What is sawab(ثَوَاب)?(Our Akherat(الْآخِرَةِ) in this world).Meaning of Tawaf(طوف).

🩸What is sawab(ثَوَاب)?
(Our Akherat(الْآخِرَةِ) in this world).
💥 Meaning of Tawaf(طوف).
_________________________________________
28:80=sawab = ث و ب
Classical Arabic Letter Meaning:
=keeping multiple relation(ث) of ayats between system/constitution(ب) of Allah(ie Quran) 

Output: Aqal/Knowledge of Quran.
.
Dua:
৩:১৪৭
وَمَا كَانَ قَوْلَهُمْ إِلَّا أَنْ قَالُوا ⬅️رَبَّنَا اغْفِرْ لَنَا ذُنُوبَنَا وَإِسْرَافَنَا فِي أَمْرِنَا وَثَبِّتْ أَقْدَامَنَا وَانْصُرْنَا عَلَى الْقَوْمِ الْكَافِرِينَ➡️
এই কথাৰ বাহিৰে তেওঁলোকৰ আন কোনো কথা নাছিল, ➡️‘হে আমাৰ ৰব! আমাৰ পাপ আৰু আমাৰ কৰ্মৰ সীমালংঘন তুমি ক্ষমা কৰা, আমাৰ ভৰি অবিচল ৰাখা আৰু কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক সহায় কৰা’।⬅️
.
Remarks: 
1)-Dunya(الدُّنْيَا) and Akhir(الْآخِرَةِ) both in our living life(3:148).
2)-There is no reward for wearing a beard, putting on perfume, wearing clothes above the small ankle, and visiting graves in Medina.  This is because the Qur'an does not give any knowledge in these matters.
(দাড়ি ৰখা, সুগন্ধি লগোৱা, ভৰিৰ সৰু গাঁঠিৰ ওপৰলৈ কাপোৰ পিন্ধা, জম জম পানী খোৱা, মদিনাত কবৰ জিয়াৰত কৰাত কোনো চাৱাব নাই। কাৰণ এইবোৰত কোৰআনে কোনো জ্ঞান দিয়া নাই।)
@syedraf
.
MH's video:765.
https://youtu.be/5QPXywYgb3A?si=U31eu6FQEFfinHcK
___________________________________________
References:(All translations are as usual found. These are tradisonal.So, not in perfect).
২৮:৮০
وَقَالَ الَّذِينَ أُوتُوا الْعِلْمَ وَيْلَكُمْ ثَوَابُ اللَّهِ خَيْرٌ لِمَنْ آمَنَ وَعَمِلَ صَالِحًا وَلَا يُلَقَّاهَا إِلَّا الصَّابِرُونَ
আৰু যিসকলক জ্ঞান দান কৰা হৈছিল, তেওঁলোকে ক’লে, ‘ধিক তোমালোকৰ ওপৰত! যিয়ে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আল্লাহৰ পুৰষ্কাৰেই শ্ৰেষ্ঠ আৰু ধৈৰ্যশীলসকলৰ বাহিৰে আন কোনেও সেয়া নাপাব’।
.
৩:১৪৮
فَآتَاهُمُ اللَّهُ ثَوَابَ الدُّنْيَا وَحُسْنَ ثَوَابِ الْآخِرَةِ ۗ وَاللَّهُ يُحِبُّ الْمُحْسِنِينَ
তাৰ পিছত আল্লাহে তেওঁলোকক পৃথিৱীৰ পুৰস্কাৰ আৰু আখিৰাতৰ উত্তম পুৰস্কাৰ প্ৰদান কৰিলে; আৰু আল্লাহে মুহছিনসকলক ভাল পায়।
.
২:১২৫
وَإِذْ جَعَلْنَا الْبَيْتَ مَثَابَةً(ث و ب🩸) لِلنَّاسِ وَأَمْنًا وَاتَّخِذُوا مِنْ مَقَامِ إِبْرَاهِيمَ مُصَلًّى ۖ وَعَهِدْنَا إِلَىٰ إِبْرَاهِيمَ وَإِسْمَاعِيلَ أَنْ طَهِّرَا بَيْتِيَ لِلطَّائِفِينَ(ط و ف💥) وَالْعَاكِفِينَ وَالرُّكَّعِ السُّجُودِ
আৰু স্মৰণ কৰা, যেতিয়া আমি কা’বাঘৰক মানৱ জাতিৰ মিলন কেন্দ্ৰ আৰু নিৰাপত্তাস্থল বনালো; আৰু (আদেশ দিলো যে,) ‘তোমালোকে মাকামে ইব্ৰাহীমক চালাতৰ স্থানৰূপে গ্ৰহণ কৰা। ইব্ৰাহীম আৰু ইছমাঈলক দায়িত্ব দিছিলো যে, তোমালোকে মোৰ ঘৰক তাৱাফকাৰী💥, এ’তেকাফকাৰী আৰু ৰুকু’ আৰু ছাজদাকাৰীসকলৰ বাবে পৱিত্ৰ ৰাখিবা’।
.
৭:২০১💥
إِنَّ الَّذِينَ اتَّقَوْا إِذَا مَسَّهُمْ طَائِفٌ(ط و ف💥) مِنَ الشَّيْطَانِ تَذَكَّرُوا فَإِذَا هُمْ مُبْصِرُونَ
নিশ্চয় যিসকলে তাক্বৱা অৱলম্বন কৰিছে, তেওঁলোকক চয়তানে যেতিয়া কুমন্ত্ৰণা দিয়ে তেতিয়া তেওঁলোকে আল্লাহক স্মৰণ কৰে, লগে লগে সিহঁতৰ দৃষ্টি প্ৰকট হয়।
(Tawaf-ط و ف💥):
=Constant boldly spreading satanic bad things-7:201).
.
@syedraf

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)