🔺Part-681(🅱️)(114:01-06)An-Naas
✔️Part-681(🅱️)(114:01-06)An-Naas
✔️Video- https://rb.gy/rw7ye By Muktabul
.___________________________________________
✔️"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"ৰ খণ্ডৰ আৰম্ভণিত বিশেষ টোকা আৰু লিংক:
.___________________________________________
🟢এই খণ্ডৰ ১১৪: আন-নাছ কোৰআনৰ শেষ ছুৰা। কিন্তু আমাৰ বাবে এখুপ আগুৱাই যোৱাৰ প্ৰথম খোজ হিচাপে অহা ৬৮২ নং খণ্ডত আৰম্ভ কৰিম:
"1st.Upgrade Analytical Quran Studies"
"১মঃ উন্নীতকৰণ-বিশ্লেষণাত্মক কোৰআন চৰ্চা" নামেৰে। এই সংক্ৰান্তত কিছু কথা লিখিছিলো লিংকত চাব: https://t.ly/9vDNk
.___________________________________________
✔️Analysis: ১১৪ নং ছুৰাৰ পাছত থকা কথাবোৰ চাব পাৰে তলৰ লিংকত:
.___________________________________________
১১৪:১
قُلْ أَعُوذُ بِرَبِّ النَّاسِ
কোৱা- মই মানুহৰ প্ৰতিপালকৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ
(QUL is an order to be attentive, from a sincere teacher, to educate our-self.
QUL হৈছে মনোযোগী হোৱাৰ আদেশ, এজন আন্তৰিক শিক্ষকৰ(৫৫:২) পৰা, নিজকে শিক্ষিত কৰিবলৈ)
(কবলৈ, আপোনাক কৈছে)
(The respected author of the “Quran” Allah is emphasizing on us by uttering Qul (say - mental verb) in order to gain the attention of our senses who are listening. When an important announcement or reminder is made by the teacher he makes sure that the student is attentive. So the teacher makes sure that the student repeats his sentence or paragraph. This is done in order that the valuable message gets imprinted in the mind of the student. Here the student is our own senses The cosmic mind keeps on reminding (Zikr) the listener these verses.
(Google translate as it found, no guarantee:
"কোৰআন"ৰ সন্মানীয় লেখক আল্লাহে আমাৰ শ্ৰৱণ ইন্দ্ৰিয়ৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ কুল (কওক - মানসিক ক্ৰিয়া) উচ্চাৰণ কৰি আমাৰ ওপৰত জোৰ দিছে। শিক্ষকে যেতিয়া কোনো গুৰুত্বপূৰ্ণ ঘোষণা বা সোঁৱৰণী দিয়ে তেতিয়া তেওঁ নিশ্চিত কৰে যে ছাত্ৰজনে মনোযোগ দিয়ে। গতিকে শিক্ষকে নিশ্চিত কৰে যে ছাত্ৰজনে নিজৰ বাক্য বা অনুচ্ছেদটো পুনৰাবৃত্তি কৰে। এইদৰে কৰা হয় যাতে মূল্যৱান বাৰ্তা ছাত্ৰজনৰ মনত ছাপ পৰে। ইয়াত ছাত্ৰ-ছাত্ৰীসকল আমাৰ নিজৰ ইন্দ্ৰিয়, মহাজাগতিক মনটোৱে এই শ্লোকবোৰৰ কথা শ্ৰোতাক সোঁৱৰাই থাকে।)
.___________________________________________
১১৪:২
مَلِكِ النَّاسِ
মানুহৰ অধিপতিৰ,
.___________________________________________
১১৪:৩
إِلَٰهِ النَّاسِ
মানুহৰ ইলাহৰ ওচৰত,
.___________________________________________
১১৪:৪
مِنْ شَرِّ الْوَسْوَاسِ** الْخَنَّاسِ*
আত্মগোপনকাৰী কুমন্ত্ৰণাদাতাৰ অনিষ্টৰ পৰা,
.
✍️Note-sam:
Arabic: al khannās*. The kh-n-s root denotes that which retreats, goes back, recedes. Generally, al khannās is said to be an epithet for the shayṭān since he retires — or hides himself — and retreats when God is remembered. That shayṭān treats of an adversary (against the command of God).
Arabic: waswās**. The core meanings of this word are devilish insinuation, temptation; wicked thought; doubt, misgiving, suspicion; delusion, fixed idea; uneasiness, anxiety, concern; melancholy; and is an epithet for the shayṭān.
.___________________________________________
১১৪:৫
الَّذِي يُوَسْوِسُ فِي صُدُورِ النَّاسِ
যিয়ে মানুহৰ মনত কুমন্ত্ৰণা দিয়ে,
✍️
114:5 "who whispers in the hearts of men
Note:
I.e., "Satan" in the widest meaning of this designation (quoted in surah 14:22).
(১৪:২২
وَقَالَ الشَّيْطَانُ لَمَّا قُضِيَ الْأَمْرُ إِنَّ اللَّهَ وَعَدَكُمْ وَعْدَ الْحَقِّ وَوَعَدْتُكُمْ فَأَخْلَفْتُكُمْ ۖ وَمَا كَانَ لِيَ عَلَيْكُمْ مِنْ سُلْطَانٍ إِلَّا أَنْ دَعَوْتُكُمْ فَاسْتَجَبْتُمْ لِي ۖ فَلَا تَلُومُونِي وَلُومُوا أَنْفُسَكُمْ ۖ مَا أَنَا بِمُصْرِخِكُمْ وَمَا أَنْتُمْ بِمُصْرِخِيَّ ۖ إِنِّي كَفَرْتُ بِمَا أَشْرَكْتُمُونِ مِنْ قَبْلُ ۗ إِنَّ الظَّالِمِينَ لَهُمْ عَذَابٌ أَلِيمٌ
আৰু যেতিয়া বিচাৰ কাৰ্য সম্পন্ন হ’ব তেতিয়া চয়তানে ক’ব, ‘নিশ্চয় আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল সত্য প্ৰতিশ্ৰুতি, ময়ো তোমালোকক প্ৰতিশ্ৰুতি দিছিলো, কিন্তু মই তোমালোকক দিয়া প্ৰতিশ্ৰুতি ভঙ্গ কৰিছো। তোমালোকৰ ওপৰত মোৰ কোনো আধিপত্য নাছিল, মই কেৱল তোমালোকক আহ্বান কৰিছিলো ফলত তোমালোকে মোৰ আহ্বানত সঁহাৰি দিছিলা। গতিকে তোমালোকে মোক দোষ নিদিবা, তোমালোকে নিজেই নিজকে দোষ দিয়াগৈ। মই তোমালোকৰ উদ্ধাৰকাৰী নহয় আৰু তোমালোকেও মোৰ উদ্ধাৰকাৰী নহয়। তোমালোকে মোক যে ইয়াৰ আগত আল্লাহৰ অংশী কৰিছিলা সেয়া মই অস্বীকাৰ কৰিছো’। নিশ্চয় যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
(১৪:২২ আয়াতটোৰ বিশ্লেষণৰ বাবে তলৰ লিংকত বিচাৰি চাওক:
.___________________________________________
১১৪:৬
مِنَ الْجِنَّةِ وَالنَّاسِ
জিনৰ* মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা।
.
✍️Jinn*
.
✍️Verse/Note-sam:
116:6 “From1 the jinna2 and mankind.”3
1. Arabic: min — of, among, from, from among. While this verse is generally understood in the same light as 114:4 (i.e. as referencing that from which the speaker seeks refuge in God), it can be read also to reference that by means of which ‘the evil of the retreating whisperer’ reaches the breasts of men.
2. Signifies hidden forces (of the unseen realm), or fully demonic or demonised humans. Arabic: al jinna.
3. An allusion also, surely, to the phrase ‘I will fill Gehenna with the jinna and mankind all together’ found at 11:119 and 32:13 — the only other formula (and the only other places) in which the exact phrase ‘min al jinnati wa al nās’ (among, from, or with al jinna and men) occurs.
(১১:১১৯
إِلَّا مَنْ رَحِمَ رَبُّكَ ۚ وَلِذَٰلِكَ خَلَقَهُمْ ۗ وَتَمَّتْ كَلِمَةُ رَبِّكَ لَأَمْلَأَنَّ جَهَنَّمَ مِنَ الْجِنَّةِ وَالنَّاسِ أَجْمَعِينَ
কিন্তু তেওঁলোক নহয়, যিসকলক তোমাৰ প্ৰতিপালকে দয়া কৰিছে কাৰণ তেওঁ তেওঁলোকক এইবাবেই সৃষ্টি কৰিছে। আৰু তোমাৰ প্ৰতিপালকৰ এই কথা চূড়ান্ত হৈছে যে, ‘আমি জ্বিন আৰু মানৱ উভয়ৰ দ্বাৰা জাহান্নাম অৱশ্যে পূৰ্ণ কৰিম’।
.
৩২:১৩
وَلَوْ شِئْنَا لَآتَيْنَا كُلَّ نَفْسٍ هُدَاهَا وَلَٰكِنْ حَقَّ الْقَوْلُ مِنِّي لَأَمْلَأَنَّ جَهَنَّمَ مِنَ الْجِنَّةِ وَالنَّاسِ أَجْمَعِينَ
আৰু আমি ইচ্ছা কৰিলে প্ৰত্যেক ব্যক্তিকেই ইয়াৰ হিদায়ত দিলোহেঁতেন; কিন্তু মোৰ ফালৰ পৰা এই কথা নিশ্চিতভাৱে সাব্যস্ত যে, নিশ্চয় মই কিছুমান জিন আৰু মানুহৰ দ্বাৰা জাহান্নাম পূৰণ কৰিম।)
.___________________________________________
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[114:1] Say (Qul'): "I seek protection (Auuzu) with (Bi) the LORD (Rabbi) of mankind (En'Naas),
[114:2] King (Maliki) of mankind (En'Naas),
[114:3] Deity (ilaahi) of mankind (En'Naas),
[114:4] against (Min) the evil (Sharri) of the demonic (El'Khannaas) whisperer (El'Was'waasi),
[114:5] who (Ellazii) whispers (Yuwas'wisu) into (Fii) the bosoms (chests) (Suduuri) of the people (En'Naas),
[114:6] from (Mina) the jinn (El'Jinnati) and (Wa) the people (mankind) (En'Naas)*."
।।।______________________________________।।।
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 05.09.2023-Naz-villa✔️
🔴Work Progress ~ 109%
🟡Approx. Pages~ 4,550 nos.
⚫Parts ~ 681-B ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer #onlyway
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
••••••••••••••••••••••THE END•••••••••••••••••••••••••
Comments
Post a Comment