🍯Part-567-568(62:01-02)(62:03-07)Al-Jumu'ah(The Assembly)
✔️Part-567-568(62:01-02)(62:03-07)
Al-Jumu'ah(The Assembly)
✔️Video- Muktabul Hussain
567: https://youtu.be/vXWUwPF2FSc (01-02)
568: https://youtu.be/IsHwEe8ysCg (03-07)
.
The sixty-second chapter of the Qur’an is by convention called al jumuʿah or The Assembly.
@@@@@@@@@@@@@@@@@@@@@
🔵কিছু বিশেষ কথাঃ আমি ফে:ক:ত কোৰআন চৰ্চা কৰি কি পালো তাৰ এখন টেমপ্লেত দিছিলো এনে দৰেঃ➡️ https://bit.ly/41Gcvoe
⬇️
আমাৰ "বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"ৰ(বিশ্লেষণ+ভিডিঅ') যাত্ৰাক মহান আল্লাহে আজি ধাৰাবাহিকভাৱে প্ৰায় দুবছৰত ৯০% সম্পূৰ্ণ কৰাইছে। আলহামদুলিল্লাহ।
যদি....
প্ৰশ্ন কৰে এই যাত্ৰাত কি পালে বা বুজিলে!?
উত্তৰ অতি ভয়ংকৰ!!
যি কোৰআন(মূলৰ অনুবাদ) বৰ্তমান প্ৰচলিত আছে তাক সম্পূৰ্ণভাৱে মেনিপুলেচন কৰি পেলোৱা হল, প্ৰচলিত নামাজ,ৰোজা,হজ,জাকাত চব কৰাপ্তটেত আৰু তাক লৈয়ে ইবাদত কৰি থকা হৈছে।।
-মুক্তাৰফ-
.
✔️আমি কোৰআনৰ অনুবাদক মেনিপুলেচন কৰা হৈছে বুলি কৈছিলো। আজিৰ পৰা ৬২নং ছুৰা আল-জুমুআহ আৰম্ভ হৈছে। কেৱল ১১টা আয়াতৰ এই ছুৰাটোৰ শেষলৈকে চাব। আমাৰ কথাৰ প্ৰমাণ পাব। লগতে ইয়াৰ দানা-পানী যোগান ধৰাৰ কৌশল হিচাপে "মহম্মদ-আ:ছা: অশিক্ষিত" আছিল বুলি ভুৱা হাদিস প্ৰচাৰ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ হাঠিয়াৰ হিচাপে ব্যৱহাৰ কৰা "আল্লাহক মান্য কৰা আৰু ৰছুলক মান্য কৰা"ক কেনেকৈ হাদিস মান্যৰ বাবে ব্ৰেইন-ড্ৰেইক কৰাইছে তাক এই ছুৰাৰ খণ্ডৰ ভিডিঅ'বোৰত টাইটেল টেম্পলেটত বৰ্ণনা কৰা হৈছে।।
@@@@@@@@@@@@@@@@@@@@@
🔵টেম্পলেটৰ বিষয়ঃ আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা (أَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ):
⬇️PRESS THE LINK:
@@@@@@@@@@@@@@@@@@@@@
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
👉কোৰআন কি?: https://bit.ly/3IvpK2H
👉ৰছুল মানে কি?: https://bit.ly/3KCIsbb
👉 পৃথিৱীৰ বেছিভাগ মুছলিম ভুলনে?
- https://bit.ly/3L0B35S
💥মখৰজৰ সৈতে আৰবী ভাষা বুজিলেই কোৰআন বুজিবনে?নুবুজিব পাৰে:https://bit.ly/3TsZRWc
💥শেষ বিচাৰৰ দিনা উত্তম ফলাফলৰ বাবে এটাই সূত্ৰঃ https://bit.ly/42OQRis
💥ভিডিঅ': মুক্তাবুলহুছেইন, লিখনি:চৈয়দৰফ
@@@@@@@@@@@@@@@@@@@@@
🔵মিনি সূচিঃPart-567-568(62:01-02)(62:03-07)Al-Jumu'ah(Template:Obey...)
৬২:১(আল্লাহৰ মহাপৱিত্ৰ, পৰাক্ৰমশালী, প্ৰজ্ঞাময়ৰ সংজ্ঞা)
৬২:২-৪(Ummi means not illiterate, it means Gentile-See Notes)(Hikmah is not So-called Hadiths.See link)
৬২:৫(কোৰআন বাদদি ইমামসকলৰ হাদিস পঢ়াসকলৰ জ্ঞান গাধৰ বোজাৰ দৰে- টোকা চাব)
৬২:৬-৭(বৰ্ণবাদৰ অহংকাৰ)
@@@@@@@@@@@@@@@@@@@@@
🍯৬২:১
يُسَبِّحُ🔺 لِلَّهِ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ الْمَلِكِ الْقُدُّوسِ ⬅️الْعَزِيزِ الْحَكِيمِ
আকাশমণ্ডলত যি যি আছে আৰু পৃথিৱীত যিবোৰ আছে সকলোৱে আল্লাহৰ পৱিত্ৰতা🔺 আৰু মহিমা ঘোষণা কৰে, যিজন অধিপতি, মহাপৱিত্ৰ, ➡️পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
.
✍️Note:🔺
Arabic root: s-b-ḥ. The form II of this root is generally translated extol or glory — both of which are correct. However, this is not simply a mouthing of empty sentiments but an engaged consideration and expression of the majesty and wonder of that Being who created the heavens and the earth and everything within them, the function of which is to render to God that which is his due. See 87:1-5.(sam).
.
➡️Arabic: al ʿazīz al ḥakīm — the Mighty, the Wise. This formula occurs at 2:129, 3:6, 3:18, 3:62, 3:126, 5:118, 14:4, 16:60, 27:9, 29:26, 29:42, 30:27, 31:9, 34:27, 35:2, 39:1, 40:8, 42:3, 45:2, 45:37, 46:2, 57:1, 59:1, 59:24, 60:5, 61:1, 62:1, 62:3, 64:18.
@@@@@@@@@@@@@@@@@@@@@
🍯৬২:২
هُوَ الَّذِي بَعَثَ فِي الْأُمِّيِّينَ رَسُولًا مِنْهُمْ يَتْلُو عَلَيْهِمْ آيَاتِهِ وَيُزَكِّيهِمْ وَيُعَلِّمُهُمُ الْكِتَابَ وَالْحِكْمَةَ وَإِنْ كَانُوا مِنْ قَبْلُ لَفِي ضَلَالٍ مُبِينٍ
তেৱেঁই উম্মীসকলৰ* মাজত সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল প্ৰেৰণ কৰিছে, যিজনে সিহঁতৰ ওচৰত তেওঁৰ আয়াতসমূহ তিলাৱাত কৰে, সিহঁতক পৱিত্ৰ কৰে আৰু সিহঁতক কিতাব** ও হিকমতৰ*** শিক্ষা দিয়ে; যদিও ইতিপূৰ্বে সিহঁত ঘোৰ বিভ্ৰান্তিত আছিল;****
.
✍️BB-refs:(2:78)*,(38:29)**,(17:39🐞)***,(3:164)****
(🐞Hikmah,find 17:39 in the link:
.
✍️Note:
Gentile: (Arabic: Ummy). An individual or community unaware of true values. See verse 2:78.(sig).
.
✍️Ummi means not illiterate:
.
✍️Note:sam-refs:
1. Arabic: ummiyyun. See note to 2:78.
2. Arabic: āyāt. See Notepad VIII.
3. Arabic: zakkā. See note to 2:129.
4. Arabic: al kitāb. See Notepad IX.ii.
5. See note to wisdom (ḥikma) at 33:34.
@@@@@@@@@@@@@@@@@@@@@
🍯৬২:৩
وَآخَرِينَ مِنْهُمْ لَمَّا يَلْحَقُوا بِهِمْ ۚ وَهُوَ الْعَزِيزُ الْحَكِيمُ
আৰু সিহঁতৰ মাজৰ পৰা অন্যান্যসকলৰ প্ৰতিও, (এই ৰাছুলকেই প্ৰেৰণ কৰা হৈছে) যিসকলে এতিয়াও সিহঁতৰ লগত মিলিত হোৱা নাই আৰু আল্লাহ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।
@@@@@@@@@@@@@@@@@@@@@
🍯৬২:৪
ذَٰلِكَ فَضْلُ اللَّهِ يُؤْتِيهِ مَنْ يَشَاءُ ۚ وَاللَّهُ ذُو الْفَضْلِ الْعَظِيمِ
এইটো আল্লাহৰ* অনুগ্ৰহ, তেওঁ যাক ইচ্ছা তাক সেয়া দান কৰে; আৰু আল্লাহ মহানুগ্ৰহৰ অধিকাৰী।
.
✍️BB-ref:(4:113)*
৪:১১৩
وَلَوْلَا فَضْلُ اللَّهِ عَلَيْكَ وَرَحْمَتُهُ لَهَمَّتْ طَائِفَةٌ مِنْهُمْ أَنْ يُضِلُّوكَ وَمَا يُضِلُّونَ إِلَّا أَنْفُسَهُمْ ۖ وَمَا يَضُرُّونَكَ مِنْ شَيْءٍ ۚ وَأَنْزَلَ اللَّهُ عَلَيْكَ الْكِتَابَ وَالْحِكْمَةَ وَعَلَّمَكَ مَا لَمْ تَكُنْ تَعْلَمُ ۚ وَكَانَ فَضْلُ اللَّهِ عَلَيْكَ عَظِيمًا
আৰু তোমাৰ ওপৰত যদি আল্লাহৰ অনুগ্ৰহ আৰু দয়া নাথাকিলহেঁতেন তেন্তে সিহঁতৰ মাজৰ এটা দলে তোমাক পথভ্ৰষ্ট কৰাৰ সংকল্প কৰিয়ে পেলাইছিল। কিন্তু সিহঁতে নিজৰ বাহিৰে আন কাকো পথভ্ৰষ্ট কৰিব নোৱাৰে আৰু তোমাৰো কোনো ক্ষতি কৰিব নোৱাৰে। আল্লাহে তোমাৰ প্ৰতি কিতাব আৰু হিকমত🐞 অৱতীৰ্ণ কৰিছে আৰু তুমি যি জনা নাছিলা সেয়া তোমাক শিক্ষা দিছে, তোমাৰ প্ৰতি আল্লাহৰ মহা অনুগ্ৰহ আছে।
.
✍️Note:
(🐞Note on Hikmah is not So-called Hadiths.See link:
@@@@@@@@@@@@@@@@@@@@@
🍯৬২:৫
مَثَلُ الَّذِينَ حُمِّلُوا التَّوْرَاةَ ثُمَّ لَمْ يَحْمِلُوهَا كَمَثَلِ الْحِمَارِ يَحْمِلُ أَسْفَارًا ۚ بِئْسَ مَثَلُ الْقَوْمِ الَّذِينَ كَذَّبُوا بِآيَاتِ اللَّهِ ۚ وَاللَّهُ لَا يَهْدِي الْقَوْمَ الظَّالِمِينَ
যিসকলক তাওৰাতৰ* দায়িত্বভাৰ দিয়া হৈছিল, কিন্তু সিহঁতে ইয়াক বহন কৰা নাছিল। সিহঁতৰ উদাহৰণ হৈছে- গাধৰ দৰে! যিয়ে বহু কিতাপৰ বোজা বহন কৰে। কিমান যে নিকৃষ্ট সেই সম্প্ৰদায়ৰ দৃষ্টান্ত যিসকলে আল্লাহৰ** আয়াতসমূহক মিছা বুলি অমান্য কৰে; আৰু আল্লাহে যালিম@ সম্প্ৰদায়ক হিদায়ত নকৰে।(sam@ẓālimūn. See 2:229)
.
✍️BB-refs:(5:44)*,(16:104)**
.
✍️ Note: Press link: https://bit.ly/3LB97Fy
@@@@@@@@@@@@@@@@@@@@@
🍯৬২:৬(The Arrogance of Racism)
قُلْ يَا أَيُّهَا الَّذِينَ هَادُوا إِنْ زَعَمْتُمْ أَنَّكُمْ أَوْلِيَاءُ لِلَّهِ مِنْ دُونِ النَّاسِ فَتَمَنَّوُا الْمَوْتَ إِنْ كُنْتُمْ صَادِقِينَ
কোৱা, হে ইয়াহুদীসকল! যদি তোমালোকে ভাবা যে, আন আন মানুহৰ বাহিৰে অকল তোমালোকেই আল্লাহৰ বন্ধু, তেন্তে তোমালোকে মৃত্যু* কামনা কৰা যদি তোমালোকে সত্যবাদী।
.
✍️BB-ref:(2:94)*
২:৯৪
قُلْ إِنْ كَانَتْ لَكُمُ الدَّارُ الْآخِرَةُ عِنْدَ اللَّهِ خَالِصَةً مِنْ دُونِ النَّاسِ فَتَمَنَّوُا الْمَوْتَ إِنْ كُنْتُمْ صَادِقِينَ
কোৱা, ‘যদি অন্যান্য মানুহৰ বাহিৰে আল্লাহৰ ওচৰত আখিৰাতৰ বাসস্থান কেৱল তোমালোকৰ বাবেই নিৰ্দিষ্ট তেন্তে তোমালোকে মৃত্যু কামনা কৰা, যদি তোমালোক সত্যবাদী’।
(find the verse/notes of 2:94 -link:
@@@@@@@@@@@@@@@@@@@@@
🍯৬২:৭
وَلَا يَتَمَنَّوْنَهُ أَبَدًا بِمَا قَدَّمَتْ أَيْدِيهِمْ ۚ وَاللَّهُ عَلِيمٌ بِالظَّالِمِينَ
কিন্তু সিহঁতৰ হাতে আগলৈ যি প্ৰেৰণ কৰিছে তাৰ কাৰণে সিহঁতে কেতিয়াও মৃত্যু কামনা নকৰিব; আৰু আল্লাহ যালিমসকলৰ বিষয়ে সম্যক অৱগত।
.
✍️Note:sa:
Note 4
2:94. See Zulm, 62:5
@@@@@@@@@@@@@@@@@@@@@
WORD BY WORD MEANING BB:
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[62:1] Whatever (Maa) is in (Fii) the heavens (Es'Samaawaati) and whatever (Wamaa) is on earth (Fiil' Ar'di)
gives glory (Yusabbihu) to GOD (Lillahi); the KING 1
(El' Maliki), the HOLY 2
(El' Qudduusi), the ALMIGHTY
3
(El' Åziizi), the WISE 4
(El' Hakiim).
[62:2] HE (Huwa) is the One who (Ellazii) has sent (Baåtha) among (to) (Fii) the unlearned (2:78) (El'Ummiyyiina) a messenger (Rasuulan) from them (Min'hum), reciting (Yat'lu') HIS verses (Aayaati-hi) to
them (Ålai'him), purifying them (Yuzakkii-him), teaching them (Yuållimu-humu) the Book (38:29) (El'Kitaaba)and Wisdom (17:39) (Wal' Hik'mata); although (In) they were (Kaanu') in clear (Mubiin) error (Dolaalin)
before (Min Qab'lu),(3:164)
[62:3] as well as (Wa) others (Aakhariina) among them (Min'hum) when (Lamma) it reaches them
(Yal'hagu' Bi-him’). And (Wa) HE (God) (Huwa) is the ALMIGHTY (El' Åziizi), the WISE (El' Hakiim).
[62:4] That (Zaalika) is the favour of GOD (4:113) (Fad'lu-llahi) which HE gives (Yu'tii-hi) to whomever (Man) HE wills (Yashaau), for (Wa) GOD (Ellahu) possesses (Zuu) great (El'Åziim) favour (El'Fad'li).
[62:5] The example (Mathalu) of those who (Ellaziina) were made to bear (Hummilu') the Torah (5:44)(Ettaw'raata) and then (Thumma) did not (Lam’) bear it (Yah'miluu-haa) is like (Ka) the example (Mathali) of
a donkey (El'Himaari) carrying (Yah'milu) volumes (books) (As'faara). Wretched (Bi'sa) is the example
(Mathalu) of a people (El'Qaw'mi) who (Ellaziina) deny (Kazzabu' Bi) the verses of GOD (16:104) (Aayaati-llahi). And (Wa) GOD (Ellahu) does not (Laa) guide (Yah'dii) the transgressing (Ez'Zoalimiin) people (El'Qaw'ma).
[62:6] Say (Qul'): "O you (Yaa Ayyuha) who (Ellaziina) are Jewish (Haaduu'), if (In) you claim (Zaåm'tum)
that you (Annakum) are allies (Aw'liyaau) of GOD (Lillahi) other than (Min Duuni) the people (En'Naasi), then (Fa) wish for (Tamannawu') death (2:94) (El'Maw'ta), if (In) you should be (Kuntum) truthful (Soadiqiin)."
[62:7] And (Wa) they will never (Laa Abada) wish for it (Yatamannaw'nahu), because of what (Bimaa) their
hands (Ai'dii-him’) have sent forth (Qaddamat’). And (Wa) GOD (Ellahu) is aware of (Åliimu Bi) the
transgressors (Ez'Zoalimiin).
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 28.04.2023-Naz-villa✔️
🔴Work Progress ~ 90.01%%
🟡Approx. Pages~ 3,834 nos.
⚫Parts ~ 567-568 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
Comments
Post a Comment