⛰️Part-478(45:20-23)Al-Jãtheyah(Kneeling)

✔️Part-478(45:20-23)Al-Jãtheyah(Kneeling)
.____________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
.
মিনি সূচিঃPart-478(45:20-23)Al-Jãtheyah
৪৫:২০(এই কোৰআন মানৱ জাতিৰ বাবে)
৪৫:২১(ref: সেই সময়ত অবিশ্বাসীসকলৰ কি দশা হ’ব! যেতিয়া ফিৰিস্তাসকলে সিহঁতৰ মুখমণ্ডল আৰু পিঠিত মৰিয়াই মৰিয়াই প্ৰাণ হৰণ কৰিব। আনহাতে 
মুমিনসকলক ফিৰিস্তাসকলে মৃত্যু ঘটায় উত্তমভাৱে। ফিৰিস্তাসকলে কয়, ‘তোমালোকৰ ওপৰত ছালাম (বৰ্ষিত হওঁক)! তোমালোকে যি কৰিছিলা তাৰ বিনিময়ত জান্নাতত প্ৰৱেশ কৰা’)
৪৫:২২(আল্লাহে ৰাতি আৰু দিনক দুটা নিদৰ্শন বনাইছে- ১৭:১২-refs- অৰ্থাৎ আয়াত অৰ্থাৎ কিতাপ অৰ্থাৎ কোৰআন। সেয়েহে কোৰআন মানব জাতিৰ বাবে-৪৫:২০- অৰ্থাৎ ইছলাম ধৰ্ম নহয়, দ্বীন-৩:১৯)
৪৫:২৩(নিজ প্ৰবৃত্তিক ইলাহৰূপে গ্ৰহণ নকৰিব)
.____________________________________________
👉বিশ্লেষণ - চৈয়দ ৰফিক
👉ভিডিঅ' - মুক্তাবুল হুছেইন 
.____________________________________________
🟪৪৫:২০
هَٰذَا بَصَائِرُ لِلنَّاسِ وَهُدًى وَرَحْمَةٌ لِقَوْمٍ يُوقِنُونَ
এই কোৰআন* মানৱ জাতিৰ বাবে আলোকবৰ্তিকা আৰু হিদায়ত ও ৰহমত এনে সম্প্ৰদায়ৰ বাবে, যিসকল নিশ্চিত বিশ্বাসী।
(*I.e., the Qur'an, which unfolds to man the purpose of all faith-as).
.____________________________________________
🟪৪৫:২১
أَمْ حَسِبَ الَّذِينَ اجْتَرَحُوا السَّيِّئَاتِ أَنْ نَجْعَلَهُمْ كَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ سَوَاءً مَحْيَاهُمْ وَمَمَاتُهُمْ ۚ سَاءَ مَا يَحْكُمُونَ
যিসকলে দুষ্কৰ্ম কৰিছে সিহঁতে ভাৱিছে নেকি যে, জীৱন আৰু মৃত্যুৰ ক্ষেত্ৰত আমি সিহঁতক তেওঁলোকৰ দৰে গণ্য কৰিম, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে? সিহঁতৰ বিচাৰ-সিদ্ধান্ত কিমান যে নিকৃষ্ট!
.
✍️BB-refs:(Disbeliever 8:50/ Believer 16:32)
(See these two verses below)
.
✍️As-note:
The meaning is twofold: "that We consider them to be equal with those who…", etc., and "that We shall deal with them in the same manner as We deal with those who…", etc. The reference to the intrinsic difference between these two categories with regard to "their life and their death" points not merely to the moral quality of their worldly existence, but also, on the one hand, to the inner peace and tranquility with which a true believer faces life's tribulations and the moment of death, and on the other, to the nagging anxiety which so often accompanies spiritual nihilism, and the "fear of the unknown" at the time of dying.
(Google translate no guarantee:
এর অর্থ দ্বিগুণ: "যে আমরা তাদেরকে তাদের সাথে সমান বলে মনে করি যারা...", ইত্যাদি, এবং "যেভাবে আমরা তাদের সাথে আচরণ করব যেভাবে আমরা তাদের সাথে আচরণ করব...", ইত্যাদি। অন্তর্নিহিতের উল্লেখ  "তাদের জীবন এবং তাদের মৃত্যু" সম্পর্কে এই দুটি শ্রেণীর মধ্যে পার্থক্য কেবল তাদের পার্থিব অস্তিত্বের নৈতিক গুণের দিকেই ইঙ্গিত করে না, বরং একদিকে, সেই অভ্যন্তরীণ শান্তি ও প্রশান্তিকেও নির্দেশ করে যার সাথে একজন সত্যিকারের বিশ্বাসী জীবনের ক্লেশের মুখোমুখি হয় এবং  মৃত্যুর মুহূর্ত, এবং অন্যদিকে, বিরক্তিকর উদ্বেগের দিকে যা প্রায়শই আধ্যাত্মিক নিহিলিজমের সাথে থাকে এবং মৃত্যুর সময় "অজানা ভয়"।)
.
Note-rk:
We now realize that the righteous do not really die-they go straight to Heaven ( 16:32)-whilethe unrighteous are beaten up by the angels of death (8:50 & 47:27).
(১৬:৩২
الَّذِينَ تَتَوَفَّاهُمُ الْمَلَائِكَةُ طَيِّبِينَ ۙ يَقُولُونَ سَلَامٌ عَلَيْكُمُ ادْخُلُوا الْجَنَّةَ بِمَا كُنْتُمْ تَعْمَلُونَ
ফিৰিস্তাসকলে তেওঁলোকৰেই মৃত্যু ঘটায় উত্তমভাৱে। ফিৰিস্তাসকলে কয়, ‘তোমালোকৰ ওপৰত ছালাম (বৰ্ষিত হওঁক)! তোমালোকে যি কৰিছিলা তাৰ বিনিময়ত জান্নাতত প্ৰৱেশ কৰা’।
.
৮:৫০
وَلَوْ تَرَىٰ إِذْ يَتَوَفَّى الَّذِينَ كَفَرُوا ۙ الْمَلَائِكَةُ يَضْرِبُونَ وُجُوهَهُمْ وَأَدْبَارَهُمْ وَذُوقُوا عَذَابَ الْحَرِيقِ
আৰু যদি তুমি দেখিলাহেঁতেন যেতিয়া ফিৰিস্তাসকলে কাফিৰসকলৰ প্ৰাণ হৰণ কৰিছিল, তেতিয়া সিহঁতৰ মুখমণ্ডলত আৰু পিঠিত আঘাত কৰি কৈছিল, ‘তোমালোকে দহনযন্ত্ৰণা ভোগ কৰা’।
.
৪৭:২৭
فَكَيْفَ إِذَا تَوَفَّتْهُمُ الْمَلَائِكَةُ يَضْرِبُونَ وُجُوهَهُمْ وَأَدْبَارَهُمْ
এতেকে সেই সময়ত সিহঁতৰ কি দশা হ’ব! যেতিয়া ফিৰিস্তাসকলে সিহঁতৰ মুখমণ্ডল আৰু পিঠিত মৰিয়াই মৰিয়াই প্ৰাণ হৰণ কৰিব!)
.____________________________________________
🟪৪৫:২২
وَخَلَقَ اللَّهُ السَّمَاوَاتِ وَالْأَرْضَ بِالْحَقِّ وَلِتُجْزَىٰ كُلُّ نَفْسٍ بِمَا كَسَبَتْ وَهُمْ لَا يُظْلَمُونَ
আল্লাহে আকাশসমূহক আৰু পৃথিৱীক যথাযথভাৱে সৃষ্টি কৰিছে, এই উদ্দেশ্যে যে, যাতে প্ৰত্যেক ব্যক্তিক তাৰ কৰ্ম অনুযায়ী ফল প্ৰদান কৰা যায়; আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।
.
👉৪৫:২২(আল্লাহে ৰাতি আৰু দিনক দুটা নিদৰ্শন বনাইছে- ১৭:১২-refs- অৰ্থাৎ আয়াত অৰ্থাৎ কিতাপ অৰ্থাৎ কোৰআন। সেয়েহে কোৰআন মানব জাতিৰ বাবে-৪৫:২০- অৰ্থাৎ ইছলাম ধৰ্ম নহয়, দ্বীন-
.
✍️Verse/Note:
45:22 for, God has created the heavens and the earth in accordance with [an inner] truth,*🌱 and [has therefore willed] that every human being shall be recompensed for what he has earned and none shall be wronged.

Note*🌱
See 10:5. The implication is that without a differentiation between right and wrong - or true and false - there would be no "inner truth" in the concept of a divinely-planned creation.
(১০:৫
هُوَ الَّذِي جَعَلَ الشَّمْسَ ضِيَاءً وَالْقَمَرَ نُورًا وَقَدَّرَهُ مَنَازِلَ لِتَعْلَمُوا عَدَدَ السِّنِينَ وَالْحِسَابَ ۚ مَا خَلَقَ اللَّهُ ذَٰلِكَ إِلَّا بِالْحَقِّ ۚ يُفَصِّلُ الْآيَاتِ لِقَوْمٍ يَعْلَمُونَ
তেৱেঁই সূৰ্যক দীপ্তিমান আৰু চন্দ্ৰক জ্যোতিৰ্ময় কৰিছে আৰু তাৰ বাবে নিৰ্দিষ্ট কৰিছে বিভিন্ন মনযিল, যাতে তোমালোকে বছৰ গণনা কৰিব পাৰা আৰু সময়ৰ হিচাপ জানিব পাৰা। আল্লাহে এইবোৰ যথাযথ ভাৱেই সৃষ্টি কৰিছে। তেওঁ এইবোৰ নিদৰ্শন বিশদভাৱে বৰ্ণনা কৰে এনে সম্প্ৰদায়ৰ বাবে যিসকলে জানে। See Notes on 10:5-link:
.____________________________________________
🟪৪৫:২৩
أَفَرَأَيْتَ مَنِ اتَّخَذَ إِلَٰهَهُ هَوَاهُ وَأَضَلَّهُ اللَّهُ عَلَىٰ عِلْمٍ وَخَتَمَ عَلَىٰ سَمْعِهِ وَقَلْبِهِ وَجَعَلَ عَلَىٰ بَصَرِهِ غِشَاوَةً فَمَنْ يَهْدِيهِ مِنْ بَعْدِ اللَّهِ ۚ أَفَلَا تَذَكَّرُونَ
এতেকে তুমি সেইজন ব্যক্তিৰ পিনে লক্ষ্য কৰিছানে, যিয়ে নিজ কামনা-বাসনাক নিজৰ ইলাহ কৰি লৈছে*? আৰু তাৰ ওচৰত জ্ঞান🌀 অহাৰ পিছতো আল্লাহে তাক বিভ্ৰান্ত কৰিছে, আৰু তেওঁ তাৰ কাণ আৰু হৃদয়ত মোহৰ🌱 মাৰি দিছে। তেওঁ তাৰ চকুৰ ওপৰত ৰাখি দিছে আৱৰণ। এতেকে আল্লাহৰ পিছত কোনে তাক হিদায়ত দিব? তথাপিও তোমালোকে উপদেশ💈 গ্ৰহণ নকৰিবানে?
.
✍️BB-ref:(25:43)*
২৫:৪৩
أَرَأَيْتَ مَنِ اتَّخَذَ إِلَٰهَهُ هَوَاهُ أَفَأَنْتَ تَكُونُ عَلَيْهِ وَكِيلًا
তুমি সেইজন ব্যক্তিক দেখিছানে, যিয়ে নিজ প্ৰবৃত্তিক ইলাহৰূপে গ্ৰহণ কৰিছে? তথাপিও তুমি তাৰ দায়িত্ব গ্ৰহণ কৰিবানে?
Pl find the verse/note 25:43-link:
.
Sam-Cf: 44:32🌀
.
Sam-Cf. 2:7🌱
.
Sam-afalā. See Note:💈
.
✍️Note:
There are people who become subservient to their own desires and lose the capacity of using 
their faculties of seeing, hearing and thinking in the right direction. In spite of their being 
knowledgeable and astute they lead themselves in the path of destruction, from which they 
cannot escape without returning to God's laws and Permanent Values. To apply laws and values 
íother than God's is shirk, treachery and an offence of great arrogance. See verses 
4:117; 18:32; 18:50; 
20: 123; 25:43; 38:26; 45:23.(edip).
.
✍️Verse/Note: press link:
.____________________________________________
WORD BY WORD MEANING BB:
[45:20] This (Haaza) is insight (6:104) (Basoa'iru) for mankind (Lin' Naasi) and (Wa) as guidance (Hudan) and 
(Wa) mercy (Rah'matun) for (Li) people (Qaw'min) who are certain (Yuuqinuun). 
[45:21] Or (Am') do those who (Ellaziina) commit (Ej'tarahu') bad deeds (Es'Sayyiaati) think (Hasiba) that 
(An) We will render them (Naj'åla-hum’) like (Ka) those who (Ellaziina) believe (Aamanu') and (Wa) do 
(Åmilu') good deeds (Es'Soalihaati); their life (Mah'yaa-hum’) and (Wa) their death (Mamaatu-hum’) to be 
equal (Sawaa'an)? Evil (Saa'a) is what (Maa) they decide (Yah'kumuun).
(Disbeliever 8:50/ Believer 16:32)
[45:22] And (Wa) GOD (Ellahu) created (Khalaqa) the heavens (Es'Samaawaati) and the earth (Wal' Ar'do) in
truth (Bil' Haqqi) so that (Li) every (Kullu) soul (Naf'si) may be recompensed (Tuj'zaa) for what (Bimaa) it 
has earned (Kasabat'), and (Wa) they (Hum') will not (Laa) be wronged (Yuz'lamuun).
[45:23] So have you seen (Afa-ra'ai'ta) one who (Mani) has taken (Ettakhaza) his inclination (25:43) (Hawaa-
hu) as his god (ilaaha-hu)? GOD (Ellahu) has sent him astray (Adolla-hu) despite (Ålaa) knowledge (il'min)
and (Wa) has sealed (Khatama Ålaa) his hearing (Sam'e-hi) and his heart (Qal'bi-hi) and (Wa) has placed 
(Jaåla) a veil (Gishaawatan) over (Ålaa) his eyesight (Basori-hi). So (Fa) who (Man) can guide him (Yah'dii-
hi) after GOD (Min Ba'di-llahi)? Will you then not (Afalaa) remember (Tazakkaruun)? 
____________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
🔵Date of Today ~ 27.01.2023-Naz-villa
🔴Work Progress ~ 
🟡Approx. Pages~3,440 nos.
⚫Part ~ 478~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG 
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE....
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
___________________________________________

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)