🪵Part-539(56:15-38)Al-Waaqe'ah
✔️Part-539(56:15-38)Al-Waaqe'ah
✔️Video- https://youtu.be/614ywOvMnzg
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
👉কোৰআন কি?: https://bit.ly/3IvpK2H
👉ৰছুল মানে কি?: https://bit.ly/3KCIsbb
👉 পৃথিৱীৰ বেছিভাগ মুছলিম ভুলনে?
- https://bit.ly/3L0B35S
💥মখৰজৰ সৈতে আৰবী ভাষা বুজিলেই কোৰআন বুজিবনে?নুবুজিব পাৰে:https://bit.ly/3TsZRWc
💥ভিডিঅ': মুক্তাবুল, লিখনি:চৈয়দৰফ)
.___________________________________________
জন্নতত হূৰসকল দুয়োটা লিংগত থাকিব আৰু কোনো সুৰাৰ ব্যৱহাৰ নাথাকিবঃ
.___________________________________________
মিনি সূচিঃPart-539(56:15-38)Al-Waaqe'ah
৫৬:১৮-১৯(জন্নতত কোনো সুৰাৰ/wine ব্যৱহাৰ নাথাকিব-টোকা চাব)
৫৬:২২(হূৰসকল বুলিলে কেৱল স্ত্ৰী লিংগকেই নুবুজাই-টোকা চাব-৫৬:৩৪ৰ ৪৪:৫৪ৰ টোকা)।
আল্লাহে হুৰসকলক সৃষ্টি কৰিছে বিশেষৰূপত-৫৬:৩৪-৩৮
৫৬:২৪{শেষ বিচাৰৰ দিনা উত্তম ফলাফলৰ বাবে এটাই সূত্ৰঃ(তাগুত(শ্বিৰ্ক) বৰ্জন,তওবাহ কৰা,ঈমান অনা,সৎকৰ্ম কৰা।}
.___________________________________________
🪵৫৬:১৫
عَلَىٰ سُرُرٍ مَوْضُونَةٍ
সোণেৰে নিৰ্মিত আসনমূহত,
.
✍️Verse/Note:
56:15. They will be seated on couches embroidered in gold and precious stones;pz.
.___________________________________________
🪵৫৬:১৬
مُتَّكِئِينَ عَلَيْهَا مُتَقَابِلِينَ
সিহঁতে পৰস্পৰে মুখামুখিকৈ আউজি বহিব।
.
✍️Verse:
56:16. Reclining on them and facing one another (as there would be no
discrimination).pz.
.___________________________________________
🪵৫৬:১৭
يَطُوفُ عَلَيْهِمْ وِلْدَانٌ مُخَلَّدُونَ
সিহঁতৰ আশে-পাশে ঘূৰি ফুৰিব চিৰ কিশোৰসকলে,
.
✍️Verse/Note:
56:17. Their ever-youthful and well-dressed offspring will play around them. (In
this world and in the hereafter this will be for all those who deserve it on account of
their noble deeds ~ 13:23; 52:21; 52:24; 76:19.)pz.
(১৩:২৩
جَنَّاتُ عَدْنٍ يَدْخُلُونَهَا وَمَنْ صَلَحَ مِنْ آبَائِهِمْ وَأَزْوَاجِهِمْ وَذُرِّيَّاتِهِمْ ۖ وَالْمَلَائِكَةُ يَدْخُلُونَ عَلَيْهِمْ مِنْ كُلِّ بَابٍ
স্থায়ী জান্নাতসমূহ, তাত তেওঁলোকে প্ৰৱেশ কৰিব আৰু তেওঁলোকৰ পিতৃ-মাতৃ, পতি-পত্নী লগতে সন্তান-সন্ততিসকলৰ মাজত যিসকলে সৎকৰ্ম কৰিছে তেওঁলোকেও (প্ৰৱেশ কৰিব)। আৰু ফিৰিস্তাসকল তেওঁলোকৰ ওচৰত উপস্থিত হ’ব প্ৰত্যেক দুৱাৰেৰে,
(find the notes of 13:23 in the link:
.
৫২:২১
وَالَّذِينَ آمَنُوا وَاتَّبَعَتْهُمْ ذُرِّيَّتُهُمْ بِإِيمَانٍ أَلْحَقْنَا بِهِمْ ذُرِّيَّتَهُمْ وَمَا أَلَتْنَاهُمْ مِنْ عَمَلِهِمْ مِنْ شَيْءٍ ۚ كُلُّ امْرِئٍ بِمَا كَسَبَ رَهِينٌ
আৰু যিসকলে ঈমান আনিছে আৰু তেওঁলোকৰ সন্তান-সন্ততিও ঈমানত তেওঁলোকৰ অনুগামী হৈছে, আমি তেওঁলোকৰ লগত তেওঁলোকৰ সন্তান-সন্ততিক একত্ৰিত কৰিম, আৰু তেওঁলোকৰ কৰ্মফল আমি অলপো হ্ৰাস নকৰিম; প্ৰত্যেক ব্যক্তিয়েই নিজ কৃতকৰ্মৰ বাবে দায়ী।
(find the notes of 52:21 in the link:
.
৫২:২৪
۞ وَيَطُوفُ عَلَيْهِمْ غِلْمَانٌ لَهُمْ كَأَنَّهُمْ لُؤْلُؤٌ مَكْنُونٌ
আৰু তাত তেওঁলোকৰ সেৱাত চাৰিওফালে ঘূৰি থাকিব কিশোৰসকলৰ দল; সিহঁত দেখাত যেন সুৰক্ষিত মুকুতা।
(Pl find the verse,notes of 52:24 in the link:
.
৭৬:১৯
۞ وَيَطُوفُ عَلَيْهِمْ وِلْدَانٌ مُخَلَّدُونَ إِذَا رَأَيْتَهُمْ حَسِبْتَهُمْ لُؤْلُؤًا مَنْثُورًا
আৰু সিহঁতৰ চাৰিওফালে প্ৰদক্ষিণ কৰিব চিৰ কিশোৰসকলে; যেতিয়া তুমি সিহঁতক দেখিবা তোমাৰ এনে লাগিব যেন সিহঁত বিক্ষিপ্ত মুকুতা।)
.___________________________________________
🪵৫৬:১৮
بِأَكْوَابٍ وَأَبَارِيقَ وَكَأْسٍ مِنْ ⬅️مَعِينٍ
প্ৰবাহিত নিজৰাৰ (❌সুৰা)🪲পূৰ্ণ পানপাত্ৰ আৰু পিয়লাবোৰ লৈ,
(a flowing stream=প্ৰবাহিত নিজৰা=مَعِينٍ)
.
✍️Note:rf:
(🪲এই আয়াতত সুৰা শব্দটো অলাগতীয়াল ভাবে অনুবাদকাৰিয়ে সংযোগ কৰি লৈছে। সুৰা হ'লে নিচা ধৰিবই। উক্ত প্ৰবাহিত নিজৰাৰ পানীয় যে নিচাযুক্ত নহয় অৰ্থাৎ সুৰা নহয় তাক ইয়াৰ পাছৰ আয়াত ৫৬:১৯ত কনফাৰ্ম কৰিছে-rf)
.
✍️Verse/Note:
56:18. They will be presented with goblets, decanters and beakers, filled with the
finest drinks which will be available for everyone alike.pz.
.___________________________________________
🪵৫৬:১৯
لَا يُصَدَّعُونَ عَنْهَا وَلَا يُنْزِفُونَ
➡️সেই সুৰা পান কৰিলে তেওঁলোকৰ মূৰ নুঘুৰায় আৰু তেওঁলোক জ্ঞানহাৰাও নহ’ব-(see note-18)
.
✍️Verse/Note:
56:19. These drinks will neither cause any heavy-headedness or hangovers from
intoxication, nor will there be any weariness in their enjoyment (37:47).pz.
(৩৭:৪৭
لَا فِيهَا غَوْلٌ وَلَا هُمْ عَنْهَا يُنْزَفُونَ
তাত ক্ষতিকৰ একো নাথাকিব আৰু তেওঁলোক এইবোৰৰ দ্বাৰা মাতালো নহ’ব।)
.___________________________________________
🪵৫৬:২০
وَفَاكِهَةٍ مِمَّا يَتَخَيَّرُونَ
আৰু (ঘূৰি ফুৰিব) তেওঁলোকৰ পছন্দনীয় ফল-মূল লৈ,
.
✍️Verse/Note:
56:20. And there will be fruits of their choice ;pz.
.___________________________________________
🪵৫৬:২১
وَلَحْمِ طَيْرٍ مِمَّا يَشْتَهُونَ
আৰু তেওঁলোকৰ ৰুচী অনুযায়ী চৰাইৰ মাংস লৈ।
.
✍️Verse/Note:
56:21. And meat of fowls to eat their desire.pz.
.___________________________________________
🪵৫৬:২২
وَحُورٌ عِينٌ
আৰু তেওঁলোকৰ বাবে থাকিব মৃগনয়নী (ডাঙৰ চকুবিশিষ্টা) হুৰ🔺,
.
✍️BB-refs:(44:54 / 52:20)
৪৪:৫৪
كَذَٰلِكَ وَزَوَّجْنَاهُمْ بِحُورٍ عِينٍ
এনেকুৱাই হ’ব, আৰু আমি তেওঁলোকৰ বিয়া পাতি দিম মৃগনয়না হূৰসকলৰ🔺 লগত,
(🔺হুৰ-লিংক চাওঁক: https://bit.ly/3Hp2oMM)
.
✍️Verse/Note:
44:54 Thus shall it be. And We shall pair them with companions pure, most beautiful of eye.
Note:
For the rendering of hur'in as "companions pure, most beautiful of eye", see surah 56:22,34. It is to be noted that the noun zawj (lit., "a pair" or - according to the context - "one of a pair") applies to either of the two sexes, as does the transitive verb zawaja, "he paired" or "joined", i.e., one person with another.(as).
(Google translate no guarantee:
হুৰিনক "চকুৰ বিশুদ্ধ, অতি সুন্দৰ সংগী" বুলি অনুবাদ কৰাৰ বাবে ছূৰা ৫৬:২২,৩৪ চাওক। মন কৰিবলগীয়া যে zawj (সাক্ষৰিক অৰ্থত, "এযোৰ" বা - প্ৰসংগ অনুসৰি - "এযোৰৰ এজন") বিশেষ্য দুটা লিংগৰ যিকোনো এটাৰ ক্ষেত্ৰত প্ৰযোজ্য, লগতে সংক্ৰামক ক্ৰিয়া zawaja, "তেওঁ যোৰ কৰিলে" প্ৰযোজ্য। বা "সংযোগ কৰা", অৰ্থাৎ এজন ব্যক্তিৰ লগত আন এজন ব্যক্তি।)🔺)
.
৫২:২০
مُتَّكِئِينَ عَلَىٰ سُرُرٍ مَصْفُوفَةٍ ۖ وَزَوَّجْنَاهُمْ بِحُورٍ عِينٍ
তেওঁলোকে শ্ৰেণীবদ্ধভাৱে সুসজ্জিত আসনত আউজী বহিব; আৰু আমি তেওঁলোকৰ মিলন ঘটাম মৃগনয়নী ডাঙৰ চকু বিশিষ্টা হুৰৰ লগত;
.
✍️Verse/Note:
56:22/23. This society will not be confined to men only. Momin females would also be there
as their equal partners, pious in character and possessing intellect and wisdom which
would not lure them towards deceitful means. Their chastity can best be compared to
pearls (which are safely guarded) inside their shells.pz.
.___________________________________________
🪵৫৬:২৩
كَأَمْثَالِ اللُّؤْلُؤِ الْمَكْنُونِ
যেনিবা সিহঁত সুৰক্ষিত মুকুতাহে,
.___________________________________________
🪵৫৬:২৪
جَزَاءً بِمَا كَانُوا يَعْمَلُونَ
সিহঁতে যি আমল কৰিছিল তাৰ পুৰস্কাৰস্বৰূপে।
.
✍️শেষ বিচাৰৰ দিনা উত্তম ফলাফলৰ বাবে এটাই সূত্ৰঃ(তাগুত(শ্বিৰ্ক) বৰ্জন,তওবাহ কৰা,ঈমান অনা,সৎকৰ্ম কৰা।) https://bit.ly/3lq6k7I - rf.
.
✍️Verse/Note:
56:24 A reward for what they used to do.
Note.
The Qur’an is replete with the instruction that Paradise cannot be achieved through rites and rituals, any dogmas, prayers and lip-service, rather only by actions that benefit others and help improve the society.(sa).
(Google translate no guarantee:
কোৰআনত এই নিৰ্দেশনাৰে ভৰি আছে যে জান্নাতক আচাৰ-ব্যৱহাৰ আৰু আচাৰ-অনুষ্ঠান, যিকোনো ডগমা, নামাজ আৰু ওঁঠৰ সেৱাৰ দ্বাৰা লাভ কৰিব নোৱাৰি, বৰঞ্চ কেৱল আনৰ উপকাৰ আৰু সমাজৰ উন্নতিত সহায় কৰা কামৰ দ্বাৰাহে লাভ কৰিব নোৱাৰি)
.
✍️Verse/Note:
56:24. All the comfort and luxuries will be the reward for their own past deeds.pz.
.___________________________________________
🪵৫৬:২৫
لَا يَسْمَعُونَ فِيهَا لَغْوًا وَلَا تَأْثِيمًا
তাত সিহঁতে কোনো অলাগতীয়াল কথা আৰু কোনো পাপকৰ্মমূলক বাক্য শুনিবলৈ নাপাব,
.
✍️Verse/Note:
56:25. There will be no frivolous talk or anything which could retard human abilities.pz
(Ithm = Word or action that restrains, drags down or hurts human potential)
.___________________________________________
🪵৫৬:২৬
إِلَّا قِيلًا سَلَامًا سَلَامًا
শুনিব কেৱল ছালাম আৰু ছালাম।
.
✍️Verse/Note:
56:26 but only the tiding of inner soundness and peace.
Note 9
Lit., "only the saying, 'Peace, peace' (salam)!" Regarding this latter term, see on 19:62, and on 5:16 .(as).
.
✍️Verse/Note:
56:26. On the contrary the atmosphere will be such that voices of peace and
salutations will be heard all around. Everyone would be desirous of each other's
safety as well as the all-encompassing development of their personalities. An ideal
atmosphere of peace and tranquillity will prevail there.pz
.___________________________________________
🪵৫৬:২৭
وَأَصْحَابُ الْيَمِينِ مَا أَصْحَابُ الْيَمِينِ
আৰু সোঁফালৰ দল; কিমান যে ভাগ্যবান সোঁফালৰ দলটো!
.
✍️Verse/Note:
56:27/28. This would be the status and condition of the pioneers of the mission. The
other righteous people (53:8) too will enjoy comforts and luxuries of life in the
heavenly society. It will have thornless trees full of fruits. (Such comforts would
have no negative aspects.)pz.
(৫৩:৮
ثُمَّ دَنَا فَتَدَلَّىٰ
তাৰ পিছত তেওঁ নিকটৱৰ্তী হ’ল, এতেকে আৰু নিকটৱৰ্তী আহিল,)
.
✍️Verse/Note:
56:27 NOW AS FOR those who have attained to righteousness - what of those who have attained to righteousness?
Note.
Lit., "those on the right hand". According to some commentators, it is those who had not always been "foremost in faith and good works", but have gradually, after erring and sinning, attained to righteousness. However, though they may not have been as perfect in life as the "foremost", their ultimate achievement brings them to the same state of spiritual fulfillment as those others.
(Google translate no guarantee:
"সোঁহাতত থকাসকল"। কিছুমান ধাৰাভাষ্যকাৰৰ মতে, যিসকল সদায় "বিশ্বাস আৰু ভাল কামত অগ্ৰণী" নাছিল, কিন্তু ক্ৰমান্বয়ে ভুল আৰু পাপ কৰাৰ পিছত ধাৰ্মিকতা লাভ কৰিছে। কিন্তু যদিও তেওঁলোক জীৱনত "অগ্ৰণী"ৰ দৰে নিখুঁত নাছিল, তেওঁলোকৰ চূড়ান্ত কৃতিত্বই তেওঁলোকক সেই আনসকলৰ দৰেই আধ্যাত্মিক পূৰ্ণতাৰ অৱস্থালৈ লৈ যায়।)
.___________________________________________
🪵৫৬:২৮
فِي سِدْرٍ مَخْضُودٍ
তেওঁলোকে থাকিব এনে উদ্যানত, য’ত আছে কাঁইটবিহীন বগৰীগছ,
.
✍️Note:See on 53:14.(as).
৫৩:১৪
عِنْدَ سِدْرَةِ الْمُنْتَهَىٰ
ছিদৰাতুল মুনতাহাৰ ওচৰত,
(find 53:14 in the link:
.___________________________________________
🪵৫৬:২৯
وَطَلْحٍ مَنْضُودٍ
আৰু থোকেৰে ভৰা কলগছ,
.
✍️Verse/Note:
56:29. They will have the finest quality of bananas which will be hanging in
bunches, one tier above the other;pz.
.___________________________________________
🪵৫৬:৩০
وَظِلٍّ مَمْدُودٍ
আৰু সম্প্ৰসাৰিত ছাঁ,
.
✍️ref:as:on 4:57
৪:৫৭
وَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ سَنُدْخِلُهُمْ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا أَبَدًا ۖ لَهُمْ فِيهَا أَزْوَاجٌ مُطَهَّرَةٌ ۖ وَنُدْخِلُهُمْ ظِلًّا ظَلِيلًا
আৰু যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে, অতি শীঘ্ৰে আমি সিহঁতক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম, যাৰ তলত নিজৰাসমূহ প্ৰবাহিত; তাত সিহঁত চিৰস্থায়ী হ’ব, তাত সিহঁতৰ বাবে পৱিত্ৰ স্ত্ৰী থাকিব আৰু সিহঁতক আমি বিস্তৃত ঘন ছাঁত আশ্ৰয় দান কৰিম।
.
✍️Verse/Note:56:30-32.pz.
30. And thick widespread shadows of trees; and
31. Pure transparent water gushing forth, which can be collected quite
effortlessly. (Such means of nurturing do not require extreme effort ~ 20:117.)
32. And there will be an abundance of fruits;
(২০:১১৭
فَقُلْنَا يَا آدَمُ إِنَّ هَٰذَا عَدُوٌّ لَكَ وَلِزَوْجِكَ فَلَا يُخْرِجَنَّكُمَا مِنَ الْجَنَّةِ فَتَشْقَىٰ
তাৰ পিছত আমি ক’লো, ‘হে আদম! নিশ্চয় ই তোমাৰ আৰু তোমাৰ স্ত্ৰীৰ শত্ৰু, গতিকে সি যাতে কোনোমতেই তোমালোকক জান্নাতৰ পৰা বহিষ্কাৰ কৰাব নোৱাৰে, এনে কৰিলে তোমালোকে বিপদত পৰিবা।)
.___________________________________________
🪵৫৬:৩১
وَمَاءٍ مَسْكُوبٍ
আৰু সদায় প্ৰবাহমান পানী,
(see above at 65:30)
.___________________________________________
🪵৫৬:৩২
وَفَاكِهَةٍ كَثِيرَةٍ
আৰু প্ৰচুৰ ফল-মূল,
.___________________________________________
🪵৫৬:৩৩
لَا مَقْطُوعَةٍ وَلَا مَمْنُوعَةٍ
যিবোৰ শেষ নহ'ব আৰু নিষিদ্ধও নহ’ব।
.
✍️Verse/Note:
56:33. That neither go out of season (14:25) nor out of reach (107:7). Everyone in
this society will receive the necessities of life without any hindrance or arduous
labour (20:117).pz.
(১৪:২৫
تُؤْتِي أُكُلَهَا كُلَّ حِينٍ بِإِذْنِ رَبِّهَا ۗ وَيَضْرِبُ اللَّهُ الْأَمْثَالَ لِلنَّاسِ لَعَلَّهُمْ يَتَذَكَّرُونَ
যিয়ে তাৰ প্ৰতিপালকৰ অনুমতিক্ৰমে সদায় তাৰ ফল দান কৰে; আৰু আল্লাহে মানুহৰ বাবে উপমা দাঙি ধৰে, যাতে সিহঁতে শিক্ষা গ্ৰহণ কৰে।
.
১০৭:৭
وَيَمْنَعُونَ الْمَاعُونَ
আৰু সৰু-সুৰা গৃহসামগ্ৰী প্ৰদানত বাধা দিয়ে।
.
২০:১১৭
فَقُلْنَا يَا آدَمُ إِنَّ هَٰذَا عَدُوٌّ لَكَ وَلِزَوْجِكَ فَلَا يُخْرِجَنَّكُمَا مِنَ الْجَنَّةِ فَتَشْقَىٰ
তাৰ পিছত আমি ক’লো, ‘হে আদম! নিশ্চয় ই তোমাৰ আৰু তোমাৰ স্ত্ৰীৰ শত্ৰু, গতিকে সি যাতে কোনোমতেই তোমালোকক জান্নাতৰ পৰা বহিষ্কাৰ কৰাব নোৱাৰে, এনে কৰিলে তোমালোকে বিপদত পৰিবা।)
.___________________________________________
🪵৫৬:৩৪
وَفُرُشٍ مَرْفُوعَةٍ
আৰু (সিহঁত থাকিব) সুউচ্চ শয্যাসমূহত;
.
✍️Note:as:
also 36:56, which thus refers to the inmates of paradise: "… in happiness will they and their spouses on couches recline". There is no doubt that the "spouses raised high" - i.e., to the status of the blest - are identical with the hur mentioned in verse 22 above as well as in 44:54, 52:20 and 55:72.
(৩৬:৫৬
هُمْ وَأَزْوَاجُهُمْ فِي ظِلَالٍ عَلَى الْأَرَائِكِ مُتَّكِئُونَ
তেওঁলোকে আৰু তেওঁলোকৰ স্ত্ৰীসকল সুশীতল ছাঁৰ তলত সুসজ্জিত আসনত আউজি বহিব।
.
৪৪:৫৪
كَذَٰلِكَ وَزَوَّجْنَاهُمْ بِحُورٍ عِينٍ
এনেকুৱাই হ’ব, আৰু আমি তেওঁলোকৰ বিয়া পাতি দিম মৃগনয়না হূৰসকলৰ লগত,
(Pl find the verse/note 44:54-link:
.
✍️Verse/Note:pz:56:34-36
34. And the ladies will be of the highest dignity and honour;
35. Educated and brought up in such a special way that
36. They shall become entirely different.
.___________________________________________
🪵৫৬:৩৫
إِنَّا أَنْشَأْنَاهُنَّ إِنْشَاءً
নিশ্চয় আমি সিহঁতক (হুৰসকলক) সৃষ্টি কৰিছো বিশেষৰূপত-
.___________________________________________
🪵৫৬:৩৬
فَجَعَلْنَاهُنَّ أَبْكَارًا
তাৰ পিছত সিহঁতক কুমাৰী বনাইছো,
.___________________________________________
🪵৫৬:৩৭
عُرُبًا أَتْرَابًا
নিজ স্বামীৰ প্ৰতি আসক্ত আৰু সমবয়সীয়া,
.
✍️Verse/Note:
56:37. (They shall not be dumb like the uneducated females of the pre-Islamic era,
unable to even express themselves adequately ~ 43:18; and without proper up-
bringing.) They will be confident and eloquent, without any feeling of envy or
jealousy. They will be well-matched reflections of each other. There shall be
complete and perfect understanding between a husband and wife, both thinking and
feeling like one entity, as if they were made for one another from one and the same
substance (78:33).pz.
.___________________________________________
🪵৫৬:৩৮
لِأَصْحَابِ الْيَمِينِ
সোঁফালৰ লোকসকলৰ বাবে।
.___________________________________________
WORD BY WORD MEANING BB:
[56:15] on (Ålaa) decorated (Maw'duuna') couches (Sururin),
[56:16] resting (Muttaki'iina) on them (Ålai'ha), facing each other (Mutaqaabiliin).
[56:17] Immortal (Mukhalladuun) children (Wil'daanun) will circulate (Yatuufu) around them (Ålai'him)
[56:18] with (Bi) drinking glasses (Ak'waabin), pitchers (Abaariiqa) and (Wa) cups (Ka'sin) of (Min) spring
water (Maeen).
[56:19] There will be no (Laa) headache (Yusoddauuna) therefrom (Ån'haa), nor (Walaa) will they bleed
(Yunzifuun),
[56:20] and (Wa) fruits (Faakihatin) of whatever (Mimmaa) they prefer (Yatakhayyaruun),
[56:21] and (Wa) the meat (Lah'mi) of bird (Toi'rin), from whatever (Mimmaa) they desire (Yash'tahuun),
[56:22] and (Wa) houri (Huurun) assistants (Een) (44:54 / 52:20)
[56:23] as (Ka) the likes of (Am'thaali) protected (El'Mak'nuun) pearls (Ellu'lui),
[56:24] as reward (Jazaa'a) for what (Bimaa) they have (Kaanu') done (Ya'maluun).
[56:25] They will not (Laa) hear (Yas'mauuna) nonsense (Lag'wan) therein (Fiiha) nor (Walaa) offence (Ta'thiimaa),
[56:26] except (illa) stating (Qiilan), "Peace (Salaaman), peace (Salaamaa)."
[56:27] As for (Wa) the companions (As'haabu) of the right (El'Yamiini); who (Maa) are the Companions of
the right side (As'haabul' Yamiin),
[56:28] around (Fii) tamed (Makh'duud) lotus trees (Sid'rin),
[56:29] and (Wa) arranged (Manduud) banana trees (Tol'hin),
[56:30] and (Wa) extensive (Mam'duud) shelter (Zillin),
[56:31] and (Wa) flowing (Mas'kuub) water (Maa'in),
[56:32] and (Wa) much (Kathiiratin) fruit (Faakihatin),
[56:33] neither (Laa) ceases (Maq'tuu'åtin) nor (Walaa) gets prohibited (Mam'nuuå’),
[56:34] and (Wa) elevated (Mar'fuu'åtin) beds (Furushin).
[56:35] Indeed (Innaa), We will compose them (f)
(Ansha'naa-hunna) with composition (Inshaa'a)
[56:36] and (Fa) render them (Jaål'naa-hunna) virgins (Ab'kaaraa),
[56:37] as suggested (Uruban) mates (At'raabaa)
[56:38] for (Li) the Companions (As'haabi) of the right side (El'Yamiin);
___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 29.03.2023-Naz-villa✔️
🔴Work Progress ~
🟡Approx. Pages~ 3,700 nos.
⚫Parts ~ 539 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE..
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
Comments
Post a Comment