🍎Part-506(49:16-18)Al-Hujurãt(The Walls)
✔️Part-506(49:16-18)Al-Hujurãt(The Walls)
✔️Video- https://youtu.be/Cl1QdR6jrqY
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩
.___________________________________________
মিনি সূচিঃPart-506(49:16-18)Al-Hujurãt
৪৯:১৬(Deen- see link)
৪৯:১৭(কোনে কাক উপকাৰ কৰিছে?)
৪৯:১৮(GHIBE*(UNSEEN)-link)(Law of Requital)
.___________________________________________
🍎৪৯:১৬
قُلْ أَتُعَلِّمُونَ اللَّهَ بِدِينِكُمْ وَاللَّهُ يَعْلَمُ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ ۚ وَاللَّهُ بِكُلِّ شَيْءٍ عَلِيمٌ
কোৱা, ‘তোমালোকে তোমালোকৰ দ্বীন* সম্পৰ্কে আল্লাহক অৱগত কৰি আছা নেকি? অথচ আল্লাহে জানে আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে। আল্লাহ সকলো বিষয়েই সম্যক অৱগত’।
.
✍️BB-ref:(3:85)*
৩:৮৫
وَمَنْ يَبْتَغِ غَيْرَ الْإِسْلَامِ دِينًا فَلَنْ يُقْبَلَ مِنْهُ وَهُوَ فِي الْآخِرَةِ مِنَ الْخَاسِرِينَ
আৰু যিয়ে ইছলামৰ বাহিৰে আন কোনো দ্বীন সন্ধান কৰিব তাৰ পৰা কেতিয়াও সেয়া গ্ৰহণ কৰা নহ’ব আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ব।
(Critics on Deen:https://bit.ly/3ZmkUM1)
.
✍️1)-Deen: https://bit.ly/3xKHn9L
2)- Arabic: dīn. See Notepad V-By sam
.___________________________________________
🍎৪৯:১৭(কোনে কাক উপকাৰ কৰিছে?)
يَمُنُّونَ عَلَيْكَ أَنْ أَسْلَمُوا ۖ قُلْ لَا تَمُنُّوا عَلَيَّ إِسْلَامَكُمْ ۖ بَلِ اللَّهُ يَمُنُّ عَلَيْكُمْ أَنْ هَدَاكُمْ لِلْإِيمَانِ إِنْ كُنْتُمْ صَادِقِينَ
সিহঁতে ভাৱে যে, সিহঁতে ইছলাম গ্ৰহণ কৰি তোমাক ধন্য কৰিছে। কোৱা, ‘তোমালোকে ইছলাম গ্ৰহণ কৰি মোক ধন্য কৰিছা বুলি নাভাৱিবা; বৰং আল্লাহেই তোমালোকক ঈমানৰ দিশত পৰিচালিত কৰি তোমালোককহে ধন্য কৰিছে, যদি তোমালোকে সত্যবাদী হোৱা’।
.___________________________________________
🍎৪৯:১৮
إِنَّ اللَّهَ يَعْلَمُ غَيْبَ السَّمَاوَاتِ وَالْأَرْضِ ۚ وَاللَّهُ بَصِيرٌ بِمَا تَعْمَلُونَ
নিশ্চয় আল্লাহ আকাশসমূহ আৰু পৃথিৱীৰ গায়েব* সম্পৰ্কে অৱগত। লগতে তোমালোকে যি কৰা আল্লাহে তাৰ সম্যক দ্ৰষ্টা।
.
✍️BB-ref:(35:38)
৩৫:৩৮
إِنَّ اللَّهَ عَالِمُ غَيْبِ السَّمَاوَاتِ وَالْأَرْضِ ۚ إِنَّهُ عَلِيمٌ بِذَاتِ الصُّدُورِ
নিশ্চয় আল্লাহ আকাশসমূহ আৰু পৃথিৱীৰ গায়েব সম্পৰ্কে অৱগত। নিশ্চয় অন্তৰত যি আছে সেই বিষয়েও তেওঁ সম্যক পৰিজ্ঞাত।
.
✍️GHIBE*(UNSEEN)- https://bit.ly/3m4Glm6
.
✍️(Law of Requital): https://bit.ly/3xNiVUX
.___________________________________________
-ছুৰা সমাপ্ত -
.___________________________________________
[49:16] Say (Qul'): "Are you teaching GOD (Atuållimuuna-llaha) about (Bi) your religion (3:85)
(Diini-kum’)
while (Wa) HE knows (Ya'lamu) whatever (Maa) is in (Fii) the heavens (Es'Samaawaati) and whatever
(Wamaa) is on earth (Fiil' Ar'di), and (Wa) GOD (Ellahu) is aware of (Åliim Bi) all (Kulli) things (Shai'in)?”
[49:17] They oblige you (s) (Yamunnuuna Ålai'ka) that (An') they have submitted (As'lamu')? Say (Qul): "Your submission (Is'laama-kum) does not (Laa) oblige me (Tamunnu' Ålayya). Rather (Bali), GOD (Ellahu) has obliged you (Yamunnu Ålai'kum) in order to (An') guide you (Hadaa-kum’) to the faith (Lil' iimaani), if (In)
you should be (Kuntum) truthful (Soadiqiin)."
[49:18] Indeed, GOD (Innallaha) knows (Ya'lamu) the unseen (35:38) (Gai'ba) of the heavens (Es'Samaawaati)
and the earth (Wal' Ar'di), for (Wa) GOD (Ellahu) is cognizant (Basiiru) of what (Bimaa) you do (Ta'maluun).
___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 24.02.2023-Naz-villa✔️
🔴Work Progress ~ 83.47%
🟡Approx. Pages~3,556 nos.
⚫Parts ~ 504-505~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE..
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
End of Chapter
Comments
Post a Comment