🟥Part-394(34:38-44)Saba'(Sheb)
🌿Part-394(34:38-44)Saba'(Sheb)
🌿Video- https://youtu.be/VgrbqrJQ8Ws
.________________________________________.
"বিশ্লেষণাত্মক কোৰআন চৰ্চা"।।ভিডিঅ'+লেখা।।
.________________________________________.
মিনি সূচিঃPart-394(34:38-44)Saba
34:41✅(if someone claims to serve God, if he is following other teachings for salvation, he is serving Satan-See link)
.________________________________________.
🟪৩৪:৩৮
وَالَّذِينَ يَسْعَوْنَ فِي آيَاتِنَا مُعَاجِزِينَ أُولَٰئِكَ فِي الْعَذَابِ مُحْضَرُونَ
আৰু যিসকলে আমাৰ আয়াতসমূহক ব্যৰ্থ কৰিবলৈ চেষ্টা কৰে*, সিহঁতক শাস্তিৰ মাজত উপস্থিত কৰা হ’ব।
.
✍️BB-ref:(34:5)*
৩৪:৫
وَالَّذِينَ سَعَوْا فِي آيَاتِنَا مُعَاجِزِينَ أُولَٰئِكَ لَهُمْ عَذَابٌ مِنْ رِجْزٍ أَلِيمٌ
আৰু যিসকলে আমাৰ আয়াতক ব্যৰ্থ কৰাৰ চেষ্টা কৰে, সিহঁতৰ বাবে আছে ভয়ংকৰ যন্ত্ৰণাদায়ক শাস্তি।
.
২২:৫১
وَالَّذِينَ سَعَوْا فِي آيَاتِنَا مُعَاجِزِينَ أُولَٰئِكَ أَصْحَابُ الْجَحِيمِ
আৰু যিসকলে আমাৰ আয়াতসমূহক ব্যৰ্থ কৰাৰ চেষ্টা কৰে, সিহঁতেই হ’ব জাহান্নামৰ অধিবাসী।
.________________________________________.
🟪৩৪:৩৯
قُلْ إِنَّ رَبِّي يَبْسُطُ الرِّزْقَ لِمَنْ يَشَاءُ مِنْ عِبَادِهِ وَيَقْدِرُ لَهُ ۚ وَمَا أَنْفَقْتُمْ مِنْ شَيْءٍ فَهُوَ يُخْلِفُهُ ۖ وَهُوَ خَيْرُ الرَّازِقِينَ
কোৱা, ‘নিশ্চয় মোৰ প্ৰতিপালকে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাক ইচ্ছা সীমিত কৰি দিয়ে। তোমালোকে (আল্লাহৰ পথত) যি ব্যয় কৰা, তেওঁ তাৰ বিনিময় প্ৰদান কৰিব আৰু তেৱেঁই শ্ৰেষ্ঠ জীৱিকাদাতা’।
.
✍️Verse/note:
39. Tell them once again that abundance or restriction in sustenance is linked with the
Laws of the Almighty. The sustenance of whoever follows His laws, will increase, while
that of whoever turns away will be restricted (20:124).
The Law is that through whatever you make available for the nourishment and
development of others, your own sustenance will become augmented accordingly (although apparently it seems that whatever you have given is gone forever). (However this is like the autumn season when the leaves of a tree wither away; but the numerous buds and leaves
freshly sprout over the entire tree when spring time comes ~ 2:261.)
Now you can well imagine the excellent provisions you get according to the Divine
Law.PZ.
(২০:১২৪
وَمَنْ أَعْرَضَ عَنْ ذِكْرِي فَإِنَّ لَهُ مَعِيشَةً ضَنْكًا وَنَحْشُرُهُ يَوْمَ الْقِيَامَةِ أَعْمَىٰ
‘আৰু যিয়ে মোৰ স্মৰণৰ পৰা বিমুখ হৈ থাকিব, নিশ্চয় তাৰ জীৱন-যাপন হ'ব সংকুচিত আৰু আমি তাক কিয়ামতৰ দিনা অন্ধ অৱস্থাত উত্থিত কৰিম’।
.
২:২৬১
مَثَلُ الَّذِينَ يُنْفِقُونَ أَمْوَالَهُمْ فِي سَبِيلِ اللَّهِ كَمَثَلِ حَبَّةٍ أَنْبَتَتْ سَبْعَ سَنَابِلَ فِي كُلِّ سُنْبُلَةٍ مِائَةُ حَبَّةٍ ۗ وَاللَّهُ يُضَاعِفُ لِمَنْ يَشَاءُ ۗ وَاللَّهُ وَاسِعٌ عَلِيمٌ
যিসকলে নিজৰ ধন-সম্পদ আল্লাহৰ পথত ব্যয় কৰে সিহঁতৰ উদাহৰণ শস্যৰ এটা বীজৰ দৰে, যিটোৰ পৰা সাতটা সিজা ওলায়, প্ৰত্যেক সিজাত এশটা শস্য দানা থাকে; আৰু আল্লাহে যাক ইচ্ছা কৰে বহু গুণে বৃদ্ধি কৰি দিয়ে; আৰু আল্লাহ সৰ্বব্যাপী-প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।)
.
✍️Note:
Social Welfare and helping those in need is a duty for every individual. This spending on social
welfare is not an act of charity but a right to be given to all those entitled to it. See verses and 2:215; 21:112.(sig).
.
17:21
.________________________________________.
🟪৩৪:৪০
وَيَوْمَ يَحْشُرُهُمْ جَمِيعًا ثُمَّ يَقُولُ لِلْمَلَائِكَةِ أَهَٰؤُلَاءِ إِيَّاكُمْ كَانُوا يَعْبُدُونَ
আৰু স্মৰণ কৰা, যিদিনা তেওঁ সিহঁত সকলোকে একত্ৰিত কৰিব, তাৰ পিছত ফিৰিস্তাসকলক সুধিব, ‘ইহঁতে তোমালোকৰ ইবাদত কৰিছিল নেকি’?
.
✍️Ap-refs:
২৫:১৭
وَيَوْمَ يَحْشُرُهُمْ وَمَا يَعْبُدُونَ مِنْ دُونِ اللَّهِ فَيَقُولُ أَأَنْتُمْ أَضْلَلْتُمْ عِبَادِي هَٰؤُلَاءِ أَمْ هُمْ ضَلُّوا السَّبِيلَ
আৰু সেইদিনা তেওঁ সিহঁতক (কাফিৰসকলক) আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰক উপাসনা কৰিছিল সেইবোৰকো একত্ৰিত কৰিব, তাৰ পিছত তেওঁ প্ৰশ্ন কৰিব, ‘তোমালোকেই মোৰ এই বান্দাসকলক বিভ্ৰান্ত কৰিছিলা নেকি, নে সিহঁত নিজেই বিভ্ৰান্ত হৈছিল’?
.
৫:১১৬
وَإِذْ قَالَ اللَّهُ يَا عِيسَى ابْنَ مَرْيَمَ أَأَنْتَ قُلْتَ لِلنَّاسِ اتَّخِذُونِي وَأُمِّيَ إِلَٰهَيْنِ مِنْ دُونِ اللَّهِ ۖ قَالَ سُبْحَانَكَ مَا يَكُونُ لِي أَنْ أَقُولَ مَا لَيْسَ لِي بِحَقٍّ ۚ إِنْ كُنْتُ قُلْتُهُ فَقَدْ عَلِمْتَهُ ۚ تَعْلَمُ مَا فِي نَفْسِي وَلَا أَعْلَمُ مَا فِي نَفْسِكَ ۚ إِنَّكَ أَنْتَ عَلَّامُ الْغُيُوبِ
আৰু স্মৰণ কৰা, আল্লাহে যেতিয়া ক’ব, ‘হে মাৰইয়ামৰ পুত্ৰ ঈছা! তুমি মানুহক এই কথা কৈছিলা নেকি যে, তোমালোকে আল্লাহৰ বাহিৰে মোক আৰু মোৰ মাকক উপাস্যৰূপে গ্ৰহণ কৰা? তেওঁ ক’ব, ‘তুমি মহিমান্বিত! যিটো কোৱাৰ অধিকাৰ মোৰ নাই সেইটো কোৱা মোৰ পক্ষে কেতিয়াও শোভনীয় নহয়। যদি মই এনেকৈ ক’লোহেঁতেন তেন্তে তুমিতো সেয়া জানিলাহেঁতেন। মোৰ অন্তৰৰ কথাতো তুমি জানা, কিন্তু তোমাৰ অন্তৰৰ কথা মই নাজানো, নিশ্চয় তুমি অদৃশ্য সম্পৰ্কে সৰ্বজ্ঞানী’।
.________________________________________.
🟪৩৪:৪১
قَالُوا سُبْحَانَكَ أَنْتَ وَلِيُّنَا مِنْ دُونِهِمْ ۖ بَلْ كَانُوا يَعْبُدُونَ الْجِنَّ ۖ أَكْثَرُهُمْ بِهِمْ مُؤْمِنُونَ
তেওঁলোকে ক’ব, ‘তুমি পৱিত্ৰ, মহান! তুমিহে আমাৰ অভিভাৱক, সিহঁত নহয়; বৰং সিহঁতে জিনবিলাকৰহে উপাসনা কৰিছিল। সিহঁতৰ সৰহভাগেই জিনবিলাকৰ প্ৰতি ঈমান পোষণ কৰিছিল।
.
✍️Verse/note(if someone claims to serve God, if he is following other teachings for salvation, he is serving Satan):
Press link:
.
✍️Note:
Those who fail to serve God worship anything: things they see and things they cannot see, and
yet most of these are professed believers in God. See verse and footnote 12:106.(sig).
(১২:১০৬
وَمَا يُؤْمِنُ أَكْثَرُهُمْ بِاللَّهِ إِلَّا وَهُمْ مُشْرِكُونَ
সিহঁতৰ সৰহভাগ মানুহে ঈমান পোষণ কৰা সত্বেও আল্লাহৰ লগত অংশীদাৰ স্থাপন (শ্বিৰ্ক) কৰে।)
.
✍️Note:
During the ‘Era of Ignorance,’ man used to worship natural forces; some called them angels, while other called them Jinns. Human knowledge removed such superstition, but new types of superstitions took their place. The materialistic man of today does not acknowledge God (Allah) in human affairs. He is only subservient to natural forces. The result of this is obvious. If the forces of
Nature are uitilized under the injunctions of the Wahi, they become Malaika, and are a source of peace and security. If they are left rebellious and uncontrolled (free), they become ‘Jinns’, which spread devastation all around. Today these “Jinns” control the world.PZ.
.
✍️Ap-refs:
৪:১১৭-১১৮
إِنْ يَدْعُونَ مِنْ دُونِهِ إِلَّا إِنَاثًا وَإِنْ يَدْعُونَ إِلَّا شَيْطَانًا مَرِيدًا
তেওঁৰ পৰিবৰ্তে সিহঁতে কেৱল দেৱীৰেই পূজা-পাঠ কৰে আৰু বিদ্ৰোহী চয়তানৰ পূজা কৰে।
৪:১১৮
لَعَنَهُ اللَّهُ ۘ وَقَالَ لَأَتَّخِذَنَّ مِنْ عِبَادِكَ نَصِيبًا مَفْرُوضًا
আল্লাহে তাক অভিসম্পাত কৰিছে আৰু সি কয়, ‘নিশ্চয় মই তোমাৰ বান্দাসকলৰ পৰা এটা নিৰ্দিষ্ট অংশক মোৰ অনুসাৰী বনাই লম।
.________________________________________.
🟪৩৪:৪২
فَالْيَوْمَ لَا يَمْلِكُ بَعْضُكُمْ لِبَعْضٍ نَفْعًا وَلَا ضَرًّا وَنَقُولُ لِلَّذِينَ ظَلَمُوا ذُوقُوا عَذَابَ النَّارِ الَّتِي كُنْتُمْ بِهَا تُكَذِّبُونَ
‘ফলত আজি তোমালোকৰ কাৰোৰে ইজনে সিজনৰ উপকাৰ বা অপকাৰ কৰাৰ অধিকাৰ নাই’। যিসকলে অন্যায় কৰিছিল আমি সিহঁতক কম, ‘তোমালোকে যি অগ্নিশাস্তিক মিছা বুলি অস্বীকাৰ কৰিছিলা তাৰে সোৱাদ লোৱা’।
.________________________________________.
🟪৩৪:৪৩
وَإِذَا تُتْلَىٰ عَلَيْهِمْ آيَاتُنَا بَيِّنَاتٍ قَالُوا مَا هَٰذَا إِلَّا رَجُلٌ يُرِيدُ أَنْ يَصُدَّكُمْ عَمَّا كَانَ يَعْبُدُ آبَاؤُكُمْ وَقَالُوا مَا هَٰذَا إِلَّا إِفْكٌ مُفْتَرًى ۚ وَقَالَ الَّذِينَ كَفَرُوا لِلْحَقِّ لَمَّا جَاءَهُمْ إِنْ هَٰذَا إِلَّا سِحْرٌ مُبِينٌ
আৰু সিহঁতৰ ওচৰত যেতিয়া আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া সিহঁতে কয়, ‘এওঁ এজন এনেকুৱা ব্যক্তি যিয়ে তোমালোকৰ পূৰ্বপুৰুষে যাৰ উপাসনা কৰিছিল তাৰ পৰা তোমালোকক বাধা দিব বিচাৰে’। সিহঁতে আৰু কয়, ‘এইটো মিছা উদ্ভাৱনৰ বাহিৰে আন একো নহয়’। কাফিৰসকলৰ ওচৰত যেতিয়া সত্য আহে তেতিয়া সিহঁতে কয়, ‘এইটো এটা সুস্পষ্ট যাদুহে’।
.
✍️Note:
Following your parents blindly is one of the greatest human tragedies. Not long after your
birth, they decide your name, nationality, religion and sect. And you spend the rest of your life
defending something you did not even choose. See verse 37:74(sig).
.
✍️Note:
"sorcery" or "magic" - a term frequently used in the sense of "spellbinding eloquence" (cf. 74: 24, the earliest instance in the chronology of Quranic revelation).(as).
(৭৪:২৪
فَقَالَ إِنْ هَٰذَا إِلَّا سِحْرٌ يُؤْثَرُ
তাৰ পিছত সি ক’লে, ‘এয়া পূৰ্বৰে পৰা চলি অহা যাদুৰ বাহিৰে আন একো নহয়’,)
.
✍️(āyāt,ṣadda,alladhīna kafarū,al ḥaqq,siḥr — sorcery/যাদু)-sam.link:
.________________________________________.
🟪৩৪:৪৪
وَمَا آتَيْنَاهُمْ مِنْ كُتُبٍ يَدْرُسُونَهَا ۖ وَمَا أَرْسَلْنَا إِلَيْهِمْ قَبْلَكَ مِنْ نَذِيرٍ
আমি সিহঁতক ইয়াৰ পূৰ্বে কোনো কিতাব দিয়া নাছিলো যিখন সিহঁতে অধ্যয়ন* কৰিব আৰু তোমাৰ পূৰ্বে ইহঁতৰ ওচৰত কোনো সতৰ্ককাৰীও প্ৰেৰণ কৰা নাছিলো।**
.
✍️BB-refs:(43:21)*,(36:6)**
৪৩:২১
أَمْ آتَيْنَاهُمْ كِتَابًا مِنْ قَبْلِهِ فَهُمْ بِهِ مُسْتَمْسِكُونَ
আমি সিহঁতক কোৰআনৰ আগত কোনো কিতাব প্ৰদান কৰিছো নেকি, যিখন সিহঁতে দৃঢ়ভাৱে ধাৰণ কৰি আছে?
.
৩৬:৬
لِتُنْذِرَ قَوْمًا مَا أُنْذِرَ آبَاؤُهُمْ فَهُمْ غَافِلُونَ
যাতে তুমি সতৰ্ক কৰিব পাৰা এনেকুৱা এটা জাতিক যিসকলৰ পিতৃ-পুৰুষসকলক সতৰ্ক কৰা হোৱা নাই, সেয়ে সিহঁত উদাসীন।
.
✍️verse/note:
34:44 And yet, [O Muhammad,] never have We vouchsafed them any revelations which they could quote, and neither have We sent unto them any warner before thee.
Note.
Lit., "which they could study", i.e., in support of the blasphemous beliefs and practices inherited from their ancestors. Cf. 30:35, which expresses a similar idea.(as).
(Google translate no guarantee:
আক্ষৰিক অৰ্থত, "যিটো তেওঁলোকে অধ্যয়ন কৰিব পাৰিছিল", অৰ্থাৎ তেওঁলোকৰ পূৰ্বপুৰুষৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা ঈশ্বৰ নিন্দামূলক বিশ্বাস আৰু আচাৰ-ব্যৱহাৰৰ সমৰ্থনত। Cf. ৩০:৩৫, যিয়ে একেধৰণৰ ধাৰণা প্ৰকাশ কৰে)
(৩০:৩৫
أَمْ أَنْزَلْنَا عَلَيْهِمْ سُلْطَانًا فَهُوَ يَتَكَلَّمُ بِمَا كَانُوا بِهِ يُشْرِكُونَ
আমি সিহঁতৰ ওচৰত এনেকুৱা কোনো প্ৰমাণ অৱতীৰ্ণ কৰিছো নেকি, যিটোৱে সিহঁতক শ্বিৰ্ক কৰিবলৈ অনুমতি দিয়ে?)
.________________________________________.
WORD BY WORD MEANING:BB:
.________________________________________.
[34:38] As for (Wa) those who (Ellaziina) strive (Yas'åw'na) against (Fii) Our verses (Aayaati-naa) to cause incompetence (34:5) (Muååjiziina); those (U'laaika) will be in (Fii) attendance (Muh'doruun) of the
punishment (El'Åzaabi).
[34:39] Say (Qul'): "Indeed (Inna), my LORD (Rabbii) extends (Yub'sutu) sustenance (Er'Riz'qa) for
whomever (Liman) HE wills (Yashaau) among (Min') HIS servants (Ebaadi-hi) and (Wa) limits (Yaq'diru) for
him (Lahu). And (Wa) whatever (Maa Min Shai’in) you disburse (Anfaq'tum), then (Fa) HE (Huwa) will
compensate it (Yakh'lifu-hu); for (Wa) HE (Huwa) is the best (Khai'ru) of providers (Er'Raaziqiin)."
[34:40] And (Wa) the day (Yaw'ma) HE will assemble them (Yah'shuru-hum) all (Jamiiån), then (Thumma)
HE will say (Yaquulu) to the Angels (Lil' Malaaikati), "Have (A-) these (-haaulaai) been (Kaanu') worshipping
(Ya'buduun) you (Iyyaakum)?"
[34:41] They (the Angels) will say (Qaalu'), "Glory be to YOU (Sub'haana-ka)! YOU (Anta) are our ally (Waliyyu-
naa) besides them (Min Duuni-him). Rather (Bal'), they were (Kaanu') worshipping (Ya'buduuna) the jinn
(El'Jinna); most of them (Ak'tharu-hum) were believers (Mu'minuun) in them (Bihim).”
[34:42] So (Fa) today (El'Yaw'ma) you will possess (Yam'liku) no (Laa) benefit (Naf'ån) nor (Walaa) harm (Dorran) for each other (-Ba'du-kum' Li Ba'din), and (Wa) We will say (Naquulu) to those who (Lillaziina)
transgressed (Zolamu'), "Taste (Zuuqu') the punishment (Åzaaba) of the Fire (En'Naari) which (Ellatii) you
have been (Kuntum) denying (Tukazzibuun Bi-haa).“
[34:43] And (Wa) when (Izaa) Our verses (Aayaatu-naa) are recited (Tut'laa) to them (Ålai'him') as proofs
(Bayyinaatin), they say (Qaalu'), "This (Haazaa) is only (Maa illa) a man (Rajulun) who intends (Yuriidu) to
(An) divert you (Yasudda-kum') from what (Åmmaa) your fathers (Aabaau-kum') used to (Kaana) worship (Ya'budu)." And they say (Qaalu'), "This (Haazaa) is only (Maa illa) an invented (Muf'taraa) lie (If'kun)." And
those who (Ellaziina) disbelieve (Kafaru') say (Qaala) of the truth (Lil' Haqqi) after (Lammaa) it has come to them (Jaa'a-hum'), "This (Haazaa) is only (In' illa) clear (Mubiin) sorcery (Sih'run)."
[34:44] And (Wa) We did not (Maa) give them (the Arabs) (Aatai'naa-hum) any (Min) books (Kutubin) which they could study (43:21) (Yad'rusuuna-haa), nor (Wamaa) did We send (Ar'sal'naa) any (Min) warner (Naziir)
to them (ilai'him') before you (s)
(Qab'laka).(36:6)
.________________________________________.
syedraf #muktabulhussain
.________________________________________.
.________________________________________.
Comments
Post a Comment