🟩Part-416(38:08-20)Saad(ص)ছুৰা-ছা'দ

✔️Part-416(38:08-20)Saad(ص)ছুৰা-ছা'দ
.... Video- Part-416(38:08-22)ছুৰা-ছা'দ
✅N.B:পৰবৰ্তী খণ্ডৰ ভিডিঅ'ত ৩৮:২১ৰ পৰা  অত্যন্ত জৰুৰী কথা মুক্তাবুল চাহাবে কৈছে। শুনিব।
__"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ"__
.___________________________________________
🟩মিনি সূচিঃ Part-416(38:08-20)Saad(ص)
৩৮:৮(See Note**"on people who refuse to accept the truth" ie Zikr means Quran)
৩৮:৯(কাক অনুগ্ৰহ কৰা উচিত বা অনুচিত সেই বিষয়ে সিদ্ধান্ত লোৱাটো একমাত্ৰ আল্লাহৰ কাম)
৩৮:১৪(সিহঁতৰ প্ৰত্যেকেই ৰাছুলসকলক অস্বীকাৰ কৰিছিল অৰ্থাৎ কোৰআন। ফলত সিহঁতৰ ওপৰত আল্লাহৰ শাস্তি সাব্যস্ত হৈছিল-see note)
৩৮:১৭-২০(দাউদৰ আ:ছা: কথা-আয়াত চাওঁক)
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
.___________________________________________
🔴৩৮:৮
أَأُنْزِلَ عَلَيْهِ الذِّكْرُ مِنْ بَيْنِنَا ۚ بَلْ هُمْ فِي شَكٍّ مِنْ ذِكْرِي ۖ بَلْ لَمَّا يَذُوقُوا عَذَابِ
‘আমাৰ মাজৰ পৰা কেৱল তেওঁৰ ওপৰতহে যিকৰ (কোৰআন) অৱতীৰ্ণ কৰা হ’ল’? প্ৰকৃততে সিহঁতে আমাৰ কোৰআন সম্পৰ্কে সন্দেহত পতিত হৈছে।* বৰং সিহঁতে এতিয়াও মোৰ শাস্তি ভোগ কৰা নাই।**
.
✍️Note* Lit., "that they are in doubt of": i.e., it is not the personality of the Prophet that fills them with distrust, but, rather, the substance of the message proclaimed by him - and, in particular, his insistence on God's absolute oneness and uniqueness, which runs counter to their habits of thought and social traditions.(as).
(Google translate no guarantee:
আক্ষৰিক অৰ্থত, "যে তেওঁলোকৰ সন্দেহ আছে": অৰ্থাৎ, নবীৰ ব্যক্তিত্বই তেওঁলোকক অবিশ্বাসেৰে ভৰাই তোলে নহয়, বৰঞ্চ, তেওঁ ঘোষণা কৰা বাৰ্তাৰ বিষয়বস্তু - আৰু বিশেষকৈ আল্লাহৰ ওপৰত তেওঁৰ জোৰ  নিৰপেক্ষ একতা আৰু স্বকীয়তা, যিটো তেওঁলোকৰ চিন্তাৰ অভ্যাস আৰু সামাজিক পৰম্পৰাৰ বিপৰীত।)

Note**"on people who refuse to accept the truth".(as).
.
✍️Note:Link- https://bit.ly/3TQedi4
.
✍️Ap-refs:
৪৩:৩১-৩২
وَقَالُوا لَوْلَا نُزِّلَ هَٰذَا الْقُرْآنُ عَلَىٰ رَجُلٍ مِنَ الْقَرْيَتَيْنِ عَظِيمٍ
সিহঁতে আৰু ক’লে, ‘এই কোৰআন দুয়ো জনপদৰ কোনো এজন মহান ব্যক্তিৰ ওপৰত কিয় অৱতীৰ্ণ কৰা নহ’ল’?
৪৩:৩২
أَهُمْ يَقْسِمُونَ رَحْمَتَ رَبِّكَ ۚ نَحْنُ قَسَمْنَا بَيْنَهُمْ مَعِيشَتَهُمْ فِي الْحَيَاةِ الدُّنْيَا ۚ وَرَفَعْنَا بَعْضَهُمْ فَوْقَ بَعْضٍ دَرَجَاتٍ لِيَتَّخِذَ بَعْضُهُمْ بَعْضًا سُخْرِيًّا ۗ وَرَحْمَتُ رَبِّكَ خَيْرٌ مِمَّا يَجْمَعُونَ
সিহঁতে তোমাৰ প্ৰতিপালকৰ ৰহমত ভাগ-বন্টন কৰে নেকি? আমিহে পাৰ্থিৱ জীৱনত সিহঁতৰ মাজত সিহঁতৰ জীৱিকা বন্টন কৰি দিওঁ আৰু সিহঁতৰ ইজনক সিজনৰ ওপৰত মৰ্যাদাত উন্নীত কৰি দিওঁ যাতে ইজনে সিজনক অধীনস্থ হিচাপে গ্ৰহণ কৰিব পাৰে; (জানি থোৱা) সিহঁতে যি সঞ্চয় কৰে, তোমাৰ প্ৰতিপালকৰ ৰহমত তাতোকৈ উৎকৃষ্ট।
.___________________________________________
🔴৩৮:৯
أَمْ عِنْدَهُمْ خَزَائِنُ رَحْمَةِ رَبِّكَ الْعَزِيزِ الْوَهَّابِ
অথবা সিহঁতৰ ওচৰত তোমাৰ প্ৰতিপালকৰ ভাণ্ডাৰ আছে নেকি? যিজন মহাপৰাক্ৰমশালী, অসীম দাতা।
.
✍️Note:
I.e., "Do they think that it is for them to decide as to who should and who should not be graced with divine revelation?"(as).
(Google translate no guarantee:
অৰ্থাৎ "তেওঁলোকে ভাবেনে যে কাক আল্লাহৰ প্ৰকাশৰ দ্বাৰা অনুগ্ৰহ কৰা উচিত আৰু কাক অনুগ্ৰহ কৰা অনুচিত সেই বিষয়ে সিদ্ধান্ত লোৱাটো তেওঁলোকৰ ওপৰত?")
.
✍️Ap-refs:link:
.___________________________________________
🔴৩৮:১০
أَمْ لَهُمْ مُلْكُ السَّمَاوَاتِ وَالْأَرْضِ وَمَا بَيْنَهُمَا ۖ فَلْيَرْتَقُوا فِي الْأَسْبَابِ
অথবা আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজৰ সকলো বস্তুৰ ওপৰত সিহঁতৰ কোনো কৰ্তৃত্ব আছে নেকি? যদি আছে তেনেহ’লে সিহঁতে কোনো উপায় অৱলম্বন কৰি (আকাশলৈ) আৰোহণ কৰা উচিত!
.
✍️Verse/note:
38:10 Or [that] the dominion over the heavens and the earth and all that is between them is theirs? Why, then, let them try to ascend [to God-like power] by all [conceivable] means!(as).

Note.
I.e., "Do they think that human beings are so highly endowed that they are bound to attain, some day, to mastery over the universe and all nature, and thus to God-like power?" Cf. in this connection 96:6 . As regards it rendering of al-asbab as "all [conceivable] means", see 18:84.
(৯৬:৬
كَلَّا إِنَّ الْإِنْسَانَ لَيَطْغَىٰ
বাস্তৱতে, মানুহে সীমালঙ্ঘন কৰি থাকে।
.
১৮:৮৩-৮৪
وَيَسْأَلُونَكَ عَنْ ذِي الْقَرْنَيْنِ ۖ قُلْ سَأَتْلُو عَلَيْكُمْ مِنْهُ ذِكْرًا
আৰু সিহঁতে তোমাক জুল-কাৰনাইন সম্পৰ্কে সোধে। কোৱা, ‘অচিৰেই মই তোমালোকৰ ওচৰত তেওঁৰ বিষয়ে বৰ্ণনা কৰিম’।
১৮:৮৪
إِنَّا مَكَّنَّا لَهُ فِي الْأَرْضِ وَآتَيْنَاهُ مِنْ كُلِّ شَيْءٍ سَبَبًا
নিশ্চয় আমি তেওঁক পৃথিৱীত কৰ্তৃত্ব প্ৰদান কৰিছিলো আৰু প্ৰত্যেক বিষয়ৰ উপায়-উপকৰণ দান কৰিছিলো।
.___________________________________________
🔴৩৮:১১
جُنْدٌ مَا هُنَالِكَ مَهْزُومٌ مِنَ الْأَحْزَابِ
এই বাহিনী তাত অৱশ্যে পৰাজিত হ’ব, পূৰ্বৱৰ্তী দলসমূহৰ দৰে।(৩৮:১৩ চাওঁক)
.
✍️Ap-refs:54:44-55, 54:46
৫৪:৪৬
بَلِ السَّاعَةُ مَوْعِدُهُمْ وَالسَّاعَةُ أَدْهَىٰ وَأَمَرُّ
বৰং কিয়ামত সিহঁতৰ শাস্তিৰ নিৰ্ধাৰিত সময়; আৰু কিয়ামত হৈছে অতি ভয়াৱহ আৰু তিক্তকৰ;
.___________________________________________
🔴৩৮:১২
كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوحٍ وَعَادٌ وَفِرْعَوْنُ ذُو الْأَوْتَادِ
ইহঁতৰ পূৰ্বেও অস্বীকাৰ কৰিছিল নূহৰ সম্প্ৰদায়ে, আদ আৰু লৌহ শলাধাৰী ফিৰআউনে,
.
✍️Verse/note:
38:12 And before them denied the truth, the people of Noah, ‘Aad and Pharaoh of the firm stakes.

Note.
Zil-awtaad = The lord of the Pyramids. It may also refer to Pharaoh’s frequent crucifixion of his subjects on palm-tree stakes. 7:124, 20:71, 26:49
(৭:১২৩-১২৪
قَالَ فِرْعَوْنُ آمَنْتُمْ بِهِ قَبْلَ أَنْ آذَنَ لَكُمْ ۖ إِنَّ هَٰذَا لَمَكْرٌ مَكَرْتُمُوهُ فِي الْمَدِينَةِ لِتُخْرِجُوا مِنْهَا أَهْلَهَا ۖ فَسَوْفَ تَعْلَمُونَ
ফিৰআউনে ক’লে, ‘কি! মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে ইয়াৰ ওপৰত ঈমান আনিলা? নিশ্চয় এইটো এটা চক্ৰান্ত; তোমালোকে এই চক্ৰান্ত কৰিছা নগৰবাসীসকলক ইয়াৰ পৰা উলিয়াই দিয়াৰ বাবে। এতেকে তোমালোকে অতিশীঘ্ৰে ইয়াৰ পৰিণাম জানিব পাৰিবা’।
৭:১২৪
لَأُقَطِّعَنَّ أَيْدِيَكُمْ وَأَرْجُلَكُمْ مِنْ خِلَافٍ ثُمَّ لَأُصَلِّبَنَّكُمْ أَجْمَعِينَ
‘নিশ্চয় মই তোমালোকৰ হাত-ভৰি বিপৰীত ফালৰ পৰা কাটি টুকুৰা-টুকুৰ কৰি দিম; তাৰ পিছত অৱশ্যে মই তোমালোক আটাইকে শূলত দিম’।
.
২০:৭১
قَالَ آمَنْتُمْ لَهُ قَبْلَ أَنْ آذَنَ لَكُمْ ۖ إِنَّهُ لَكَبِيرُكُمُ الَّذِي عَلَّمَكُمُ السِّحْرَ ۖ فَلَأُقَطِّعَنَّ أَيْدِيَكُمْ وَأَرْجُلَكُمْ مِنْ خِلَافٍ وَلَأُصَلِّبَنَّكُمْ فِي جُذُوعِ النَّخْلِ وَلَتَعْلَمُنَّ أَيُّنَا أَشَدُّ عَذَابًا وَأَبْقَىٰ
ফিৰআউনে ক’লে, ‘মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে তাৰ প্ৰতি বিশ্বাস স্থাপন কৰিলা! নিশ্চয় সিয়ে তোমালোকৰ প্ৰধান, সিয়েই তোমালোকক যাদু শিকাইছে। সেয়ে অৱশ্যে মই তোমালোকৰ হাত ভৰি বিপৰীত দিশৰ পৰা কাটিম আৰু মই তোমালোকক খেজুৰ গছৰ কাণ্ডত শূলবিদ্ধ কৰিম আৰু তোমালোকে অৱশ্যে জানিব পাৰিবা আমাৰ মাজত কাৰ শাস্তি বেছি কঠোৰ আৰু অধিক স্থায়ী’।
.
২৬:৪৯
قَالَ آمَنْتُمْ لَهُ قَبْلَ أَنْ آذَنَ لَكُمْ ۖ إِنَّهُ لَكَبِيرُكُمُ الَّذِي عَلَّمَكُمُ السِّحْرَ فَلَسَوْفَ تَعْلَمُونَ ۚ لَأُقَطِّعَنَّ أَيْدِيَكُمْ وَأَرْجُلَكُمْ مِنْ خِلَافٍ وَلَأُصَلِّبَنَّكُمْ أَجْمَعِينَ
ফিৰআউনে ক’লে, ‘মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে তাৰ প্ৰতি বিশ্বাস কৰিলা? নিশ্চয় সিয়ে তোমালোকৰ প্ৰধান আৰু সিয়ে তোমালোকক যাদু শিক্ষা দিছে। এতেকে অতিশীঘ্ৰে তোমালোকে ইয়াৰ পৰিণাম পাবা। নিশ্চয় আমি তোমালোকৰ হাত আৰু ভৰি বিপৰীত দিশৰ পৰা কাটি দিম আৰু তোমালোক সকলোকে শূলবিদ্ধ কৰিম’।
.___________________________________________
🔴৩৮:১৩
وَثَمُودُ وَقَوْمُ لُوطٍ وَأَصْحَابُ الْأَيْكَةِ ۚ أُولَٰئِكَ الْأَحْزَابُ
আৰু ছামূদ, লগতে লূত সম্প্ৰদায় আৰু আইকাৰ অধিবাসীবিলাকেও। সিহঁত আছিল একো একোটা বিশাল বাহিনী*।
.
✍️BB-ref:(38:11)*
.___________________________________________
🔴৩৮:১৪
إِنْ كُلٌّ إِلَّا كَذَّبَ الرُّسُلَ فَحَقَّ عِقَابِ
সিহঁতৰ প্ৰত্যেকেই ৰাছুলসকলক অস্বীকাৰ কৰিছিল। ফলত সিহঁতৰ ওপৰত আমাৰ শাস্তি সাব্যস্ত হৈছিল।
.
✍️38:14-15
৩৬:৪৭-৫০(ৰাছুলসকলক অস্বীকাৰ কৰি কোৰআনৰ লগত বাক-বিতণ্ডাত লিপ্ত থকা অৱস্থাতে এটা বিকট শব্দই আক্ৰমণ কৰিব। সিহঁতে তলকিবই নোৱাৰিব:link: https://bit.ly/3GBtn7J
.___________________________________________
🔴৩৮:১৫
وَمَا يَنْظُرُ هَٰؤُلَاءِ إِلَّا صَيْحَةً وَاحِدَةً مَا لَهَا مِنْ فَوَاقٍ
আৰু ইহঁতে কেৱল আপেক্ষা কৰি আছে এটা বিকট শব্দৰ, যাৰ পিছত কোনো বিৰাম নাথাকিব।
.
See above link at 14.(raf).
.___________________________________________
🔴৩৮:১৬
وَقَالُوا رَبَّنَا عَجِّلْ لَنَا قِطَّنَا قَبْلَ يَوْمِ الْحِسَابِ
আৰু সিহঁতে ক’ব, ‘হে আমাৰ ৰব! হিচাপ দিৱসৰ পূৰ্বেই আমাৰ প্ৰাপ্য আমাক শীঘ্ৰে প্ৰদান কৰা!’
.
✍️Ap-ref:
৮:৩২
وَإِذْ قَالُوا اللَّهُمَّ إِنْ كَانَ هَٰذَا هُوَ الْحَقَّ مِنْ عِنْدِكَ فَأَمْطِرْ عَلَيْنَا حِجَارَةً مِنَ السَّمَاءِ أَوِ ائْتِنَا بِعَذَابٍ أَلِيمٍ
আৰু স্মৰণ কৰা, যেতিয়া সিহঁতে কৈছিল, ‘হে আল্লাহ! এইবোৰ যদি তোমাৰ ফালৰ পৰা সঁচাই সত্য হয় তেন্তে আমাৰ ওপৰত তুমি শিলা-বৃষ্টি বৰ্ষণ কৰা অথবা আমাৰ ওপৰত কোনো যন্ত্ৰণাদায়ক শাস্তি লৈ আহা’।
.___________________________________________
🔴৩৮:১৭(David's Sensitivity Regarding Justice)
اصْبِرْ عَلَىٰ مَا يَقُولُونَ وَاذْكُرْ عَبْدَنَا دَاوُودَ ذَا الْأَيْدِ ۖ إِنَّهُ أَوَّابٌ
সিহঁতে যি কয় সেই বিষয়ে তুমি ধৈৰ্য ধাৰণ কৰা আৰু স্মৰণ কৰা আমাৰ শক্তিশালী বান্দা দাউদৰ কথা, নিশ্চয় তেওঁ আছিল অধিক আল্লাহ অভিমুখী (তাওবাকাৰী)।
.___________________________________________
🔴৩৮:১৮
إِنَّا سَخَّرْنَا الْجِبَالَ مَعَهُ يُسَبِّحْنَ بِالْعَشِيِّ وَالْإِشْرَاقِ
নিশ্চয় আমি পৰ্বতমালাক* অনুগত কৰি দিছিলো, যাতে এইবোৰে তেওঁৰ লগত পুৱা-গধূলি মোৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে,
.
✍️BB-ref:(34:10)*Ap.
৩৪:১০
۞ وَلَقَدْ آتَيْنَا دَاوُودَ مِنَّا فَضْلًا ۖ يَا جِبَالُ أَوِّبِي مَعَهُ وَالطَّيْرَ ۖ وَأَلَنَّا لَهُ الْحَدِيدَ
আৰু অৱশ্যে আমি আমাৰ ফালৰ দাউদক প্ৰদান কৰিছিলো মৰ্যাদা আৰু আদেশ কৰিছিলো, হে পৰ্বতমালা! তোমালোকে দাউদৰ লগত বাৰে বাৰে মোৰ পৱিত্ৰতা ঘোষণা কৰা আৰু চৰাইবোৰকো (আমি এই আদেশ কৰিছিলোঁ)। আৰু তেওঁৰ বাবে আমি লোহাক কোমল কৰি দিছিলোঁ,
(find verse/notes 34:10:see link:
.___________________________________________
🔴৩৮:১৯
وَالطَّيْرَ مَحْشُورَةً ۖ كُلٌّ لَهُ أَوَّابٌ
আৰু সমবেত চৰাইবোৰকো (অনুগত কৰি দিছিলো); প্ৰত্যেকেই আছিল অধিক আল্লাহ অভিমুখী।
.
✍️Verse/note/refs:
38:19 And the nomad riders of Tayir Tribe were all obedient to him. [*21:79, #27:16, ∆34:10](sa).
(২১:৭৯*
فَفَهَّمْنَاهَا سُلَيْمَانَ ۚ وَكُلًّا آتَيْنَا حُكْمًا وَعِلْمًا ۚ وَسَخَّرْنَا مَعَ دَاوُودَ الْجِبَالَ يُسَبِّحْنَ وَالطَّيْرَ ۚ وَكُنَّا فَاعِلِينَ
এতেকে আমি ছুলাইমানক এই বিষয়ৰ মীমাংসা বুজাই দিছিলো আৰু তেওঁলোক দুয়োকে প্ৰজ্ঞা আৰু জ্ঞান দান কৰিছিলো, লগতে পৰ্বত আৰু চৰাইবোৰক আমি দাউদৰ অনুগত কৰি দিছিলো, সেইবোৰে তেওঁৰ লগত পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰিছিল; আৰু আমিয়েই আছিলো এইবোৰৰ কৰ্তা।
[A reference to the Psalms of David, which call upon all nature to extol the glory of God - similar to the Quranic verses, "The seven heavens extol His limitless glory, and the earth, and all that they contain" (17:44), or "All that is in the heavens and on earth extols God's limitless glory" (57:1)(as)].
(১৭:৪৪
تُسَبِّحُ لَهُ السَّمَاوَاتُ السَّبْعُ وَالْأَرْضُ وَمَنْ فِيهِنَّ ۚ وَإِنْ مِنْ شَيْءٍ إِلَّا يُسَبِّحُ بِحَمْدِهِ وَلَٰكِنْ لَا تَفْقَهُونَ تَسْبِيحَهُمْ ۗ إِنَّهُ كَانَ حَلِيمًا غَفُورًا
সাতোখন আকাশ আৰু পৃথিৱী লগতে ইয়াৰ মাজত যি আছে সেই সকলোৱে তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু এনে কোনো বস্তু নাই যিটোৱে তেওঁৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা নকৰে; কিন্তু সিহঁতৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা তোমালোকে বুজি নোপোৱা; নিশ্চয় তেওঁ সহনশীল, ক্ষমাপৰায়ণ।
.
৫৭:১
 سَبَّحَ لِلَّهِ مَا فِي السَّمَاوَاتِ وَالْأَرْضِ ۖ وَهُوَ الْعَزِيزُ الْحَكِيمُ
আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে; আৰু তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।)
.
২৭:১৬#
وَوَرِثَ سُلَيْمَانُ دَاوُودَ ۖ وَقَالَ يَا أَيُّهَا النَّاسُ عُلِّمْنَا مَنْطِقَ الطَّيْرِ وَأُوتِينَا مِنْ كُلِّ شَيْءٍ ۖ إِنَّ هَٰذَا لَهُوَ الْفَضْلُ الْمُبِينُ
আৰু ছুলাইমান হৈছিল দাউদৰ উত্তৰাধিকাৰী আৰু তেওঁ কৈছিল, ‘হে মানৱ! আমাক চৰাই-চিৰিকতিৰ ভাষা শিক্ষা দিয়া হৈছে আৰু আমাক সকলো বস্তু দান কৰা হৈছে, নিশ্চয় এয়া সুস্পষ্ট অনুগ্ৰহ’।
.
৩৪:১০(ওপৰত ১৮ত চাওঁক)∆
.___________________________________________
🔴৩৮:২০
وَشَدَدْنَا مُلْكَهُ وَآتَيْنَاهُ الْحِكْمَةَ وَفَصْلَ الْخِطَابِ
আৰু আমি তেওঁৰ ৰাজ্যক সুদৃঢ় কৰিছিলো আৰু তেওঁক প্ৰদান কৰিছিলো হিকমত আৰু মীমাংসাকাৰী বাগ্মিতা।
.
✍️Verse/Note/refs:
20. In this way, We strengthened his kingdom and bestowed on him the illuminating wisdom of Wahi, as well as the ability to impart sound judgments (17:39; 43:63).pz.sa.
(১৭:৩৯
ذَٰلِكَ مِمَّا أَوْحَىٰ إِلَيْكَ رَبُّكَ مِنَ الْحِكْمَةِ ۗ وَلَا تَجْعَلْ مَعَ اللَّهِ إِلَٰهًا آخَرَ فَتُلْقَىٰ فِي جَهَنَّمَ مَلُومًا مَدْحُورًا
তোমাৰ প্ৰতিপালকে অহীৰ মাধ্যমত তোমাক যি হিকমত দান কৰিছে এইবোৰ তাৰেই অন্তৰ্ভুক্ত; আৰু আল্লাহৰ লগত আন কোনো ইলাহ স্থিৰ নকৰিবা, অন্যথা নিন্দিত আৰু লাঞ্ছিত অৱস্থাত জাহান্নামত নিক্ষিপ্ত হ’বা।
.
৪৩:৬৩
وَلَمَّا جَاءَ عِيسَىٰ بِالْبَيِّنَاتِ قَالَ قَدْ جِئْتُكُمْ بِالْحِكْمَةِ وَلِأُبَيِّنَ لَكُمْ بَعْضَ الَّذِي تَخْتَلِفُونَ فِيهِ ۖ فَاتَّقُوا اللَّهَ وَأَطِيعُونِ
আৰু যেতিয়া ঈছাই স্পষ্ট প্ৰমাণাদি লৈ আহিলে, তেতিয়া তেওঁ ক’লে, ‘অৱশ্যে মই তোমালোকৰ ওচৰত হিকমতসহ আহিছো আৰু তোমালোকে যিবোৰ বিষয়ত মতভেদ কৰিছা সেইবোৰ স্পষ্ট কৰিবলৈ আহিছো। সেয়ে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা।)
.___________________________________________

.___________________________________________
WORD BY WORD MEANING:BB:
[38:8] "Has (A-) the Remembrance (Ez'Zik'ru) been revealed (-unzila) to him (Ålai'hi) instead of us (Min
Bai'ni-naa)?" Rather (Bal'), they (Hum) are in (Fii) doubt (Shakkin) of (Min) MY remembrance (Zik'rii). In 
fact (Bal), they have not (Lammaa) tasted (Yazuuqu') MY punishment (Åzaabi).
[38:9] Or (Am') do they possess (Endahum) the treasures (Khazaa’inu) of the mercy (Rah'mati) of your LORD (s) (Rabbi-ka), the ALMIGHTY (El' Åziizi), the GRANTOR (El' Wahhaab)?
[38:10] Or (Am') do they possess (Lahum) the dominion (Mul'ku) of the heavens (Es'Samaawaati) and the earth (Wal' Ar'di) and whatever (Wamaa) is between them both (Bai'nahumaa)? Then let (Fal') them rise 
(Yar'taqu') in (Fii) the causes (El'As'baab). 
[38:11] There (Hunaalika) were soldiers (Jundun) who (Maa) were defeated (Mah'zuumun) among (Mina) the parties (El'Ah'zaab):
[38:12] The people (Qaw'mu) of Noah (Nuuhin) denied (Kazzabat) before them (Qab'lahum’), as well as (Wa) Ad (Åådun) and (Wa) Pharaoh (Fir'åw'nu), possessor (Zuu) of the pyramids (stakes) (El'Aw'taad), 
[38:13] also (Wa) Thamud (Thamuudu), the people (Qaw'mu) of Lot (Luutin), and (Wa) the companions (As'haabu) of the jungle (Midian) (El'Ai'kati). Those (U'laaika) are the parties (38:11) (El'Ah'zaab). 
[38:14] All (Kullu) did not (In) but (illa) deny (Kazzaba) the messengers (Er'Rusula), so (Fa) MY penalty (Eqaabi) was just (Haqqa).
[38:15] And (Wa) these people (Haaulaai) do not (Maa) wait (Yanzuru) except (illa) one (Waahidatan) blast (blow) (Soi'hatan); which will have (Lahaa) no (Maa Min) lapse (Fawaaq). 
[38:16] And (Wa) they say (Qaalu'), "Our LORD (Rabba-naa), hasten (Åjjil) our cut (share) (Qitta-naa) to us 
(Lanaa) before (Qab'la) the Day of Reckoning (Yaw'mil' Hisaab)."
[38:17] Be patient (Es'bir') with (Ålaa) what (Maa) they say (Yaquuluuna) and (Wa) remember (Ez'kur') Our 
servant (Åb'da-naa), David (Daawuuda), the possessor (Zaa) of strength (El'Ai'di); indeed, he (Innahu) was 
repentant (Awwaab).
[38:18] Indeed (Inna), We subjugated (Sakkhar'naa) the mountains (34:10) (El'Jibaala) glorifying 
(Yusabbih'naa) along with him (Maåhu) in the evening (Bil' Åshiyyi) and at daybreak (Wal' Ish'raaq), 
[38:19] as well as (Wa) the crowded (Mah'shuuratan) birds (Ettoi'ra); he had (Lahu) all (Kullu) repeating (echoing) (Awwaab).
[38:20] And (Wa) We strengthened (Shadad'naa) his kingdom (Mul'ka-hu) and gave him (Aatai'naa-hu)
Wisdom (El'Hik'mata) and decisiveness (Fas'la) in speech (El'Khitoab).

.___________________________________________
💚jiaulhussain(syedraf) #muktabulhussain
💛Date of Starting(Video)~10/August/2021
💙Progress ~ 
❤️Approx. Pages~3,112 nos.
.___________________________________________

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)