🔴PART-324(24:01-10)An-Noor(Light)

🅰️PART-324(24:01-10)An-Noor(Light)

🅱️ https://youtu.be/TQI-XeZs3DI MUKTABUL

।।।

🆎মিনি সূচিঃPART-324(24:01-10)An-Noor

Pre-Page:---- . . .

24:1✅(কোৰআনৰ বিধি-বিধান পালন কৰাটো ফৰ্জ-২৮:৮৫,২৪:১)

24:2✅(Interesting Note-1:Adultery-ব্যভিচাৰ)

24:4✅(যিসকলে সচ্চৰিত্ৰা নাৰীৰ প্ৰতি অপবাদ আৰোপ কৰে, তাৰ পিছত সিহঁতে চাৰিজন সাক্ষী উপস্থিত কৰিব নোৱাৰে, তেন্তে সিহঁতক তোমালোকে আশীটাকৈ বেত্ৰাঘাত কৰা-V.interesting Note/link)

।।।

🆎Pre-Page:

This is the 24th Surah of the Qur’an. It has 64 verses. The Qur’an is the beacon of light that shines on the path of individuals and nations when they turn it on. This Surah gives us the Rules of Conduct in our society, explaining social behavior between men and women. As always it embraces several golden concepts. The Surah derives its name from the glorious title of the Qur’an. God calls the Book "An-Noor, the Light". The preamble of this Surah is unique since it immediately addresses some very important social issues.(sa).

।।।

🌐১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।

🌐২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।

بِسْمِ اللَّهِ الرَّحْمَٰنِ الرَّحِيمِ

(আৰম্ভ কৰিছো) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত

।।।

🟢২৪:১

 سُورَةٌ أَنْزَلْنَاهَا وَ⬅️فَرَضْنَاهَا وَأَنْزَلْنَا فِيهَا آيَاتٍ بَيِّنَاتٍ لَعَلَّكُمْ تَذَكَّرُونَ

এইটো এটা ছুৰা, আমিয়েই ইয়াক অৱতীৰ্ণ কৰিছোঁ আৰু ইয়াৰ বিধানক আমি অৱশ্য পালনীয়(فَرَضْنَا) কৰিছোঁ, আৰু ইয়াত আমি অৱতীৰ্ণ কৰিছোঁ সুস্পষ্ট আয়াতসমূহ, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।

✍️Verse/note/reference:

1. We have revealed this Surah (like other Surahs of the Quran) and have made 

obedience to it obligatory (like other injunctions of the Quran ~ 28:85). The injunctions in it are very clear, so that you may always keep the facts in front of you (and know which laws must be obeyed and which matters you should abstain from).

(২৮:৮৫

إِنَّ الَّذِي ⬅️فَرَضَ عَلَيْكَ الْقُرْآنَ لَرَادُّكَ إِلَىٰ مَعَادٍ ۚ قُلْ رَبِّي أَعْلَمُ مَنْ جَاءَ بِالْهُدَىٰ وَمَنْ هُوَ فِي ضَلَالٍ مُبِينٍ

নিশ্চয় যিয়ে তোমাৰ প্ৰতি কোৰআনক বিধানস্বৰূপে দান কৰিছে, অৱশ্যে তেওঁ তোমাক ওভোতাই নিব প্ৰত্যাৱৰ্তনস্থলত। কোৱা, ‘মোৰ প্ৰতিপালকেই ভালকৈ জানে কোনে সৎপথৰ নিৰ্দেশ লৈ আহিছে আৰু কোন স্পষ্ট বিভ্ৰান্তিত আছে’।

(The word is 'farada'. This verb is from the word 'fard' which means a command or duty set by God on the believers. Thus the verb 'farada' means to actually execute or consummate the command)

.

🟢২৪:২

الزَّانِيَةُ وَالزَّانِي فَاجْلِدُوا كُلَّ وَاحِدٍ مِنْهُمَا مِائَةَ جَلْدَةٍ ۖ وَلَا تَأْخُذْكُمْ بِهِمَا رَأْفَةٌ فِي دِينِ اللَّهِ إِنْ كُنْتُمْ تُؤْمِنُونَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ ۖ وَلْيَشْهَدْ عَذَابَهُمَا طَائِفَةٌ مِنَ الْمُؤْمِنِينَ

ব্যভিচাৰিণী আৰু ব্যভিচাৰী--- সিহঁতৰ প্ৰত্যেককে এশটাকৈ বেত্ৰাঘাত কৰা। আল্লাহৰ বিধান কাৰ্যকৰীকৰণত সিহঁতৰ প্ৰতি দয়াই যেন তোমালোকক প্ৰভাৱিত নকৰে, যদি তোমালোকে আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন কৰা; আৰু মুমিনসকলৰ এটা দলে যাতে সিহঁতৰ শাস্তি (ৰ সময়ত উপস্থিত হৈ) প্ৰত্যক্ষ কৰে।

.

✍️Note-1(Edip’s Note:Adultery-ব্যভিচাৰ)

Link: https://bit.ly/3bGMTCN

.

✍️Verse/Note-2

24:2. (One difference between man and animal is that the latter has no sense of chastity. The protection of chastity is essential for the development and growth of both, the individual and the nation. Islamic society lays emphasis on protection of chastity and in this regard the first 

commandment is:) “Flog each of the Zani man and woman with one hundred lashes. Let no compassion for them deter you from carrying out the Law of Allah; if you truly believe in Allah and the Day of Judgement.” (If you have faith in the fact that these are the Divine Laws 

and that you will surely have to face the consequences, either in this world or in the 

hereafter) Openly enforce this punishment in the presence of a group of Momineen. (The 

punishment for slave girls is half of that ~ 4:25. The punishment for other immoral acts has been given in verse 4:15.)pz.

.

🟢২৪:৩

الزَّانِي لَا يَنْكِحُ إِلَّا زَانِيَةً أَوْ مُشْرِكَةً وَالزَّانِيَةُ لَا يَنْكِحُهَا إِلَّا زَانٍ أَوْ مُشْرِكٌ ۚ وَحُرِّمَ ذَٰلِكَ عَلَى الْمُؤْمِنِينَ

ব্যভিচাৰীয়ে কেৱল ব্যভিচাৰিণী অথবা মুশ্বৰিক নাৰীকহে বিবাহ কৰায়; আৰু ব্যভিচাৰিণীক, তাইক কেৱল ব্যভিচাৰী অথবা মুশ্বৰিকেহে বিবাহ কৰায়, আৰু মুমিনসকলৰ ওপৰত এইটো হাৰাম কৰা হৈছে।

.

✍️Verse/Note: Link: https://bit.ly/3bGfbgF

.

✍️Verse/Note.

24:3. Zina or illicit sexual intercourse is not an ordinary offence. If you analyze it carefully, the only woman who would agree to such sexual contact

[1] is one who does not consider her 

chastity to be a permanent value; or who becomes subservient to her passions (instead of the Divine Laws) and surrenders to every urge (45:23). Similarly, the only man who agrees to having such sexual intercourse is one who surrenders to his passions and does not differentiate between human and animal life. (Thus Zina can only take place when both the man and woman are driven by similar desires

[2]~ 24:26. If even one of them wants to 

remain chaste, there is no possibility of such an act ever taking place. That is why the 

punishment for Zina is equal for both, the man and the woman. Such a relationship is 

forbidden for Momineen.)pz.

.

🟢২৪:৪

وَالَّذِينَ يَرْمُونَ الْمُحْصَنَاتِ ثُمَّ لَمْ يَأْتُوا بِأَرْبَعَةِ شُهَدَاءَ فَاجْلِدُوهُمْ ثَمَانِينَ جَلْدَةً وَلَا تَقْبَلُوا لَهُمْ شَهَادَةً أَبَدًا ۚ وَأُولَٰئِكَ هُمُ الْفَاسِقُونَ

আৰু যিসকলে সচ্চৰিত্ৰা নাৰীৰ প্ৰতি অপবাদ আৰোপ কৰে, তাৰ পিছত সিহঁতে চাৰিজন সাক্ষী উপস্থিত কৰিব নোৱাৰে, তেন্তে সিহঁতক তোমালোকে আশীটাকৈ বেত্ৰাঘাত কৰা আৰু তোমালোকে কেতিয়াও সিহঁতৰ সাক্ষী গ্ৰহণ নকৰিবা; কাৰণ ইহঁতেই ফাছিক্ব।

.

✍️ref:See 4:15.

৪:১৫

وَاللَّاتِي يَأْتِينَ الْفَاحِشَةَ مِنْ نِسَائِكُمْ فَاسْتَشْهِدُوا عَلَيْهِنَّ أَرْبَعَةً مِنْكُمْ ۖ فَإِنْ شَهِدُوا فَأَمْسِكُوهُنَّ فِي الْبُيُوتِ حَتَّىٰ يَتَوَفَّاهُنَّ الْمَوْتُ أَوْ يَجْعَلَ اللَّهُ لَهُنَّ سَبِيلًا

আৰু তোমালোকৰ নাৰীসকলৰ মাজত যিয়ে ব্যভিচাৰ কৰে সিহঁতৰ বিৰুদ্ধে তোমালোকৰ মাজৰ পৰা চাৰিজন সাক্ষী তলব কৰা। যদি সিহঁতে সাক্ষী দিয়ে তেন্তে সিহঁতক (নাৰীসকলক) ঘৰত অৱৰুদ্ধ কৰি ৰখা যেতিয়ালৈকে সিহঁতৰ মৃত্যু নহয় অথবা যেতিয়ালৈকে আল্লাহে সিহঁতৰ বাবে আন কোনো ব্যৱস্থা কৰি নিদিয়ে।

(Pl see in link regarding 4:15-Notes/analysis:

https://bit.ly/3zGDenS)

.

✍️ref:

২৪:২৩

إِنَّ الَّذِينَ يَرْمُونَ الْمُحْصَنَاتِ الْغَافِلَاتِ الْمُؤْمِنَاتِ لُعِنُوا فِي الدُّنْيَا وَالْآخِرَةِ وَلَهُمْ عَذَابٌ عَظِيمٌ

যিসকলে সচ্চৰিত্ৰা, সহজ-সৰলা নিৰ্মলচিত্ত, ঈমান্দাৰ নাৰীৰ প্ৰতি অপবাদ আৰোপ কৰে, সিহঁতেই পৃথিৱী আৰু আখিৰাতত অভিশপ্ত আৰু সিহঁতৰ বাবে আছে মহাশাস্তি।

.

✍️Note:

Adultery/fornication: Illicit sexual relations. (Arabic: zinna. Root Z'N'Y. Dervivatives: yazni, yaznuun, zaniyah, zani). Adultery: consensual sexual intercourse between a married man or married woman with a partner other than their legal spouse. Fornication: consensual sexual intercourse 

between two people who are not married. However, the Quran makes no distinction between adultery and fornication, both are termed as Illicit sex. Those who accuse honourable women (married or unmarried) of illicit sex are required to provide four independent witnesses, they need 

not all have seen the actual act, at the same time, but must be able to provide corroborative evidence of an illicit relationship on different occasions or one single occasion. Perjury, the offence of 

wilfully swearing a false oath is a grave offence and incurs severe penalty of eighty lashes for a false accusation of adultery against a woman. Suspicion: without cause is a gross offence. See verse 49:12. 

Illicit sex/ immorality: See verses 4:15-16; 17:32; 25:68; 60:12. See also verses 2:130; 4:19. Conflict in a marriage: where there is dissention in a marriage, particularly a protracted one, the process explained in verses 4:34-35 is one of talking it through, temporary separation and possible divorce.(sig).

.

🟢২৪:৫

إِلَّا الَّذِينَ تَابُوا مِنْ بَعْدِ ذَٰلِكَ وَأَصْلَحُوا فَإِنَّ اللَّهَ غَفُورٌ رَحِيمٌ

কিন্তু যিসকলে ইয়াৰ পিছত* তাওবা কৰে আৰু নিজকে সংশোধন কৰে, তেন্তে আল্লাহ নিশ্চয় ক্ষমাশীল, পৰম দয়ালু।

.

✍️Note*

This allowance extends to both categories of malefactors preceding this point (i.e. fornicators and false witnesses) who repent and amend their lives thereafter, and this is supported at 24:10, 24:20, and 24:21.(sam).

এই ভাট্টা এই বিন্দুৰ আগৰ দুয়োটা শ্ৰেণীৰ অপৰাধীলৈ (অৰ্থাৎ ব্যভিচাৰী আৰু মিছা সাক্ষী) বিস্তৃত যিয়ে অনুতাপ কৰে আৰু তাৰ পিছত নিজৰ জীৱন সংশোধন কৰে, আৰু ইয়াক ২৪:১০, ২৪:২০, আৰু ২৪:২১ পদত সমৰ্থন কৰা হৈছে।

(২৪:১০

وَلَوْلَا فَضْلُ اللَّهِ عَلَيْكُمْ وَرَحْمَتُهُ وَأَنَّ اللَّهَ تَوَّابٌ حَكِيمٌ

তোমালোকৰ প্ৰতি আল্লাহৰ দয়া আৰু অনুগ্ৰহ নাথাকিলে (নিশ্চয় তোমালোক ধ্বংস হ’লাহেঁতেন); নিশ্চয় আল্লাহ তাওবা গ্ৰহণকাৰী, প্ৰজ্ঞাময়।

.

২৪:২০

وَلَوْلَا فَضْلُ اللَّهِ عَلَيْكُمْ وَرَحْمَتُهُ وَأَنَّ اللَّهَ رَءُوفٌ رَحِيمٌ

তোমালোকৰ প্ৰতি আল্লাহৰ দয়া আৰু অনুগ্ৰহ নাথাকিলে (নিশ্চয় তোমালোক ধ্বংস হ’লাহেঁতেন); আৰু নিশ্চয় আল্লাহ স্নেহশীল, অতি দয়ালু।

.

২৪:২১

۞ يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تَتَّبِعُوا خُطُوَاتِ الشَّيْطَانِ ۚ وَمَنْ يَتَّبِعْ خُطُوَاتِ الشَّيْطَانِ فَإِنَّهُ يَأْمُرُ بِالْفَحْشَاءِ وَالْمُنْكَرِ ۚ وَلَوْلَا فَضْلُ اللَّهِ عَلَيْكُمْ وَرَحْمَتُهُ مَا زَكَىٰ مِنْكُمْ مِنْ أَحَدٍ أَبَدًا وَلَٰكِنَّ اللَّهَ يُزَكِّي مَنْ يَشَاءُ ۗ وَاللَّهُ سَمِيعٌ عَلِيمٌ

হে মুমিনসকল! তোমালোকে চয়তানৰ পদাঙ্ক অনুসৰণ নকৰিবা। যিয়ে চয়তানৰ পদাঙ্ক অনুসৰণ কৰে নিশ্চয় চয়তানে অশ্লীলতা আৰু বেয়া কৰ্মৰহে নিৰ্দেশ দিয়ে। আল্লাহৰ অনুগ্ৰহ আৰু দয়া নাথাকিলে তোমালোকৰ কোনেও কেতিয়াও পৱিত্ৰ হ’ব নোৱাৰিলাহেঁতেন, কিন্তু আল্লাহে যাক ইচ্ছা পৱিত্ৰ কৰে, আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞ।)

.

✍️Note:

Repentance: what is it? See verse 9:112.(sig).

.

🟢২৪:৬

وَالَّذِينَ يَرْمُونَ أَزْوَاجَهُمْ وَلَمْ يَكُنْ لَهُمْ شُهَدَاءُ إِلَّا أَنْفُسُهُمْ فَشَهَادَةُ أَحَدِهِمْ أَرْبَعُ شَهَادَاتٍ بِاللَّهِ ۙ إِنَّهُ لَمِنَ الصَّادِقِينَ

আৰু যিসকলে নিজৰ স্ত্ৰীৰ প্ৰতি নিজেই অপবাদ আৰোপ কৰে, অথচ নিজৰ বাহিৰে সিহঁতৰ আন কোনো সাক্ষী নাই, তেনে অৱস্থাত সিহঁত প্ৰত্যেকৰে সাক্ষ্য এইদৰে হ’ব যে, সি আল্লাহৰ নামত চাৰিবাৰ শপত লৈ ক’ব যে, ‘নিশ্চয় সি সত্যবাদীসকলৰ অন্তৰ্ভুক্ত,

.

🟢২৪:৭

وَالْخَامِسَةُ أَنَّ لَعْنَتَ اللَّهِ عَلَيْهِ إِنْ كَانَ مِنَ الْكَاذِبِينَ

আৰু পঞ্চমবাৰ সাক্ষ্য প্ৰদান কৰি ক’ব যে, ‘যদি সি মিছলীয়া হয় তেন্তে তাৰ ওপৰত নামি আহিব আল্লাহৰ অভিশাপ’।

.

🟢২৪:৮

وَيَدْرَأُ عَنْهَا الْعَذَابَ أَنْ تَشْهَدَ أَرْبَعَ شَهَادَاتٍ بِاللَّهِ ۙ إِنَّهُ لَمِنَ الْكَاذِبِينَ

আৰু ঘৈণীয়েকজনীৰ শাস্তিও ৰহিত হ’ব যদি তাইও আল্লাহৰ নামত শপত খাই সাক্ষ্য প্ৰদান কৰে যে, ‘নিশ্চয় তাইৰ স্বামী মিছলীয়া’,

.

✍️Note:

Testimony: The oath of a wife supersedes that of her husband. From this It is clear that the testimony of a woman is at least equal to that of a man. See verse 2:282.(sig).

.

🟢২৪:৯

وَالْخَامِسَةَ أَنَّ غَضَبَ اللَّهِ عَلَيْهَا إِنْ كَانَ مِنَ الصَّادِقِينَ

আৰু পঞ্চমবাৰত ক’ব যে, ‘যদি তাইৰ স্বামী সত্যবাদী হয় তেন্তে তাইৰ নিজৰ ওপৰত নামি আহিব আল্লাহৰ গজব’।

.

🟢২৪:১০

وَلَوْلَا فَضْلُ اللَّهِ عَلَيْكُمْ وَرَحْمَتُهُ وَأَنَّ اللَّهَ تَوَّابٌ حَكِيمٌ

তোমালোকৰ প্ৰতি আল্লাহৰ দয়া আৰু অনুগ্ৰহ নাথাকিলে (নিশ্চয় তোমালোক ধ্বংস হ’লাহেঁতেন); নিশ্চয় আল্লাহ তাওবা গ্ৰহণকাৰী, প্ৰজ্ঞাময়।

.

✍️Note:

Sc. not one of you would have been pure ever. Both this clause and that at 24:20 

foreshadow and find their resolution in 24:21, 24:5.(sm).

।।।

🆎WORD BY WORD MEANING:

In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).

 

[24:1] A chapter (Suuratun) which We have revealed (Anzal'naa-haa) and ordained it (obligatory) (Farad'naa-

haa) and (Wa) have revealed (Anzal'naa) therein (Fiiha) verses (Aayaati) as proofs (Bayyinaati) perhaps you 

(Laållakum) will take heed (Tazakkaruun).

 

[24:2] The fornicatress (Ez'Zaaniyatu) and (Wa) the fornicator (Ez'Zaanii), hence (Fa) flog (Ej'lidu') each 

(Kulla) one (Waahidin) of them (Min'humaa) a hundred (Mi'ata) lashes (Jal'datin), and do not (Walaa) be 

taken by (Ta'khuz'kum) pity (Ra'fatun) for them both (Bihimaa) according to (Fii) the religion of GOD (3:83)

(Diini-llahi), if (In) you should (Kuntum) believe (Tu'minuuna) in GOD (Billahi) and (Wa) the Last Day 

(El'Yaw'mil' Aakhiri). And let (Wal') a faction (Toa'ifatun) of (Mina) the believers (El'Mu'miniin) witness 

(Yash'had') the punishment of them both (Åzaaba-humaa).


[24:3] The fornicator (Ez'Zaanii) will not (Laa) marry (Yankihu) except (illa) a fornicatress (Zaaniyatan) or 

(Aw') a female polytheist (Mush'rikatan), as for (Wa) the fornicatress (Ez'Zaaniyatu) none (Laa) will marry 

her (Yankihu-haa) except (illa) a fornicator (Zaanin) or (Aw') a male polytheist (Mush'rikun). And (Wa) that 

(Zaalika) is prohibited (Hurrima) for (Ålaa) the believers (El'Mu'miniin).

 

[24:4] And (Wa) those who (Ellaziina) accuse (Yar'muuna) the chaste women (El'Muh'sonaati) and

(Thumma) do not (Lam') bring (Ya'tu' Bi) four (Ar'ba'åti) witnesses (Shuhadaa'a), hence (Fa) flog them 

(Ej'liduu-hum’) eighty (Thamaaniina) lashes (Jal'datan), and do not (Walaa) ever (Abadan) accept (Taq'balu') a

testimony (Shahaadatan) from them (Lahum). For (Wa) they (Humu) are those (U'laaika) who are the 

immoral (El'Faasiquun),

 

[24:5] except (illa) those who (Ellaziina) repent (Taabu') after (Min Ba'di) that (Zaalika) and (Wa) reform 

(As'lahu'), then (Fa) indeed, GOD (Innallaha) is Forgiving (Gafuurun) and Merciful (Rahiim). 

 

[24:6] And (Wa) those who (Ellaziina) accuse (Yar'muuna) their spouses (wives) (Az'waaja-hum) and do not 

(Lam') have (Yakun Lahum) witnesses (Shuhadaau) except (illa) themselves (Anfusu-hum), hence (Fa) the

testimony (Shahaadatu) of one of them (Ahadi-him) shall be four (Ar'bau) testimonies (Shahaadaati) by 

GOD (Billahi) that he (Innahu) is of (Lamina) the truthful (Es'Soadiqiin).

 

[24:7] And (Wa) the fifth (El'Khaamisatu) shall be that (Anna) the curse of GOD (La'nata-llahi) will be upon 

him (Ålai'hi), if (In) he should be (Kaana) of (Mina) the liars (El'Kaazibiin).

 

[24:8] And (Wa) she will prevent (Yad'rau') the punishment (El'Åzaaba) from her (Ån'ha) in case (An) she 

testifies (Tash'hada) four (Ar'ba'å) testimonies (Shahaadaati) by GOD (Billahi), that he (Innahu) is of (Lamina)

the liars (El'Kaazibiin).


[24:9] And (Wa) the fifth (El'Khaamisata) shall be that (Anna) the wrath of GOD (Gadaba-llahi) will be 

upon her (Ålai'haa), if (In) he should be (Kaana) of (Mina) the truthful (Es'Soadiqiin).

 

[24:10] And (Wa) if not for (Law' Laa) the favour of GOD (Fad'lu-llahi) and (Wa) HIS mercy (Rah'matu-hu)

upon you (Ålai'kum) and (Wa) that GOD (Annallaha) is Compassionate (Tawwaabun) and Wise (Hakiim).

.

Analysis-syedraf,video #muktabulhussain

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)