🌄Part-655-656(89:01-17)Al-Fajr (Dawn)

✔️Part-655-656(89:01-17)Al-Fajr (Dawn)
✔️Video- Muktabul Hussain 
.___________________________________________
✔️"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"ৰ খণ্ডৰ আৰম্ভণিত বিশেষ টোকা আৰু লিংক:
.___________________________________________
✔️Template  misc.sub:Part- 644
কোৰআন তিলাৱত মানে কি? ছালাত কায়ম কৰা কি? মাতলু আৰু গায়েৰ-মাতলু কি? জিভাৰ পাকেৰে মাতলুক বাদদি গায়েৰ-মাতলুক ইছলামৰ প্ৰচাৰ কৰা হৈছে। আচলতে গায়েৰ-মাতলুক মনত ৰখাৰ প্ৰয়োজনেই নাই, এইবোৰ তথাকথিত হাদিসবোৰ যিবোৰে গোটেই দুনিয়াত বেপাৰ খুলি ৰাখিছে।
A-Based On- 2:129: https://rb.gy/tmq9w
B-On-,, 3:78:(Part-644): https://rb.gy/7165n
.___________________________________________
মিনি সূচিঃPart-655-656(89:01-17)Al-Fajr
৮৯:১-৪(৫)(বেক গ্ৰাউণ্ডত থকা চিৰ সত্যবোৰৰ শপতৰ কথাবোৰ জ্ঞানীজনৰহে বোধগম্য হয়)
৮৯:৬-১৪[ছামূদ, আদ, ফিৰআউন,  নূহৰ সম্প্ৰদায়বোৰে আল্লাহৰ ইবাদতত সীমালঙ্ঘন কৰিছিল, অৰ্থাৎ তাগুতত ইবাদত কৰিছিল,ফলত দেশত বিশৃংখলা হৈছিল। আল্লাহে সিহঁতক ধ্বংস কৰিছিল।
গতিকে শেষ বিচাৰত কৃতকাৰ্যতাৰ বাবে এটাই ফৰ্মূলাঃ তাগুত(শ্বিৰ্ক) বৰ্জন,তওবাহ কৰা,ঈমান অনা,সৎকৰ্ম কৰা]
৮৯:১৫-১৬(সম্মান আৰু অসম্মান ঐশ্বৰিক আইনৰ অধীনত। তেওঁ ধন-সম্পত্তিৰ অনুপস্থিতি বা হেৰুৱাক পৰীক্ষা হিচাপে নহয়, বৰঞ্চ ঐশ্বৰিক "অন্যায়"ৰ প্ৰমাণ হিচাপে গণ্য কৰে - যিয়ে নিজৰ পাছলৈ ঈশ্বৰৰ অস্তিত্বক অস্বীকাৰ কৰাৰ সূচনা কৰিব পাৰে।)
৮৯:১৭(এতীমক সমাদৰ নকৰা কিয়?)
.___________________________________________
🌄৮৯:১
 وَالْفَجْرِ
ফজৰৰ সময়ৰ শপত,
.___________________________________________
🌄৮৯:২
وَلَيَالٍ عَشْرٍ
শপত দহ ৰাতিৰ,
.
✍️ref-edip:
৭:১৪২
۞ وَوَاعَدْنَا مُوسَىٰ ثَلَاثِينَ لَيْلَةً وَأَتْمَمْنَاهَا بِعَشْرٍ فَتَمَّ مِيقَاتُ رَبِّهِ أَرْبَعِينَ لَيْلَةً ۚ وَقَالَ مُوسَىٰ لِأَخِيهِ هَارُونَ اخْلُفْنِي فِي قَوْمِي وَأَصْلِحْ وَلَا تَتَّبِعْ سَبِيلَ الْمُفْسِدِينَ
আৰু মুছাৰ বাবে আমি ত্ৰিশ ৰাতিৰ প্ৰতিশ্ৰুতি কৰিছিলো আৰু দহ যোগ কৰি সেয়া পূৰ্ণ কৰিছিলো। এইদৰে তেওঁৰ প্ৰতিপালকৰ নিৰ্ধাৰিত সময় চল্লিশ ৰাতিত পূৰ্ণ হৈছিল। মুছাই তেওঁৰ ভাতৃ হাৰুনক ক’লে, ‘মোৰ অনুপস্থিতিত মোৰ সম্প্ৰদায়ৰ মাজত তুমি মোৰ প্ৰতিনিধিত্ব কৰিবা, সংশোধন কৰিবা আৰু বিপৰ্যয় সৃষ্টিকাৰীসকলৰ পথ অনুসৰণ নকৰিবা’।
.___________________________________________
🌄৮৯:৩
وَالشَّفْعِ وَالْوَتْرِ
শপত যোৰ আৰু বিযোৰৰ,
.
✍️BB-refs:(11:65 / 69:7)
১১:৬৫
فَعَقَرُوهَا فَقَالَ تَمَتَّعُوا فِي دَارِكُمْ ثَلَاثَةَ أَيَّامٍ ۖ ذَٰلِكَ وَعْدٌ غَيْرُ مَكْذُوبٍ
তথাপিও সিহঁতে ইয়াক হত্যা কৰিলে। সেয়ে তেওঁ ক’লে, ‘তোমালোকে নিজৰ ঘৰত তিনি দিনলৈকে জীৱন উপভোগ কৰি লোৱা। এইটো এনেকুৱা এটা প্ৰতিশ্ৰুতি যিটো কেতিয়াও মিছা নহয়’।
.
৬৯:৭
سَخَّرَهَا عَلَيْهِمْ سَبْعَ لَيَالٍ وَثَمَانِيَةَ أَيَّامٍ حُسُومًا فَتَرَى الْقَوْمَ فِيهَا صَرْعَىٰ كَأَنَّهُمْ أَعْجَازُ نَخْلٍ خَاوِيَةٍ
ইয়াক তেওঁ সাত ৰাতি আৰু আঠ দিন অবিৰামভাৱে সিহঁতৰ ওপৰত প্ৰবাহিত কৰিছিল; ফলত তুমি উক্ত সম্প্ৰদায়ক দেখিবলৈ পালাহেঁতেন---যে সিহঁত এনেকৈ সিচৰিত হৈ পৰি আছে যেন সাৰশূন্য খেজুৰ গছৰ কাণ্ডহে।
.
✍️Note/refs-as:
One of the designations given to God - since "there is nothing that could be compared with Him" (112:4) and "nothing like unto Him" (42:11).
(১১২:৪
وَلَمْ يَكُنْ لَهُ كُفُوًا أَحَدٌ
আৰু তেওঁৰ সমতুল্য কোনো নাই’।
.
৪২:১১
فَاطِرُ السَّمَاوَاتِ وَالْأَرْضِ ۚ جَعَلَ لَكُمْ مِنْ أَنْفُسِكُمْ أَزْوَاجًا وَمِنَ الْأَنْعَامِ أَزْوَاجًا ۖ يَذْرَؤُكُمْ فِيهِ ۚ لَيْسَ كَمِثْلِهِ شَيْءٌ ۖ وَهُوَ السَّمِيعُ الْبَصِيرُ
তেৱেঁই আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, তেৱেঁই তোমালোকৰ মাজৰ পৰা তোমালোকৰ যোৰা সৃষ্টি কৰিছে আৰু চতুষ্পদ জন্তুৰ মাজতো যোৰা সৃষ্টি কৰিছে। এইদৰেই তেওঁ তোমালোকৰ বংশ বিস্তাৰ কৰে; একোৱেই তেওঁৰ সদৃশ নহয়, তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।)
.___________________________________________
🌄৮৯:৪
وَاللَّيْلِ إِذَا يَسْرِ
শপত ৰাতিৰ, যেতিয়া ই বিদায় লয়।
.
✍️Verse/Note:
89:4 Consider the night as it runs its course!

Note:
An allusion to the night of spiritual darkness which is bound to "run its course" - i.e., to disappear - as soon as man becomes truly conscious of God.(as).
.___________________________________________
🌄৮৯:৫
هَلْ فِي ذَٰلِكَ قَسَمٌ لِذِي حِجْرٍ
ইয়াৰ মাজত বোধসম্পন্ন ব্যক্তিৰ বাবে দৃঢ় প্ৰমাণ নাইনে?
.
✍️Verse/Note:
89:5 Considering all this - could there be, to anyone endowed with reason, a [more] solemn evidence of the truth?

Note:
Lit., "a [more] solemn affirmation" (qasam): i.e., a convincing evidence of the existence and ✔️oneness of God.(as).
.___________________________________________
🌄৮৯:৬
أَلَمْ تَرَ كَيْفَ فَعَلَ رَبُّكَ بِعَادٍ
তুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে আদ* সম্প্ৰদায়ৰ লগত কি আচৰণ কৰিছিল?
.
✍️BB-ref:(7:65)*
(They had refused to listen to their Prophets on equitable treatment with the poor and violated human rights-sa)5
৭:৬৫
۞ وَإِلَىٰ عَادٍ أَخَاهُمْ هُودًا ۗ قَالَ يَا قَوْمِ اعْبُدُوا اللَّهَ مَا لَكُمْ مِنْ إِلَٰهٍ غَيْرُهُ ۚ أَفَلَا تَتَّقُونَ
আৰু ‘আদ জাতিৰ ওচৰত সিহঁতৰ ভাই হূদক প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। (তথাপিও) তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?
.___________________________________________
🌄৮৯:৭
إِرَمَ ذَاتِ الْعِمَادِ
ইৰাম গোত্ৰৰ লগত, যিসকল অধিকাৰী আছিল সুউচ্চ প্ৰাসাদৰ?
.
✍️Verse/Note:
89:7 Those whose capital was Iram, the city of towers and lofty mansions.

Note:
Iram were the generation of Iram son of Sam son of Noah. The capital of the tribe of ‘Aad bears the same name, Iram, and now lies buried in Al-Ahqaf, the Sand-dunes of Southern Arabia. 46:21(sa).
(৪৬:২১
۞ وَاذْكُرْ أَخَا عَادٍ إِذْ أَنْذَرَ قَوْمَهُ بِالْأَحْقَافِ وَقَدْ خَلَتِ النُّذُرُ مِنْ بَيْنِ يَدَيْهِ وَمِنْ خَلْفِهِ أَلَّا تَعْبُدُوا إِلَّا اللَّهَ إِنِّي أَخَافُ عَلَيْكُمْ عَذَابَ يَوْمٍ عَظِيمٍ
আৰু স্মৰণ কৰা আদ সম্প্ৰদায়ৰ ভাতৃৰ কথা, যেতিয়া তেওঁ আহক্বাফত নিজ সম্প্ৰদায়ক সতৰ্ক কৰিছিল। যাৰ আগত আৰু পিছতো সতৰ্ককাৰী আহিছিল (এই নিৰ্দেশ লৈ) যে, ‘তোমালোকে একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা। নিশ্চয় মই তোমালোকৰ বাবে মহাদিৱসৰ শাস্তিৰ আশংকা কৰিছো’।)
.___________________________________________
🌄৮৯:৮
الَّتِي لَمْ يُخْلَقْ مِثْلُهَا فِي الْبِلَادِ
যাৰ সমতুল্য (জাতি) কোনো দেশতে সৃষ্টি কৰা হোৱা নাই;
.
✍️Verse/Note:
89:8 The like of which (the towers and castles) were never built in other cities. [26:128-134]
(২৬:১২৮
أَتَبْنُونَ بِكُلِّ رِيعٍ آيَةً تَعْبَثُونَ
‘তোমালোকে কিয় প্ৰতিটো উচ্চ স্থানত অযথা সৌধ নিৰ্মাণ কৰা?
২৬:১২৯
وَتَتَّخِذُونَ مَصَانِعَ لَعَلَّكُمْ تَخْلُدُونَ
‘আৰু তোমালোকে এনেকৈ প্ৰাসাদসমূহ নিৰ্মাণ কৰি আছা, যেনিবা তোমালোক স্থায়ী।
upto 134)
.___________________________________________
🌄৮৯:৯
وَثَمُودَ الَّذِينَ جَابُوا الصَّخْرَ بِالْوَادِ
আৰু ছামূদ* সম্প্ৰদায়ৰ লগত (কি আচৰণ কৰিছিল) যিসকলে ভৈয়ামত শিল কাটি ঘৰ নিৰ্মাণ কৰিছিল;
.
✍️BB-ref:(27:45)*
২৭:৪৫
وَلَقَدْ أَرْسَلْنَا إِلَىٰ ثَمُودَ أَخَاهُمْ صَالِحًا أَنِ اعْبُدُوا اللَّهَ فَإِذَا هُمْ فَرِيقَانِ يَخْتَصِمُونَ
আৰু অৱশ্যে আমি ছামূদ সম্প্ৰদায়ৰ ওচৰত সিহঁতৰ ভাতৃ ছলেহক প্ৰেৰণ কৰিছিলো এই আদেশ প্ৰদান কৰি যে, ‘তোমালোকে আল্লাহৰ ইবাদত কৰা’। তাৰ পিছত সিহঁতে দুই দলত বিভক্ত হৈ বিতৰ্কত লিপ্ত হ’ল।
.
Wadi-al-Qura.7:74, 15:82(sa)
(৭:৭৪
وَاذْكُرُوا إِذْ جَعَلَكُمْ خُلَفَاءَ مِنْ بَعْدِ عَادٍ وَبَوَّأَكُمْ فِي الْأَرْضِ تَتَّخِذُونَ مِنْ سُهُولِهَا قُصُورًا وَتَنْحِتُونَ الْجِبَالَ بُيُوتًا ۖ فَاذْكُرُوا آلَاءَ اللَّهِ وَلَا تَعْثَوْا فِي الْأَرْضِ مُفْسِدِينَ
‘আৰু স্মৰণ কৰা, আদ জাতিৰ (ধ্বংসৰ) পিছত তেওঁ তোমালোকক (তোমালোকৰ আগৰ লোকসকলৰ) স্থলাভিষিক্ত কৰিছে, আৰু তেওঁ তোমালোকক পৃথিৱীত এনেকৈ প্ৰতিষ্ঠিত কৰিছে যে, তোমালোকে সমতল ভূমিত প্ৰাসাদ নিৰ্মাণ কৰিব পাৰা আৰু পাহাৰ কাটি বাসগৃহ তৈয়াৰ কৰিব পাৰা। গতিকে তোমালোকে আল্লাহৰ অনুগ্ৰহ স্মৰণ কৰা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা’।
.
১৫:৮২
وَكَانُوا يَنْحِتُونَ مِنَ الْجِبَالِ بُيُوتًا آمِنِينَ
আৰু সিহঁতে নিৰাপদে পাহাৰ কাটি ঘৰ নিৰ্মাণ কৰিব পাৰিছিল।)
.___________________________________________
🌄৮৯:১০ 
وَفِرْعَوْنَ ذِي الْأَوْتَادِ
আৰু শূলদণ্ডৰ অধিকাৰী ফিৰআউনৰ* লগত (কি আচৰণ কৰিছিল)
.
✍️Verse/Note:
89:10 And with Pharaoh, lord of the pyramids.

Note:
20:43, 38:12, 43:78. Zil-awtad = Lord of stakes = A mighty emperor = Owner of many tents with pegs well-dug into the ground = Owner of the Pyramids. God’s law is also the law of nature and the rise and fall of nations is fully subject to it(sa).
(২০:৪৩
اذْهَبَا إِلَىٰ فِرْعَوْنَ إِنَّهُ طَغَىٰ
‘তোমালোক দুয়ো ফিৰআউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমালঙ্ঘন কৰিছে।
.
৩৮:১২
كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوحٍ وَعَادٌ وَفِرْعَوْنُ ذُو الْأَوْتَادِ
ইহঁতৰ পূৰ্বেও অস্বীকাৰ কৰিছিল নূহৰ সম্প্ৰদায়ে, আদ আৰু লৌহ শলাধাৰী ফিৰআউনে,
-find 38:12 in the link:
.
৪৩:৭৮
لَقَدْ جِئْنَاكُمْ بِالْحَقِّ وَلَٰكِنَّ أَكْثَرَكُمْ لِلْحَقِّ كَارِهُونَ
আল্লাহে ক’ব, ‘অৱশ্যে আমি তোমালোকৰ ওচৰত সত্য লৈ আহিছিলো, কিন্তু তোমালোকৰ সৰহভাগেই আছিল সত্য অপছন্দকাৰী’।)
.
✍️BB-ref:(17:101)*
১৭:১০১
وَلَقَدْ آتَيْنَا مُوسَىٰ تِسْعَ آيَاتٍ بَيِّنَاتٍ ۖ فَاسْأَلْ بَنِي إِسْرَائِيلَ إِذْ جَاءَهُمْ فَقَالَ لَهُ فِرْعَوْنُ إِنِّي لَأَظُنُّكَ يَا مُوسَىٰ مَسْحُورًا
আৰু আমি মূছাক নটা স্পষ্ট নিদৰ্শন প্ৰদান কৰিছিলো; এতেকে তুমি বনী ইছৰাঈলক সুধি চোৱা; যেতিয়া তেওঁ সিহঁতৰ ওচৰত আহিছিল, আৰু ফিৰআউনে তেওঁক কৈছিল, ‘হে মূছা! নিশ্চয় মোৰ মতে তুমি এজন যাদুগ্ৰস্ত’।
.___________________________________________
🌄৮৯:১১
الَّذِينَ طَغَوْا فِي الْبِلَادِ
যিসকলে দেশত সীমালঙ্ঘন কৰিছিল,
.
✍️Verse/Note:
89:11 They all played God in towns and cities.

Note:
Tagha = Crossing limits = Transgressing the laws = Trespassing = Being rebellious = Ignoring Permanent Values = Behaving arrogantly = Being Taaghoot or false god = Playing God. 2:256, 4:60, 4:76, 16:36(sa).
(২:২৫৬
لَا إِكْرَاهَ فِي الدِّينِ ۖ قَدْ تَبَيَّنَ الرُّشْدُ مِنَ الْغَيِّ ۚ فَمَنْ يَكْفُرْ بِالطَّاغُوتِ وَيُؤْمِنْ بِاللَّهِ فَقَدِ اسْتَمْسَكَ بِالْعُرْوَةِ الْوُثْقَىٰ لَا انْفِصَامَ لَهَا ۗ وَاللَّهُ سَمِيعٌ عَلِيمٌ
দ্বীন গ্ৰহণৰ ক্ষেত্ৰত কোনো জোৰ-জবৰদস্তি নাই; সত্য পথ ভ্ৰান্ত পথৰ পৰা সুস্পষ্ট হৈছে। এতেকে যিয়ে তাগুতক অস্বীকাৰ কৰিব আৰু আল্লাহৰ প্ৰতি ঈমান আনিব সি এনেকুৱা এডাল ৰছীত খামুচি ধৰিলে যিডাল কেতিয়াও বিচ্ছিন্ন নহ’ব; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।
.
৪:৬০
أَلَمْ تَرَ إِلَى الَّذِينَ يَزْعُمُونَ أَنَّهُمْ آمَنُوا بِمَا أُنْزِلَ إِلَيْكَ وَمَا أُنْزِلَ مِنْ قَبْلِكَ يُرِيدُونَ أَنْ يَتَحَاكَمُوا إِلَى الطَّاغُوتِ وَقَدْ أُمِرُوا أَنْ يَكْفُرُوا بِهِ وَيُرِيدُ الشَّيْطَانُ أَنْ يُضِلَّهُمْ ضَلَالًا بَعِيدًا
তুমি সিহঁতক দেখা নাইনে? যিসকলে দাবী কৰে যে, তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে আৰু তোমাৰ পূৰ্বে যি অৱতীৰ্ণ হৈছে তাত সিহঁতে ঈমান আনিছে, অথচ সিহঁতে তাগুতৰ ওচৰত বিচাৰপ্ৰাৰ্থী হ’ব বিচাৰে, যদিও সেইটোক প্ৰত্যাখ্যান কৰাৰ বাবে সিহঁতক নিৰ্দেশ দিয়া হৈছিল; আৰু চয়তানে সিহঁতক ভীষণভাৱে পথভ্ৰষ্ট কৰিব বিচাৰে।
.
৪:৭৬
الَّذِينَ آمَنُوا يُقَاتِلُونَ فِي سَبِيلِ اللَّهِ ۖ وَالَّذِينَ كَفَرُوا يُقَاتِلُونَ فِي سَبِيلِ الطَّاغُوتِ فَقَاتِلُوا أَوْلِيَاءَ الشَّيْطَانِ ۖ إِنَّ كَيْدَ الشَّيْطَانِ كَانَ ضَعِيفًا
যিসকলে ঈমান আনিছে তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰে, আৰু কাফিৰসকলে তাগুতৰ পথত যুদ্ধ কৰে। এতেকে তোমালোকে চয়তানৰ বন্ধুসকলৰ বিৰুদ্ধে যুদ্ধ কৰা; চয়তানৰ চক্ৰান্ত নিশ্চয় দুৰ্বল।
.
১৬:৩৬
وَلَقَدْ بَعَثْنَا فِي كُلِّ أُمَّةٍ رَسُولًا أَنِ اعْبُدُوا اللَّهَ وَاجْتَنِبُوا الطَّاغُوتَ ۖ فَمِنْهُمْ مَنْ هَدَى اللَّهُ وَمِنْهُمْ مَنْ حَقَّتْ عَلَيْهِ الضَّلَالَةُ ۚ فَسِيرُوا فِي الْأَرْضِ فَانْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الْمُكَذِّبِينَ
আৰু নিশ্চয় আমি প্ৰত্যেক জাতিৰ ওচৰতেই ৰাছুল পঠাইছিলো এই নিৰ্দেশ প্ৰদান কৰি যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তাগুতক পৰিহাৰ কৰা। তাৰ পিছত আল্লাহে সিহঁতৰ কিছুসংখ্যক লোকক হিদায়ত দিছে, আৰু সিহঁতৰ কিছুমানৰ ওপৰত পথভ্ৰষ্টতা সাব্যস্ত হৈছিল; এতেকে তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰি চোৱা মিছলীয়াসকলৰ পৰিণাম কি হৈছিল?)
(code:4-48-শেষ বিচাৰৰ দিনা উত্তম ফলাফলৰ বাবে এটাই সূত্ৰঃ[তাগুত🔺(শ্বিৰ্ক) বৰ্জন,তওবাহ কৰা,ঈমান অনা,সৎকৰ্ম কৰা] https://bit.ly/3lq6k7I)
At-Taaghoot🔺 = Those who, in rebellion to the One True God, claim to have Divine powers or try to portray themselves as His representatives = Sufis, mystics, priesthood, clergy, tyrants. Tagha = Rebellion. Idols of stones cannot rebel and therefore, they cannot be At-Taaghoot.
(আত-তাগুত = যারা, এক সত্য ঈশ্বরের প্রতি বিদ্রোহ করে, দৈবশক্তির অধিকারী বলে দাবি করে বা নিজেকে তাঁর প্রতিনিধি হিসাবে চিত্রিত করার চেষ্টা করে = সুফি, অতীন্দ্রিয়বাদী, পুরোহিত, যাজক, অত্যাচারী।  তাগা = বিদ্রোহ।  পাথরের মূর্তি বিদ্রোহ করতে পারে না তাই তারা আত-তাগুত হতে পারে না)
.___________________________________________
🌄৮৯:১২
فَأَكْثَرُوا فِيهَا الْفَسَادَ
তাৰ পিছত তাত অশান্তি বৃদ্ধি কৰিছিল।
.___________________________________________
🌄৮৯:১৩
فَصَبَّ عَلَيْهِمْ رَبُّكَ سَوْطَ عَذَابٍ
ফলত তোমাৰ প্ৰতিপালকে সিহঁতৰ ওপৰত শাস্তিৰ চাবুক মাৰিলে।
.___________________________________________
🌄৮৯:১৪
إِنَّ رَبَّكَ لَبِالْمِرْصَادِ
নিশ্চয় তোমাৰ প্ৰতিপালকে সতৰ্ক দৃষ্টি ৰাখে।
.___________________________________________
🌄৮৯:১৫✔️
فَأَمَّا الْإِنْسَانُ إِذَا مَا ابْتَلَاهُ رَبُّهُ فَأَكْرَمَهُ وَنَعَّمَهُ فَيَقُولُ رَبِّي أَكْرَمَنِ
আৰু মানুহৰ প্ৰকৃতি এনেকুৱা যে, যেতিয়া তাৰ প্ৰতিপালকে তাক সন্মান আৰু অনুগ্ৰহ প্ৰদান কৰি পৰীক্ষা কৰে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক সন্মানিত কৰিছে’।
(Honor and disgrace are subject to Divine laws/সম্মান আৰু অসম্মান ঐশ্বৰিক আইনৰ অধীনত)
.___________________________________________
🌄৮৯:১৬✔️
وَأَمَّا إِذَا مَا ابْتَلَاهُ فَقَدَرَ عَلَيْهِ رِزْقَهُ فَيَقُولُ رَبِّي أَهَانَنِ
আৰু যেতিয়া তাক পৰীক্ষা কৰিবলৈ তাৰ জীৱিকা সংকুচিত কৰি দিয়ে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক লাঞ্ছিত কৰিছে’।
.
✍️Note:as
তেওঁ ধন-সম্পত্তিৰ অনুপস্থিতি বা হেৰুৱাক পৰীক্ষা হিচাপে নহয়, বৰঞ্চ ঐশ্বৰিক "অন্যায়"ৰ প্ৰমাণ হিচাপে গণ্য কৰে - যিয়ে নিজৰ পাছলৈ ঈশ্বৰৰ অস্তিত্বক অস্বীকাৰ কৰাৰ সূচনা কৰিব পাৰে।
.___________________________________________
🌄৮৯:১৭
كَلَّا ۖ بَلْ لَا تُكْرِمُونَ الْيَتِيمَ
কেতিয়াও নহয়, বৰং তোমালোকে এতীমক* সমাদৰ নকৰা,
.
✍️BB-ref:(107:2)
১০৭:২
فَذَٰلِكَ الَّذِي يَدُعُّ الْيَتِيمَ
সি সেইজনেই, যিয়ে অনাথক কঠোৰভাৱে খেদি পঠিয়ায়,[69:34].
৬৯:৩৪
وَلَا يَحُضُّ عَلَىٰ طَعَامِ الْمِسْكِينِ
আৰু মিছকিনক খাদ্যদানত উৎসাহিত কৰাও নাছিল।
.
✍️Verse/Note-sa:
89:17 Nay, nay, you do not honor the orphan.

Note:
You forget to realize your acts of commission and omission. Yateem = Orphan = Widow = Left alone in the society = Helpless. A benevolent society makes room for the ‘Yateem’
.
✍️ref:sam:
৪:২
وَآتُوا الْيَتَامَىٰ أَمْوَالَهُمْ ۖ وَلَا تَتَبَدَّلُوا الْخَبِيثَ بِالطَّيِّبِ ۖ وَلَا تَأْكُلُوا أَمْوَالَهُمْ إِلَىٰ أَمْوَالِكُمْ ۚ إِنَّهُ كَانَ حُوبًا كَبِيرًا
আৰু ইয়াতীমসকলক তোমালোকে সিহঁতৰ ধন-সম্পদ সমৰ্পণ কৰা; আৰু তোমালোকে অপৱিত্ৰ বস্তুক পৱিত্ৰ বস্তুৰ দ্বাৰা সলনি নকৰিবা লগতে তোমালোকে নিজ সম্পদৰ লগত সিহঁতৰ সম্পদ মিলাই গ্ৰাস নকৰিবা। নিশ্চয় এইটো মহাপাপ।
.___________________________________________
WORD BY WORD MEANING BB:
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[89:1] By (Wa) the dawn (El'Faj'r)*,
[89:2] and (Wa) ten (Åsh'r) nights(Layaalin), 
[89:3] and (Wa) the even (Es'Shaf'e) and the odd (El'Wat'r), (11:65 / 69:7)
[89:4] and (Wa) the night (Ellai'li) when (Izaa) it circulates (Yas'r).
[89:5] Is (Hal')
there an oath (Qasamun) in (Fii) that (Zaalika) for one who possesses (Lizii) self-restraint (Hij'r)?
[89:6] Have you not (Alam') considered (Tara) how (Kai'fa) your LORD (s) (Rabbu-ka) dealt (Faåla) with (Bi) Ad
(7:65) (Ååd),
[89:7] boulder (Irama) containing (Zaati) pillars (El'Emaad),
[89:8] which (Ellatii) has no (Lam') likeness of it (Mith'lu-haa) shaped (Yukh'laq') in the lands (Fiil' Bilaad)?
[89:9] And (Wa) Thamud (27:45) (Thamuuda), those who (Ellaziina) pierced (Jaabu') rocks (Es'Sokh'ra) in (Bi) the 
valley (El'Waad)?
[89:10] And (Wa) Pharaoh (17:101) (Fir'åw'na), possessor (Zii) of the pyramids (stakes)
(El'Aw'taad)? -
[89:11] The ones who (Ellaziina) transgressed (Togaw') in the lands (Fiil' Bilaad)
[89:12] and (Fa) increased (Ak'tharu') the corruption (El'Fasaad) therein (Fiihaa).
[89:13] So (Fa) your LORD (s) (Rabbu-ka) poured (Sobba) a scourge (Saw'to) of punishment (Åzaab) upon them (Alai'him’).
[89:14] Indeed (Inna), your LORD (s) (Rabba-ka) is (La) in observation (Bil' Mir'soad).
[89:15] And (Fa) as for (Amma) the human being (El' Insaanu) whenever (Izaa Maa) his LORD (Rabbu-hu) tests him (Eb'talaa-hu) and thus (Fa) honours him (Ak'rama-hu) and (Wa) favours him (Na'ååma-hu), then (Fa) he 
says (Yaquulu), "My LORD (Rabbii) has honoured me (Ak'ramani)."
[89:16] But (Wa Ammaa) when (Izaa Maa) HE tests him (Eb'talaa-hu) and then (Fa) limits (Qadara) his 
sustenance (Riz'qa-hu) for him (Ålai'hi), then (Fa) he says (Yaquulu), "My LORD (Rabbii) has humiliated me 
(Ahaanani)."
[89:17] Nay (Kallaa)! Rather (Bal) you do not (Laa) honour (Tuk'rimuuna) the orphan (107:2) (El'Yatiim), 
___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 27.07.2023-Naz-villa✔️
🔴Work Progress ~ 98.02%
🟡Approx. Pages~ 4,385 nos.
⚫Parts ~ 653-654 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG 
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer #onlyway
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)