🌲Part-442(40:79-85)Ghãfer(Forgiver)
✔️Part-442(40:79-85)Ghãfer(Forgiver)
✔️Video- https://youtu.be/4kIzqtOcO9c
.___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
.___________________________________________
মিনি সূচিঃPart-442(40:79-85)Ghãfer
৪০:৭৯(The Cattle are also a Blessing from Allah and a Sign from Him)
৪০:৮২(The Lesson to be learned from what happened to Those Who Came before)
৪০:৮৩-৮৫(যিসকলে কোৰআনৰ বাহিৰৰ জ্ঞানেৰে গৰ্বিতহৈ কোৰআনৰ কথাক আওকাণ কৰি আছে তেওঁলোকে শেষ বিচাৰৰ দিনা শাস্তি পাব-টোকাবোৰ চাব)
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
.___________________________________________
💖৪০:৭৯(The Cattle are also a Blessing from Allah and a Sign from Him)
اللَّهُ الَّذِي جَعَلَ لَكُمُ الْأَنْعَامَ لِتَرْكَبُوا مِنْهَا وَمِنْهَا تَأْكُلُونَ
তেৱেঁই আল্লাহ, যিজনে তোমালোকৰ বাবে ঘৰচীয়া জন্তু সৃষ্টি কৰিছে, যাতে তোমালোকে সেইবোৰৰ কিছুমানৰ ওপৰত আৰোহণ কৰিব পাৰা আৰু কিছুমানক ভক্ষণ কৰিব পাৰা।
.
✍️Verse:
40:79 (Those who ask for miracles, must know that God has placed signs in the Universe, for example) God is the One Who has made for you the quadrupeds, that you may ride some of them and from some you derive food.
.___________________________________________
💖৪০:৮০
وَلَكُمْ فِيهَا مَنَافِعُ وَلِتَبْلُغُوا عَلَيْهَا حَاجَةً فِي صُدُورِكُمْ وَعَلَيْهَا وَعَلَى الْفُلْكِ تُحْمَلُونَ
আৰু ইয়াত তোমালোকৰ বাবে আছে প্ৰচুৰ উপকাৰ, যাতে তোমালোকে নিজৰ অন্তৰত যি প্ৰয়োজন অনুভৱ কৰা, সেইবোৰৰ দ্বাৰা সেয়া পূৰ্ণ কৰিব পাৰা। সেইবোৰৰ ওপৰত আৰু নৌযানৰ ওপৰত তোমালোকক বহন কৰা হয়।
.
✍️Verse/note:Link:
.___________________________________________
💖৪০:৮১
وَيُرِيكُمْ آيَاتِهِ فَأَيَّ آيَاتِ اللَّهِ تُنْكِرُونَ
আৰু তেৱেঁই তোমালোকক তেওঁৰ নিদৰ্শনাৱলী দেখুৱাই থাকে। এতেকে তোমালোকে আল্লাহৰ কোন কোনটো নিদৰ্শনক অস্বীকাৰ কৰিবা?
.
✍️BB-ref:(41:53)
৪১:৫৩
سَنُرِيهِمْ آيَاتِنَا فِي الْآفَاقِ وَفِي أَنْفُسِهِمْ حَتَّىٰ يَتَبَيَّنَ لَهُمْ أَنَّهُ الْحَقُّ ۗ أَوَلَمْ يَكْفِ بِرَبِّكَ أَنَّهُ عَلَىٰ كُلِّ شَيْءٍ شَهِيدٌ
অনতিপলমে আমি সিহঁতক আমাৰ নিদৰ্শনাৱলী দেখুৱাম, বিশ্বজগতৰ প্ৰান্তসমূহত আৰু সিহঁতৰ নিজৰ মাজতো; যাতে সিহঁতৰ ওচৰত সুস্পষ্ট হৈ উঠে যে, অৱশ্যে এইটো (কোৰআন) সত্য। এইটো তোমাৰ প্ৰতিপালক সম্পৰ্কে যথেষ্ট নহয়নে যে, তেওঁ সকলো বস্তুৰ ওপৰত সাক্ষী?
[9:31-33, 13:31, 14:48, 18:48, 41:53, 48:28, 51:20-21, 61:9]
.___________________________________________
💖৪০:৮২(The Lesson to be learned from what happened to Those Who Came before)
أَفَلَمْ يَسِيرُوا فِي الْأَرْضِ فَيَنْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الَّذِينَ مِنْ قَبْلِهِمْ ۚ كَانُوا أَكْثَرَ مِنْهُمْ وَأَشَدَّ قُوَّةً وَآثَارًا فِي الْأَرْضِ فَمَا أَغْنَىٰ عَنْهُمْ مَا كَانُوا يَكْسِبُونَ
সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাই নেকি, তেতিয়াহে সিহঁতে দেখা পালেহেঁতেন সিহঁতৰ পূৰ্বৱৰ্তীবিলাকৰ পৰিণাম কেনেকুৱা হৈছিল? সিহঁতে পৃথিৱীত ইহঁততকৈও সংখ্যাগৰিষ্ঠ আৰু শক্তি ও কীৰ্তিত আছিল অতি প্ৰবল। তথাপিও সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত অহা নাছিল।
.___________________________________________
💖৪০:৮৩
فَلَمَّا جَاءَتْهُمْ رُسُلُهُمْ بِالْبَيِّنَاتِ فَرِحُوا بِمَا عِنْدَهُمْ مِنَ الْعِلْمِ وَحَاقَ بِهِمْ مَا كَانُوا بِهِ يَسْتَهْزِئُونَ
সিহঁতৰ ওচৰত যেতিয়া সিহঁতৰ ৰাছুলসকল সুস্পষ্ট প্ৰমাণাদি লৈ উপস্থিত হ’ল, তেতিয়া সিহঁতে (সেয়া অৱজ্ঞা কৰি) নিজৰ ওচৰত থকা জ্ঞানকে প্ৰাধান্য দি আনন্দিত হ’ল। ফলত সিহঁতে যিটোক লৈ ঠাট্টা-বিদ্ৰূপ কৰিছিল সেইটোৱেই সিহঁতক পৰিবেষ্টন কৰিলে।
.
✍️Verse/note-1️⃣
40:83 for when their apostles came to them with all evidence of the truth, they arrogantly exulted in whatever knowledge they [already] possessed:🌲 and [so, in the end,] they were overwhelmed by the very thing which they were wont to deride.🌱
(40:83 কিয়নো যেতিয়া তেওঁলোকৰ ৰছুলসকলে সত্যৰ সকলো প্ৰমাণ লৈ তেওঁলোকৰ ওচৰলৈ আহিল, তেতিয়া তেওঁলোকে অহংকাৰেৰে তেওঁলোকৰ [ইতিমধ্যে] যি জ্ঞান আছিল, সেই জ্ঞানত আনন্দ কৰিলে: 🌲 আৰু [তেনেকৈ, শেষত,] তেওঁলোকে অভ্যাস কৰা বস্তুটোৰ দ্বাৰাই আপ্লুত হ’ল .. উপহাস কৰিবলৈ।🌱-Google translate)
Note🌲
I.e., they were fully satisfied with their own empirically or speculatively acquired or inherited knowledge; and so, in their arrogant conviction that man is "self-sufficient" and, therefore, not in need of any guidance by a Power beyond the reach of human perception, they rejected whatever ethical and spiritual truths were offered them by the prophets.
Note🌱
I.e., the idea of God's existence and inescapable judgment: see 6:10.
(৬:১০
وَلَقَدِ اسْتُهْزِئَ بِرُسُلٍ مِنْ قَبْلِكَ فَحَاقَ بِالَّذِينَ سَخِرُوا مِنْهُمْ مَا كَانُوا بِهِ يَسْتَهْزِئُونَ
আৰু তোমাৰ পূৰ্বে বহুতো ৰাছুলক উপহাস কৰা হৈছে। ফলত যিসকলে তেওঁলোকৰ লগত উপহাস কৰিছিল সিহঁতক সিহঁতৰ উপহাসেই পৰিবেষ্টন কৰি লৈছে।)
.
✍️Note-2️⃣
Following your parents blindly is one of the greatest human tragedies. Not long after your
birth, they decide your name, nationality, religion and sect. And you spend the rest of your life
defending something you did not even choose. See verse 37:74; 43:22-25.(sig).
(৩৭:৭৪
إِلَّا عِبَادَ اللَّهِ الْمُخْلَصِينَ
কিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ কথা স্বতন্ত্ৰ।
.
৪৩:২২(43:22-25)
بَلْ قَالُوا إِنَّا وَجَدْنَا آبَاءَنَا عَلَىٰ أُمَّةٍ وَإِنَّا عَلَىٰ آثَارِهِمْ مُهْتَدُونَ
বৰং সিহঁতে কয়, ‘নিশ্চয় আমি আমাৰ পিতৃ-পুৰুষসকলক এটা মতাদৰ্শৰ ওপৰতহে পাইছো আৰু নিশ্চয় আমি তেওঁলোকৰ পদাঙ্ক অনুসৰণ কৰি হিদায়তপ্ৰাপ্ত হম’।)
.___________________________________________
💖৪০:৮৪
فَلَمَّا رَأَوْا بَأْسَنَا قَالُوا آمَنَّا بِاللَّهِ وَحْدَهُ وَكَفَرْنَا بِمَا كُنَّا بِهِ مُشْرِكِينَ
তাৰ পিছত সিহঁতে যেতিয়া আমাৰ শাস্তি দেখা পালে তেতিয়া ক’লে, ‘আমি একমাত্ৰ আল্লাহৰ ওপৰত ঈমান আনিলো আৰু আমি তেওঁৰ লগত যিবোৰক অংশী কৰিছিলো সেইবোৰক প্ৰত্যাখ্যান কৰিলো’।
.
✍️BB-ref:(10:90-92)
.
✍️Note:
Serve God alone and follow Quran alone. When punishment is looming only then the majority
of people reject the false authorities and the contrived doctrines and laws that they follow. Those
who set up authorities to rank with God are mushrikeen: those who commit high treason, a crime
most heinous. See verses and footnotes 4:42; 7.70; 9:4; 39:3; 50:45; 68:36-38 & 10:31; 12:106.(sig).
.___________________________________________
💖৪০:৮৫
فَلَمْ يَكُ يَنْفَعُهُمْ إِيمَانُهُمْ لَمَّا رَأَوْا بَأْسَنَا ۖ سُنَّتَ اللَّهِ الَّتِي قَدْ خَلَتْ فِي عِبَادِهِ ۖ وَخَسِرَ هُنَالِكَ الْكَافِرُونَ
কিন্তু আমাৰ শাস্তি দেখা পোৱাৰ পিছত সিহঁতে লৈ অহা ঈমান সিহঁতৰ কোনো উপকাৰত নাহিল। আল্লাহৰ* এই বিধান পূৰ্বৰে পৰা তেওঁৰ বান্দাসকলৰ মাজত চলি আহিছে আৰু তেতিয়াই কাফিৰসকল ক্ষতিগ্ৰস্ত হৈছে।
.
✍️BB-ref:(48:23)*
.
✍️Note:
God's way: (Arabic: sunnatullah) God's system is constant and does not change. Unchanging
principles in changing times: Permanent Values always remain the same, as does the retribution for dealing with those who set up authorities to rank with God by making laws in contradiction
with the Quran. See verse 33:62.(sig).
.___________________________________________
ছুৰা সমাপ্ত
.___________________________________________
[40:79] GOD (Ellahu) is the One who (Ellazii) granted you (Jaåla La-kumu) the livestock (El'An'ååma) so
that (Li) you may ride (Tar'kabu') some of them (Min'haa), and (Wa) eat (Ta'kuluun) some of them (Min'haa).
[40:80] And (Wa) for you (Lakum') are benefits (Manaafiu) in them (Fiihaa) and (Wa) that (Li) you may
reach (Tab'lugu') a need (Haajatan) for them (Ålai'haa) in (Fii) your bosoms (Suduuri-kum'); and (Wa) on
them (Ålai'ha) and on (Ålaa) ships (El'Ful'ki) you are carried (Tuh'maluun).
[40:81] And (Wa) HE shows you (Yurii-kum') HIS signs (Aayaati-hi). So (Fa) which (Ayya) of the signs of
GOD (Aayaati-llahi) would you deny (Tunkiruun)? (41:53)
[40:82] Do they then (Afa-) not (-lam') travel (Yasiiru') on earth (Fiil' Ar'di) to (Fa) observe (Yanzuru') how
(Kai'fa) was (Kaana) the end (Ååqibatu) of those (Ellaziina) before them (Min Qab'li-him')? They were
(Kaanuu') more (Ak'thara) than them (Min'hum') and (Wa) stronger (Ashadda) in strength (Quwwatan) and
(Wa) in effects (Aathaaran) on earth (Fiil' Ar'di), but (Fa) what (Maa) they used to (Kaanu') earn (Yak'sibuun)
did not (Maa) avail them (Ag'naa Ån'hum).
[40:83] And (Fa) when (Lammaa) their messengers (Rusulu-hum) brought them (Jaa'at'hum' Bi) proofs (El'Bayyinaati), they rejoiced (Farihu') in what (Bimaa) they had (Endahum) of (Mina) the knowledge (El'
il'mi), but (Wa) they were afflicted (Haaqa Bi-him) by (Bihi) what (Maa) they used to (Kaanu') ridicule
(Yas'tah'ziuun).
[40:84] And (Fa) when (Lammaa) they saw (Ra'aw') Our torment (Ba'sa-naa), they said (Qaaluu'), "We
believe (Aamannaa) in GOD (Billahi) alone (Wah'dahu) and (Wa) disbelieve (Kafar'naa) in those (Bimaa) we
used to (Kunnaa) associate (idolize) (Mush'rikiin) with HIM (Bihi)." (10:90-92)
[40:85] But (Fa) their faith (iimaanu-hum) did not (Lam Yaku) benefit them (Yanfau-hum) when (Lamma)
they saw (Ra'aw') Our torment (Ba'sa-naa); such is the tradition of GOD (48:23) (Sunnata-llahi) which (Ellatii)
had (Qad') passed (Khalat') among (Fii) HIS servants (Ebaadi-hi). And (Wa) it is there (Hunaalika) the
disbelievers (El'Kaafiruun) will lose (Khasira).
.___________________________________________
🟩jiaulhussain(syedraf) #muktabulhussain
🟧Date of Starting(Video)~10/August/2021
🟥Date of Today ~ 16.12.2022-Naz-villa
🟦Work Progress ~ 76.71%
🟨Approx. Pages~3,268 nos.
⬛Part ~ 441 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
.___________________________________________
•Syed Raf(Facebook): https://bit.ly/3UvAodN
•Muktabul-Hussain-UT https://bit.ly/3h1bchy
.___________________________________________
CONTINUE....
.___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
~~~~~~~~~~~~~~~~~~~~~~~~~~~~
Comments
Post a Comment