🍯Part-569(62:08-11)Al-Jumu'ah(The Assembly)

✔️Part-569(62:08-11)Al-Jumu'ah(The Assembly)
✔️Video- https://youtu.be/2lqQt3JnLH8
.___________________________________________
🟩কিছু বিশেষ কথাঃ আমি ফে:ক:ত কোৰআন চৰ্চা কৰি কি পালো তাৰ এখন টেমপ্লেত দিছিলো এনে দৰেঃ➡️ https://bit.ly/41Gcvoe 
⬇️
আমাৰ "বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"ৰ(বিশ্লেষণ+ভিডিঅ') যাত্ৰাক মহান আল্লাহে আজি ধাৰাবাহিকভাৱে প্ৰায় দুবছৰত ৯০% সম্পূৰ্ণ কৰাইছে। আলহামদুলিল্লাহ।
যদি....
প্ৰশ্ন কৰে এই যাত্ৰাত কি পালে বা বুজিলে!?
উত্তৰ অতি ভয়ংকৰ!!
যি কোৰআন(মূলৰ অনুবাদ) বৰ্তমান প্ৰচলিত আছে তাক সম্পূৰ্ণভাৱে মেনিপুলেচন কৰি পেলোৱা হল, প্ৰচলিত নামাজ,ৰোজা,হজ,জাকাত চব কৰাপ্তটেত আৰু তাক লৈয়ে ইবাদত কৰি থকা হৈছে।।
-মুক্তাৰফ-

✔️আমি কোৰআনৰ অনুবাদক মেনিপুলেচন কৰা হৈছে বুলি কৈছিলো। আজিৰ পৰা ৬২নং ছুৰা আল-জুমুআহ আৰম্ভ হৈছে। কেৱল ১১টা আয়াতৰ এই ছুৰাটোৰ শেষলৈকে চাব। আমাৰ কথাৰ প্ৰমাণ পাব। লগতে ইয়াৰ দানা-পানী যোগান ধৰাৰ কৌশল হিচাপে "মহম্মদ-আ:ছা: অশিক্ষিত" আছিল বুলি ভুৱা হাদিস প্ৰচাৰ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ হাঠিয়াৰ হিচাপে ব্যৱহাৰ কৰা "আল্লাহক মান্য কৰা আৰু ৰছুলক মান্য কৰা"ক কেনেকৈ হাদিস মান্যৰ বাবে ব্ৰেইন-ড্ৰেইক কৰাইছে তাক এই ছুৰাৰ খণ্ডৰ ভিডিঅ'বোৰত টাইটেল টেম্পলেটত বৰ্ণনা কৰা হৈছে।।
.___________________________________________
🟩টেম্পলেটৰ বিষয়ঃ আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা (أَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ):
⬇️PRESS THE LINK:
https://iiqassyedraf.blogspot.com/2023/04/obey-allah-and-obey-messenger_27.html
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
👉কোৰআন কি?: https://bit.ly/3IvpK2H
👉ৰছুল মানে কি?: https://bit.ly/3KCIsbb
👉 পৃথিৱীৰ বেছিভাগ মুছলিম ভুলনে?     
        - https://bit.ly/3L0B35S 
💥মখৰজৰ সৈতে আৰবী ভাষা বুজিলেই কোৰআন বুজিবনে?নুবুজিব পাৰে:https://bit.ly/3TsZRWc
💥শেষ বিচাৰৰ দিনা উত্তম ফলাফলৰ বাবে এটাই সূত্ৰঃ  https://bit.ly/42OQRis
💥ভিডিঅ': মুক্তাবুলহুছেইন, লিখনি:চৈয়দৰফ
.___________________________________________
🟩মিনি সূচিঃPart-569(62:08-11)Al-Jumu'ah
৬২:৯-১১(ছালাতুল জুম্মাহ বুলি কোনো ছালাত(কথিত নামাজ) কোৰআনত নাই। সাধাৰণতে ৬২:৯-১১নং আয়াতক জুম্মাৰ ছালাত বুলি দেখুৱাই দিয়া হয়। এই আয়াত কেইটা প্ৰত্যক্ষ ভাৱে ৪২:৬-৭(https://bit.ly/40OkBtt)ৰ লগত জড়িত।✔️ইয়াৰ সংযোগ ধাৰাবাহিকতাৰ বাবে এই খণ্ডৰ ওপৰত দিয়া ভিডিঅ'চাব।-টোকাবোল চাব)
.___________________________________________
🍯৬২:৮
قُلْ إِنَّ الْمَوْتَ الَّذِي تَفِرُّونَ مِنْهُ فَإِنَّهُ مُلَاقِيكُمْ ۖ ثُمَّ تُرَدُّونَ إِلَىٰ عَالِمِ الْغَيْبِ وَالشَّهَادَةِ فَيُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُونَ
কোৱা, যি মৃত্যুৰ পৰা তোমালোকে পলায়ন কৰা*1 সেয়া নিশ্চয় তোমালোকৰ লগত সাক্ষাৎ কৰিব। তাৰ পিছত তোমালোকক প্ৰত্যাৱৰ্তন কৰোৱা হ’ব গায়েব আৰু প্ৰকাশ্যৰ জ্ঞানী*2 আল্লাহৰ ওচৰত। তেওঁ তোমালোকক জনাই দিব যি তোমালোকে আমল কৰিছিলা।
.
✍️Verse/Note:
62:8 Say: "Behold, the death from which you are fleeing*1 is bound to overtake you - and then you will be brought back unto Him who knows all that is beyond the reach of a created being's perception as well as all that can be witnessed by a creature's senses or mind,*2 whereupon He will make you truly understand all that you were doing [in life].(as)
.
Note*1
An allusion to what is said in 2:96.
২:৯৬
وَلَتَجِدَنَّهُمْ أَحْرَصَ النَّاسِ عَلَىٰ حَيَاةٍ وَمِنَ الَّذِينَ أَشْرَكُوا ۚ يَوَدُّ أَحَدُهُمْ لَوْ يُعَمَّرُ أَلْفَ سَنَةٍ وَمَا هُوَ بِمُزَحْزِحِهِ مِنَ الْعَذَابِ أَنْ يُعَمَّرَ ۗ وَاللَّهُ بَصِيرٌ بِمَا يَعْمَلُونَ
আৰু তুমি অৱশ্যে সিহঁতক জীৱনৰ প্ৰতি আন আন লোকতকৈ বেছি লোভী দেখিবলৈ পাবা, আনকি মুশ্বৰিকসকলতকৈও বেছি। সিহঁতৰ প্ৰত্যেকেই আশা কৰে যদি হাজাৰ বছৰ আয়ুস দিয়া হ’লেহেঁতেন; অথচ দীৰ্ঘায়ুৱে তাক শাস্তিৰ পৰা নিষ্কৃতি দিব নোৱাৰিব। সিহঁতে যি কৰে সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।
.
Note*2 -See surah 6:73.
৬:৭৩
وَهُوَ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ بِالْحَقِّ ۖ وَيَوْمَ يَقُولُ كُنْ فَيَكُونُ ۚ قَوْلُهُ الْحَقُّ ۚ وَلَهُ الْمُلْكُ يَوْمَ يُنْفَخُ فِي الصُّورِ ۚ عَالِمُ الْغَيْبِ وَالشَّهَادَةِ ۚ وَهُوَ الْحَكِيمُ الْخَبِيرُ
তেৱেঁই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে। আৰু যিদিনা তেওঁ ক’ব, ‘হ’, তেতিয়াই সেয়া হৈ যাব। তেওঁৰ কথাই সত্য। যিদিনা শিঙাত ফুঁ দিয়া হ’ব সেইদিনাৰ কৰ্তৃত্ব কেৱল তেওঁৰেই। অদৃশ্য আৰু প্ৰকাশ্য বিষয়ে তেৱেঁই পৰিজ্ঞাত, আৰু তেওঁ প্ৰজ্ঞাময়, সবিশেষ অৱগত।
.___________________________________________
🍯৬২:৯(THE DAY OF ASSEMBLY)(9-11)
يَا أَيُّهَا الَّذِينَ آمَنُوا إِذَا نُودِيَ لِلصَّلَاةِ مِنْ يَوْمِ الْجُمُعَةِ فَاسْعَوْا إِلَىٰ ذِكْرِ اللَّهِ وَذَرُوا الْبَيْعَ ۚ ذَٰلِكُمْ خَيْرٌ لَكُمْ إِنْ كُنْتُمْ تَعْلَمُونَ
হে ঈমান্দাৰসকল! জুমুআৰ দিনা যেতিয়া ছালাতৰ* বাবে আহ্বান কৰা হয়, তেতিয়া তোমালোকে আল্লাহৰ স্মৰণৰ** ফালে ধাৱিত হোৱা আৰু বেচা-কিনা বন্ধ কৰা। এইটোৱে তোমালোকৰ বাবে সৰ্বোত্তম, যদি তোমালোকে উপলব্ধি কৰা।
.
✍️Note-rf: প্ৰথম কথা ছালাতুল জুম্মাহ বুলি কোনো ছালাত(কথিত নামাজ) কোৰআনত নাই। সাধাৰণতে ৬২:৯-১১নং আয়াতক জুম্মাৰ ছালাত বুলি দেখুৱাই দিয়া হয়। এই আয়াত কেইটা প্ৰত্যক্ষ ভাৱে ৪২:৬-৭(https://bit.ly/40OkBtt)ৰ লগত জড়িত।✔️ইয়াৰ সংযোগ ধাৰাবাহিকতাৰ বাবে এই খণ্ডৰ ওপৰত দিয়া ভিডিঅ'চাব।
⬇️
62:9-BB(Clearance of Nudia=Not Azan, Al-Jumu'ah=Not Salatul Jummah on Friday)
Press the link: https://bit.ly/3Hmcaie
.
Meaning of Salat(Salat is not Namaz)
https://ahsana3923.blogspot.com/2022/07/sl95-99-salat-and-its-meaning-syedraf.html
.
✍️BB-refs:(5:58)*,(20:14)**
৫:৫৮
وَإِذَا نَادَيْتُمْ إِلَى الصَّلَاةِ اتَّخَذُوهَا هُزُوًا وَلَعِبًا ۚ ذَٰلِكَ بِأَنَّهُمْ قَوْمٌ لَا يَعْقِلُونَ
আৰু যেতিয়া তোমালোকে চালাতৰ প্ৰতি আহ্বান কৰা তেতিয়া সিহঁতে ইয়াক উপহাস আৰু খেল-ধেমালিৰ বস্তুৰূপে গ্ৰহণ কৰে- এইটো এইবাবে যে, সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলে একোৱে নবুজে।
(Salat: Sad-Lam-Waw
General Root Meaning
prayer, supplication, petition, ✔️oration, eulogy, benediction, commendation, blessing, honour, magnifiy, bring forth, follow closely, walk/follow behind closely, to remain attached.
(প্রার্থনা, মিনতি, দরখাস্ত, ✔️বক্তৃতা, প্রশংসা, আশীর্বাদ, প্রশংসা, আশীর্বাদ, সম্মান, মহিমা, এগিয়ে আনা, ঘনিষ্ঠভাবে অনুসরণ করা, ঘনিষ্ঠভাবে খোজ কঢ়া/অনুসরণ করা, সংযুক্ত থাকার জন্য।)
.___________________________________________
🍯৬২:১০
فَإِذَا قُضِيَتِ الصَّلَاةُ فَانْتَشِرُوا فِي الْأَرْضِ وَابْتَغُوا مِنْ فَضْلِ اللَّهِ وَاذْكُرُوا اللَّهَ كَثِيرًا لَعَلَّكُمْ تُفْلِحُونَ
তাৰ পিছত ছালাত সমাপ্ত হ’লে তোমালোকে পৃথিৱীত প্ৰসাৰিত হৈ যোৱা আৰু আল্লাহৰ অনুগ্ৰহ সন্ধান কৰা লগতে আল্লাহক বেছি বেছি স্মৰণ কৰা, যাতে তোমালোকে সফলতা অৰ্জন কৰিব পাৰা।
.
✍️Note:refs:Press the link:
https://muktabulraf.blogspot.com/2023/04/62-10refs-sig.html?m=1
.
✍️ref:62:4
৬২:৪
ذَٰلِكَ فَضْلُ اللَّهِ يُؤْتِيهِ مَنْ يَشَاءُ ۚ وَاللَّهُ ذُو الْفَضْلِ الْعَظِيمِ
এইটো আল্লাহৰ অনুগ্ৰহ, তেওঁ যাক ইচ্ছা তাক সেয়া দান কৰে; আৰু আল্লাহ মহানুগ্ৰহৰ অধিকাৰী।
.___________________________________________
🍯৬২:১১
وَإِذَا رَأَوْا تِجَارَةً أَوْ لَهْوًا انْفَضُّوا إِلَيْهَا وَتَرَكُوكَ قَائِمًا ۚ قُلْ مَا عِنْدَ اللَّهِ خَيْرٌ مِنَ اللَّهْوِ وَمِنَ التِّجَارَةِ ۚ وَاللَّهُ خَيْرُ الرَّازِقِينَ
আৰু সিহঁতে যেতিয়া ব্যৱসায় অথবা ক্ৰীড়া-কৌতুক দেখা পায় তেতিয়া সিহঁতে তোমাক থিয় অৱস্থাতেই ৰাখি সেইফালে ধাৱিত হয়। কোৱা, আল্লাহৰ ওচৰত যি আছে সেয়া ক্ৰীড়া-কৌতুক আৰু ব্যৱসায়-বাণিজ্যতকৈয়ো উৎকৃষ্ট; আৰু আল্লাহ সৰ্বশ্ৰেষ্ঠ জীৱিকাদাতা।
.
✍️BB-ref:(24:37)
২৪:৩৭
رِجَالٌ لَا تُلْهِيهِمْ تِجَارَةٌ وَلَا بَيْعٌ عَنْ ذِكْرِ اللَّهِ وَإِقَامِ الصَّلَاةِ وَإِيتَاءِ الزَّكَاةِ ۙ يَخَافُونَ يَوْمًا تَتَقَلَّبُ فِيهِ الْقُلُوبُ وَالْأَبْصَارُ
সেইসকল লোকে, যিসকলক ব্যৱসায়-বাণিজ্য আৰু বেচা-কিনাই আল্লাহৰ স্মৰণৰ পৰা আৰু ছালাত কায়েম কৰাৰ পৰা লগতে যাকাত প্ৰদান কৰাৰ পৰা বিৰত নাৰাখে, তেওঁলোকে সেই দিনটোক ভয় পায় যিদিনা বহুতো অন্তৰ আৰু দৃষ্টিসমূহ ওলট-পালট হৈ যাব।
.___________________________________________
ছুৰা সমাপ্ত 
.___________________________________________
WORD BY WORD MEANING BB:
[62:8] Say (Qul'): "Indeed (Inna), the death (El'Maw'ta) from (Min'hu) which (Ellazii) you are fleeing 
(Tafirruuna); thus (Fa) it will indeed (Innahu) meet you (p) (Mulaaqii-kum’). Then (Thumma) you will be 
returned (Turadduuna) to (ilaa) the Knower (Åålimi) of the unseen (El'Gai'bi) and (Wa) testimony (Es'Shahaadati), 
then (Fa) HE will inform you (Yunabbiu-kum) of what (Bimaa) you have (Kuntum) done (Ta'maluun)." 
[62:9] O you (Yaa Ayyuha) who (Ellaziina) have believed (Aamanuu'), when (Izaa) called (Nuudiya) to the 
Prayer (5:58) (Lis' Solaati) from (Min) the day (time) (Yaw'mi) of Congregation (El'Jumuåti)*, then (Fa) proceed 
(Es'åw') to (ilaa) the remembrance of GOD (20:14)
(Zik'ri-llahi) and (Wa) leave (Zaru’) sale (El'Bai'å). That 
(Zaalikum’) is better (Khai'run) for you (Lakum), if (In) you should (Kuntum) know (Ta'lamuun). 
[62:10] And (Fa) when (Izaa) the Prayer (Es'Solaatu) has been concluded (Qudiyati), then (Fa) disperse
(Entashiru') in the land (Fiil' Ar'di) and (Wa) seek (Eb'tagu') from (Min) the favour of GOD (Fad'li-llahi), and (Wa)
commemorate GOD (Ez'kuru'llaha) frequently (Kathiiran) so that you (Laällakum’) may succeed (Tuf'lihuun), 
[62:11] but (Wa) when (Izaa) they saw (Ra'aw') a business (Tijaaratan) or (Aw') an entertainment (Lah'wan), 
they rushed (Enfadduu') to it (ilai'ha) and (Wa) left you (s) (Tarakuu-ka) standing (Qaa'iman). Say (Qul'): 
"What (Maa) is with GOD (Endallahi) is better (Khai'run) than (Mina 2
) entertainment (Lah'wi) and (Wa)
business (Ettijaarati), for (Wa) GOD (Ellahu) is the best (Khai'ru) of providers (Er'Raaziqiin)." (24:37)
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 29.04.2023-Naz-villa✔️
.....On tour Ghy-Gola.....✔️
🔴Work Progress ~ 90.05%%
🟡Approx. Pages~ 3,834 nos.
⚫Parts ~ 569 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG 
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer 
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)