🥸Part-624(76:21-31)Al-Insaan

✔️Part-624(76:21-31)Al-Insaan
.__________________________________________
✔️"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"ৰ খণ্ডৰ আৰম্ভণিত বিশেষ টোকা আৰু লিংক:
.___________________________________________
✔️Part-621-✔️template sub 4:150-151
"Obey Allah and obey the Messenger"- 1️⃣One Identity regarding Message 2️⃣not entity):
.__________________________________________
.__________________________________________
মিনি সূচিঃPart-624(76:21-31)Al-Insaan
৭৬:২৩(This verse addresses any sincere student of the Qur’an.See sp.notes)
৭৬:২৯-৩০(উপদেশ গ্ৰহণৰ বাবে আল্লাহে পথ দেখুৱাই দিছে। গ্ৰহণ কৰে বা নকৰে নিজৰ কথা। আন্তৰিক ইচ্ছা থাকিলেহে এই পথ পাব। এনেই ভাটৌৰ দৰে দিন ৰাতি "আমি কেৱল তোমাৰেই ইবাদত কৰোঁ, আৰু তোমাৰ ওচৰতেই সাহায্য প্ৰাৰ্থনা কৰোঁ-১:৫" আওৰাই থাকিলে একো কামত নাহে-টোকা আছে)
.__________________________________________
(The following 76:21-22 continue from pre.part 623-see: https://t.ly/PIDO7 )
🥸৭৬:২১
عَالِيَهُمْ ثِيَابُ سُنْدُسٍ خُضْرٌ وَإِسْتَبْرَقٌ ۖ وَحُلُّوا أَسَاوِرَ مِنْ فِضَّةٍ وَسَقَاهُمْ رَبُّهُمْ شَرَابًا طَهُورًا
সিহঁতৰ আৱৰণ হ’ব সূক্ষ্ম সেউজীয়া ৰেচম আৰু মোটা ৰেচমী পোছাক আৰু সিহঁত অলংকৃত হ’ব ৰূপেৰে নিৰ্মিত গামখাৰুৰে, আৰু সিহঁতৰ প্ৰতিপালকে সিহঁতক পৱিত্ৰ পানীয় পান কৰাব।
.__________________________________________
🥸৭৬:২২
إِنَّ هَٰذَا كَانَ لَكُمْ جَزَاءً وَكَانَ سَعْيُكُمْ مَشْكُورًا
নিশ্চয় এইটোৱে তোমালোকৰ পুৰষ্কাৰ; আৰু তোমালোকৰ কৰ্মপ্ৰচেষ্টা আছিল প্ৰসংশাযোগ্য।
.__________________________________________
🥸৭৬:২৩
إِنَّا نَحْنُ نَزَّلْنَا عَلَيْكَ الْقُرْآنَ تَنْزِيلًا
নিশ্চয় আমি তোমাৰ প্ৰতি পৰ্যায়ক্ৰমে আল-কোৰআন অৱতীৰ্ণ কৰিছো।
.
NOTE-1️⃣✍️BB-ref:(17:106)
১৭:১০৬
وَقُرْآنًا فَرَقْنَاهُ لِتَقْرَأَهُ عَلَى النَّاسِ عَلَىٰ مُكْثٍ وَنَزَّلْنَاهُ تَنْزِيلًا
আৰু আমি কোৰআনক অলপ অলপকৈ অৱতীৰ্ণ কৰিছো; যাতে তুমি সেয়া মানুহৰ ওচৰত ক্ৰমে ক্ৰমে পাঠ কৰিব পাৰা আৰু আমি ইয়াক পৰ্যায়ক্ৰমে অৱতীৰ্ণ কৰিছো।
⬇️ref:20:114
২০:১১৪
فَتَعَالَى اللَّهُ الْمَلِكُ الْحَقُّ ۗ وَلَا تَعْجَلْ بِالْقُرْآنِ مِنْ قَبْلِ أَنْ يُقْضَىٰ إِلَيْكَ وَحْيُهُ ۖ وَقُلْ رَبِّ زِدْنِي عِلْمًا
এতেকে প্ৰকৃত মালিক কেৱল আল্লাহ, অতি মহান, সৰ্বোচ্চ সত্তা। তোমাৰ প্ৰতি আল্লাহৰ অহী সম্পূৰ্ণ হোৱাৰ আগতেই তুমি কোৰআন পাঠ কৰিবলৈ খৰখেদা নকৰিবা আৰু কোৱা, ‘হে মোৰ ৰব! মোৰ জ্ঞান বৃদ্ধি কৰি দিয়া’🔺।
Note:as:
🔺 This exhortation was in the first instance addressed to the Prophet Muhammad, there is no doubt that it applies to every person, at all times, who reads the Qur'an. The idea underlying the above verse may be summed up thus: Since the Qur'an is the Word of God, all its component parts-phrases, sentences, verses and surah - form one integral. coordinated whole (cf. the last sentence of 25:32 ). Hence, if one is really intent on understanding the Qur'anic message, one must beware of a "hasty approach"-that is to say, of drawing hasty conclusions from isolated verses or sentences taken out of their context-but should, rather, allow the whole of the Qur'an to be revealed to one's mind before attempting to interpret single aspects of its message. (See also 75:16-17)
(Google translate as it found, no guarantee:
এই উপদেশ প্ৰথম অৱস্থাত হজৰত মহম্মদক উদ্দেশ্যি দিয়া হৈছিল, ইয়াত কোনো সন্দেহ নাই যে ই কোৰআন পঢ়া প্ৰতিজন ব্যক্তিৰ ক্ষেত্ৰত, সকলো সময়তে প্ৰযোজ্য।  ওপৰৰ আয়াতটোৰ অন্তৰ্নিহিত ধাৰণাটোক এইদৰে সামৰি ল’ব পাৰি: যিহেতু কোৰআন ঈশ্বৰৰ বাক্য, গতিকে ইয়াৰ সকলো উপাদান-বাক্যাংশ, বাক্য, আয়াত আৰু চুৰা - এটা অবিচ্ছেদ্য গঠন কৰে।  সমন্বিত সম্পূৰ্ণ (২৫:৩২* পদৰ শেষ বাক্যটো চাওক)।  সেয়েহে, যদি কোনোবাই সঁচাকৈয়ে কোৰআনৰ বাৰ্তা বুজিবলৈ মনস্থ কৰে, তেন্তে "খৰখেদাকৈ কৰা পন্থা"ৰ পৰা সাৱধান হ'ব লাগিব-অৰ্থাৎ বিচ্ছিন্ন আয়াত বা বাক্যৰ পৰা তেওঁলোকৰ প্ৰসংগৰ পৰা উলিয়াই লোৱা বাক্যৰ পৰা খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা-কিন্তু, বৰঞ্চ,  ইয়াৰ বাৰ্তাৰ একক দিশসমূহৰ ব্যাখ্যা কৰিবলৈ চেষ্টা কৰাৰ আগতে সমগ্ৰ কোৰআনক নিজৰ মনত প্ৰকাশ কৰিবলৈ দিয়া।  (৭৫:১৬ পদও চাওক)
(২৫:৩২*
وَقَالَ الَّذِينَ كَفَرُوا لَوْلَا نُزِّلَ عَلَيْهِ الْقُرْآنُ جُمْلَةً وَاحِدَةً ۚ كَذَٰلِكَ لِنُثَبِّتَ بِهِ فُؤَادَكَ ۖ وَرَتَّلْنَاهُ تَرْتِيلًا
আৰু কাফিৰসকলে কয়, ‘সম্পূৰ্ণ কোৰআনখন তেওঁৰ ওচৰত একেলগে অৱতীৰ্ণ কৰা নহ’ল কিয়’? এইদৰে অৱতীৰ্ণ কৰাৰ কাৰণ হৈছে যাতে তোমাৰ হৃদয়ক আমি ইয়াৰ দ্বাৰা মজবুত কৰিব পাৰো সেয়ে আমি ইয়াক ক্ৰমে ক্ৰমে স্পষ্টভাৱে আবৃত্তি কৰিছো।
.
৭৫:১৬
لَا تُحَرِّكْ بِهِ لِسَانَكَ لِتَعْجَلَ بِهِ
ততাতৈয়াকৈ অহী আয়ত্ত্ব কৰাৰ বাবে তুমি তোমাৰ জিভাক দ্ৰুত সঞ্চালন নকৰিবা।)
(Pl find the verse note of 17:106 in the link:
https://tinyurl.com/3f5k42v6)
.
NOTE-2️⃣✍️Verse/Note:
76:23 VERILY, [O believer,] it is We who have bestowed from on high this Qur'an upon thee, step by step21 - truly a bestowal from on high!(as).
(নিঃসন্দেহে, [হে বিশ্বাসী,] আমরাই আপনাকে উচ্চ থেকে এই কোরআন দান করেছি ধাপে ধাপে* - সত্যিই উচ্চ থেকে একটি দান!)
(Sp.Note: This verse addresses any sincere student of the Qur’an-sa)
.
Note:as:
*The gradualness of Qur'anic revelation is implied in the verbal form nazzalna. 
(*কোরানের নাযিলের ক্রমিকতা মৌখিক রূপ নাজ্জালনায় নিহিত।)
.__________________________________________
🥸৭৬:২৪
فَاصْبِرْ لِحُكْمِ رَبِّكَ وَلَا تُطِعْ مِنْهُمْ آثِمًا أَوْ كَفُورًا
এতেকে তুমি ধৈৰ্যৰ সৈতে তোমাৰ প্ৰতিপালকৰ নিৰ্দেশৰ প্ৰতীক্ষা কৰা আৰু সিহঁতৰ মাজৰ পৰা কোনো পাপিষ্ঠ বা ঘোৰ অকৃতজ্ঞ কাফিৰৰ আনুগত্য নকৰিবা।
.
✍️Verse/Note:as:
76:24 Await, then, in all patience thy Sustainer's judgment,* and pay no heed to any of them, who is a wilful sinner or an ingrate;

Note*
This connects with the preceding mention of the life to come, in which the righteous will meet with bliss, and the evildoers with suffering.
(ইয়াৰ সৈতে আগন্তুক জীৱনৰ পূৰ্বৰ উল্লেখৰ সম্পৰ্ক আছে, য’ত ধাৰ্মিকসকলে আনন্দৰ সৈতে সাক্ষাৎ কৰিব, আৰু দুষ্টকৰ্মীসকলে দুখ-কষ্টৰ সৈতে সাক্ষাৎ কৰিব।)
.__________________________________________
🥸৭৬:২৫
وَاذْكُرِ اسْمَ رَبِّكَ بُكْرَةً وَأَصِيلًا
আৰু পুৱা-গধূলি তোমাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰা।
.
✍️Verse/Note:as:
76:25 and bear in mind thy Sustainer's name* at morn and evening

Note*
I.e., His "attributes" as they manifest themselves in His creation - since the human mind can grasp only the fact of His existence and the manifestation of those "attributes", but never the "how" of His Reality.
(তেওঁৰ সৃষ্টিত প্ৰকাশ পোৱাৰ দৰে তেওঁৰ "বৈশিষ্ট্য" - যিহেতু মানুহৰ মনটোৱে তেওঁৰ অস্তিত্বৰ সত্য আৰু সেই "বৈশিষ্ট্যসমূহৰ প্ৰকাশ"কহে ধৰিব পাৰে, কিন্তু তেওঁৰ বাস্তৱতাৰ "কেনেকৈ" কেতিয়াও ধৰিব নোৱাৰে)
.
✍️Note:sa:
Zikr = Remembrance = Commemoration = Raise = Celebrate = Magnify = Give eminence = Taking to heart = Keeping in mind.
.__________________________________________
🥸৭৬:২৬
وَمِنَ اللَّيْلِ فَاسْجُدْ لَهُ وَسَبِّحْهُ لَيْلًا طَوِيلًا
আৰু ৰাতিৰ একাংশত তেওঁৰ প্ৰতি ছাজদাৱনত হোৱা আৰু ৰাতিৰ দীৰ্ঘ সময় তেওঁৰ পৱিত্ৰতা ঘোষণা আৰু তাছবীহ পাঠ কৰা।
.
✍️BB-ref:(50:39-40)
৫০:৩৯-৪০
فَاصْبِرْ عَلَىٰ مَا يَقُولُونَ وَسَبِّحْ بِحَمْدِ رَبِّكَ قَبْلَ طُلُوعِ الشَّمْسِ وَقَبْلَ الْغُرُوبِ
এতেকে সিহঁতে যি কয় সেই বিষয়ে তুমি ধৈৰ্য ধাৰণ কৰা আৰু তোমাৰ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা সুৰ্যোদয় হোৱাৰ আগত আৰু সূৰ্যাস্ত যোৱাৰ আগত,
৫০:৪০
وَمِنَ اللَّيْلِ فَسَبِّحْهُ وَأَدْبَارَ السُّجُودِ
লগতে তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা ৰাতিৰ একাংশত আৰু ছালাতৰ পিছত।
(Pl find the verse note of 50:39-40 in the link:
.
✍️Verse/Notes:as:
76:26 and during some of the night,* and prostrate thyself before Him, and extol His limitless glory throughout the long night.**

Note*
I.e., at all times of wakefulness.

Note**
I.e., "whenever unhappiness oppresses thee and all seems dark around thee".
(76:26 আৰু কিছু ৰাতি* আৰু তেওঁৰ আগত প্ৰশংসা কৰা আৰু গোটেই দীঘলীয়া ৰাতি তেওঁৰ সীমাহীন মহিমাৰ প্ৰশংসা কৰা।**

 টোকা*
 অৰ্থাৎ জাগ্ৰত হোৱাৰ সকলো সময়তে।

 টোকা**
 অৰ্থাৎ "যেতিয়াই অসুখে তোমাক অত্যাচাৰ কৰে আৰু তোমাৰ চাৰিওফালে সকলো আন্ধাৰ যেন লাগে"।)
.__________________________________________
🥸৭৬:২৭
إِنَّ هَٰؤُلَاءِ يُحِبُّونَ الْعَاجِلَةَ وَيَذَرُونَ وَرَاءَهُمْ يَوْمًا ثَقِيلًا
নিশ্চয় সিহঁতে পৃথিৱীৰ জীৱনক ভালপায় আৰু সিহঁতে সিহঁতৰ সন্মুখৰ কঠিন দিনটোক উপেক্ষা কৰে।
.__________________________________________
🥸৭৬:২৮
نَحْنُ خَلَقْنَاهُمْ وَشَدَدْنَا أَسْرَهُمْ ۖ وَإِذَا شِئْنَا بَدَّلْنَا أَمْثَالَهُمْ تَبْدِيلًا
আমিয়েই সিহঁতক সৃষ্টি কৰিছো আৰু সিহঁতৰ গঠন সুদৃঢ় কৰিছো। আৰু আমি যেতিয়া ইচ্ছা কৰিম তেতিয়াই সিহঁতৰ স্থানত সিহঁতৰ দৰে (কাৰোবাক) আনি পৰিবৰ্তন কৰি দিম।
.
✍️Note:sa:
Peoples that will use their human potentials better. 70:41.
(এনে মানুহ যিয়ে নিজৰ মানৱীয় সম্ভাৱনাক ভালদৰে ব্যৱহাৰ কৰিব।  ৭০:৪১)
(৭০:৪১
عَلَىٰ أَنْ نُبَدِّلَ خَيْرًا مِنْهُمْ وَمَا نَحْنُ بِمَسْبُوقِينَ
সিহঁততকৈ উৎকৃষ্টসকলক সিহঁতৰ স্থলৱৰ্তী কৰিবলৈ, আৰু এনে কৰাত আমি অক্ষম নহয়।)
.__________________________________________
🥸৭৬:২৯
إِنَّ هَٰذِهِ تَذْكِرَةٌ ۖ فَمَنْ شَاءَ اتَّخَذَ إِلَىٰ رَبِّهِ سَبِيلًا
নিশ্চয় এইটো এটা উপদেশ; এতেকে যিয়ে ইচ্ছা কৰে সি যেন তাৰ প্ৰতিপালকৰ ফালে যোৱাৰ পথ বাছি লয়।
.
✍️BB-ref:(73:19)
৭৩:১৯
إِنَّ هَٰذِهِ تَذْكِرَةٌ ۖ فَمَنْ شَاءَ اتَّخَذَ إِلَىٰ رَبِّهِ سَبِيلًا
নিশ্চয় এইটো এটা উপদেশ, এতেকে যিয়ে ইচ্ছা কৰে সি নিজ প্ৰতিপালকৰ পথ অৱলম্বন কৰক।
.__________________________________________
🥸৭৬:৩০
وَمَا تَشَاءُونَ إِلَّا أَنْ يَشَاءَ اللَّهُ ۚ إِنَّ اللَّهَ كَانَ عَلِيمًا حَكِيمًا
আৰু আল্লাহে ইচ্ছা নকৰিলে তোমালোকে ইচ্ছা কৰিবলৈ সক্ষম নহ’বা; নিশ্চয় আল্লাহ মহাজ্ঞানী, প্ৰজ্ঞাময়।
.
✍️Verse/Note:as:
76:30 But you cannot will it unless God wills [to show you that way]:* for, behold, God is indeed all-seeing, wise.

Note*
See 81:28. The perplexity of some of the commentators at the apparent "contradiction" between those two verses - as well as between verses 29-30 of the present surah - has been caused by their elliptic formulation. In the present instance, in particular, there is a clear connection between the above two verses and verse 3 of this surah: "We have shown him the way: [and it rests with him to prove himself] either grateful or ungrateful". (Cf. also 74:56.)
(Google translate as it found, no guarantee:
76:30 কিন্তু আপনি তা করতে পারবেন না যদি না ঈশ্বর না চান [তোমাকে সেই পথ দেখাতে]:* কারণ, দেখ, আল্লাহ প্রকৃতপক্ষে সর্বদ্রষ্টা, প্রজ্ঞাময়।

 বিঃদ্রঃ*
 81:28-দেখুন।  এই দুটি আয়াতের মধ্যে আপাত "বিরোধ" সম্পর্কে কিছু ভাষ্যকারের বিভ্রান্তি - সেইসাথে বর্তমান সূরার 76:29-30 আয়াতের মধ্যে - তাদের উপবৃত্তাকার ফর্মুলেশনের কারণে হয়েছে।  বর্তমান উদাহরণে, বিশেষ করে, উপরের দুটি আয়াত এবং এই সূরার 76:3 নং আয়াতের মধ্যে একটি সুস্পষ্ট সম্পর্ক রয়েছে: "আমরা তাকে পথ দেখিয়েছি: [এবং এটি তার উপর নির্ভর করে নিজেকে প্রমাণ করার জন্য] হয় কৃতজ্ঞ বা অকৃতজ্ঞ"।  (Cf. এছাড়াও 74:56.)
(৮১:২৮
لِمَنْ شَاءَ مِنْكُمْ أَنْ يَسْتَقِيمَ
তাৰ বাবে, তোমালোকৰ মাজৰ যিয়ে সৰল পথত চলিব বিচাৰে।(ref:1-5)
.
৭৬:৩
إِنَّا هَدَيْنَاهُ السَّبِيلَ إِمَّا شَاكِرًا وَإِمَّا كَفُورًا
নিশ্চয় আমি তাক পথ নিৰ্দেশ দিছো, হয় সি কৃতজ্ঞ হ’ব, নহয় সি অকৃতজ্ঞ হ’ব।)
.
৭৪:৫৬
وَمَا يَذْكُرُونَ إِلَّا أَنْ يَشَاءَ اللَّهُ ۚ هُوَ أَهْلُ التَّقْوَىٰ وَأَهْلُ الْمَغْفِرَةِ
আৰু আল্লাহৰ ইচ্ছা অবিহনে কোনোৱেই উপদেশ গ্ৰহণ কৰিব নোৱাৰে তেৱেঁই ভয়ৰ যোগ্য, কেৱল তেওঁৰেই তাক্বৱা অৱলম্বন কৰা, আৰু তেৱেঁই ক্ষমা কৰাৰ অধিকাৰী।)
.
✍️refs:
৪:৮৮
۞ فَمَا لَكُمْ فِي الْمُنَافِقِينَ فِئَتَيْنِ وَاللَّهُ أَرْكَسَهُمْ بِمَا كَسَبُوا ۚ أَتُرِيدُونَ أَنْ تَهْدُوا مَنْ أَضَلَّ اللَّهُ ۖ وَمَنْ يُضْلِلِ اللَّهُ فَلَنْ تَجِدَ لَهُ سَبِيلًا
এতেকে তোমালোকৰ কি হ’ল, তোমালোকে মুনাফিকসকলৰ বিষয়ে দুই দলত বিভক্ত হৈ গ’লা? অথচ সিহঁতে যি অৰ্জন কৰিছে তাৰবাবে আল্লাহে সিহঁতক পূৰ্বাৱস্থালৈ ওভোতাই দিছে। আল্লাহে যাক পথভ্ৰষ্ট কৰিছে তোমালোকে তাক সৎপথত পৰিচালিত কৰিব বিচৰা নেকি? আৰু আল্লাহে কাৰোবাক পথভ্ৰষ্ট কৰিলে তুমি তাৰবাবে কেতিয়াও কোনো পথ বিচাৰি নাপাবা।
.
৫৭:২২
مَا أَصَابَ مِنْ مُصِيبَةٍ فِي الْأَرْضِ وَلَا فِي أَنْفُسِكُمْ إِلَّا فِي كِتَابٍ مِنْ قَبْلِ أَنْ نَبْرَأَهَا ۚ إِنَّ ذَٰلِكَ عَلَى اللَّهِ يَسِيرٌ
পৃথিৱীত আৰু তোমালোকৰ ওপৰত আপতিত হোৱা এনে কোনো বিপদ-আপদ নাই যিটো আমি সেয়া সংঘটিত হোৱাৰ আগতে এখন কিতাবত লিপিবদ্ধ কৰি ৰখা নাই। নিশ্চয় আল্লাহৰ পক্ষে এয়া অতি সহজ।
.__________________________________________
🥸৭৬:৩১
يُدْخِلُ مَنْ يَشَاءُ فِي رَحْمَتِهِ ۚ وَالظَّالِمِينَ أَعَدَّ لَهُمْ عَذَابًا أَلِيمًا
তেওঁ যাক ইচ্ছা তাকেই নিজ ৰহমতৰ অন্তৰ্ভুক্ত কৰে, আৰু যালিমসকলৰ বাবে তেওঁ প্ৰস্তুত কৰি ৰাখিছে যন্ত্ৰণাদায়ক শাস্তি।
.
✍️Note:sa:
Zulm = Wrongdoing = Being unjust to others or to one’s own ‘self’ = Oppression = Relegation of truth = Displacing something from its rightful place = Violation of human rights = Transgression.
.__________________________________________
ছুৰা সমাপ্ত 
.__________________________________________
WORD BY WORD MEANING BB:
[76:21] On them (the inhabitants) (Ååliya-hum') will be green (Khud'run) garments (Thiyaabu) of silk fabric 
(Sundusin) and (Wa) brocade (Is'tab'raqun). And (Wa) they will be adorned with (Hulluu') bracelets 
(Asaawira) of (Min) silver (Fiddotin), and their LORD (Rabbu-hum') will give them (-hum) pure (Tohuuraa)
drink (Sharaaban) to drink (Saqaa-). 
[76:22] Indeed (Inna), this (Haaza) is (Kaana) a reward (Jazaa'an) for you (Lakum'), and (Wa) your effort 
(Sa'yu-kum) has been (Kaana) appreciated (Mash'kuuraa).
[76:23] Indeed (Innaa), We (Nah'nu) have revealed (Nazzal'naa) the Koran (El'Qur'aana) to you (s)
(Ålai'ka)
by revelation (Tanziilaa). (17:106)
[76:24] So (Fa) be patient (Es'bir') for (Li) the judgement (Huk'mi) of your LORD (s) (Rabbi-ka) and (Wa) do 
not (Laa) obey (Tuti') a sinner (Aathiman) or (Aw') a disbeliever (Kafuuraa) among them (Min'hum'). 
[76:25] And (Wa) commemorate (Ez'kuri) the name (Es'ma) of your LORD (s) (Rabbi-ka) early in the 
morning (Buk'ratan) and (Wa) before sunset (Asiilaa),
[76:26] and (Wa) of (Mina) the night (Ellai'li); thus (Fa) prostrate (Es'jud') to HIM (Lahu) and glorify HIM 
(Sabbih'hu) a long (Towiilaa) night (Lai'lan). 
(50:39-40)
[76:27] Indeed (Inna), these people (Haaulaai) love (Yuhibbuuna) the worldly existence (El'Ååjilata) while 
(Wa) leaving (Yazaruuna) a heavy (Thaqiilan) day (Yaw'man) beyond them (Waraa'ahum’).
[76:28] We (Nah'nu) created them (Khalaq'naa-hum') and (Wa) strengthened (Shadad'naa) their 
apprehension (As'ra-hum'), and (Wa) whenever (Izaa) We will (Shi'naa), We can replace (Baddal'naa) the 
likes of them (Am'thaala-hum') by substitution (Tab'diilaa). 
[76:29] Indeed (Inna), this (Haazihi) is a reminder (Taz'kiratun); so (Fa) whoever (Man) wills (Shaa'a) should 
take (Ettakhaza) a way (Sabiilaa) to (ilaa) his LORD (Rabbi-hi). 
(73:19)
[76:30] And (Wa) you do not (Maa) will (Tashaauuna) unless (illaa An) GOD wills (Yashaa'a-llahu). Indeed, 
GOD (Innallaha) is (Kaana) Omniscient (Åliiman) and Wise (Hakiimaa).
[76:31] HE admits (Yud'khilu) whomever (Man) HE wills (Yashaau) into (Fii) HIS mercy (Rah'mati-hi); as for 
(Wa) the transgressors (Ez'Zoalimiina), HE has prepared (Aådda) for them (Lahum') a painful (Aliima)
punishment (Åzaaban).
__________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 26.06.2023-Naz-villa✔️
🔴Work Progress ~ 
🟡Approx. Pages~ 4,044 nos.
⚫Parts ~ 624 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG 
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer #onlyway
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)