✳️Part-554(58:14-22)Al-Mujaadalah(The Pleading Woman)
✔️Part-554(58:14-22)Al-Mujaadalah(The Pleading Woman)
✔️Video- https://youtu.be/qoKschzC3-o
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
🟥Muktabul's Temple Verse:
২:২
ذَٰلِكَ الْكِتَابُ لَا رَيْبَ ۛ فِيهِ ۛ هُدًى لِلْمُتَّقِينَ
এইখন সেই কিতাব; য’ত কোনো সন্দেহ নাই, মুত্তাক্বীসকলৰ বাবে হিদায়ত।
(প্ৰথম ছুৰা আল-ফাতিহাৰ ওপৰত কিছু ৰূপৰেখাঃ
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||•••••••••••
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
👉কোৰআন কি?: https://bit.ly/3IvpK2H
👉ৰছুল মানে কি?: https://bit.ly/3KCIsbb
👉 পৃথিৱীৰ বেছিভাগ মুছলিম ভুলনে?
- https://bit.ly/3L0B35S
💥মখৰজৰ সৈতে আৰবী ভাষা বুজিলেই কোৰআন বুজিবনে?নুবুজিব পাৰে:https://bit.ly/3TsZRWc
💥শেষ বিচাৰৰ দিনা উত্তম ফলাফলৰ বাবে এটাই সূত্ৰঃ https://bit.ly/42OQRis
💥ভিডিঅ': মুক্তাবুলহুছেইন, লিখনি:চৈয়দৰফ
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
মিনি সূচিঃPart-554(58:14-22)Al-Mujaadalah
৫৮:১৪(আল্লাহ যাৰ ওপৰত ক্ৰোধান্বিত হয় তেওঁলোকৰ লগ নলবা। টোকা চাব)
৫৮:১৭(জাহান্নামৰ অধিবাসী, তাত সিহঁতে চিৰকাল থাকিব-see link)
৫৮:১৮[সাৱধান!{In truth(alā)}-ৰ তাৎপৰ্য -টোকা]
৫৮:১৯(The Party of Devil-18 versus the Party of God-22)
৫৮:২০(Meaning of God and his Messanger -See sp.link)
৫৮:২২(The party of God-See note/link)
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
✳️৫৮:১৪(Choose Your Friends)
۞ أَلَمْ تَرَ إِلَى الَّذِينَ تَوَلَّوْا قَوْمًا غَضِبَ اللَّهُ عَلَيْهِمْ مَا هُمْ مِنْكُمْ وَلَا مِنْهُمْ وَيَحْلِفُونَ عَلَى الْكَذِبِ وَهُمْ يَعْلَمُونَ
তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে, যিসকলে এনে এটা সম্প্ৰদায়ৰ লগত বন্ধুত্ব কৰে যিসকলৰ ওপৰত আল্লাহ ক্ৰোধান্বিত🌹 হৈছে? সিহঁত তোমালোকৰ দলভূক্ত নহয়; আৰু সিহঁতে জানি বুজি মিছা কথাত শপত খায়।
.
✍️Sam-refs:
I.e. they know this to be the case (cf. 2:22, 2:42, 2:75, 2:146, 2:188, 3:71, 3:75, 3:78, 3:135, 8:27, 43:86, 58:14).
.
✍️Note-as:
For the meaning of "God's condemnation"🌹, see note on the last verse of Al-Fatihah. In this particular context, the ones "who would be friends with people whom God has condemned" are the half-hearted who - while dimly perceiving the truth of God's existence and self-revelation - are nevertheless unwilling to surrender themselves to this truth for fear of estranging themselves from their God-denying environment and, thus, of losing what they regard as the material advantages of a spiritually uncommitted life: and it is this moral falsehood to which the last sentence of this verse refers. (See also the last verse of surah 60.)
(১:৭
صِرَاطَ الَّذِينَ أَنْعَمْتَ عَلَيْهِمْ غَيْرِ الْمَغْضُوبِ عَلَيْهِمْ وَلَا الضَّالِّينَ
তেওঁলোকৰ পথ, যিসকলক তুমি নিয়ামত (অনুগ্ৰহ) প্ৰদান কৰিছা; সেইসকল লোকৰ পথ নহয় যিসকলৰ ওপৰত তোমাৰ ক্ৰোধ🌹 অ jhৱতীৰ্ণ হৈছে আৰু যিসকল পথভ্ৰষ্ট হৈছে।
.
৬০:১৩
يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تَتَوَلَّوْا قَوْمًا غَضِبَ اللَّهُ عَلَيْهِمْ قَدْ يَئِسُوا مِنَ الْآخِرَةِ كَمَا يَئِسَ الْكُفَّارُ مِنْ أَصْحَابِ الْقُبُورِ
হে ঈমান্দাৰসকল! তোমালোকে সেই সম্প্ৰদায়ৰ লগত বন্ধুত্ব নকৰিবা, যিসকলৰ প্ৰতি আল্লাহ ক্ৰোধান্বিত🌹 হৈছে। সিহঁতে আখিৰাত সম্পৰ্কে নিৰাশ হৈ পৰিছে, যেনেকৈ কাফিৰসকলে কবৰবাসী সম্পৰ্কে নিৰাশ হৈ পৰিছে।)
.
[🌹Traditional commentaries attempt to restrict the negatively described groups to Christians and Jews. This self-righteous attitude has led the Muslim masses to ignore their own corruption and deviation from the straight path.
The Quran mentions communities as well as individuals who received retribution such as the People of Noah (26:25), the People of Thamud (7:78; 11:61), the People of Lot (26:160), the People of Madyan (11:84), Ayka (26:176), Aad (11:59; 26:123), and Pharaoh (3:11; 11:96; 20:78).
(Google translate no guarantee:
পৰম্পৰাগত ধাৰাবাহিকসমূহে নেতিবাচকভাৱে বৰ্ণনা কৰা গোটসমূহক খ্ৰীষ্টান আৰু ইহুদীসকলৰ মাজত সীমাবদ্ধ ৰাখিবলৈ চেষ্টা কৰে। এই আত্মসন্মানী মনোভাৱেই মুছলমান জনসাধাৰণে নিজৰ দুৰ্নীতি আৰু সৰল পথৰ পৰা বিচ্যুতিক আওকাণ কৰিবলৈ বাধ্য কৰাইছে।
কোৰআনত প্ৰতিশোধ লাভ কৰা সম্প্ৰদায়ৰ লগতে ব্যক্তিৰ কথা উল্লেখ কৰা হৈছে যেনে নোহৰ লোক (২৬:২৫), থামুদৰ লোক (৭:৭৮; ১১:৬১), লোটৰ লোক (২৬:১৬০), ৰ লোক মাডিয়ান (১১:৮৪), আয়কা (২৬:১৭৬), আদ (১১:৫৯; ২৬:১২৩), আৰু ফৰৌণ (৩:১১; ১১:৯৬; ২০:৭৮)]
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
✳️৫৮:১৫
أَعَدَّ اللَّهُ لَهُمْ عَذَابًا شَدِيدًا ۖ إِنَّهُمْ سَاءَ مَا كَانُوا يَعْمَلُونَ
আল্লাহে সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে কঠোৰ শাস্তি। নিশ্চয় সিহঁতে যি কৰিছিল সেয়া কিমান যে গৰ্হিত!
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
✳️৫৮:১৬
اتَّخَذُوا أَيْمَانَهُمْ جُنَّةً فَصَدُّوا عَنْ سَبِيلِ اللَّهِ فَلَهُمْ عَذَابٌ مُهِينٌ
সিহঁতে নিজ শপতবোৰক ঢাল* হিচাপে গ্ৰহণ কৰিছে, তাৰ পিছত সিহঁতে আল্লাহৰ পথত# বাধা প্ৰদান কৰিছে। ফলত সিহঁতৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।
(ṣadda + ʿan. See note to 8:47).
৮:৪৭
وَلَا تَكُونُوا كَالَّذِينَ خَرَجُوا مِنْ دِيَارِهِمْ بَطَرًا وَرِئَاءَ النَّاسِ وَيَصُدُّونَ عَنْ سَبِيلِ اللَّهِ ۚ وَاللَّهُ بِمَا يَعْمَلُونَ مُحِيطٌ
আৰু তোমালোকে সিহঁতৰ দৰে নহ’বা যিসকলে নিজ ঘৰৰ পৰা অহংকাৰ আৰু মানুহক দেখুৱাবলৈ ওলাইছে আৰু সিহঁতে মানুহক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰে। কিন্তু সিহঁতে যি কৰে আল্লাহে সেয়া পৰিবেষ্টন কৰি আছে।
(See 63:2.)
.
✍️BB-ref:(63:2)*
৬৩:১-২
إِذَا جَاءَكَ الْمُنَافِقُونَ قَالُوا نَشْهَدُ إِنَّكَ لَرَسُولُ اللَّهِ ۗ وَاللَّهُ يَعْلَمُ إِنَّكَ لَرَسُولُهُ وَاللَّهُ يَشْهَدُ إِنَّ الْمُنَافِقِينَ لَكَاذِبُونَ
যেতিয়া মুনাফিকসকল তোমাৰ ওচৰলৈ আহে তেতিয়া সিহঁতে কয়, আমি সাক্ষ্য দিওঁ যে, ‘নিশ্চয় আপুনি আল্লাহৰ ৰাছুল’; আৰু আল্লাহে জানে যে, তুমি নিশ্চয় তেওঁৰ ৰাছুল আৰু আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় মুনাফিকসকল মিছলীয়া।
৬৩:২
اتَّخَذُوا أَيْمَانَهُمْ جُنَّةً فَصَدُّوا عَنْ سَبِيلِ اللَّهِ ۚ إِنَّهُمْ سَاءَ مَا كَانُوا يَعْمَلُونَ
সিহঁতে নিজৰ শপতবোৰক ঢালৰূপে ব্যৱহাৰ কৰে। ফলত সিহঁতে আল্লাহৰ পথৰ পৰা মানুহক নিবৃত্ত কৰে। সিহঁতে যি কৰে সেয়া কিমান যে নিকৃষ্ট!
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
✳️৫৮:১৭
لَنْ تُغْنِيَ عَنْهُمْ أَمْوَالُهُمْ وَلَا أَوْلَادُهُمْ مِنَ اللَّهِ شَيْئًا ۚ أُولَٰئِكَ أَصْحَابُ النَّارِ ۖ هُمْ فِيهَا خَالِدُونَ
আল্লাহৰ শাস্তিৰ বিপৰীতে সিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততি সিহঁতৰ কোনো কামত নাহিব; সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁতে চিৰকাল* থাকিব।
.
✍️Those Sent to Hell, Stay there Forever*
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
✳️৫৮:১৮
يَوْمَ يَبْعَثُهُمُ اللَّهُ جَمِيعًا فَيَحْلِفُونَ لَهُ كَمَا يَحْلِفُونَ لَكُمْ ۖ وَيَحْسَبُونَ أَنَّهُمْ عَلَىٰ شَيْءٍ ۚ أَلَا إِنَّهُمْ هُمُ الْكَاذِبُونَ
সেইদিনা আল্লাহে সিহঁত সকলোকে পুনৰুত্থিত কৰিব, তেতিয়া সিহঁতে আল্লাহৰ ওচৰত এনেকুৱা শপত কৰিব যেনেকুৱা শপত তোমালোকৰ ওচৰত কৰে আৰু সিহঁতে ভাৱে যে, সিহঁতে ভাল কিবা এটা কৰি আছে।-1 সাৱধান!{In truth(alā)}-2🌴 নিশ্চয় সিহঁতেই প্ৰকৃত মিছলীয়া।
.
✍️Verse/Note:
58:18 The day God raises them all together, they will swear to Him as they swear to you and think that they stand upon something.1 In truth(alā),2 it is they who are the liars.
1. Lit.: they are upon something; i.e. that their position has a basis in reality. Cf. 2:13, 5:68.
2. Arabic: alā.🌴 See note to 2:12.
২:১২
أَلَا إِنَّهُمْ هُمُ الْمُفْسِدُونَ وَلَٰكِنْ لَا يَشْعُرُونَ
সাৱধান{In truth(alā)}🌴! ইহঁতেই ফাছাদ সৃষ্টিকাৰী, কিন্তু সিহঁতে অনুধাৱন নকৰে।
.
(🌴58:18-সাৱধান!{In truth(alā-أَلَا)}ৰ তাৎপৰ্য।(চয়তানৰ দল-58:19,আল্লাহৰ দল-58:22)
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
✳️৫৮:১৯(The Party of Devil versus the Party of God)
اسْتَحْوَذَ عَلَيْهِمُ الشَّيْطَانُ فَأَنْسَاهُمْ ذِكْرَ اللَّهِ ۚ أُولَٰئِكَ حِزْبُ الشَّيْطَانِ ۚ أَلَا إِنَّ حِزْبَ الشَّيْطَانِ هُمُ الْخَاسِرُونَ
চয়তানে সিহঁতৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে; আৰু সিহঁতক আল্লাহৰ স্মৰণ পাহৰাই দিছে। ইহঁতেই চয়তানৰ দল। নিশ্চয় চয়তানৰ দলেই ক্ষতিগ্ৰস্ত।
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
✳️৫৮:২০
إِنَّ الَّذِينَ يُحَادُّونَ اللَّهَ وَرَسُولَهُ أُولَٰئِكَ فِي الْأَذَلِّينَ
নিশ্চয় যিসকলে আল্লাহ* আৰু তেওঁৰ ৰাছুলৰ* বিৰুদ্ধাচাৰণ কৰে, সিহঁতেই হ’ব চৰম লাঞ্ছিতসকলৰ অন্তৰ্ভুক্ত।
.
✍️Meaning of God and his Messanger*-*
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
✳️৫৮:২১
كَتَبَ اللَّهُ لَأَغْلِبَنَّ أَنَا وَرُسُلِي ۚ إِنَّ اللَّهَ قَوِيٌّ عَزِيزٌ
আল্লাহে লিখি ৰাখিছে যে, ‘নিশ্চয় ময়েই বিজয়ী হ’ম আৰু মোৰ ৰাছুলসকলেও বিজয়ী হ’ব’। নিশ্চয় আল্লাহ মহাশক্তিমান, মহাপৰাক্ৰমশালী।
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
✳️৫৮:২২
لَا تَجِدُ قَوْمًا يُؤْمِنُونَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ يُوَادُّونَ مَنْ حَادَّ اللَّهَ وَرَسُولَهُ وَلَوْ كَانُوا آبَاءَهُمْ أَوْ أَبْنَاءَهُمْ أَوْ إِخْوَانَهُمْ أَوْ عَشِيرَتَهُمْ ۚ أُولَٰئِكَ كَتَبَ فِي قُلُوبِهِمُ الْإِيمَانَ وَأَيَّدَهُمْ بِرُوحٍ مِنْهُ ۖ وَيُدْخِلُهُمْ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا ۚ رَضِيَ اللَّهُ عَنْهُمْ وَرَضُوا عَنْهُ ۚ أُولَٰئِكَ حِزْبُ اللَّهِ ۚ أَلَا إِنَّ حِزْبَ اللَّهِ هُمُ الْمُفْلِحُونَ
আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন কৰা এনে কোনো সম্প্ৰদায় তুমি নাপাবা, যিসকলে এনেলোকক ভালপায়, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰে--- যদিও সিহঁত তেওঁলোকৰ পিতা অথবা পুত্ৰ বা ভাই নাইবা বংশ-পৰিয়ালৰ মানুহেই নহওঁক কিয়! এওঁলোকৰ অন্তৰতেই আল্লাহে ঈমান লিখি দিছে আৰু তেওঁৰ তৰফৰ পৰা ৰূহৰ দ্বাৰা তেওঁলোকক শক্তিশালী কৰিছে। তেওঁলোকক তেওঁ প্ৰৱেশ কৰাব এনে জান্নাতসমূহত যাৰ তলেদি নিজৰাসমূহ প্ৰবাহিত হয়। তাত তেওঁলোকে চিৰকাল থাকিব; আল্লাহে তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও তেওঁৰ প্ৰতি সন্তুষ্ট। এওঁলোকেই আল্লাহৰ দল। জানি থোৱা, আল্লাহৰ দলেই সফলতা লাভ কৰিব।
.
✍️Note-The party of God-See note/link:
.
।।।ছুৰা সমাপ্ত।।।
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
WORD BY WORD MEANING BB:
[58:14] Have you not (Alam') considered (Tara ilaa) those who (Ellaziina) befriended (Tawallaw') a people
(Qaw'man) with whom (Ålai'him) GOD has been angry (Gadiba-llahu)? They (Hum) are neither (Maa) of
you (Minkum) or (Walaa) of them (Min'hum), and (Wa) they swear (Yah'lifuuna) by (Ålaa) falsehood
(El'Kazibi) while (Wa) they (Hum) know (Ya'lamuun).
[58:15] GOD has prepared (Aådda-llahu) for them (Lahum) a severe (Shadiida) punishment (Åzaaban). Indeed (Inna), evil (Saa'a) was what (Maa) they (Hum) have been (Kaanu') doing (Ya'maluun).
[58:16] They took (Ettakhazuu') their oaths (Ai'maana-hum’) as a shield (63:2) (Junnatan), so (Fa) they turned
away from (Soddu' Ån) the way of GOD (Sabiili-llahi), but (Fa) they will have (Lahum) a humiliating
(Muhiin) punishment (Åzaabun).
[58:17] Never (Lan) will their wealth (Am'waalu-hum) nor (Walaa) their children (Aw'laadu-hum) avail
them (Tug'niya Ån'hum) against GOD (Minallahi) at all (Shai'an). Those (U'laaika) are the companions
(As'haabu) of the Fire (En'Naari); they (Hum) will be therein (Fiiha) eternally (Khaaliduun).
[58:18] The day (Yaw'ma) GOD (Ellahu) will resurrect them (Yab'åthu-humu) all (Jamiiån), and (Fa) they (the
hypocrites) will swear (Yah'lifuuna) to HIM (Lahu) as (Kama) they swear (Yah'lifuuna) to you (the believers)
(Lakum)
and (Wa) think (Yah'sabuuna) that they (Annahum) are upon (Ålaa) something (Shai'in). Verily (Alaa)
indeed (Innahum), they (Humu) are the liars (El'Kaazibuun).
[58:19] The devil (Es'Shai'toanu) has possessed them (Es'tah'waza Ålai'himu), so (Fa) he made them forget
(Ansaa-hum’) the remembrance of GOD (Zik'ra-llahi). Those (U'laaika) are the party (Hiz'bu) of the devil
(Es'Shai'toani). Verily (Alaa) indeed (Inna), the party (Hiz'ba) of the devil (Es'Shai'toani); they (Humu) are the
losers (El’Khaasiruun).
[58:20] Indeed (Inna), those who (Ellaziina) oppose GOD (Yuhaadduuna-llaha) and (Wa) HIS messenger
(Rasuula-hu); those (U'laaika) will be among (Fii) the humiliated (El'Azalliin).
[58:21] GOD has decreed (Kataba-llahu), "I (Ana') and (Wa) MY messengers (Rusulii) will (La) overcome
(Ag'libanna)." Indeed, GOD (Innallaha) is Powerful (Qawiyyun) and Almighty (Åziiz).
[58:22] You will not (Laa) find (Tajidu) a people (Qaw'man) who believe (Yu'minuuna) in GOD (Billahi) and
(Wa) the Last Day (El'Yaw'mil' Aakhiri) befriending (Yuwaadduuna) those who (Man') oppose (Haadda) GOD
(Ellaha) and (Wa) HIS messenger (Rasuula-hu), even if (Walaw') they were (Kaanuu') their fathers 1
(Aabaa'a-hum') or (Aw') their sons 2
(Ab'naa'a-hum') or their brothers 3
(Ikh'waana-hum') or their tribe 4
(Åshiirata-hum'). Those are the ones (U'laaika) in (Fii) whose hearts (Quluubi-himu) HE has decreed
(Kataba) the faith (El' iimaana) and (Wa) supported them (Ayyada-hum) with (Bi) a spirit (Ruuhin) from
HIM (Min'hu). And (Wa) HE will admit them (Yud'khilu-hum') into gardens (Jannaatin) beneath which
(Min Tah'ti-haa) rivers (El'An'haaru) flow (Taj'rii); eternally (Khaalidiina) therein (Fiiha). GOD is pleased
with them (Radiya-llahu Ån'hum'), and they are pleased with HIM (Radu' Ån'hu); those (U'laaika) are the
party of GOD (Hiz'bu-llahi). Verily (Alaa) indeed (Inna), the party of GOD (Hiz'ba-llahi); they (Humu) are
the successful (El’Muf'lihuun).
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 12.04.2023-Naz-villa✔️
........Ramadan/2023.........
🔴Work Progress ~
🟡Approx. Pages~ 3,772 nos.
⚫Parts ~ 554 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE..
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
Comments
Post a Comment