।
.__________________________________________
🌇৭৮:৬
أَلَمْ نَجْعَلِ الْأَرْضَ مِهَادًا
আমি পৃথিৱীখনক শয্যা বনোৱা নাইনে?
.
✍️Verse:as:
78:6 HAVE WE NOT made the earth a resting-place [for you],
.__________________________________________
🌇৭৮:৭
وَالْجِبَالَ أَوْتَادًا
আৰু পৰ্বতসমূহক পেৰেক?
(78:7 The mountains as pegs?)
.
✍️Note:(78:6-7) Click the link:
.__________________________________________
🌇৭৮:৮
وَخَلَقْنَاكُمْ أَزْوَاجًا
আৰু আমি তোমালোকক সৃষ্টি কৰিছো যোৰা-যোৰা।
.
✍️Ap-ref:
৩০:২১
وَمِنْ آيَاتِهِ أَنْ خَلَقَ لَكُمْ مِنْ أَنْفُسِكُمْ أَزْوَاجًا لِتَسْكُنُوا إِلَيْهَا وَجَعَلَ بَيْنَكُمْ مَوَدَّةً وَرَحْمَةً ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِقَوْمٍ يَتَفَكَّرُونَ
আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে যে, তেৱেঁই তোমালোকৰ বাবে তোমালোকৰ মাজৰ পৰা তোমালোকৰ যোৰা সৃষ্টি কৰিছে, যাতে তোমালোকে সিহঁতৰ পৰা প্ৰশান্তি লাভ কৰা আৰু তেৱেঁই তোমালোকৰ মাজত পাৰস্পৰিক প্ৰেম আৰু স্নেহ সৃষ্টি কৰিছে। নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন সেই সম্প্ৰদায়ৰ বাবে যিসকলে গৱেষণা কৰে।
.__________________________________________
🌇৭৮:৯
وَجَعَلْنَا نَوْمَكُمْ سُبَاتًا
আৰু তোমালোকৰ টোপনিক কৰিছো বিশ্ৰাম।
.
✍️Ap-ref: A similar Ayah has been mentioned previously in Surah Al-Furqan.
وَجَعَلْنَا اللَّيْلَ لِبَاسًا
২৫:৪৭
وَهُوَ الَّذِي جَعَلَ لَكُمُ اللَّيْلَ لِبَاسًا وَالنَّوْمَ سُبَاتًا وَجَعَلَ النَّهَارَ نُشُورًا
আৰু তেৱেঁই তোমালোকৰ বাবে ৰাতিক কৰিছে আৱৰণস্বৰূপ, আৰু নিদ্ৰা প্ৰদান কৰিছে বিশ্ৰামৰ বাবে লগতে সজাগ হৈ উঠিবলৈ সৃষ্টি কৰিছে দিন।
(Pl search the verse/notes of 25:47 link:
.__________________________________________
🌇৭৮:১০
وَجَعَلْنَا اللَّيْلَ لِبَاسًا
আৰু ৰাতিক কৰি দিছো আৱৰণ।
.
✍️Ap-ref:
৯১:৪
وَاللَّيْلِ إِذَا يَغْشَاهَا
ৰাতিৰ শপত যেতিয়া ই সূৰ্যক আচ্ছাদিত কৰে,
.__________________________________________
🌇৭৮:১১
وَجَعَلْنَا النَّهَارَ مَعَاشًا
আৰু দিনক কৰি দিছো জীৱিকা উপাৰ্জনৰ সময়।
.
✍️Verse/Note:
78:11 And made the day for seeking livelihood?
Note:
Ma’aash = Economy = Subsistence = All activities of life = The state of living(sa).
.
✍️Note:as:ref:
৬:৬০
وَهُوَ الَّذِي يَتَوَفَّاكُمْ بِاللَّيْلِ وَيَعْلَمُ مَا جَرَحْتُمْ بِالنَّهَارِ ثُمَّ يَبْعَثُكُمْ فِيهِ لِيُقْضَىٰ أَجَلٌ مُسَمًّى ۖ ثُمَّ إِلَيْهِ مَرْجِعُكُمْ ثُمَّ يُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُونَ
তেৱেঁই ৰাতিত তোমালোকৰ মৃত্যু ঘটায় আৰু দিনত তোমালোকে যি উপাৰ্জন কৰা সেয়া তেওঁ জানে। তাৰ পিছত নিৰ্ধাৰিত সময় পূৰ্ণ কৰাৰ কাৰণে দিনত তেওঁ তোমালোকক আকৌ জীৱিত কৰে। তাৰ পিছত তেওঁৰ পিনেই তোমালোকৰ প্ৰত্যাৱৰ্তন। তাৰ পিছত তোমালোকে যি কৰিছিলা সেই বিষয়ে তেওঁ তোমালোকক অৱহিত কৰিব।
.__________________________________________
🌇৭৮:১২
وَبَنَيْنَا فَوْقَكُمْ سَبْعًا شِدَادًا
আৰু আমি তোমালোকৰ ওপৰত নিৰ্মাণ কৰিছো সুদৃঢ় সাতখন আকাশ।
.
✍️Verse/Note:
78:12 And We have built above you seven firmaments,

Note:
Lit., "seven firm ones", indicating the multiplicity of cosmic systems (see surah 2:29).(as).
(২:২৯
هُوَ الَّذِي خَلَقَ لَكُمْ مَا فِي الْأَرْضِ جَمِيعًا ثُمَّ اسْتَوَىٰ إِلَى السَّمَاءِ فَسَوَّاهُنَّ سَبْعَ سَمَاوَاتٍ ۚ وَهُوَ بِكُلِّ شَيْءٍ عَلِيمٌ
তেৱেঁই পৃথিৱীৰ সকলো বস্তু তোমালোকৰ বাবেই সৃষ্টি কৰিছে । তাৰ পিছত তেওঁ আকাশৰ পিনে মনোনিবেশ কৰি তাক সাতখন আকাশত বিন্যস্ত কৰিছে;  আৰু তেওঁ সকলো বস্তু সম্পৰ্কে সবিশেষ অৱগত।
.__________________________________________
🌇৭৮:১৩
وَجَعَلْنَا سِرَاجًا وَهَّاجًا
আৰু আমি সৃষ্টি কৰিছো এটি উজ্জল প্ৰদীপ।
(78:13 and have placed [therein the sun,] a lamp full of blazing splendour-as)
.__________________________________________
🌇৭৮:১৪
وَأَنْزَلْنَا مِنَ الْمُعْصِرَاتِ مَاءً ثَجَّاجًا
আৰু আমি বৰ্ষণ কৰিছো মেঘমালাৰ পৰা প্ৰচুৰ পানী।
.
✍️Ap-ref:
৩০:৪৮
اللَّهُ الَّذِي يُرْسِلُ الرِّيَاحَ فَتُثِيرُ سَحَابًا فَيَبْسُطُهُ فِي السَّمَاءِ كَيْفَ يَشَاءُ وَيَجْعَلُهُ كِسَفًا فَتَرَى الْوَدْقَ يَخْرُجُ مِنْ خِلَالِهِ ۖ فَإِذَا أَصَابَ بِهِ مَنْ يَشَاءُ مِنْ عِبَادِهِ إِذَا هُمْ يَسْتَبْشِرُونَ
আল্লাহেই সেই সত্তা যিজনে বতাহ প্ৰেৰণ কৰে, ফলত ই মেঘমালাক সঞ্চালিত কৰে, তাৰ পিছত তেওঁ ইয়াক যেনে ইচ্ছা আকাশত প্ৰসাৰিত কৰি দিয়ে, আৰু ইয়াক খণ্ড-বিখণ্ড কৰি দিয়ে, ফলত তুমি দেখিবলৈ পোৱা তাৰ মাজৰ পৰা ওলাই আহে বৰষুণৰ টোপাল, তাৰ পিছত যেতিয়া তেওঁ ইয়াক তেওঁৰ বান্দাসকলৰ মাজত যিসকলৰ ওচৰত ইচ্ছা পৌঁচাই দিয়ে তেতিয়া সিহঁত আনন্দিত হয়,
.__________________________________________
🌇৭৮:১৫
لِنُخْرِجَ بِهِ حَبًّا وَنَبَاتًا
যাতে তাৰ দ্বাৰা আমি উৎপন্ন কৰিব পাৰো শস্য আৰু উদ্ভিদ।
.__________________________________________
🌇৭৮:১৬
وَجَنَّاتٍ أَلْفَافًا
আৰু ঘন সন্নিবিষ্ট উদ্যান।
.
✍️Verse/Note:
78:16 and gardens dense with follage.

Note:as:
Implying that the overwhelming evidence of purpose and plan in all observable nature points to the existence of a conscious Creator who has "not created [anything of] this without meaning and purpose" (3:191), and who - as is stressed in the sequence - will one day pronounce His judgment on every human being's willingness or unwillingness to live up to the standards of morality made clear to him through inborn instinct as well as through divine revelation.
(Google translate as it found, no guarantee:
ইয়াৰ অৰ্থ হ'ল যে সকলো পৰ্যবেক্ষণযোগ্য প্ৰকৃতিত উদ্দেশ্য আৰু পৰিকল্পনাৰ আপ্লুত প্ৰমাণে এজন সচেতন সৃষ্টিকৰ্তাৰ অস্তিত্বলৈ আঙুলিয়াই দিয়ে যিয়ে "অৰ্থ আৰু উদ্দেশ্য নোহোৱাকৈ ইয়াৰ [কোনো] সৃষ্টি কৰা নাই" (৩:১৯১), আৰু যি - যিদৰে জোৰ দিয়া হৈছে  ক্ৰম - এদিন প্ৰতিজন মানুহৰ জন্মগত প্ৰবৃত্তিৰ লগতে ঐশ্বৰিক প্ৰকাশৰ জৰিয়তে স্পষ্ট কৰা নৈতিকতাৰ মানদণ্ড অনুসৰি জীয়াই থাকিবলৈ ইচ্ছা বা অনিচ্ছাৰ ওপৰত তেওঁৰ বিচাৰ উচ্চাৰণ কৰিব।)
(৩:১৯১
الَّذِينَ يَذْكُرُونَ اللَّهَ قِيَامًا وَقُعُودًا وَعَلَىٰ جُنُوبِهِمْ وَيَتَفَكَّرُونَ فِي خَلْقِ السَّمَاوَاتِ وَالْأَرْضِ رَبَّنَا مَا خَلَقْتَ هَٰذَا بَاطِلًا سُبْحَانَكَ فَقِنَا عَذَابَ النَّارِ
যিসকলে থিয় হৈ, বহি আৰু শুই আল্লাহক স্মৰণ কৰে আৰু আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি সম্পৰ্কে চিন্তা কৰে, আৰু কয়, ‘হে আমাৰ ৰব! তুমি এইবোৰ অনৰ্থক সৃষ্টি কৰা নাই, তুমি অত্যন্ত পৱিত্ৰ, এতেকে তুমি আমাক জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।)
.
✍️Ap-ref:
১৩:৪
وَفِي الْأَرْضِ قِطَعٌ مُتَجَاوِرَاتٌ وَجَنَّاتٌ مِنْ أَعْنَابٍ وَزَرْعٌ وَنَخِيلٌ صِنْوَانٌ وَغَيْرُ صِنْوَانٍ يُسْقَىٰ بِمَاءٍ وَاحِدٍ وَنُفَضِّلُ بَعْضَهَا عَلَىٰ بَعْضٍ فِي الْأُكُلِ ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِقَوْمٍ يَعْقِلُونَ
আৰু পৃথিৱীত আছে পৰস্পৰ সংলগ্ন ভূখণ্ড, আঙ্গুৰৰ বাগিচা, খেতিপথাৰ, একেই মূলৰ পৰা উদ্গত বা ভিন ভিন মূলৰ পৰা উদ্গত খেজুৰ গছ যিবোৰক একে পানীয়েই জীপাল কৰে, কিন্তু সোৱাদৰ ক্ষেত্ৰত সেইবোৰৰ কিছুমানক আমি আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব দিওঁ। নিশ্চয় বোধশক্তিসম্পন্ন সম্প্ৰদায়ৰ বাবে ইয়াত আছে নিদৰ্শন।
.__________________________________________
🌇৭৮:১৭(Explaining the Day of Decision and what occurs during it)
إِنَّ يَوْمَ الْفَصْلِ كَانَ مِيقَاتًا
নিশ্চয় নিৰ্ধাৰিত আছে বিচাৰৰ* দিন।
.
✍️BB-ref:(44:40)*
(৪৪:৪০
إِنَّ يَوْمَ الْفَصْلِ مِيقَاتُهُمْ أَجْمَعِينَ
নিশ্চয় মীমাংসাৰ দিনটো সিহঁত সকলোৰে বাবে নিৰ্ধাৰিত সময়।)
.
✍️Verse/Note:as:
78:17 VERILY, the Day of Distinction [between the true and the false]* has indeed its appointed time:

Note*
See 78:11. This passage connects with verses 4-5.
.__________________________________________
🌇৭৮:১৮
يَوْمَ يُنْفَخُ فِي الصُّورِ فَتَأْتُونَ أَفْوَاجًا
সেইদিনা শিঙাত ফুঁ দিয়া হ’ব তেতিয়া তোমালোকে দলে দলে আহিবা।
.
✍️Ap-ref:
১৭:৭১
يَوْمَ نَدْعُو كُلَّ أُنَاسٍ بِإِمَامِهِمْ ۖ فَمَنْ أُوتِيَ كِتَابَهُ بِيَمِينِهِ فَأُولَٰئِكَ يَقْرَءُونَ كِتَابَهُمْ وَلَا يُظْلَمُونَ فَتِيلًا
স্মৰণ কৰা, সেই দিনটোক, যিদিনা আমি প্ৰত্যেক সম্প্ৰদায়ক সিহঁতৰ ইমামসহ আহ্বান কৰিম। তাৰ পিছত যিসকলক সিহঁতৰ সোঁহাতত আমলনামা দিয়া হ’ব, সিহঁতে নিজৰ আমলনামা পঢ়িব আৰু সিহঁতৰ ওপৰত অকণো অন্যায় কৰা নহ’ব।
.__________________________________________
🌇৭৮:১৯
وَفُتِحَتِ السَّمَاءُ فَكَانَتْ أَبْوَابًا
আৰু আকাশখন খুলি দিয়া হ’ব, ফলত ই হ’ব বহু দুৱাৰবিশিষ্ট।
.
✍️Verse/Note:
78:19 and when the skies are opened and become [as wide-flung] gates;

Note:
Allegorically, "its mysteries will be opened to man's understanding" - thus further amplifying the concept of "the Day of Distinction between the true and the false".
(Google translate as it found, no guarantee:
ৰূপকভাৱে ক'বলৈ গ'লে "ইয়াৰ ৰহস্যসমূহ মানুহৰ বুজাবুজিৰ বাবে মুকলি কৰা হ'ব" - যাৰ ফলত "সত্য আৰু মিছাৰ মাজৰ পাৰ্থক্যৰ দিন"ৰ ধাৰণাটো আৰু অধিক বৃদ্ধি পাব।)
.__________________________________________
WORD BY WORD MEANING BB:
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[78:1] About what (Åmma) are they asking each other (Yatasaa’aluun)?
[78:2] Is it about (Åni) the great (El'Åziim) news (En'Nabai)*
[78:3] that (Ellazii) they (Hum) are disputing (Mukh'talifuun Fiihi)?!
[78:4] Nay (Kallaa)! They will find out (Sa Ya'lamuun).
[78:5] And so (Thumma), nay (Kallaa)! They will find out (Sa Ya'lamuun).
[78:6] Have We not (Alam') made (Naj'åli) the earth (El'Ar'do) a resting place (Mihaadaa)?!
[78:7] And (Wa) the mountains (El'Jibaala) as stakes (Aw'taadaa)?!
[78:8] And (Wa) We created you (p) (Khalaq'naa-kum) in pairs (Az'waajaa)?!
[78:9] And (Wa) We made (Jaål'naa) your sleep (Naw'ma-kum) a slumber (Subaataa)?!
[78:10] And (Wa) We made (Jaål'naa) the night (Ellai'la) a covering (Libaasaa)?!
[78:11] And (Wa) We made (Jaål'naa) the daytime (En'Nahaara)
for livelihood (Maååshaa)?!
[78:12] And (Wa) We constructed (Banai'naa) above you (Faw'qakum’) seven (Sab'åån)
with intensity (heavens)
(Shidaadaa)?!
[78:13] And (Wa) We made (Jaål'naa) a glowing (Wahhaajaa) lamp (Siraajan)?!
[78:14] And (Wa) We sent down (Anzal'naa) water (Maa”an) from (Mina) the compressed clouds
(El'Mu'siraati), pouring (Thajjaajaa)
[78:15] that (Li) We may produce (Nukh'rija) grain (Habbaan) and (Wa) vegetation (Nabaataa) thereby
(Bihi)
[78:16] as well as (Wa) undergrowth (Al'faafaa) gardens (Jannaatin)?!
[78:17] Indeed (Inna), the Day of Decisiveness (44:40) (Yaw'mal' Fas'li) is (Kaana) an appointed time (Miiqaatan).
[78:18] The day (Yaw'ma) the horn (Es'Suuri) is blown (Yunfakhu Fii) and (Fa) you will come forth 
(Ta'tuuna) in droves (Af'waajaa),
[78:19] and (Wa) the sky (Es'Samaau) will be opened (Futihati) and (Fa) will become (Kaanat') gates (Ab'waabaa),
__________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 01.07.2023-Naz-villa✔️
🔴Work Progress ~ 95.39%
🟡Approx. Pages~ 4,065 nos.
⚫Parts ~ 628-629 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG 
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer #onlyway
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)