❤️🩹Part-450(41:45-49)Fussilat(Detailed)
✔️Part-450(41:45-49)Fussilat(Detailed)
✔️Video- https://youtu.be/KfrYCZZ-lbw
💖(শ্লোগানঃ পৰমপৰা নহয়, বাস্তৱলৈ ঘূৰি আহক)
.___________________________________________
💖And who is better in speech than he who invites to Allah-41:33
.___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
.___________________________________________
মিনি সূচিঃPart-450(41:45-49)Fussilat
৪১:৪৫(মুছাক কিতাব প্ৰদান কৰা হৈছিল, তাৰ পিছত তাত মতভেদ ঘটিছিল-note/link)
৪১:৪৬(Everyone will be requited according to His Deeds)
৪১:৪৭(Ignorance and Arrogance of Human Beings)(সেইদিনা মূৰ্তিবোৰে নিজৰ অনুগামীক অস্বীকাৰ কৰে)
৪১:৪৯(পথভ্ৰষ্টসকলৰ বাহিৰে নিজ প্ৰতিপালকৰ ৰহমতৰ পৰা কোনেনো নিৰাশ হয়’?)
.___________________________________________
.___________________________________________
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
.___________________________________________
🟦৪১:৪৫
وَلَقَدْ آتَيْنَا مُوسَى الْكِتَابَ فَاخْتُلِفَ فِيهِ ۗ وَلَوْلَا كَلِمَةٌ سَبَقَتْ مِنْ رَبِّكَ لَقُضِيَ بَيْنَهُمْ ۚ وَإِنَّهُمْ لَفِي شَكٍّ مِنْهُ مُرِيبٍ
আৰু অৱশ্যে আমি মুছাক কিতাব প্ৰদান কৰিছিলো, কিন্তু তাত মতভেদ ঘটিছিল। যদি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা বাণী (সিদ্ধান্ত) পূৰ্বেই কৰি থোৱা নাথাকিলেহঁতেন তেন্তে সিহঁতৰ মাজত চূড়ান্ত মীমাংসা হৈ গ’লহেঁতেন। নিশ্চয় সিহঁত এই কোৰআন সম্পৰ্কে বিভ্ৰান্তিকৰ সন্দেহত পতিত হৈছে।
.
✍️BB-ref:(11:110)
১১:১১০
وَلَقَدْ آتَيْنَا مُوسَى الْكِتَابَ فَاخْتُلِفَ فِيهِ ۚ وَلَوْلَا كَلِمَةٌ سَبَقَتْ مِنْ رَبِّكَ لَقُضِيَ بَيْنَهُمْ ۚ وَإِنَّهُمْ لَفِي شَكٍّ مِنْهُ مُرِيبٍ
আৰু নিশ্চয় আমি মুছাক কিতাব প্ৰদান কৰিছিলো, তাৰ পিছত তাত মতভেদ ঘটিছিল। তোমাৰ প্ৰতিপালকৰ পূৰ্ব সিদ্ধান্ত নাথাকিলে সিহঁতৰ মীমাংসা হৈয়ে গ’’লহেঁতেন। নিশ্চয় সিহঁতে এই বিষয়ত বিভ্ৰান্তিকৰ সন্দেহত নিপতিত।
(Pl find the verse/note 11:110-link:
.
✍️Verse/note:
41:45 We had given Moses the scripture too (in their language), and it was also disputed. But, for a Word from your Lord that had gone forth, all disputes between them would have been judged immediately. They keep lingering in doubt amounting to suspicion concerning this revelation as well!(sa).
Note:
The Word gone forth = The Law of Free will. 2:256, 11:118
(২:২৫৬
لَا إِكْرَاهَ فِي الدِّينِ ۖ قَدْ تَبَيَّنَ الرُّشْدُ مِنَ الْغَيِّ ۚ فَمَنْ يَكْفُرْ بِالطَّاغُوتِ وَيُؤْمِنْ بِاللَّهِ فَقَدِ اسْتَمْسَكَ بِالْعُرْوَةِ الْوُثْقَىٰ لَا انْفِصَامَ لَهَا ۗ وَاللَّهُ سَمِيعٌ عَلِيمٌ
দ্বীন গ্ৰহণৰ ক্ষেত্ৰত কোনো জোৰ-জবৰদস্তি নাই; সত্য পথ ভ্ৰান্ত পথৰ পৰা সুস্পষ্ট হৈছে। এতেকে যিয়ে তাগুতক অস্বীকাৰ কৰিব আৰু আল্লাহৰ প্ৰতি ঈমান আনিব সি এনেকুৱা এডাল ৰছীত খামুচি ধৰিলে যিডাল কেতিয়াও বিচ্ছিন্ন নহ’ব; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।
(find 2:56-link:
.
১১:১১৮
وَلَوْ شَاءَ رَبُّكَ لَجَعَلَ النَّاسَ أُمَّةً وَاحِدَةً ۖ وَلَا يَزَالُونَ مُخْتَلِفِينَ
আৰু তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সকলো মানুহকেই এটা জাতি কৰিব পাৰিলেহঁতেন, কিন্তু সিহঁত মতবিৰোধকাৰীহে হৈ থাকিল,
(Pl find the verse note 11:118-in the link:
.
✍️Ap-ref:
৪৬:৩৫
فَاصْبِرْ كَمَا صَبَرَ أُولُو الْعَزْمِ مِنَ الرُّسُلِ وَلَا تَسْتَعْجِلْ لَهُمْ ۚ كَأَنَّهُمْ يَوْمَ يَرَوْنَ مَا يُوعَدُونَ لَمْ يَلْبَثُوا إِلَّا سَاعَةً مِنْ نَهَارٍ ۚ بَلَاغٌ ۚ فَهَلْ يُهْلَكُ إِلَّا الْقَوْمُ الْفَاسِقُونَ
এতেকে তুমি ধৈৰ্য ধাৰণ কৰা যেনেকৈ ধৈৰ্য ধাৰণ কৰিছিল দৃঢ়প্ৰতিজ্ঞ ৰাছুলসকলে। তুমি সিহঁতৰ বাবে খৰখেদা নকৰিবা। সিহঁতক যি বিষয়ে সতৰ্ক কৰা হৈছে সেয়া যিদিনা সিহঁতে দেখিবলৈ পাব, সেইদিনা সিহঁতৰ ধাৰণা হ’ব, সিহঁতে যেনিবা পৃথিৱীত এটা মুহূৰ্তৰ বেছি সময় অৱস্থান কৰা নাছিল। এয়া এটা ঘোষণা, এতেকে কেৱল ফাছিক্ব সম্প্ৰদায়কেই ধ্বংস কৰা হ’ব।
.___________________________________________
🟦৪১:৪৬(Everyone will be requited according to His Deeds)
مَنْ عَمِلَ صَالِحًا فَلِنَفْسِهِ ۖ وَمَنْ أَسَاءَ فَعَلَيْهَا ۗ وَمَا رَبُّكَ بِظَلَّامٍ لِلْعَبِيدِ
যিয়ে সৎকৰ্ম কৰে তেওঁ নিজৰ কল্যাণৰ বাবেই কৰে আৰু কোনোবাই অসৎকৰ্ম কৰিলে তাৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। তোমাৰ প্ৰতিপালকে নিজ বান্দাসকলৰ প্ৰতি কদাপিও অন্যায় নকৰে।
.
✍️Ap-refs:
6:160 see in below link:
.
28:84
find verse note of 28;84-link:
.___________________________________________
🟦৪১:৪৭(LEADERS DISOWN THEIR FOLLOWERS)
۞ إِلَيْهِ يُرَدُّ عِلْمُ السَّاعَةِ ۚ وَمَا تَخْرُجُ مِنْ ثَمَرَاتٍ مِنْ أَكْمَامِهَا وَمَا تَحْمِلُ مِنْ أُنْثَىٰ وَلَا تَضَعُ إِلَّا بِعِلْمِهِ ۚ وَيَوْمَ يُنَادِيهِمْ أَيْنَ شُرَكَائِي قَالُوا آذَنَّاكَ مَا مِنَّا مِنْ شَهِيدٍ
কিয়ামতৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হয়*। তেওঁৰ অজ্ঞাতসাৰত কোনো ফলো আৱৰণৰ পৰা ওলাই নাহে, কোনো নাৰীও গৰ্ভধাৰণ নকৰে আৰু সন্তানো প্ৰসৱ নকৰে। যিদিনা আল্লাহে সিহঁতক মাতি ক’ব, ‘মোৰ অংশীদাৰসকল ক’ত’? তেতিয়া সিহঁতে ক’ব, ‘আমি তোমাৰ ওচৰত নিবেদন কৰো যে, এই বিষয়ে আমাৰ মাজত কোনো সাক্ষী নাই’।
✍️BB-ref:(7:187)*
৭:১৮৭
يَسْأَلُونَكَ عَنِ السَّاعَةِ أَيَّانَ مُرْسَاهَا ۖ قُلْ إِنَّمَا عِلْمُهَا عِنْدَ رَبِّي ۖ لَا يُجَلِّيهَا لِوَقْتِهَا إِلَّا هُوَ ۚ ثَقُلَتْ فِي السَّمَاوَاتِ وَالْأَرْضِ ۚ لَا تَأْتِيكُمْ إِلَّا بَغْتَةً ۗ يَسْأَلُونَكَ كَأَنَّكَ حَفِيٌّ عَنْهَا ۖ قُلْ إِنَّمَا عِلْمُهَا عِنْدَ اللَّهِ وَلَٰكِنَّ أَكْثَرَ النَّاسِ لَا يَعْلَمُونَ
সিহঁতে তোমাক কিয়ামত সম্পৰ্কে প্ৰশ্ন কৰি কয়, ‘সেইটো কেতিয়া সংঘটিত হ’ব’? কোৱা, ‘এই বিষয়ৰ জ্ঞান কেৱল মোৰ প্ৰতিপালকৰ ওচৰত। কেৱল তেৱেঁই যথাসময়ত সেইটোৰ প্ৰকাশ ঘটাব। আকস্মিকভাৱে সেয়া তোমালোকৰ ওপৰত আহি পৰিব’। সিহঁতে তোমাক প্ৰশ্ন কৰিছে যেনিবা তুমি এই বিষয়ে সবিশেষ অৱহিত। কোৱা, ‘এই বিষয়ৰ জ্ঞান কেৱল আল্লাহৰ ওচৰত, কিন্তু অধিকাংশ মানুহেই (এই সত্যটো) নাজানে’।
(Pl find the verse note- link below:
.
✍️ Edip-refs:
See 20:15; 15:87, 31:34. Also see 3:18; 39:45; 63:1 and 6:23, 148.
(২০:১৫
إِنَّ السَّاعَةَ آتِيَةٌ أَكَادُ أُخْفِيهَا لِتُجْزَىٰ كُلُّ نَفْسٍ بِمَا تَسْعَىٰ
‘নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী, মই এইটো গোপন ৰাখিব বিচাৰোঁ যাতে প্ৰত্যেককে নিজ নিজ চেষ্টা-সাধনা অনুযায়ী প্ৰতিদান দিব পাৰি।
.
১৫:৮৭
وَلَقَدْ آتَيْنَاكَ سَبْعًا مِنَ الْمَثَانِي وَالْقُرْآنَ الْعَظِيمَ
আৰু আমি তোমাক প্ৰদান কৰিছো পুনঃ পুনঃ পঠিত সাতোটা* আয়াত আৰু মহা কোৰআন।
(not 7 see link:
(find verse note-link: https://bit.ly/3C0bdcQ)
.
৩৯:৪৫
وَإِذَا ذُكِرَ اللَّهُ وَحْدَهُ اشْمَأَزَّتْ قُلُوبُ الَّذِينَ لَا يُؤْمِنُونَ بِالْآخِرَةِ ۖ وَإِذَا ذُكِرَ الَّذِينَ مِنْ دُونِهِ إِذَا هُمْ يَسْتَبْشِرُونَ
আৰু যেতিয়া কেৱল এক আল্লাহৰ কথা কোৱা হয় তেতিয়া যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস নকৰে সিহঁতৰ অন্তৰ বিতৃষ্ণাত সংকুচিত হয়। কিন্তু আল্লাহৰ পৰিবৰ্তে আন উপাস্যবোৰৰ কথা উল্লেখ কৰা হ’লে তেতিয়াই সিহঁতে আনন্দত উৎফুল্লিত হয়।
(find verse note 39:45-link:
.___________________________________________
🟦৪১:৪৮
وَضَلَّ عَنْهُمْ مَا كَانُوا يَدْعُونَ مِنْ قَبْلُ ۖ وَظَنُّوا مَا لَهُمْ مِنْ مَحِيصٍ
আৰু ইতিপূৰ্বে সিহঁতে যিবিলাক (উপাস্যক) আহ্বান কৰিছিল সিহঁত সিহঁতৰ পৰা অন্তৰ্ধান হৈ যাব, আৰু সিহঁতে বিশ্বাস কৰিব যে, সিহঁতৰ পলায়নৰ কোনো উপায় নাই।
.
✍️Ap-ref:
১৮:৫৩
وَرَأَى الْمُجْرِمُونَ النَّارَ فَظَنُّوا أَنَّهُمْ مُوَاقِعُوهَا وَلَمْ يَجِدُوا عَنْهَا مَصْرِفًا
আৰু অপৰাধীবিলাকে জুই দেখিয়েই গম পাব যে, সিহঁতে তাত নিক্ষিপ্ত হ’ব কিন্তু সিহঁতে সেই ঠাইৰ পৰা (বাচিবলৈ) কোনো পৰিত্ৰাণস্থল বিচাৰি নাপাব।
.___________________________________________
🟦৪১:৪৯
لَا يَسْأَمُ الْإِنْسَانُ مِنْ دُعَاءِ الْخَيْرِ وَإِنْ مَسَّهُ الشَّرُّ فَيَئُوسٌ قَنُوطٌ
মানুহে কল্যাণ প্ৰাৰ্থনাত কোনো ক্লান্তিবোধ নকৰে, কিন্তু যেতিয়া তাক কোনো অকল্যাণে স্পৰ্শ কৰে তেতিয়া সি প্ৰচণ্ডভাৱে হতাশ আৰু নিৰাশ হৈ পৰে;
.
✍️Verse/Note:
49. The plight of man is such that he never tires of asking for material wealth for
himself (100:8; 102:1-2); However, as soon as he loses even a little, he is disheartened and feels dejected.pz.
(১০০:৮
وَإِنَّهُ لِحُبِّ الْخَيْرِ لَشَدِيدٌ
আৰু নিশ্চয় সি ধন-সম্পদৰ লোভত প্ৰবল।
.
১০২:১-২
أَلْهَاكُمُ التَّكَاثُرُ
প্ৰাচুৰ্যৰ প্ৰতিযোগিতায় তোমালোকক অমনোযোগী কৰি ৰাখিছে।
১০২:২
حَتَّىٰ زُرْتُمُ الْمَقَابِرَ
যেতিয়ালৈকে তোমালোকে কবৰত উপনীত নোহোৱা।)
.
✍️ref-edip:
See 12:87; 15:56; 30:36; 39:53.
১৫:৫৬
قَالَ وَمَنْ يَقْنَطُ مِنْ رَحْمَةِ رَبِّهِ إِلَّا الضَّالُّونَ
তেওঁ ক’লে, ‘পথভ্ৰষ্টসকলৰ বাহিৰে নিজ প্ৰতিপালকৰ ৰহমতৰ পৰা কোনেনো নিৰাশ হয়’?
.
৩০:৩৬
وَإِذَا أَذَقْنَا النَّاسَ رَحْمَةً فَرِحُوا بِهَا ۖ وَإِنْ تُصِبْهُمْ سَيِّئَةٌ بِمَا قَدَّمَتْ أَيْدِيهِمْ إِذَا هُمْ يَقْنَطُونَ
আৰু যেতিয়া আমি মানুহক ৰহমতৰ সোৱাদ লবলৈ দিওঁ তেতিয়া সিহঁতে সেইটো লৈ উৎফুল্লিত হয় আৰু যদি সিহঁতৰ কৃতকৰ্মৰ বাবে কোনো অনিষ্ট সাধন হয় তেতিয়া সিহঁত নিৰাশ হৈ পৰে।
.___________________________________________
[41:45] And (Wa) We certainly (Laqad') gave (Aatai'naa) Moses (Muusaa) the Book (El'Kitaaba), but (Fa) it
was disputed (Ekh'tulifa Fiihi). And (Wa) if (Law') not (Laa) a word (Kalimatun) had preceded (Sabaqat') from
(Min) your LORD (s) (Rabbi-ka), HE would have (La) judged (Qudiya) between them (Bai'nahum'). And (Wa)
indeed, they (Innahum) are in (Lafii) doubt (Shakkin) thereof (Min'hu), being suspicious (Muriib). (11:110)
[41:46] Whoever (Man') acts (Åmila) righteous (Soalihan), then (Fa) it is for (Li) his soul (Naf'si-hi), and
whoever (Waman') acts evil (Asaa'a), then (Fa) it is against it (himself) (Ålai'haa). And (Wa) your LORD (s)
(Rabbu-ka) is never (Maa Bi) unjust (Zollaamin) to the servants (Lil' Åbiid).
[41:47] To HIM belongs (ilai'hi) the answer (Yuraddu) of the knowledge (il'mu) of the Hour (7:187)
(Es'Saa'åti); and (Wa) no (Maa Min) fruit (Thamaraatin) comes out (Takh'ruju) of (Min') its sleeves (Ak'maami-
haa) nor (Wamaa)
does any (Min') female (Unthaa) gets pregnant (Tah'milu) or (Walaa) gives birth (Tadau)
except (illa) with (Bi) HIS knowledge (il'mi-hi). And (Wa) the day (Yaw'ma) HE will call out to them
(Yunaadii-him), "Where (Ai'na) are ‘MY partners’ (Shurakaa'i)?" They will say (Qaaluu'), "We announce to
YOU (Aazanna-ka)
that there is no (Maa Min) witness (Shahiid) among us (Minnaa)."
[41:48] And (Wa) what (Maa) they used to (Kaanu') invoke (Yad'uuna) before (Min Qab'lu) will divert from
them (Dolla Ån'hum). And (Wa) they will presume (Zonnu) they have (Lahum) no (Maa Min) escape (Mahiis).
[41:49] The human being (El' Insaanu) does not (Laa) weary (Yas'amu) of (Min) invoking (Duåå'i) for
welfare (El'Khai'ri), but (Wa) when (In) evil (Es'Sharru) touches him (Massa-hu), then (Fa) he becomes
hopeless (Yauusun) and despondent (Qanuut).
.___________________________________________
💖jiaulhussain(syedraf) #muktabulhussain
🤎Date of Starting(Video)~10/August/2021
💙Date of Today ~ 25.12.2022-Naz-villa
🖤Work Progress ~
❤️Approx. Pages~3,304 nos.
💚Part ~ 450 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
.___________________________________________
•Syed Raf(Facebook): https://bit.ly/3UvAodN
•Muktabul-Hussain-UT https://bit.ly/3h1bchy
.___________________________________________
CONTINUE....
.___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
~~~~~~~~~~~~~~~~~~~~~~~~~~~~
Comments
Post a Comment