🕎Part-562-563(60:07-10)(60:11-13) Al-Mumtahanah(The Test)
✔️Part-562-563(60:07-10)(60:11-13) Al-Mumtahanah(The Test)
✔️Video: Muktabul Hussain
.••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
🟩Template Verse of the Video: 28:85:
২৮:৮৫(Quran is Fard, not Nafl)
إِنَّ الَّذِي فَرَضَ عَلَيْكَ الْقُرْآنَ لَرَادُّكَ إِلَىٰ مَعَادٍ......
নিশ্চয় যিয়ে তোমাৰ প্ৰতি কোৰআনক বিধানস্বৰূপে দান কৰিছে,..LINK: https://aqspart2.blogspot.com/2022/09/part-3602876-88al-qasasend.html?m=1
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
👉কোৰআন কি?: https://bit.ly/3IvpK2H
👉ৰছুল মানে কি?: https://bit.ly/3KCIsbb
👉 পৃথিৱীৰ বেছিভাগ মুছলিম ভুলনে?
- https://bit.ly/3L0B35S
💥মখৰজৰ সৈতে আৰবী ভাষা বুজিলেই কোৰআন বুজিবনে?নুবুজিব পাৰে:https://bit.ly/3TsZRWc
💥শেষ বিচাৰৰ দিনা উত্তম ফলাফলৰ বাবে এটাই সূত্ৰঃ https://bit.ly/42OQRis
💥ভিডিঅ': মুক্তাবুলহুছেইন, লিখনি:চৈয়দৰফ
___________________________________________
মিনি সূচিঃPart-562-563(60:07-10)(60:11-13) Al-Mumtahanah.
৬০:৭(Ultimate Social and Political Goal: Compassion, Peace, and Justice among People)
৬০:৮(Basic Law Regulating Relations With Unbelievers)
৬০:৯(আল্লাহে কেৱল সিহঁতৰ লগত বন্ধুত্ব কৰিবলৈ নিষেধ কৰিছে, যিসকলে দ্বীন সম্পৰ্কে তোমালোকৰ বিৰুদ্ধাচৰণ কৰে)
৬০:১০(সংঘৰ্ষৰ পাছত আশ্ৰয় বিচৰা মহিলা)
.___________________________________________
💟৬০:৭
۞ عَسَى اللَّهُ أَنْ يَجْعَلَ بَيْنَكُمْ وَبَيْنَ الَّذِينَ عَادَيْتُمْ مِنْهُمْ مَوَدَّةً ۚ وَاللَّهُ قَدِيرٌ ۚ وَاللَّهُ غَفُورٌ رَحِيمٌ
যিসকলৰ লগত তোমালোকৰ শত্ৰুতা আছে সম্ভৱত আল্লাহে সিহঁতৰ আৰু তোমালোকৰ মাজত বন্ধুত্ব সৃষ্টি কৰি দিব; আৰু আল্লাহ ক্ষমতাৱান: আৰু আল্লাহ পৰম ক্ষমাশীল, অতি দয়ালু।
.
✍️Ap-refs:
৩:১০৩
وَاعْتَصِمُوا بِحَبْلِ اللَّهِ جَمِيعًا وَلَا تَفَرَّقُوا ۚ وَاذْكُرُوا نِعْمَتَ اللَّهِ عَلَيْكُمْ إِذْ كُنْتُمْ أَعْدَاءً فَأَلَّفَ بَيْنَ قُلُوبِكُمْ فَأَصْبَحْتُمْ بِنِعْمَتِهِ إِخْوَانًا وَكُنْتُمْ عَلَىٰ شَفَا حُفْرَةٍ مِنَ النَّارِ فَأَنْقَذَكُمْ مِنْهَا ۗ كَذَٰلِكَ يُبَيِّنُ اللَّهُ لَكُمْ آيَاتِهِ لَعَلَّكُمْ تَهْتَدُونَ
আৰু তোমালোক সকলোৱে আল্লাহৰ ৰছীক দৃঢ়ভাৱে ধাৰণ কৰা আৰু পৰস্পৰে বিচ্ছিন্ন নহ'বা; আৰু তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ স্মৰণ কৰা, এসময়ত তোমালোকে পৰস্পৰে শত্ৰু আছিলা। তাৰ পিছত তেৱেঁই তোমালোকৰ হৃদয়ত প্ৰীতিৰ সঞ্চাৰ কৰিলে, ফলত তেওঁৰ অনুগ্ৰহত তোমালোকে পৰস্পৰ ভাই-ভাই হৈ গ’লা। তোমালোক আছিলা অগ্নিগৰ্তৰ দুৱাৰত, তেৱেঁই তোমালোকক তাৰ পৰা ৰক্ষা কৰিছে। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ নিদৰ্শনসমূহ স্পষ্টভাৱে বিবৃত কৰে যাতে তোমালোকে হিদায়ত পোৱা।
.
৮:৬২-৬৩
وَإِنْ يُرِيدُوا أَنْ يَخْدَعُوكَ فَإِنَّ حَسْبَكَ اللَّهُ ۚ هُوَ الَّذِي أَيَّدَكَ بِنَصْرِهِ وَبِالْمُؤْمِنِينَ
আৰু যদি সিহঁতে তোমাক প্ৰতাৰিত কৰিব বিচাৰে তেন্তে তোমাৰ বাবে আল্লাহেই যথেষ্ট, নিশ্চয় তেওঁ তোমাক নিজ সহায়ৰ দ্বাৰা আৰু মুমিনসকলৰ দ্বাৰা শক্তিশালী কৰিছে।
৮:৬৩
وَأَلَّفَ بَيْنَ قُلُوبِهِمْ ۚ لَوْ أَنْفَقْتَ مَا فِي الْأَرْضِ جَمِيعًا مَا أَلَّفْتَ بَيْنَ قُلُوبِهِمْ وَلَٰكِنَّ اللَّهَ أَلَّفَ بَيْنَهُمْ ۚ إِنَّهُ عَزِيزٌ حَكِيمٌ
আৰু তেৱেঁই সিহঁতৰ পৰস্পৰৰ হৃদয়ৰ মাজত প্ৰীতি স্থাপন কৰিছে। পৃথিৱীৰ যাৱতীয় সম্পদ ব্যয় কৰিলেও তুমি সিহঁতৰ হৃদয়ত প্ৰীতি স্থাপন কৰিব নোৱাৰিলাহেঁতেন; কিন্তু আল্লাহে সিহঁতৰ মাজত প্ৰীতি স্থাপন কৰিছে, নিশ্চয় তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
.
✍️Verse/Note:
60:7 Perhaps God will grant compassion between you and those you consider enemies; and God is Omnipotent. God is Forgiving, Compassionate.(edip).
(Ultimate Social and Political Goal: Compassion, Peace, and Justice among People)
Note.
These verses make it clear that war is allowed only in self-defense. See 9:5; 8:19; 47:35.
.___________________________________________
💟৬০:৮(RELATIONS WITH UNBELIEVERS)
لَا يَنْهَاكُمُ اللَّهُ عَنِ الَّذِينَ لَمْ يُقَاتِلُوكُمْ فِي الدِّينِ وَلَمْ يُخْرِجُوكُمْ مِنْ دِيَارِكُمْ أَنْ تَبَرُّوهُمْ وَتُقْسِطُوا إِلَيْهِمْ ۚ إِنَّ اللَّهَ يُحِبُّ الْمُقْسِطِينَ
দ্বীনৰ বিষয়ে যিসকলে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰা নাই আৰু তোমালোকক স্বদেশৰ পৰা বহিষ্কাৰো কৰা নাই, সিহঁতৰ প্ৰতি মহানুভৱতা দেখুৱাবলৈ আৰু ন্যায়বিচাৰ কৰিবলৈ আল্লাহে তোমালোকক নিষেধ নকৰে। নিশ্চয় আল্লাহে ন্যায়পৰায়ণসকলক ভালপায়।
.
✍️Note:
Tolerance is advocated at all times. See verse 41:34. Freedom of belief: see verses 2:256; 3:90; 4:137; 18:29; 25:63. What does being equitable mean? See footnote to verse 10:109.(sig).
.___________________________________________
💟৬০:৯
إِنَّمَا يَنْهَاكُمُ اللَّهُ عَنِ الَّذِينَ قَاتَلُوكُمْ فِي الدِّينِ وَأَخْرَجُوكُمْ مِنْ دِيَارِكُمْ وَظَاهَرُوا عَلَىٰ إِخْرَاجِكُمْ أَنْ تَوَلَّوْهُمْ ۚ وَمَنْ يَتَوَلَّهُمْ فَأُولَٰئِكَ هُمُ الظَّالِمُونَ
আল্লাহে কেৱল সিহঁতৰ লগত বন্ধুত্ব কৰিবলৈ নিষেধ কৰিছে, যিসকলে দ্বীন সম্পৰ্কে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিছে, তোমালোকক স্বদেশৰ পৰা বহিষ্কাৰ কৰিছে আৰু তোমালোকক বহিষ্কাৰ কৰিবলৈ সহায় কৰিছে। সিহঁতৰ লগত যিসকলে বন্ধুত্ব কৰে সিহঁতেই যালিম🧎।(ref:sam:ẓālimūn to 2:229)
.
✍️Ap-ref:
৫:৫১
۞ يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تَتَّخِذُوا الْيَهُودَ وَالنَّصَارَىٰ أَوْلِيَاءَ ۘ بَعْضُهُمْ أَوْلِيَاءُ بَعْضٍ ۚ وَمَنْ يَتَوَلَّهُمْ مِنْكُمْ فَإِنَّهُ مِنْهُمْ ۗ إِنَّ اللَّهَ لَا يَهْدِي الْقَوْمَ الظَّالِمِينَ
হে মুমিনসকল! তোমালোকে ইয়াহুদী আৰু নাছাৰাসকলক বন্ধুৰূপে গ্ৰহণ নকৰিবা, সিহঁতে পৰস্পৰে পৰস্পৰৰ বন্ধু। আৰু তোমালোকৰ কোনোবাই সিহঁতক বন্ধুৰূপে গ্ৰহণ কৰিলে সি নিশ্চয় সিহঁতৰেই এজন। নিশ্চয় আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নিদিয়ে।
.___________________________________________
💟৬০:১০(ASYLUM SEEKING WOMEN/আশ্ৰয় বিচৰা মহিলা)
يَا أَيُّهَا الَّذِينَ آمَنُوا إِذَا جَاءَكُمُ الْمُؤْمِنَاتُ مُهَاجِرَاتٍ فَامْتَحِنُوهُنَّ ۖ اللَّهُ أَعْلَمُ بِإِيمَانِهِنَّ ۖ فَإِنْ عَلِمْتُمُوهُنَّ مُؤْمِنَاتٍ فَلَا تَرْجِعُوهُنَّ إِلَى الْكُفَّارِ ۖ لَا هُنَّ حِلٌّ لَهُمْ وَلَا هُمْ يَحِلُّونَ لَهُنَّ ۖ وَآتُوهُمْ مَا أَنْفَقُوا ۚ وَلَا جُنَاحَ عَلَيْكُمْ أَنْ تَنْكِحُوهُنَّ إِذَا آتَيْتُمُوهُنَّ أُجُورَهُنَّ ۚ وَلَا تُمْسِكُوا بِعِصَمِ الْكَوَافِرِ وَاسْأَلُوا مَا أَنْفَقْتُمْ وَلْيَسْأَلُوا مَا أَنْفَقُوا ۚ ذَٰلِكُمْ حُكْمُ اللَّهِ ۖ يَحْكُمُ بَيْنَكُمْ ۚ وَاللَّهُ عَلِيمٌ حَكِيمٌ
হে ঈমান্দাৰসকল! তোমালোকৰ ওচৰত মুমিনা নাৰীসকলে হিজৰত কৰি আহিলে তোমালোকে সিহঁতক পৰীক্ষা কৰিবা; আল্লাহেই সিহঁতৰ ঈমান সম্পৰ্কে সম্যক অৱগত। তাৰ পিছত যদি তোমালোকে জানিব পাৰা যে, সিহঁত মুমিনা নাৰী, তেন্তে সিহঁতক কাফিৰসকলৰ ওচৰলৈ ওভোতাই নপঠাবা। মুমিনা নাৰীসকল কাফিৰসকলৰ বাবে বৈধ নহয় আৰু কাফিৰসকলো মুমিনা নাৰীসকলৰ বাবে বৈধ নহয়। কাফিৰসকলে যি খৰচ কৰিছে সেয়া তোমালোকে সিহঁতক ওভোতাই দিয়া। তাৰ পিছত তোমালোকে সিহঁতক বিবাহ কৰিলে তোমালোকৰ কোনো অপৰাধ নহ’ব যদি তোমালোকে সিহঁতক মোহৰ আদায় দিয়া; আৰু তোমালোকে কাফিৰা নাৰীসকলৰ লগত দাম্পত্য সম্পৰ্ক বজায় নাৰাখিবা। তোমালোকে যি ব্যয় কৰিছা সেয়া ওভোতাই লবা আৰু কাফিৰসকলে যি ব্যয় কৰিছে সেয়া সিহঁতে বিচাৰি লোৱা উচিত। এইটোৱে আল্লাহৰ বিধান; তেওঁ তোমালোকৰ মাজত ফয়চালা* কৰি দিয়ে; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
.
✍️BB-ref:(5:50)
৫:৫০
أَفَحُكْمَ الْجَاهِلِيَّةِ يَبْغُونَ ۚ وَمَنْ أَحْسَنُ مِنَ اللَّهِ حُكْمًا لِقَوْمٍ يُوقِنُونَ
সিহঁতে জাহিলিয়্যাতৰ বিধি-বিধান কামনা কৰে নেকি? দৃঢ় বিশ্বাসী সম্প্ৰদায়ৰ বাবে বিধান প্ৰদানত আল্লাহতকৈ শ্ৰেষ্ঠ আৰু কোন হ’ব পাৰে?
.
✍️Note:
948 Marriage to women refugees, captives or ex-wives from the enemy side. See verses 2:221; 4:24; 24:4. See also verse 33:50.(sig).
.___________________________________________
💟৬০:১১
وَإِنْ فَاتَكُمْ شَيْءٌ مِنْ أَزْوَاجِكُمْ إِلَى الْكُفَّارِ فَعَاقَبْتُمْ فَآتُوا الَّذِينَ ذَهَبَتْ أَزْوَاجُهُمْ مِثْلَ مَا أَنْفَقُوا ۚ وَاتَّقُوا اللَّهَ الَّذِي أَنْتُمْ بِهِ مُؤْمِنُونَ
আৰু তোমালোকৰ স্ত্ৰীসকলৰ মাজত যদি কোনোবাই হাত এৰা দি কাফিৰসকলৰ* ওচৰলৈ গুচি যায়, তাৰ পিছত যদি তোমালোকে যুদ্ধত বিজয়ী হৈ গনীমত লাভ কৰা, তেনেহ’লে যিসকলৰ স্ত্ৰীসকল গুচি গৈছে, সিহঁতক সিহঁতে যি ব্যয় কৰিছে, তাৰ সমপৰিমাণ প্ৰদান কৰা; আৰু তোমালোকে আল্লাহক ভয় কৰা, যাৰ প্ৰতি তোমালোকে বিশ্বাস স্থাপন কৰিছা।
.
✍️kuffār. See to 2:109.(sam).al muttaqūn at 2:2.
.___________________________________________
💟৬০:১২
يَا أَيُّهَا النَّبِيُّ إِذَا جَاءَكَ الْمُؤْمِنَاتُ يُبَايِعْنَكَ عَلَىٰ أَنْ لَا يُشْرِكْنَ بِاللَّهِ شَيْئًا وَلَا يَسْرِقْنَ وَلَا يَزْنِينَ وَلَا يَقْتُلْنَ أَوْلَادَهُنَّ وَلَا يَأْتِينَ بِبُهْتَانٍ يَفْتَرِينَهُ بَيْنَ أَيْدِيهِنَّ وَأَرْجُلِهِنَّ وَلَا يَعْصِينَكَ فِي مَعْرُوفٍ ۙ فَبَايِعْهُنَّ وَاسْتَغْفِرْ لَهُنَّ اللَّهَ ۖ إِنَّ اللَّهَ غَفُورٌ رَحِيمٌ
হে নবী! যেতিয়া মুমিনা নাৰীসকলে তোমাৰ ওচৰলৈ আহি এই সম্পৰ্কে বাইআত কৰে যে, সিহঁতে আল্লাহৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিব, চুৰি নকৰিব, ব্যভিচাৰ নকৰিব, নিজ সন্তানসকলক হত্যা নকৰিব, ইচ্ছাকৃতভাৱে নিজে অপবাদ ৰচনা কৰি ৰটনা কৰি নুফুৰিব আৰু সৎকামত তোমাৰ অবাধ্য নহ’ব*, তেতিয়া তুমি সিহঁতৰ বাইআত গ্ৰহণ কৰা আৰু সিহঁতৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
.
✍️Note:sam:
The root (z-n-y) conveys senses of unlawful sexual intercourse (sexual congress between two people who are not married to each other) and occurs at 17:32, 24:2, 24:2, 24:3,
24:3, 24:3, 24:3, 25:68, 60:12.
.
✍️Note:as:
This connects with verse 10 above, and particularly with the words, "examine them. . . and if you have thus ascertained that they are believers.. .", etc.
.
ref:৬:১৫১*
۞ قُلْ تَعَالَوْا أَتْلُ مَا حَرَّمَ رَبُّكُمْ عَلَيْكُمْ ۖ أَلَّا تُشْرِكُوا بِهِ شَيْئًا ۖ وَبِالْوَالِدَيْنِ إِحْسَانًا ۖ وَلَا تَقْتُلُوا أَوْلَادَكُمْ مِنْ إِمْلَاقٍ ۖ نَحْنُ نَرْزُقُكُمْ وَإِيَّاهُمْ ۖ وَلَا تَقْرَبُوا الْفَوَاحِشَ مَا ظَهَرَ مِنْهَا وَمَا بَطَنَ ۖ وَلَا تَقْتُلُوا النَّفْسَ الَّتِي حَرَّمَ اللَّهُ إِلَّا بِالْحَقِّ ۚ ذَٰلِكُمْ وَصَّاكُمْ بِهِ لَعَلَّكُمْ تَعْقِلُونَ
কোৱা, ‘আহা, তোমালোকৰ ওপৰত তোমালোকৰ প্ৰতিপালকে যি হাৰাম কৰিছে সেয়া তিলাৱত কৰি শুনাওঁ যে, ‘তোমালোকে তেওঁৰ লগত কাকো অংশীদাৰ স্থাপন নকৰিবা, পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰিবা, দৰিদ্ৰতাৰ ভয়ত তোমালোকে নিজ সন্তানক হত্যা নকৰিবা, আমিয়েই তোমালোকক আৰু সিহঁতক জীৱিকা দান কৰো। প্ৰকাশ্য হওঁক অথবা গোপনেই হওঁক, অশ্লীল কৰ্মৰ ওচৰলৈকো নাযাবা। আল্লাহে হাৰাম কৰা কোনো নফছক যথাৰ্থ কাৰণবিহীন তোমালোকে তাক হত্যা নকৰিবা’। তেওঁ তোমালোকক এই নিৰ্দেশ দিলে যাতে তোমালোকে বুজিব পাৰা।(Pl find notes in 6:151-link:
.
✍️Note:
Obedience to the messenger is conditional. This verse shows that messengers are men with
possible bias in matters other than the revelation and it is only his righteous orders that should be
obeyed, i.e. God's laws and decrees in alignment with the Quran. Similar conditions apply to
accepting orders from any administrator, only if their rules and decisions are in harmony with
Quranic laws and values should they be accepted. See verses 7:188, 28:56, 33:37, 40:66; 41:6, 46:9,
60:12, 80:1-12. . Mahr: This is the groom’s gift to the bride. See verses 2:236. Fornication/adultery:
(Arabic: zinna). Consensual illicit sexual intercourse or any other consensual Illicit sexual relations.
The Quran makes no distinction between adultery and fornication, both are termed as Illicit sex. See verse 24:4.(sig).
.
✍️Ap-ref:
১৭:৩২
وَلَا تَقْرَبُوا الزِّنَا ۖ إِنَّهُ كَانَ فَاحِشَةً وَسَاءَ سَبِيلًا
আৰু তোমালোকে যিনাৰ (ব্যভিচাৰৰ) ওচৰলৈকেও নাযাবা, নিশ্চয় সেয়া অশ্লীল আৰু নিকৃষ্ট আচৰণ।
.___________________________________________
💟৬০:১৩
يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تَتَوَلَّوْا قَوْمًا غَضِبَ اللَّهُ عَلَيْهِمْ قَدْ يَئِسُوا مِنَ الْآخِرَةِ كَمَا يَئِسَ الْكُفَّارُ مِنْ أَصْحَابِ الْقُبُورِ
হে ঈমান্দাৰসকল! তোমালোকে সেই সম্প্ৰদায়ৰ লগত বন্ধুত্ব নকৰিবা, যিসকলৰ প্ৰতি আল্লাহ ক্ৰোধান্বিত হৈছে। সিহঁতে আখিৰাত সম্পৰ্কে নিৰাশ হৈ পৰিছে, যেনেকৈ কাফিৰসকলে কবৰবাসী সম্পৰ্কে নিৰাশ হৈ পৰিছে।
.
✍️Note:
ref: 58:14 , which explains the reference to those "who would be friends with people whom God has condemned".(as).
(ref:৫৮:১৪,যা"যাদের আল্লাহ নিন্দা করেছেন তাদের সাথে যারা বন্ধুত্ব করবে" তাদের রেফারেন্স ব্যাখ্যা করে।
(৫৮:১৪
۞ أَلَمْ تَرَ إِلَى الَّذِينَ تَوَلَّوْا قَوْمًا غَضِبَ اللَّهُ عَلَيْهِمْ مَا هُمْ مِنْكُمْ وَلَا مِنْهُمْ وَيَحْلِفُونَ عَلَى الْكَذِبِ وَهُمْ يَعْلَمُونَ
তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে, যিসকলে এনে এটা সম্প্ৰদায়ৰ লগত বন্ধুত্ব কৰে যিসকলৰ ওপৰত আল্লাহ ক্ৰোধান্বিত হৈছে? সিহঁত তোমালোকৰ দলভূক্ত নহয়; আৰু সিহঁতে জানি বুজি মিছা কথাত শপত খায়।
Pl find the notes of 58:14-link:
...ছুৰা সমাপ্ত...
.___________________________________________
WORD BY WORD MEANING BB:
[60:7] Perhaps (Åsaa) GOD (Ellahu) will (An) put (Yaj'åla) friendship (Mawaddatan) between you and
(Bai'na-kum Wa Bai'na) those (Ellaziina) you have been enemies (Åådai'tum) among them (Min’hum); for
(Wa) GOD (Ellahu) is Omnipotent (Qadiir), and (Wa) GOD (Ellahu) is Forgiving (Gafuurun) and Merciful
(Rahiim).
[60:8] GOD (Ellahu) does not (Laa) forbid you (the believers)
(Yan'haa-kumu) from (Åni) those who (Ellaziina) do
not (Lam') fight you (Yuqaatiluu-kum’) because of (Fii) the religion 1
(Ed'Diini) and do not (Walam') expel
you (Yukh'rijuu-kum) from (Min) your homes 2
(Diyaari-kum); from (An') being nice to them (Tabarruu-
hum) and (Wa) being equitable (Tuq'situu') to them (ilai'him). Indeed, GOD (Innallaha) loves (Yuhibbu)
those who are equitable (El'Muq'sitiin).
[60:9] GOD (Ellahu) only (Innamaa) forbids you (Yan'haa-kumu) from (Åni) those who (Ellaziina) fight you
(Qaataluu-kum) because of (Fii) the religion 1
(Ed'Diini) and (Wa) expel you (Akh'rajuu-kum) from (Min)
your homes 2
(Diyaari-kum) and assist in (Zoaharu' Ålaa) your eviction 3
(Ikh'raaji-kum); from (An)
befriending them (Tawallaw'hum). And (Wa) whoever (Man) befriends them (Yatawalla-hum), then (Fa)
they (Humu) are those (U'laaika) who are the transgressors (Ez'Zoalimuun).
[60:10] O you (Yaa Ayyuha) who (Ellaziina) have believed (Aamanuu'), whenever (Izaa) the believing
women (El'Mu'minaatu) come to you (Jaa'a-kumu) as emigrants (Muhaajiraatin), then (Fa) examine them
(Em'tahinuu-hunna)*; GOD (Ellahu) is aware of (A'lamu Bi) their faith (iimaani-hinna). And (Fa) if (In) you
recognize them (Ålim'tumuu-hunna) as believers (Mu'minaati), then (Fa) do not (Laa) return them (Tar'jiuu-
hunna) to (ilaa) the disbelievers (El'Kuffaari). They (f)
(Hunna) are not (Laa) lawful for them (Hillu Lahum'),
nor (Walaa) are they (the disbelievers) (Hum) lawful for them (f) (Yahilluuna La-hunna), but (Wa) give them (the
disbelievers) (Aatuu-hum) what (Maa) they have spent (Anfaqu'). There is no (Laa) blame on you (Junaaha
Ålai'kum’) to (An) marry them (f)
(Tankihuu-hunna) when (Izaa) you have given them (Aatai'tumuu-hunna)
their fees (Ujuura-hunna), and (Wa) do not (Laa) hold (Tum'siku') disbelieving women (El'Kawaafiri) in (Bi)
defence (Esomi), but ask for (Was'alu') what (Maa) you have spent (Anfaq'tum) and let (Wal') them (the
disbelievers) ask for (Yas'alu') what (Maa) they have spent (Anfaqu'). That (Zaalikum) is the judgement of GOD
(5:50)
(Huk'mu-llahi), HE judges (Yah'kumu) between you (Bai'nakum); for (Wa) GOD (Ellahu) is Omniscient (Åliimun) and Wise (Hakiim).
[60:11] And (Wa) if (In) any of (Min) your wives (Az'waaji-kum) go by you (the believers) (Faata-kum) at all
(Shai'un) to (ilaa) the disbelievers (El'Kuffaari) and (Fa) you go after (pursue) (Ååqab'tum), then (Fa) give (Aatu')
those (Ellaziina) whose wives (Az'waaju-hum) have departed (Zahabat') the like (Mith'la) of what (Maa) they
have spent (Anfaqu'). And (Wa) beware of GOD (Ettaqu'llaha), in (Bihi) whom (Ellazii) you (Antum) are
believers (Mu'minuun).
[60:12] O you (Yaa Ayyuha) Prophet (En'Nabiyyu), whenever (Izaa) the believing women (El'Mu'minaatu)
come to you (Jaa'a-ka) in order to (Ålaa) pledge allegiance to you (s) (Yubaayi'naka) that (An) they shall not
(Laa) associate (Yush'rik'na) anything (Shai'an) with GOD 1
(Billahi), nor (Walaa) will they steal 2
(Yas'riq'na),
nor will they fornicate 3
(Yaz'niina), nor will they kill (Yaq'tul'na) their children 4
(Aw'laada-hunna), nor
will they bring forth (Ya'tiina Bi) a slander (Buh'taanin) which they have invented (Yaf'tariina-hu) between
(Bai'na) their hands (Ai'dii-hinna) and (Wa) their legs 5
(Ar'juli-hinna), nor (Walaa) will they disobey you
(Ya'siina-ka) in (Fii) service 6
(Ma'ruufin); then (Fa) pledge allegiance to them (Baayi'hunna) and seek the
forgiveness of GOD (Es'tag'fir'llaha) for them (f) (Lahunna). Indeed, GOD (Innallaha) is Forgiving (Gafuurun)
and Merciful (Rahiim).
[60:13] O you (Yaa Ayyuha) who (Ellaziina) believe (Aamanu'), do not (Laa) befriend (Tatawallaw') a people
(Qaw'man) with whom (Ålai'him) GOD has become angry (Gadiba-llahu), they have (Qad') despaired
(Ya'isu') of (Mina) the hereafter (El'Aakhirati) just as (Kamaa) the disbelievers (El'Kuffaaru) among (Min') the
companions (As'haabi) of the graves (El'Qubuur).
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 21.04.2023-Naz-villa✔️
.......29th.Ramadan/2023.........
.......22.04.2013-Eid ul fitr..........
🔴Work Progress ~ 89.48%
🟡Approx. Pages~ 3,812 nos.
⚫Parts ~ 562-563 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE..
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
Comments
Post a Comment