🌀☔৫০
৫০:২(আল্লাহে সিহঁতৰেই মাজৰ পৰা এজনৰ ওচৰত অহী পঠিয়াইছে-see Notes)
৫০:৩-৪(কেৱল তেওঁলোকৰ দৈহিক শৰীৰটোৱেই ধূলি হৈ পৰে। তেওঁলোকৰ নিজৰ ‘আত্মা’ জীয়াই থাকে। কিতাবুন হাফিজ =আল্লাহৰ ডাটাবেছ)
.
☔508-মিনি সূচিঃPart-508(50:09-18)(Qãf-ق)
৫০:৯(Example of Resurrection/পুনৰুত্থান)
৫০:১১[আল্লাহে সকলোৰে বাবে(যিহেতু ভাল বা বেয়া সকলো মানুহ ঈশ্বৰৰ "দাস")জীৱিকা/ৰিজিক দিয়ে]
৫০:১২-১৪(আগতেও বহু সম্প্ৰদায়ে সত্যক অস্বীকাৰ কৰিছিল।নূহ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল। আল্লাহে সিহঁতক ধ্বংস কৰিছিল)
৫০:১৬(আল্লাহ আমাৰ ঘাৰৰ ধমনীতকৈও অধিক ওচৰত থাকে-Jugular Vein-link)
৫০:১৭-১৮(সোঁফালে আৰু বাওঁফালে বহা দুজন ফিৰিস্তাই পৰস্পৰে আমাৰ আমল লিপিবদ্ধ কৰে। মনত ভবা কথাবোৰো লিপিবদ্ধ হয়। এজনে লিখে আৰু এজন সাক্ষী থাকে-৫০:২১)
.
☔509-মিনি সূচিঃPart-509(50:19-23)(Qãf-ق)
৫০:১৯-২০(The Promised Day-Note)
৫০:২১-২৩(Shaytan is the Companion of the One Who turns away from Ar-Rahman-See link at 50:21)
.
☔510-মিনি সূচিঃPart-510(50:24-30)(Qãf-ق)
৫০:২৭(মানুহৰ চয়তানি কাম কাজৰ বাবে চয়তান দোষী নহয়। ইয়াৰ বাবে নিজৰ নফস জগৰীয়া[The real Satan is man's own complex of desires(an-nafs)-See Notes-১৪:২২]
৫০:৩০(সেইদিনা আল্লাহে জাহান্নামক সুধিম, ‘তুমি পৰিপূৰ্ণ হৈছানে’? জাহান্নামে ক’ব, ‘আৰু কিবা আছেনে’?⬇️
হাস্যকৰ!!বুখাৰিয়ে কয় কি, বুখাৰিৰ হাদিসঃ😅
বুখাৰিয়ে খুদ আল্লাহকেই জহন্নামত ভৰাই দিলে:
-হাদিস চাব)
.
☔511-মিনি সূচিঃPart-511(50:31-45)(Qãf-ق)
৫০:৩৯✅(Subhan Allah/Al-hamd/(Tasbeeh & Salat-Imp link)
আৰু আছে .....
.
☔☔☔☔☔End Chapter ☔☔☔☔☔
Comments
Post a Comment