🤬Part-583(66:08-12)Al-Tahreem(Prohibition)
✔️Part-583(66:08-12)Al-Tahreem(Prohibition)
✔️Video- https://youtu.be/Im9D2YplreY
.___________________________________________
✔️ Video Template,sub:কবৰত তিনিমুঠি মাটি:
লিংকত চাওঁক:২০:৫৫:https://bit.ly/3pyt47p
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
👉কোৰআন কি?: https://bit.ly/3IvpK2H
👉ৰছুল মানে কি?: https://bit.ly/3KCIsbb
👉 পৃথিৱীৰ বেছিভাগ মুছলিম ভুলনে?
- https://bit.ly/3L0B35S
💥মখৰজৰ সৈতে আৰবী ভাষা বুজিলেই কোৰআন বুজিবনে?নুবুজিব পাৰে:https://bit.ly/3TsZRWc
💥শেষ বিচাৰৰ দিনা উত্তম ফলাফলৰ বাবে এটাই সূত্ৰঃ https://bit.ly/42OQRis
💥ভিডিঅ': মুক্তাবুলহুছেইন, লিখনি:চৈয়দৰফ
.___________________________________________
মিনি সূচিঃPart-583(66:08-12)Al-Tahreem
৬৬:৮(দোৱাঃ‘হে আমাৰ প্ৰতিপালক! আমাৰ বাবে আমাৰ নূৰক পূৰ্ণতা দান কৰা আৰু আমাক ক্ষমা কৰি দিয়া, নিশ্চয় তুমি সকলো বস্তুৰ ওপৰত ক্ষমতাৱান’-see notes and it's template)
৬৬:৯(Meaning of Jihad- see note)
৬৬:১০-১২(নবী লূট, নুহৰ-আ:ছা: বেয়া স্ত্ৰী আৰু দুগৰাকী গুণৱতী মহিলাৰ বিষয়ে-টোকা চাব)
.___________________________________________
🤬৬৬:৮
يَا أَيُّهَا الَّذِينَ آمَنُوا تُوبُوا إِلَى اللَّهِ تَوْبَةً نَصُوحًا عَسَىٰ رَبُّكُمْ أَنْ يُكَفِّرَ عَنْكُمْ سَيِّئَاتِكُمْ وَيُدْخِلَكُمْ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ يَوْمَ لَا يُخْزِي اللَّهُ النَّبِيَّ وَالَّذِينَ آمَنُوا مَعَهُ ۖ نُورُهُمْ يَسْعَىٰ بَيْنَ أَيْدِيهِمْ وَبِأَيْمَانِهِمْ يَقُولُونَ ⬅️رَبَّنَا أَتْمِمْ لَنَا نُورَنَا وَاغْفِرْ لَنَا ۖ إِنَّكَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ ওচৰত তাওবা কৰা-- বিশুদ্ধ তাওবা; আশা কৰা যায় তোমালোকৰ প্ৰতিপালকে তোমালোকৰ পাপসমূহ মোচন কৰি দিব আৰু তোমালোকক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত। সেইদিনা আল্লাহে নবী আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছে তেওঁলোকক লাঞ্ছিত নকৰিব। তেওঁলোকৰ নূৰ🦚 তেওঁলোকৰ সন্মুখত আৰু সোঁহাতে ধাৱিত হ’ব। তেওঁলোকে ক’ব, ➡️‘হে আমাৰ প্ৰতিপালক! আমাৰ বাবে আমাৰ নূৰক পূৰ্ণতা দান কৰা আৰু আমাক ক্ষমা কৰি দিয়া, নিশ্চয় তুমি সকলো বস্তুৰ ওপৰত ক্ষমতাৱান’।
.
✍️BB-ref:(57:12)🦚
৫৭:১২
يَوْمَ تَرَى الْمُؤْمِنِينَ وَالْمُؤْمِنَاتِ يَسْعَىٰ نُورُهُمْ بَيْنَ أَيْدِيهِمْ وَبِأَيْمَانِهِمْ بُشْرَاكُمُ الْيَوْمَ جَنَّاتٌ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا ۚ ذَٰلِكَ هُوَ الْفَوْزُ الْعَظِيمُ
সেইদিনা তুমি মুমিন নৰ-নাৰীসকলক দেখিবলৈ পাবা যে, তেওঁলোকৰ সন্মুখত আৰু সোঁফালে তেওঁলোকৰ নূৰ দৌৰি আছে। (কোৱা হ’ব) ‘আজি তোমালোকৰ বাবে সুসংবাদ হৈছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তোমালোক চিৰস্থায়ী হ’বা, এইটোৱেই মহাসফলতা’।
(What is Noor?Pl find the verse/notes of 57:12 in the link: https://bit.ly/3pBvKkG)
.
✍️Note-edip:
Repentance is not a passive act of regret. When you realise that you have been following the wrong path, you should retrace your steps and reappraise the situation. Repentance means not to succumb to unrestrained grief, but to resolutely hasten back to the starting point and choose the correct path. The individual who has realised his mistake should be eager to rectify it and to repair the damage done. Repentance, therefore, is positive effort at restoration of the lost position. See verse 9:112; 68:32.
(৯:১১২
التَّائِبُونَ الْعَابِدُونَ الْحَامِدُونَ السَّائِحُونَ الرَّاكِعُونَ السَّاجِدُونَ الْآمِرُونَ بِالْمَعْرُوفِ وَالنَّاهُونَ عَنِ الْمُنْكَرِ وَالْحَافِظُونَ لِحُدُودِ اللَّهِ ۗ وَبَشِّرِ الْمُؤْمِنِينَ
সিহঁত তাওবাকাৰী, ইবাদতকাৰী, আল্লাহৰ প্ৰশংসাকাৰী, ছিয়াম পালনকাৰী, ৰুকুকাৰী, ছাজদাকাৰী, সৎকৰ্মৰ আদেশদাতা, অসৎকৰ্মৰ নিষেধকাৰী আৰু আল্লাহৰ নিৰ্ধাৰিত সীমাৰেখা সংৰক্ষণকাৰী, আৰু তুমি মুমিনসকলক শুভ সংবাদ দিয়া।-refs: 3:104, 33:35, 66:5)
.___________________________________________
🤬৬৬:৯
يَا أَيُّهَا النَّبِيُّ جَاهِدِ الْكُفَّارَ وَالْمُنَافِقِينَ وَاغْلُظْ عَلَيْهِمْ ۚ وَمَأْوَاهُمْ جَهَنَّمُ ۖ وَبِئْسَ الْمَصِيرُ
হে নবী! কাফিৰ আৰু মুনাফিকসকলৰ বিৰুদ্ধে জিহাদ কৰা আৰু সিহঁতৰ প্ৰতি কঠোৰ হোৱা। সিহঁতৰ আশ্ৰয়স্থল জাহান্নাম আৰু সেইটো কিমান যে নিকৃষ্ট গন্তব্যস্থল!
.
✍️BB-ref:(9:73)
৯:৭৩
يَا أَيُّهَا النَّبِيُّ جَاهِدِ الْكُفَّارَ وَالْمُنَافِقِينَ وَاغْلُظْ عَلَيْهِمْ ۚ وَمَأْوَاهُمْ جَهَنَّمُ ۖ وَبِئْسَ الْمَصِيرُ
হে নবী! কাফিৰ আৰু মুনাফিকসকলৰ বিৰুদ্ধে জিহাদ কৰা, সিহঁতৰ প্ৰতি কঠোৰ হোৱা; আৰু সিহঁতৰ আবাসস্থল জাহান্নাম, আৰু সেয়া কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তন স্থল!
(What is Jihad? Pl find 9:73 in the link:
.
✍️Note:.(edip).
Hypocrite: (Arabic: munafiq). See verse 2:8
২:৮
وَمِنَ النَّاسِ مَنْ يَقُولُ آمَنَّا بِاللَّهِ وَبِالْيَوْمِ الْآخِرِ وَمَا هُمْ بِمُؤْمِنِينَ
আৰু মানুহৰ মাজত এনেকুৱা কিছুমান মানুহো আছে যিসকলে কয়, ‘আমি আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছো’, অথচ সিহঁত মুমিন নহয় ।
.___________________________________________
🤬৬৬:১০(Bad and Good Examples of Women)(মধ্যস্থতাৰ মিথ/কল্পিতকথা ছিন্নভিন্ন হৈ পৰিল)
ضَرَبَ اللَّهُ مَثَلًا لِلَّذِينَ كَفَرُوا امْرَأَتَ نُوحٍ وَامْرَأَتَ لُوطٍ ۖ كَانَتَا تَحْتَ عَبْدَيْنِ مِنْ عِبَادِنَا صَالِحَيْنِ فَخَانَتَاهُمَا فَلَمْ يُغْنِيَا عَنْهُمَا مِنَ اللَّهِ شَيْئًا وَقِيلَ ادْخُلَا النَّارَ مَعَ الدَّاخِلِينَ
যিসকলে কুফৰী কৰে, সিহঁতৰ বাবে আল্লাহে নূহৰ স্ত্ৰী আৰু লূতৰ স্ত্ৰীৰ উদাহৰণ দিছে; সিহঁত আমাৰ বান্দাসকলৰ মাজৰ দুজন সৎ বান্দাৰ অধীনত আছিল, কিন্তু সিহঁত উভয়ে তেওঁলোকৰ লগত বিশ্বাসঘাতকতা কৰিছিল। ফলত আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ নূহ আৰু লূত সিহঁতৰ কোনো কামত নাহিল, আৰু সিহঁতক কোৱা হ’ল, ‘তোমালোক উভয়ে প্ৰৱেশকাৰীসকলৰ লগত জাহান্নামত প্ৰৱেশ কৰা’।
.
✍️Verse/Note/Link:
.
✍️ref:edip:
২:৪৮
وَاتَّقُوا يَوْمًا لَا تَجْزِي نَفْسٌ عَنْ نَفْسٍ شَيْئًا وَلَا يُقْبَلُ مِنْهَا شَفَاعَةٌ وَلَا يُؤْخَذُ مِنْهَا عَدْلٌ وَلَا هُمْ يُنْصَرُونَ
আৰু তোমালোকে সেইদিনটোক ভয় কৰা যিদিনা কোনোৱেই কাৰো কামত নাহিব । আৰু কাৰো ছুপাৰিছ গ্ৰহণ কৰা নহ’ব লগতে কাৰো পৰা কোনো বিনিময় লোৱাও নহ’ব, আৰু সিহঁত সহায়প্ৰাপ্তও নহ’ব।
.___________________________________________
🤬৬৬:১১(Examples of the Believers Pharaoh's Wife)
وَضَرَبَ اللَّهُ مَثَلًا لِلَّذِينَ آمَنُوا امْرَأَتَ فِرْعَوْنَ إِذْ قَالَتْ رَبِّ ابْنِ لِي عِنْدَكَ بَيْتًا فِي الْجَنَّةِ وَنَجِّنِي مِنْ فِرْعَوْنَ وَعَمَلِهِ وَنَجِّنِي مِنَ الْقَوْمِ الظَّالِمِينَ
আৰু মুমিনসকলৰ বাবে আল্লাহে ফিৰআউনৰ স্ত্ৰীৰ উদাহৰণ দাঙি ধৰিছে, যেতিয়া তেওঁ এই বুলি প্ৰাৰ্থনা কৰিছিল, ‘হে মোৰ প্ৰতিপালক! তোমাৰ ওচৰত মোৰ বাবে জান্নাতত এটা ঘৰ নিৰ্মাণ কৰা আৰু মোক ফিৰআউন আৰু তাৰ কৰ্মৰ পৰা উদ্ধাৰ কৰা আৰু মোক উদ্ধাৰ কৰা যালিম সম্প্ৰদায়ৰ পৰা’।
.
✍️note/ref:as:
66:11 And for those who have attained to faith God has propounded a parable in [the story of] Pharaoh's wife23 as she prayed "O my Sustainer! Build Thou for me a mansion in the paradise [that is] with Thee, and save me from Pharaoh and his doings, and save me, from all evildoing folk!
Note:
Cf. 28:8.
(২৮:৮
فَالْتَقَطَهُ آلُ فِرْعَوْنَ لِيَكُونَ لَهُمْ عَدُوًّا وَحَزَنًا ۗ إِنَّ فِرْعَوْنَ وَهَامَانَ وَجُنُودَهُمَا كَانُوا خَاطِئِينَ
তাৰ পিছত ফিৰআউনৰ পৰিয়ালে তাক (সাগৰৰ পৰা) তুলি নিলে। যাতে তেওঁ সিহঁতৰ শত্ৰু আৰু দুখৰ কাৰণ হয়। নিশ্চয় ফিৰআউন, হামান আৰু সিহঁতৰ সৈন্যবাহিনী আছিল অপৰাধী।)
.___________________________________________
🤬৬৬:১২(Mary/মাৰয়াম)
وَمَرْيَمَ ابْنَتَ عِمْرَانَ الَّتِي أَحْصَنَتْ فَرْجَهَا فَنَفَخْنَا فِيهِ مِنْ رُوحِنَا وَصَدَّقَتْ بِكَلِمَاتِ رَبِّهَا وَكُتُبِهِ وَكَانَتْ مِنَ الْقَانِتِينَ
(আল্লাহে আৰু উদাহৰণ দিছে) ইমৰাণৰ জীয়েক মাৰয়ামৰ- যিয়ে নিজ লজ্জাস্থানৰ পৱিত্ৰতা ৰক্ষা কৰিছিল, ফলত আমি তাত আমাৰ ৰূহৰ পৰা ফুঁৱাই দিছিলো আৰু তেওঁ তেওঁৰ প্ৰতিপালকৰ বাণী আৰু তেওঁৰ কিতাবসমূহ সত্য বুলি গ্ৰহণ কৰিছিল আৰু তেওঁ আছিল অনুগতসকলৰ অন্যতম।
.
✍️Verse/notes/link:
.
✍️Note:edip:
Ruh is the directive energy from God, but not of God. See verse 4:171. Mary chosen above all women for her righteousness and purity of character. See verse 19:21.
.
✍️Verse/Note:
66:12. And the third example is that of Mary, daughter of Imran. She kept her chastity in the atmosphere of monastery, where the immoral priests sought an innocent girl. She never allowed anyone even to touch her. (She did not care for the customary rules of the monastic order. She married and then conceived.) We gave a spark of Divine Energy into the newly born baby (as is done in the case of each human off-spring). She thus testified to the truthfulness of the Divine
Laws revealed by her Rabb and His Books. She was one of the most obedient subjects of Allah.
(In these examples it is apparent that bonds of relationships or the effects of one's surroundings cannot become an obstacle to one’s Eiman. Man has been bestowed with a strong willpower with which he can overcome all such hindrances. This was the basis of Allah's proclamation to Iblees, that he would never be able to influence His subjects ~ 15:40; 17:65.)(pz).
।।।
ছুৰা সমাপ্ত
.___________________________________________
WORD BY WORD MEANING BB:
[66:8] O you (Yaa Ayyuha) who (Ellaziina) believe (Aamanu'), repent (Tuubuu') to GOD (ilaallahi) with
sincere (Nasuuhan) repentance (Taw'batan), perhaps (Åsaa) your LORD (Rabbu-kum) will (An) atone
(Yukaffira) your bad deeds (Sayyiaati-kum) for you (Ånkum) and (Wa) admit you (Yud'khila-kum) into
gardens (Jannaatin) beneath which (Min Tah'ti-ha) rivers (El'An'haaru) flow (Taj'rii), it is the day (Yaw'ma)
GOD (Ellahu) will not (Laa) disgrace (Yukh'zii) the Prophet (En'Nabiyya) and those who (Ellaziina) believed
(Aamanu') with him (Maåhu). Their light (57:12) (Nuuru-hum) will proceed (Yas'åå) in front of them (Bai'na
Ai'dii-him’) and to (Bi) their right side (Ai'maani-him); they will say (Yaquuluuna), "Our LORD (Rabba-naa),
complete (At'mim') our light (Nuura-naa) for us (Lanaa) and forgive us (Eg'fir' Lanaa). Indeed, YOU (Innaka)
are capable of (Qadiir Ålaa) all (Kulli) things (Shai'in).”
[66:9] O you (Yaa Ayyuha) Prophet (En'Nabiyyu), fight (Jaahidi) the disbelievers (El'Kuffaara) and the
hypocrites (Wal' Munaafiqiina) and be rough against them (Eg'luz' Ålai'him). For (Wa) their refuge
(Ma'waa-hum) is Hell (Jahannam), and (Wa) wretched (Bi'sa) is the destiny (El'Masiir).
(9:73)
[66:10] GOD cites (Doraba-llahu) an example (Mathalan) of those who (Lillaziina) disbelieved (Kafaru'); the
wife (Em'ra'ata) of Noah (Nuuhin) and (Wa) the wife (Em'ra'ata) of Lot (Luutin). They were (Kaanata) under
(Tah'ta) two servants (Åb'dai'ni) from (Min') Our righteous (Soalihai'ni) servants (Ebaadi-naa), but (Fa) they
(the wives)
betrayed them both (Khaanataa-humaa), and (Fa) they (Noah & Lot)
could not (Lam') avail them (f)
(Yug'niya Ån'humaa) against GOD (Minallahi) at all (Shai'an), and (Wa) they (f) were told (Qiila), "Enter
(Ed'khula) the Fire (En'Naara) with (Maå) those who enter (Ed'Daakhiliin)."
[66:11] And (Wa) GOD cites (Doraba-llahu) an example (Mathalan) of those who (Lillaziina) believed
(Aamanu'); the wife (Em'ra'ata) of Pharaoh (Fir'åw'na), when (Iz') she said (Qaalat), "LORD (Rabbi), build
(Eb'ni) a house (Bai'tan) for me (Lii) near YOU (Endaka) in Paradise (Fiil' Jannati) and (Wa) rescue me
(Najjinii) from (Min) Pharaoh (Fir'åw'na) and his work (Åmali-hi), and (Wa) rescue me (Najjinii) from
(Mina) the transgressing (Ez'Zoalimiin) people (El'Qaw'mi)."
[66:12] Also (Wa) Mary (Mar'yama) the daughter (Eb'nata) of Amram (Em'raana), who (Ellatii) fortified
(Ah'sonat') her private part (Far'ja-haa), so (Fa) We blew (Nafakh'naa) therein (Fiihi) from (Min) Our spirit
(Ruuhi-naa), and (Wa) she gave credence to (Soddaqat' Bi) the words (Kalimaati) of her LORD (Rabbi-haa)
and HIS books (Kutubi-hi) and (Wa) was (Kaanat') of (Mina) the obedient (El'Qaanitiin).
🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 14.05.2023-Naz-villa✔️
🔴Work Progress ~ 91.17%
🟡Approx. Pages~ 3,884 nos.
⚫Parts ~ 583 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
Comments
Post a Comment