🪷Part-452(42:01-07)Ash-Shûra(Consultation)
✔️Part-452(42:01-07)Ash-Shûra(Consultation)
✔️Video- https://youtu.be/qthq0sykt4I
.___________________________________________
💖And who is better in speech than he who invites to Allah-41:33
.___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
.___________________________________________
মিনি সূচিঃPart-452(42:01-07)Ash-Shûra
৪২:১-২(হুৰুফ মুক্কাতাট-১১:১-https://bit.ly/3C3GyLy)
৪২:৪(আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। তেওঁ সুউচ্চ, সুমহান)
৪২:৬(Those who take allies besides God: See link)
৪২:৭✅(এই আয়াতটো ৬২:৯-১০ৰ লগত প্ৰত্যক্ষ সম্পৰ্ক আছে। টোকা চাব)
.___________________________________________
Pre-page(Sabbir)
This is the 42nd Surah of the Qur’an. It has 53 verses. The Title of this Surah, and the admonition that comes forth in it, emphasize that any community of believers must resort to mutual consultation in all matters of collective significance and individual benefit.
.___________________________________________
✳️৪২:১
حم
হা-মীম।
.___________________________________________
✳️৪২:২
عسق
আঈন-ছীন-ক্বাফ।
[This is the only sura where we see the initials `A.S.Q. (`Ayn Seen Qaf)]
.___________________________________________
✳️৪২:৩
كَذَٰلِكَ يُوحِي إِلَيْكَ وَإِلَى الَّذِينَ مِنْ قَبْلِكَ اللَّهُ الْعَزِيزُ الْحَكِيمُ
এইদৰেই তোমাৰ প্ৰতি আৰু তোমাৰ পূৰ্বৱৰ্তীসকলৰ প্ৰতি অহী কৰে মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময় আল্লাহে।
.
✍️Verse/note:
42:3 THUS has God, the Almighty, the Wise, revealed [the truth] unto thee, [O Muhammad,] and unto those who preceded thee:
Note.
I.e., the basic truths propounded in the Quranic revelation - some of which are summarized in the sequence - are the same as those revealed to all the earlier prophets.
.___________________________________________
✳️৪২:৪
لَهُ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ ۖ وَهُوَ الْعَلِيُّ الْعَظِيمُ
আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। তেওঁ সুউচ্চ, সুমহান।
.
✍️Ap-refs:
১৩:৯(The Most Great, the Most High)
عَالِمُ الْغَيْبِ وَالشَّهَادَةِ الْكَبِيرُ الْمُتَعَالِ
তেওঁ গায়েব আৰু প্ৰকাশ্যৰ জ্ঞানী, মহান, সৰ্বোচ্চ।
.
২২:৬২(The Most High, the Most Great)
ذَٰلِكَ بِأَنَّ اللَّهَ هُوَ الْحَقُّ وَأَنَّ مَا يَدْعُونَ مِنْ دُونِهِ هُوَ الْبَاطِلُ وَأَنَّ اللَّهَ هُوَ الْعَلِيُّ الْكَبِيرُ
আৰু এই কাৰণেও যে, নিশ্চয় আল্লাহ, কেৱল তেৱেঁই সত্য আৰু তেওঁৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে, সেই সকলো অসত্য। নিশ্চয় আল্লাহ, তেৱেঁই সুউচ্চ, সুমহান।
.___________________________________________
✳️৪২:৫
تَكَادُ السَّمَاوَاتُ يَتَفَطَّرْنَ مِنْ فَوْقِهِنَّ ۚ وَالْمَلَائِكَةُ يُسَبِّحُونَ بِحَمْدِ رَبِّهِمْ وَيَسْتَغْفِرُونَ لِمَنْ فِي الْأَرْضِ ۗ أَلَا إِنَّ اللَّهَ هُوَ الْغَفُورُ الرَّحِيمُ
আকাশসমূহ ওপৰৰ পৰা ভাঙি পৰাৰ উপক্ৰম হয়, আৰু ফিৰিস্তাসকলে নিজ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু পৃথিৱীবাসীসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। জানি থোৱা, নিশ্চয় আল্লাহ, তেৱেঁই ক্ষমাশীল, পৰম দয়ালু।
.
✍️Ap-ref:
৪০:৭("Our Lord! You comprehend all things in mercy and knowledge,")
الَّذِينَ يَحْمِلُونَ الْعَرْشَ وَمَنْ حَوْلَهُ يُسَبِّحُونَ بِحَمْدِ رَبِّهِمْ وَيُؤْمِنُونَ بِهِ وَيَسْتَغْفِرُونَ لِلَّذِينَ آمَنُوا رَبَّنَا وَسِعْتَ كُلَّ شَيْءٍ رَحْمَةً وَعِلْمًا فَاغْفِرْ لِلَّذِينَ تَابُوا وَاتَّبَعُوا سَبِيلَكَ وَقِهِمْ عَذَابَ الْجَحِيمِ
যিসকলে আৰছ ধাৰণ কৰি আছে আৰু যিসকলে ইয়াৰ চাৰিওফালে আছে, তেওঁলোকে নিজ প্ৰতিপালকৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে প্ৰশংসাৰ সৈতে আৰু তেওঁৰ ওপৰত ঈমান পোষণ কৰে, আৰু মুমিনসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি কয়, ‘হে আমাৰ ৰব! তুমিয়েই দয়া আৰু জ্ঞানৰ দ্বাৰা সকলো বস্তুকে পৰিব্যপ্ত কৰি ৰাখিছা। এতেকে যিসকলে তাওবা কৰে আৰু তোমাৰ পথ অৱলম্বন কৰে, তুমি তেওঁলোকক ক্ষমা কৰি দিয়া। লগতে জাহান্নামৰ শাস্তিৰ পৰা তুমি তেওঁলোকক ৰক্ষা কৰা।
.
✍️Verse/note:
42:5 The uppermost heavens are well-nigh rent asunder [for awe of Him]; and the angels extol their Sustainer's limitless glory and praise, and ask forgiveness for all who are on earth.3 Oh, verily, God alone is truly-forgiving, a dispenser of grace!
Note.
I.e., all human beings (as indicated by the relative pronoun man, which always refers to beings endowed with conscious intelligence).The implication is that whereas all humans - whether believers or unbelievers - are liable to err and to sin, God "is full of forgiveness unto men despite all their evildoing" (13:6). See also the first sentence of 10:11 and the corresponding note 17.
(১৩:৬
وَيَسْتَعْجِلُونَكَ بِالسَّيِّئَةِ قَبْلَ الْحَسَنَةِ وَقَدْ خَلَتْ مِنْ قَبْلِهِمُ الْمَثُلَاتُ ۗ وَإِنَّ رَبَّكَ لَذُو مَغْفِرَةٍ لِلنَّاسِ عَلَىٰ ظُلْمِهِمْ ۖ وَإِنَّ رَبَّكَ لَشَدِيدُ الْعِقَابِ
আৰু সিহঁতে তোমাৰ ওচৰত মঙ্গলৰ পূৰ্বে অমঙ্গলৰ বাবে খৰখেদা কৰে। অথচ সিহঁতৰ আগত শাস্তিৰ অনুৰূপ বহু (শিক্ষণীয়) দৃষ্টান্ত পাৰ হৈছে। সিহঁতৰ অপৰাধৰ পিছতো নিশ্চয় তোমাৰ ৰব মানুহৰ প্ৰতি ক্ষমাশীল আৰু (শুনা) নিশ্চয় তোমাৰ ৰব শাস্তি প্ৰদানতো অতি কঠোৰ।
.
১০:১১
۞ وَلَوْ يُعَجِّلُ اللَّهُ لِلنَّاسِ الشَّرَّ اسْتِعْجَالَهُمْ بِالْخَيْرِ لَقُضِيَ إِلَيْهِمْ أَجَلُهُمْ ۖ فَنَذَرُ الَّذِينَ لَا يَرْجُونَ لِقَاءَنَا فِي طُغْيَانِهِمْ يَعْمَهُونَ
আৰু আল্লাহে যদি মানুহৰ অকল্যাণ (প্ৰাৰ্থনাত সহাঁৰি দিওঁতে) খৰখেদা কৰিলেহেঁতেন, যেনেকৈ তেওঁ সিহঁতৰ কল্যাণ (প্ৰাৰ্থনাত সহাঁৰি দিওঁতে) খৰধৰ কৰে, তেন্তে অৱশ্যে সিহঁতৰ মৃত্যুৰ সময় আহি গ’লেহেঁতেন। গতিকে যিসকলে আমাৰ সাক্ষাতৰ আশা পোষণ নকৰে সিহঁতক আমি সিহঁতৰ অবাধ্যতাত উদ্ভ্ৰান্তৰ দৰে ঘূৰি ফুৰিবলৈ এৰি দিওঁ।
-See 10:11 in the link:
.
✍️Verse/note:
42:5. (On the contrary, by enacting and enforcing their self created laws, human beings
have created so much chaos in their society, that it is infested with disorder and bloodshed. So much so that) It is not long before they are completely destroyed (19:90). (However, man can only create such distraction in his own world. The outer universe is beyond his reach and authority; and that is why it is safe. Therein all heavenly forces are continually making His Nizam-e-Rabubiyyat worthy of all Hamd; and people living on earth are provided with every safety measure. Furthermore, according to His very program, mankind
is safe from all sorts of calamities and continues to receive the means of development.)pz.
(১৯:৯০
تَكَادُ السَّمَاوَاتُ يَتَفَطَّرْنَ مِنْهُ وَتَنْشَقُّ الْأَرْضُ وَتَخِرُّ الْجِبَالُ هَدًّا
যাৰ ফলত আকাশসমূহ বিদীৰ্ণ হৈ যোৱাৰ উপক্ৰম হয়, আৰু পৃথিৱী খণ্ড-বিখণ্ড হ’ব আৰু পাহাৰ-পৰ্বত চূৰ্ণ-বিচূৰ্ণ হৈ যাব,)
.___________________________________________
✳️৪২:৬
وَالَّذِينَ اتَّخَذُوا مِنْ دُونِهِ أَوْلِيَاءَ اللَّهُ حَفِيظٌ عَلَيْهِمْ وَمَا أَنْتَ عَلَيْهِمْ بِوَكِيلٍ
আৰু যিসকলে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্ৰহণ কৰে, আল্লাহ সিহঁতৰ প্ৰতি সম্যক দৃষ্টিদাতা। আৰু তুমি সিহঁতৰ ওপৰত কৰ্মবিধায়ক নহয়।
.
✍️Note on Those who take allies besides God: Press link:
.
✍️Verse/note:
42:6 NOW AS FOR those who take aught beside Him for their protectors - God watches them, and thou art not responsible for their conduct.
Note.
Cf. 14:4 -"never have We sent forth any apostle otherwise than [with a message] in his own people's tongue"; 13:37.
(১৪:৪
وَمَا أَرْسَلْنَا مِنْ رَسُولٍ إِلَّا بِلِسَانِ قَوْمِهِ لِيُبَيِّنَ لَهُمْ ۖ فَيُضِلُّ اللَّهُ مَنْ يَشَاءُ وَيَهْدِي مَنْ يَشَاءُ ۚ وَهُوَ الْعَزِيزُ الْحَكِيمُ
আৰু আমি প্ৰতিজন ৰাছুলক তেওঁৰ স্ব-জাতিৰ ভাষাতেই প্ৰেৰণ কৰিছো, যাতে তেওঁ সিহঁতৰ ওচৰত স্পষ্টৰূপে ব্যাখ্যা কৰিব পাৰে, তাৰ পিছতো আল্লাহে যাক ইচ্ছা বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা সৎপথত পৰিচালিত কৰে আৰু তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
.
১৩:৩৭
وَكَذَٰلِكَ أَنْزَلْنَاهُ حُكْمًا عَرَبِيًّا ۚ وَلَئِنِ اتَّبَعْتَ أَهْوَاءَهُمْ بَعْدَمَا جَاءَكَ مِنَ الْعِلْمِ مَا لَكَ مِنَ اللَّهِ مِنْ وَلِيٍّ وَلَا وَاقٍ
এইদৰেই আমি কোৰআনক বিধানৰূপে আৰবী ভাষাত অৱতীৰ্ণ কৰিছো। এতেকে জ্ঞান পোৱাৰ পিছতো যদি তুমি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ কৰা তেন্তে আল্লাহৰ বিৰুদ্ধে তোমাৰ কোনো অভিভাৱক আৰু ৰক্ষক নাথাকিব।
.___________________________________________
✳️৪২:৭
وَكَذَٰلِكَ أَوْحَيْنَا إِلَيْكَ قُرْآنًا عَرَبِيًّا لِتُنْذِرَ أُمَّ الْقُرَىٰ وَمَنْ حَوْلَهَا وَتُنْذِرَ يَوْمَ الْجَمْعِ لَا رَيْبَ فِيهِ ۚ فَرِيقٌ فِي الْجَنَّةِ وَفَرِيقٌ فِي السَّعِيرِ
আৰু এইদৰেই আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছো আৰবী ভাষাত, যাতে তুমি মক্কা আৰু ইয়াৰ চাৰিওফালৰ জনগণক সতৰ্ক কৰিব পাৰা লগতে সতৰ্ক কৰিব পাৰা কিয়ামতৰ দিন সম্পৰ্কে, যিটো (সংঘটিত হোৱাত) কোনো সন্দেহ নাই। এদল থাকিব জান্নাতত আৰু এদল থাকিব জ্বলন্ত অগ্নিত।
।।।।।।।।
কোৰআন নাযিলৰ উদ্দেশ্য:
১-আল্লাহৰ একত্ব
২-কেয়ামত হ'বই
৩-বিচাৰৰ পাছত দুটা দল হ'ব: জান্নত আৰু জাহান্নাম।
.
মানুহবোৰ যাতে জাহান্নামৰ পৰা বাচিব পাৰে, তাক
সতৰ্ক কৰাৰ বাবেই ৰছুলক হুকুম কৰা হৈছে ৱহীবোৰ গোটেই পৃথিৱীতে প্ৰচাৰ কৰি দিবলৈ।
ৰছুলে এই প্ৰচাৰ কাৰ্য্য নিশ্চয় মক্কাৰ পৰাই আৰম্ভ কৰিছিল যদিও ৪২:৭ত মক্কাৰ নাম উল্লেখ কৰা নাই। অৰ্থাৎ কেনেকৈ প্ৰচাৰ কৰে সেইটো ৰছুলৰ হাতত এৰি দিছে। কিন্তু উপদেশ হিচাপে মুখ্য চহৰবোৰ
[[(in Plural-the Source (Umma) of towns (El'Quraa) and those
(Waman') around it (Haw'la-haa)-তলত word by word meaning আছে]] বাচিলৈ তাত মানুহ গোটাই কোৰআনৰ বাণী প্ৰচাৰ কৰাৰ উপদেশ দিছে। যিটো কথা পৰিষ্কাৰভাৱে আমি ৬২:৯-১০ত দেখা পাওঁ।
(ৰছুল জীৱিত নাই, কিন্তু আল্লাহৰ ৱহী/উপদেশ কিতাপ হিচাপে আমাৰ হাতত আছে। যদি আজিৰ তাৰিখত ৬২:৯-১০আয়াতক কাৰ্য্যকৰি ৰূপ দিয়া হয় তেন্তে লিংকত দিয়াৰ দৰে হ'ব আৰু ইয়েই এই আয়াত দুটাৰ তাৎপৰ্য -লিংক:
।।।
কিন্তু এতি দুখৰ কথাযে ৬২:৯-১০আয়াতক বুখাৰিৰ পাল্লাত পৰি জুম্মাৰ নামাজ/ছালাত বনাই দি জাহান্নামৰ ফালে সপ্তাহে সপ্তাহে আগবাঢ়ি গৈ আছে!!!
আমি কোৰআনৰ বাহিৰত কথা নকও বা নিলিখো।।
.
✍️Verse/Notes-Link:
.
✍verse/note(sa)✔️
.___________________________________________
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[42:1] H (Hå), M (Miim),
[42:2] E (Åeen), S (Siin), Q (Qaaf);
[42:3] Thus (Kazaalika) has HE inspired (Yuuhiyaa) to you (s) (ilai'ka), and (Wa) to (ila) those (Ellaziina)
before you (s) (Min Qab'li-ka); GOD (Ellahu) is the ALMIGHTY (El' Åziizu), the WISE (El' Hakiim).
[42:4] To HIM belongs (Lahu) whatever (Maa) is in (Fii) the heavens (Es'Samaawaati) and whatever
(Wamaa) is on earth (Fiil' Ar'di), for (Wa) HE (Huwa) is the SUPREME (El' Åliyyu), the GREAT (El' Åziim).
[42:5] The heavens (Es'Samaawaatu) almost (Takaadu) break apart (Yatafattor'na) above them (Min Faw'qi-
hinna) as (Wa) the Angels (El'Malaa’ikatu) glorify (Yusabbihuuna) with (Bi) praise (Hamdi) of their LORD
(Rabbi-him) and (Wa) they ask forgiveness (Yas'tag'firuuna) for those (Liman) on earth (Fiil' Ar'di). Verily
(Alaa) indeed, GOD (Innallaha) is (Huwa) the FORGIVING (El' Gafuuru), the MERCIFUL (Er' Rahiim).
[42:6] As for (Wa) those who (Ellaziina) have taken (Ettakhazu') guardians (Aw'liyaa'a) other than HIM
(Min Duuni-hi); GOD (Ellahu) guards (Hafiizun) over them (Ålai'him’), and (Wa) you (s)
(Anta) are not (Maa
Bi) their advocate (Wakiil Ålai'him).
[42:7] And (Wa) thus (Kazaalika) We have inspired (Aw'hai'naa) to you (s) (ilai'ka) an Arabic (Årabiyyan)
reading (Qur'aanan) that (Li) you may warn (Tunzira) the Source (Umma) of towns (El'Quraa) and those
(Waman') around it (Haw'la-haa) and (Wa) warn (Tunzira) of the Day of Assembly (64:9) (Yaw'mal' Jam'e),
about which (Fiihi) there is no (Laa) doubt (Rai'ba). A group (Fariiqun) will be in (Fii) Paradise (El'Jannati)
and another group (Fariiqun) will be in (Fii) the Inferno (Es'Saeer).
.___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
🔵Date of Today ~ 27.12.2022-Naz-villa
🔴Work Progress ~ 77.75%
🟡Approx. Pages~3,312 nos.
⚫Part ~ 452 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
.___________________________________________
•Syed Raf(Facebook): https://bit.ly/3UvAodN
•Muktabul-Hussain-UT https://bit.ly/3h1bchy
.___________________________________________
CONTINUE....
.___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
~~~~~~~~~~~~~~~~~~~~~~~~~~~
Comments
Post a Comment