💘Part-620(75:20-40)Al-Qiyâmah(Resurrection)

✔️Part-620(75:20-40)Al-Qiyâmah(Resurrection)
.___________________________________________
✔️"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"ৰ খণ্ডৰ আৰম্ভণিত বিশেষ টোকা আৰু লিংক:
.___________________________________________
✔️ Template sub: উত্তৰাধিকাৰী সূত্ৰে পোৱা সম্পত্তিৰ বিতৰণ কৰাতো ফৰজ(Distribution Of Inherited Property): Pl Press the link: https://tinyurl.com/yxea8bzp
(Pl see the imp Video- https://t.ly/y0hq)
.___________________________________________
মিনি সূচিঃPart-620(75:20-40)Al-Qiyâmah
৭৫:২১-২৩(আখিৰাতত আল্লাহক দেখা পাব, যদিহে ইহছানৰ সৈতে আমল কৰে-২২ত টোকা চাব। কিন্তু বহু ভণ্ডই দাবি কৰাৰ দৰে এই পৃথিৱীতে আল্লাহক দেখা পায়, কিন্তু আখিৰাত চাব পাৰিব-২৩ ত টোকা চাব)
৭৫:৩১(salat is not ritual of prayer -see note)
৭৫:৩৬(মানুহে ভাৱে নেকি যে, তাক এনেয়ে এৰি দিয়া হ’ব?)
৭৫:৩৭-৩৮(ref:96:2=Alaq(عَلَقٍ) means Leech- see link)
.___________________________________________
💘৭৫:২০
كَلَّا بَلْ تُحِبُّونَ الْعَاجِلَةَ
কেতিয়াও নহয়, বৰং তোমালোকে পৃথিৱীৰ জীৱনক ভাল পোৱা;
.___________________________________________
💘৭৫:২১
وَتَذَرُونَ الْآخِرَةَ
আৰু তোমালোকে আখিৰাতক অৱহেলা কৰা।
.
✍️Verse/Note:
75:21 And give little thought to the long term.

Note:
Aakhirah = Hereafter = Life to come = Future = Long term = What follows = Subsequent = Enduring. Tomorrow is today’s Aakhirah(sa).
(আখিৰা = আখিৰাত = আহিবলগীয়া জীৱন = ভৱিষ্যত = দীৰ্ঘম্যাদী = ইয়াৰ পিছত কি = পৰৱৰ্তী = চিৰস্থায়ী।  কাইলৈ ​​আজিৰ আখিৰাহ)
.___________________________________________
💘৭৫:২২
وُجُوهٌ يَوْمَئِذٍ نَاضِرَةٌ
সেইদিনা কিছুমান মুখমণ্ডল উজ্জ্বল হ’ব,
.
Ap-ref:
১০:২৬
۞ لِلَّذِينَ أَحْسَنُوا الْحُسْنَىٰ وَزِيَادَةٌ ۖ وَلَا يَرْهَقُ وُجُوهَهُمْ قَتَرٌ وَلَا ذِلَّةٌ ۚ أُولَٰئِكَ أَصْحَابُ الْجَنَّةِ ۖ هُمْ فِيهَا خَالِدُونَ
যিসকলে ইহছানৰ সৈতে আমল কৰে (উত্তমৰূপে কাম কৰে) তেওঁলোকৰ বাবে আছে জান্নাত বৰং আৰু বেছি। মলিনতা আৰু হীনতাই তেওঁলোকৰ মুখমণ্ডলক আচ্ছন্ন নকৰিব। তেওঁলোকেই জান্নাতৰ অধিবাসী, তাত তেওঁলোক চিৰস্থায়ী হ’ব।
(Pl find the verse note of 10:26 in the link:
.___________________________________________
💘৭৫:২৩(আখিৰাতত আল্লাহক দেখা পাব)
إِلَىٰ رَبِّهَا نَاظِرَةٌ
সিহঁতে নিজ প্ৰতিপালকৰ প্ৰতি চাই থাকিব।
.
✍️Note:rf: No one can See God in this World, but can see aftelife: Press the link:
.___________________________________________
💘৭৫:২৪
وَوُجُوهٌ يَوْمَئِذٍ بَاسِرَةٌ
আৰু সেইদিনা কিছুমান মুখমণ্ডল বিবৰ্ণ হৈ পৰিব,
.___________________________________________
💘৭৫:২৫
تَظُنُّ أَنْ يُفْعَلَ بِهَا فَاقِرَةٌ
সিহঁতে ধাৰণা কৰিব যে, এটা ধ্বংসকাৰী বিপৰ্যয় সিহঁতৰ ওপৰত আপতিত হ’ব।
.___________________________________________
💘৭৫:২৬
كَلَّا إِذَا بَلَغَتِ التَّرَاقِيَ
নিশ্চয়, যেতিয়া প্ৰাণ কন্ঠাগত হ’ব,
.___________________________________________
💘৭৫:২৭
وَقِيلَ مَنْ ۜ رَاقٍ
আৰু কোৱা হ’ব, ‘কোনে তাক ৰক্ষা কৰিব’?
.
✍️Verse/Note:
75:27 and people ask, "Is there any wizard [that could save him]?"

Note:
Lit., "Who is a wizard [or "a charmer"]?" A similar construction is found in 28:71 and 72.(as).
(২৮:৭১
قُلْ أَرَأَيْتُمْ إِنْ جَعَلَ اللَّهُ عَلَيْكُمُ اللَّيْلَ سَرْمَدًا إِلَىٰ يَوْمِ الْقِيَامَةِ مَنْ إِلَٰهٌ غَيْرُ اللَّهِ يَأْتِيكُمْ بِضِيَاءٍ ۖ أَفَلَا تَسْمَعُونَ
কোৱা, ‘তোমালোকে ভাৱিছানে, ৰাতিক যদি আল্লাহে কিয়ামত দিৱসলৈকে স্থায়ী কৰি দিয়ে, তেন্তে আল্লাহৰ বাহিৰে কোন এনেকুৱা ইলাহ আছে, যিয়ে তোমালোকৰ বাবে পোহৰ আনি দিব? তথাপিও তোমালোকে কৰ্ণপাত নকৰিবানে’?
২৮:৭২
قُلْ أَرَأَيْتُمْ إِنْ جَعَلَ اللَّهُ عَلَيْكُمُ النَّهَارَ سَرْمَدًا إِلَىٰ يَوْمِ الْقِيَامَةِ مَنْ إِلَٰهٌ غَيْرُ اللَّهِ يَأْتِيكُمْ بِلَيْلٍ تَسْكُنُونَ فِيهِ ۖ أَفَلَا تُبْصِرُونَ
কোৱা, ‘তোমালোকে ভাবিছানে, আল্লাহে যদি দিনক কিয়ামত দিৱস লৈকে স্থায়ী কৰি দিয়ে, আল্লাহৰ বাহিৰে কোন এনেকুৱা ইলাহ আছে যিয়ে তোমালোকৰ বাবে ৰাতিৰ আবিৰ্ভাৱ ঘটাব? য’ত তোমালোকে বিশ্ৰাম লোৱা, তথাপিও তোমালোকে ভাৱি নাচাবানে’?)
.___________________________________________
💘৭৫:২৮
وَظَنَّ أَنَّهُ الْفِرَاقُ
তেতিয়া তাৰ প্ৰত্যেয় হ’ব যে, এইটোৱে বিদায়ক্ষণ।
.___________________________________________
💘৭৫:২৯
وَالْتَفَّتِ السَّاقُ بِالسَّاقِ
আৰু ভৰিৰ লগত ভৰি জোঁট খাই যাব।
.
✍️Verse/Note:
75:29 and is enwrapped in the pangs of death.

Note:
Lit., "when shank is wrapped around shank" - an idiomatic phrase denoting "the affliction of the present state of existence. . . combined with that of the final state". The noun saq (lit., "shank") is often used metaphorically in the sense of "difficulty", "hardship" or "vehemence" (shiddah); hence the well-known phrase, qamat al-harb ala saq, "the war broke out with vehemence"(as)
(Google translate as it found no guarantee:
"যেতিয়া শ্বেংক শ্বেংকৰ চাৰিওফালে মেৰিয়াই লোৱা হয়" - এটা প্ৰবচন বাক্যাংশ যিয়ে "বৰ্তমানৰ অস্তিত্বৰ অৱস্থাৰ দুখ-কষ্টক বুজায়। . . চূড়ান্ত অৱস্থাৰ সৈতে সংযুক্ত"।  বিশেষ্য saq (শব্দ, "শংক") প্ৰায়ে "অসুবিধা", "কঠিনতা" বা "তীব্ৰতা" (shiddah) অৰ্থত ৰূপকভাৱে ব্যৱহাৰ কৰা হয়;  সেয়েহে সুপৰিচিত বাক্যাংশ, qamat al-harb ala saq, "যুদ্ধ তীব্ৰভাৱে আৰম্ভ হ'ল"।)
.___________________________________________
💘৭৫:৩০
إِلَىٰ رَبِّكَ يَوْمَئِذٍ الْمَسَاقُ
সেইদিনা তোমাৰ প্ৰতিপালকৰ ওচৰতেই সকলোকে খেদি নিয়া হ’ব।
.
✍️Verse/Note:
75:30 at that time towards thy Sustainer does he feel impelled to turn!

Note:
Lit., "towards thy Sustainer will be the driving", i.e., with belated repentance (see next three verses). The phrase rendered above as "at the time" reads, literally, "on that day"; but the term yawm is often used idiomatically in the sense of "time" regardless of its duration.(as).
(Google translate no guarantee:
"তোমাৰ জীৱিকাৰ দিশে ড্ৰাইভিং হ'ব", অৰ্থাৎ পলমকৈ অনুতাপৰ সৈতে (পৰৱৰ্তী তিনিটা পদ চাওক)।  ওপৰত "সেই সময়ত" বুলি অনুবাদ কৰা বাক্যাংশটোৰ আক্ষৰিক অৰ্থত "সেইদিনা" বুলি লিখা হৈছে;  কিন্তু ইয়াম শব্দটোৰ সময়সীমা যিয়েই নহওক কিয়, প্ৰায়ে "সময়" অৰ্থত প্ৰবচনগতভাৱে ব্যৱহাৰ কৰা হয়।)
.___________________________________________
💘৭৫:৩১
فَلَا صَدَّقَ وَلَا صَلَّىٰ
এতেকে সি বিশ্বাস কৰা নাই আৰু ছালাতো আদায় কৰা নাই।
.
✍️Verse/Note:
75:31 For he did not acknowledge nor support.
Note:See 74:43.(edip).
(৭৪:৪৩
قَالُوا لَمْ نَكُ مِنَ الْمُصَلِّينَ
সিহঁতে ক’ব, ‘আমি ছালাত আদায়কাৰীসকলৰ অন্তৰ্ভুক্ত নাছিলো,
.
(৭৪:৪৩-৪৭("salat is not ritual of prayer/ছালাত কোনো আনুষ্ঠানিক নামাজ নহয়"। কথাবোৰ বুজিবলৈ মূলৰ গভীৰতালৈ যাব লাগিব। টোকাত দিয়া ৬০১নং খণ্ডৰ ৭০:২২-৩৫(ভিডিঅ'+লেখা) চাওঁক: Pl find 74:43 in the link:
.___________________________________________
💘৭৫:৩২
وَلَٰكِنْ كَذَّبَ وَتَوَلَّىٰ
বৰং সি সত্য প্ৰত্যাখ্যান কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।
.___________________________________________
💘৭৫:৩৩
ثُمَّ ذَهَبَ إِلَىٰ أَهْلِهِ يَتَمَطَّىٰ
তাৰ পিছত সি অহংকাৰ কৰি নিজ পৰিয়ালৰ ওচৰলৈ উভতি গৈছিল,
.
✍️Verse/Note:
75:33 and then went arrogantly back to what he had come from.

Note:
Lit., "to his people": i.e., to the arrogant belief, rooted in the materialism of his social environment, that man is "self-sufficient" and, therefore, not in need of any divine guidance (cf. 96:6).(as).
(Google translate no guarantee:
"নিজৰ লোকসকলৰ প্ৰতি": অৰ্থাৎ, তেওঁৰ সামাজিক পৰিৱেশৰ বস্তুবাদত শিপাই থকা অহংকাৰী বিশ্বাসৰ প্ৰতি, যে মানুহ "স্বনিৰ্ভৰশীল" আৰু, সেয়েহে, কোনো ধৰণৰ ঐশ্বৰিক নিৰ্দেশনাৰ প্ৰয়োজন নাই (cf. 96:6)।
(৯৬:৬
كَلَّا إِنَّ الْإِنْسَانَ لَيَطْغَىٰ
বাস্তৱতে, মানুহে সীমালঙ্ঘন কৰি থাকে।)
.___________________________________________
💘৭৫:৩৪
أَوْلَىٰ لَكَ فَأَوْلَىٰ
দুৰ্ভোগ তোমাৰ বাবে আৰু দুৰ্ভোগ!
.___________________________________________
💘৭৫:৩৫
ثُمَّ أَوْلَىٰ لَكَ فَأَوْلَىٰ
আকৌ দুৰ্ভোগ তোমাৰ বাবে আৰু দুৰ্ভোগ!
.___________________________________________
💘৭৫:৩৬
أَيَحْسَبُ الْإِنْسَانُ أَنْ يُتْرَكَ سُدًى
মানুহে ভাৱে নেকি যে, তাক এনেয়ে এৰি দিয়া হ’ব?
.___________________________________________
💘৭৫:৩৭
أَلَمْ يَكُ نُطْفَةً مِنْ مَنِيٍّ يُمْنَىٰ
সি বীৰ্যৰ শুক্ৰবিন্দু নাছিলনে, যিটো স্খলিত হয়?
.___________________________________________
💘৭৫:৩৮
ثُمَّ كَانَ عَلَقَةً فَخَلَقَ فَسَوَّىٰ
তাৰ পিছত সেইটো ‘আলাক্বাত’* পৰিণত হয়। তাৰ পিছত আল্লাহে তাক সৃষ্টি কৰে আৰু সুঠাম কৰে।
.
✍️BB-ref:(96:2*-a blood clot formed in situ within the vascular system of the body and impeding blood flow).
৯৬:২
خَلَقَ الْإِنْسَانَ مِنْ عَلَقٍ
তেওঁ মানুহক আলাক্বৰ পৰা সৃষ্টি কৰিছে।
(Press the link: https://tinyurl.com/3k9477x2)
.___________________________________________
💘৭৫:৩৯
فَجَعَلَ مِنْهُ الزَّوْجَيْنِ الذَّكَرَ وَالْأُنْثَىٰ
তাৰ পিছত তেওঁ তাৰ পৰা যোৰ যোৰ হিচাপে নৰ-নাৰী সৃষ্টি কৰে।
.
✍️BB-ref:(49:13)
৪৯:১৩
يَا أَيُّهَا النَّاسُ إِنَّا خَلَقْنَاكُمْ مِنْ ذَكَرٍ وَأُنْثَىٰ وَجَعَلْنَاكُمْ شُعُوبًا وَقَبَائِلَ لِتَعَارَفُوا ۚ إِنَّ أَكْرَمَكُمْ عِنْدَ اللَّهِ أَتْقَاكُمْ ۚ إِنَّ اللَّهَ عَلِيمٌ خَبِيرٌ
হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছো, আৰু তোমালোকক বিভক্ত কৰিছো বিভিন্ন জাতি আৰু গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। তোমালোকৰ মাজত আল্লাহৰ ওচৰত কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল যিজন তোমালোকৰ মাজত বেছি তাক্বৱা সম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত।
(Pl find the verse note of 49:13 in the link:
.___________________________________________
💘৭৫:৪০
أَلَيْسَ ذَٰلِكَ بِقَادِرٍ عَلَىٰ أَنْ يُحْيِيَ الْمَوْتَىٰ
তথাপিও সেই স্ৰষ্টা, মৃতক পুনৰ্জীৱিত কৰিবলৈ সক্ষম নহয়নে বাৰু?
.
✍️BB-ref:2:28
২:২৮
كَيْفَ تَكْفُرُونَ بِاللَّهِ وَكُنْتُمْ أَمْوَاتًا فَأَحْيَاكُمْ ۖ ثُمَّ يُمِيتُكُمْ ثُمَّ يُحْيِيكُمْ ثُمَّ إِلَيْهِ تُرْجَعُونَ
তোমালোকে কেনেকৈ আল্লাহৰ লগত কুফৰী কৰা? অথচ তোমালোক আছিলা প্ৰাণহীন। তাৰ পিছত তেৱেঁই তোমালোকক জীৱিত কৰিছে, আকৌ তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব, তাৰ পিছত পুনৰ জীৱিত কৰিব  আৰু তাৰ পিছত তোমালোকক তেওঁৰ ওচৰলৈ ওভোতাই নিয়া হ’ব।
.
ছুৰা সমাপ্ত 
.___________________________________________
WORD BY WORD MEANING BB:
[75:20] Nay (Kallaa)! In fact (Bal'), you love (Tuhibbuuna) the worldly existence (El'Ååjila’)
[75:21] while (Wa) leaving (Tazaruuna) the hereafter (El'Aakhira’). 
[75:22] On that day (Yaw'maizin), 
some faces (Wujuuhu) will be bright (Naadira’),
[75:23] looking (Naazira’) at (ilaa) their LORD (Rabbi-haa). 
[75:24] And (Wa) on that day (Yaw'maizin), 
other faces (Wujuuhu) will scowl (Baasira’),
[75:25] thinking (Tazunnu) that (An) there is trouble (Faaqira’) to be done (Yuf'åla) to them (Bihaa).
[75:26] Nay (Kallaa)! When (Izaa) the ascension (Ettaraaqiy) has reached (Balagati)
[75:27] and (Wa) one who (Man') will be ascending (Raaq') is stated (Qiila).
[75:28] And (Wa) he will presume (Zonna) that it (Annahu) is the separation (El'Firaaq)
[75:29] and (Wa) will look around (El'taffati) side (Es'Saaqu) to (Bi) side (Es'Saaq).
[75:30] On that day (Yaw'maizin), to (ilaa) your LORD (s) (Rabbi-ka) is the drift (El'Masaaq).
[75:31] For (Fa) he (the disbeliever) neither (Laa) believed (Soddaqa) nor (Walaa) prayed (Sollaa), 
[75:32] but (Walaakin) he denied (Kazzaba) and (Wa) turned away (Tawallaa).
[75:33] Then (Thumma) he went to (Zahaba ilaa) his people (Ah'li-hi), swaggering (Yatamattoa).
[75:34] It is more deserving (Aw'laa) for you (Laka) and (Fa) more deserving (Aw'laa)!
[75:35] For (Thumma)
it is more deserving (Aw'laa) for you (Laka) and (Fa) more deserving (Aw'laa).
[75:36] Does (A-) the human being (El' Insaanu) think (-yah'sabu) that (An) he will be left (Yut'raka) in vain 
(Sudaa)?
[75:37] Was he not (Alam' Yaku) a sperm (Nut'fatan) from (Min) aroused (Yum'naa) semen (Maniyyin)?
[75:38] Then (Thumma) it became (Kaana) a thrombus (96:2) (Ålaqatan), and (Fa) was shaped (Khalaqa) and 
(Fa) organized (Sawwaa),
[75:39] and (Fa) two pairs (kinds) (Ez'Zaw'jai'ni) were made (Jaåla) from it (Min'hu); a male (Ez'Zakara) and 
(Wa) a female (El'Unthaa)? 
(49:13)
[75:40] Is (A-) that (Zaalika) not (-lai'sa Bi) being able to (Qaadirin Ålaa An) give life to (Yuh'iya) the lifeless(2:28) (El'Maw'taa)? 
।।। chapter end ।।।
__________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 22.06.2023-Naz-villa✔️
🔴Work Progress ~ 94.64%
🟡Approx. Pages~ 4,032 nos.
⚫Part ~ 620 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG 
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer #onlyway
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)