🟨Part-429(39:60-69)Az-Zumar(The Groups)

✔️Part-429(39:60-69)Az-Zumar(The Groups)
.___________________________________________
✔️"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ"
।।সেইদিনা তোমালোকক কোৰআনৰ বিষয়ে সোধ-পোছ কৰা হ’ব-৪৩:৪৪,২৫:৩০।।
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
.___________________________________________
মিনি সূচিঃPart-429(39:60-69)Az-Zumar
৩৯:৬০-৬১(কিয়ামতৰ দিনা, তেওঁৰ মুখখন ক'লা/বগা হৈ গ'ল-ৰ তাৎপৰ্য -See note। আৰু তাক্বৱা অৱলম্বন কৰা সকলৰ চিন্তা নাই)
৩৯:৬২(ref-proofs,scripture,Book)
৩৯:৬৩(ref-আল্লাহে বিজ্ঞানৰ জৰিয়তে বিশ্বব্ৰহ্মাণ্ডখন অন্বেষণ কৰিবলৈ মানুহক সুবিধা কৰি দিছে)("ayat" means-see link)
৩৯:৬৫✅(সৃষ্টি প্ৰকৃতিৰ যিকোনো বস্তুকে আল্লাহ হিচাপে ধৰি ৰখাটো (সেয়া মূৰ্তি হওক বা মানসিক প্ৰতিনিধিত্ব বা ধাৰণা হওক) শ্বিৰ্ক-টোকাৰ লিংক চাব)
৩৯:৬৭✅(Greatness of God.
পৃথিৱী নামৰ অসীম ক্ষুদ্ৰ টোপোলাটোত মেৰী, যীচু, মহম্মদৰ দৰে ক্ষুদ্ৰ জীৱবোৰ বাস কৰিছিল।  তথাপিও কিছুমান মানুহে এই শক্তিহীন মানুহবোৰক দেৱতা হিচাপে স্থাপন কৰে!-See note/link)
৩৯:৬৯✅কেয়ামতৰ বৰ্ণনা (Imp.see verse/note/corrections-link)
.___________________________________________
.___________________________________________
🔴৩৯:৬০
وَيَوْمَ الْقِيَامَةِ تَرَى الَّذِينَ كَذَبُوا عَلَى اللَّهِ وُجُوهُهُمْ مُسْوَدَّةٌ ۚ أَلَيْسَ فِي جَهَنَّمَ مَثْوًى لِلْمُتَكَبِّرِينَ
আৰু যিসকলে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰে, তুমি কিয়ামতৰ দিনা দেখিবা সিহঁতৰ মুখ ক’লা পৰিছে। অহংকাৰীবিলাকৰ আবাসস্থল জাহান্নাম নহয়নে বাৰু?
.
👉Verse/note:
39:60 And [so,] on the Day of Resurrection thou wilt see all who invented lies about God [with] their faces darkened [by grief and ignominy].🍁1 Is not hell the [proper] abode for all who are given to false pride?🍁2

Note🍁1
The phrase iswadda wajhuhu (lit., "his face became black" or "dark") is used idiomatically to describe a face expressive of grief or ignominy (cf. 16:58), just as its opposite, ibyadda wajhuhu (lit., "his face became white" or "shining") describes a countenance expressive of happiness or justified pride: cf. 2:106 - "some faces will shine [with happiness] and some faces will be dark [with grief]". Apart from this, both phrases have also a tropical significance, namely, "he became [or "felt"] disgraced", resp. "honoured". As regards the "inventing of lies about God" spoken of in this verse, see verse 39:32 above.
(Google translate no guarantee:
ইছৱাদ্দা ৱাঝহুহু (আক্ষৰিক অৰ্থত, "তেওঁৰ মুখখন ক'লা হৈ গ'ল" বা "আন্ধাৰ") বাক্যাংশটো শোক বা অপমান প্ৰকাশ কৰা মুখ এখনক বৰ্ণনা কৰিবলৈ প্ৰবচনগতভাৱে ব্যৱহাৰ কৰা হয় (cf. 16:58), ঠিক যেনেকৈ ইয়াৰ বিপৰীত, ইব্যাদ্দা ৱাঝহুহু (শব্দ,,  "তেওঁৰ মুখখন বগা হৈ পৰিল" বা "জিলিকি উঠিল") এ সুখ বা ন্যায্য অহংকাৰ প্ৰকাশ কৰা মুখৰ বৰ্ণনা কৰে: cf.  2:106 - "কিছুমান মুখ [সুখেৰে] জিলিকিব আৰু কিছুমান মুখ [শোকেৰে] আন্ধাৰ হ'ব"।  ইয়াৰ উপৰিও দুয়োটা বাক্যাংশৰ গ্রীষ্মমণ্ডলীয় তাৎপর্যও আছে, যেনে, "তেওঁ বদনাম হ'ল [বা "অনুভৱ" কৰিলে", যথাক্ৰমে।  "সন্মানিত"।  এই পদত কোৱা "আল্লাহৰ বিষয়ে মিছা কথা উদ্ভাৱন"ৰ বিষয়ে ওপৰৰ ৩৯:৩২ পদ চাওক।)

Note🍁2
See note on the last sentence of verse 39:32 of this surah.Press-( https://bit.ly/3gXsv2Z)
.___________________________________________
🔴৩৯:৬১
وَيُنَجِّي اللَّهُ الَّذِينَ اتَّقَوْا بِمَفَازَتِهِمْ لَا يَمَسُّهُمُ السُّوءُ وَلَا هُمْ يَحْزَنُونَ
আৰু যিসকলে তাক্বৱা🌱 অৱলম্বন কৰিছে, আল্লাহে তেওঁলোকক সফলতাসহ উদ্ধাৰ কৰিব, তেওঁলোকক কোনো অমঙ্গলে স্পৰ্শ নকৰিব আৰু তেওঁলোক চিন্তিতও নহ’ব।(🌱প্ৰেছ: https://bit.ly/3iBzPSm)
.___________________________________________
🔴৩৯:৬২
اللَّهُ خَالِقُ كُلِّ شَيْءٍ ۖ وَهُوَ عَلَىٰ كُلِّ شَيْءٍ ⬅️وَكِيلٌ
আল্লাহেই সকলো বস্তুৰ স্ৰষ্টা আৰু তেৱেঁই সকলো বস্তুৰ তত্ত্বাৱধায়ক।
.
👉Note-As:
➡️For the meaning of the term wakil(وَكِيلٌ) in this context, see 17:2.
(১৭:২
وَآتَيْنَا مُوسَى الْكِتَابَ وَجَعَلْنَاهُ هُدًى لِبَنِي إِسْرَائِيلَ أَلَّا تَتَّخِذُوا مِنْ دُونِي وَكِيلًا
আৰু আমি মূছাক কিতাব প্ৰদান কৰিছিলো আৰু সেইখনক আমি বনী ইছৰাঈলৰ বাবে পথনিৰ্দেশক কৰি দিছিলো। যাতে তোমালোকে মোৰ বাহিৰে আন কাকো কৰ্মবিধায়কৰূপে গ্ৰহণ নকৰা।
-Press link for 17:2:
.
👉Note-Sa:
God carries through evolution all things to what they are meant to be. 3:184.
(৩:১৮৪
فَإِنْ كَذَّبُوكَ فَقَدْ كُذِّبَ رُسُلٌ مِنْ قَبْلِكَ جَاءُوا بِالْبَيِّنَاتِ وَالزُّبُرِ وَالْكِتَابِ الْمُنِيرِ
এতেকে যদি সিহঁতে তোমাৰ প্ৰতি মিথ্যাৰোপ কৰে, তেন্তে (জানি থোৱা) তোমাৰ আগত যিবোৰ ৰাছুল স্পষ্ট 1নিদৰ্শন, আচমানী 2ছহীফা আৰু দিপ্তীমান 3কিতাবসহ আহিছিল তেওঁলোকৰ প্ৰতিও মিথ্যাৰোপ কৰা হৈছিল।
[3:184] And (Fa) if (In) they deny you (s) (Kazzabuu-ka), then (Fa) they had already (Qad') denied (Kuzziba)messengers (Rusulun) before you (Min Qab'li-ka), who came with (Jaa'uu Bi) ⚡proofs 1
(El'Bayyinaati), ⚡scripture 2
(Ez'Zuburi), and (Wa) the enlightening (El'Muniir) ⚡Book 3(El'Kitaabi). 
.___________________________________________
🔴৩৯:৬৩
لَهُ مَقَالِيدُ السَّمَاوَاتِ وَالْأَرْضِ ۗ وَالَّذِينَ كَفَرُوا بِآيَاتِ اللَّهِ أُولَٰئِكَ هُمُ الْخَاسِرُونَ
আকাশসমূহ আৰু পৃথিৱীৰ চাবিসমূহ তেওঁৰ ওচৰতেই। আৰু যিসকলে আল্লাহৰ আয়াতসমূহক* অস্বীকাৰ কৰে সিহঁতেই ক্ষতিগ্ৰস্ত।
.
👉BB-ref:(16:104)*
১৬:১০৪
إِنَّ الَّذِينَ لَا يُؤْمِنُونَ بِآيَاتِ اللَّهِ لَا يَهْدِيهِمُ اللَّهُ وَلَهُمْ عَذَابٌ أَلِيمٌ
নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহৰ প্ৰতি ঈমান পোষণ নকৰে, সিহঁতক আল্লাহে হিদায়ত নকৰিব আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
.
👉Verse/note:
39:63 To Him belong the keys of the heavens and the earth. Those who deny the Signs of God (in the Universe) – it is those who are the losers.(sa).

Note:
God has made His forces in nature subservient to mankind, thus enabling them to explore the Universe through science.  2:30.
আল্লাহে প্ৰকৃতিত থকা তেওঁৰ শক্তিসমূহক মানৱজাতিৰ অধীন কৰি ৰাখিছে, যাৰ ফলত তেওঁলোকে বিজ্ঞানৰ জৰিয়তে বিশ্বব্ৰহ্মাণ্ডখন অন্বেষণ কৰিবলৈ সক্ষম হৈছে।  ২:৩০।
(২:৩০
وَإِذْ قَالَ رَبُّكَ لِلْمَلَائِكَةِ إِنِّي جَاعِلٌ فِي الْأَرْضِ خَلِيفَةً ۖ قَالُوا أَتَجْعَلُ فِيهَا مَنْ يُفْسِدُ فِيهَا وَيَسْفِكُ الدِّمَاءَ وَنَحْنُ نُسَبِّحُ بِحَمْدِكَ وَنُقَدِّسُ لَكَ ۖ قَالَ إِنِّي أَعْلَمُ مَا لَا تَعْلَمُونَ
আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক ক’লে, নিশ্চয় মই পৃথিৱীত খলিফা  সৃষ্টি কৰিবলৈ থিৰ কৰিছো। সিহঁতে ক’লে, তুমি পৃথিৱীত এনে এটা জীৱ সৃষ্টি কৰিব বিচৰা নেকি, যিয়ে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিব আৰু তেজ প্ৰবাহিত কৰিব?  আৰু আমিতো তোমাৰ হামদসহ তছবীহ পাঠ কৰিয়েই থাকো, লগতে তোমাৰ পৱিত্ৰতা ঘোষণা কৰো। তেওঁ ক’লে, ‘নিশ্চয় মই যিটো জানো তোমালোকে সেইটো নাজানা’ ।
-Pl find the verse note 2:30-Press the link:
.___________________________________________
🔴৩৯:৬৪
قُلْ أَفَغَيْرَ اللَّهِ تَأْمُرُونِّي أَعْبُدُ أَيُّهَا الْجَاهِلُونَ
কোৱা, ‘হে অজ্ঞসকল! তোমালোকে মোক আল্লাহৰ বাহিৰে আনৰ ইবাদত কৰিবলৈ নিৰ্দেশ দিয়া নেকি’?
.___________________________________________
🔴৩৯:৬৫
وَلَقَدْ أُوحِيَ إِلَيْكَ وَإِلَى الَّذِينَ مِنْ قَبْلِكَ لَئِنْ أَشْرَكْتَ لَيَحْبَطَنَّ عَمَلُكَ وَلَتَكُونَنَّ مِنَ الْخَاسِرِينَ
অৱশ্যে তোমাৰ প্ৰতি আৰু তোমাৰ পূৰ্বৱৰ্তীসকলৰ প্ৰতি অহী কৰা হৈছে যে, ‘যদি তুমি শ্বিৰ্ক* কৰা তেন্তে তোমাৰ সকলো আমল নিষ্ফল হৈ যাব আৰু অৱশ্যে তুমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’বা।
.
👉Shrik*(partnership)-by sam.
(Anything made — whether the fruit of our hands, our imaginations, or found in Creation — is not God or not from God.
.
✍️BB-ref:(72:20)*
৭২:২০
قُلْ إِنَّمَا أَدْعُو رَبِّي وَلَا أُشْرِكُ بِهِ أَحَدًا
কোৱা, ‘মই কেৱল মোৰ প্ৰতিপালককেই আহ্বান কৰো আৰু তেওঁৰ লগত আন কাকো আংশী নকৰো’।
.___________________________________________
🔴৩৯:৬৬
بَلِ اللَّهَ فَاعْبُدْ وَكُنْ مِنَ الشَّاكِرِينَ
‘বৰং তুমি কেৱল আল্লাহৰেই ইবাদত কৰা আৰু কৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত হোৱা’।
.
👉Note:
Shukr = Gratitude = Keeping God’s bounties open for the benefit of others thus obtaining the best possible and collective results. It does not end with verbal thanks alone(sa).
আল্লাহৰ উপহাৰ আনৰ সুবিধাৰ বাবে মুকলি কৰি ৰখা যাতে সম্ভৱপৰ উত্তম আৰু সামূহিক ফলাফল পোৱা যায়।  কেৱল মৌখিক ধন্যবাদেৰেই শেষ নহয়।
(Extra: 
Obedience to the commands of Allah is the most practical form of gratitude. By obeying Allah, you are acknowledging His supremacy over you, and His many favors upon you. Therefore, make every effort to enjoin what is right and forbid what is wrong. Strive for the truth even if it goes against you or those close to you. On the other hand, placing your personal interests above the commands of Allah is sheer ingratitude which hampers your spiritual growth).
.___________________________________________
🔴৩৯:৬৭
وَمَا قَدَرُوا اللَّهَ حَقَّ قَدْرِهِ وَالْأَرْضُ جَمِيعًا قَبْضَتُهُ يَوْمَ الْقِيَامَةِ وَالسَّمَاوَاتُ مَطْوِيَّاتٌ بِيَمِينِهِ ۚ سُبْحَانَهُ وَتَعَالَىٰ عَمَّا يُشْرِكُونَ
আৰু সিহঁতে আল্লাহক যথোচিত সন্মান কৰা নাই অথচ কিয়ামতৰ দিনা গোটেই পৃথিৱী থাকিব তেওঁৰ হাতৰ মুঠিত আৰু আকাশসমূহ তেওঁৰ সোঁহাতত মেৰিয়াই থোৱা অৱস্থাত থাকিব। পৱিত্ৰ আৰু মহান তেওঁ, সিহঁতে যিবোৰক অংশীস্থাপন কৰে তেওঁ সেইবোৰৰ পৰা বহু উৰ্দ্ধত।
.
👉Greatness of God.
পৃথিৱী নামৰ অসীম ক্ষুদ্ৰ টোপোলাটোত মেৰী, যীচু, মহম্মদৰ দৰে ক্ষুদ্ৰ জীৱবোৰ বাস কৰিছিল।  তথাপিও কিছুমান মানুহে এই শক্তিহীন মানুহবোৰক দেৱতা হিচাপে স্থাপন কৰে! Press link:
.
👉Note:
These are of course allegorical terms as God is above any measurement, shape and size. He is far beyond what we can imagine, He is simply God. See verses and footnotes 6:19; 112:1-4.(sig).
.
👉Verse/note:
39:67 And they (mankind) do not esteem God as He should be esteemed. When mankind stand at their feet, His law will be held Supreme in the human society as it is in the Universe. (As an allegory) on the Resurrection Day the entire earth will be as a mere handful to Him, and the skies will be rolled up in His Right Hand. Glorious is He, Sublimely Exalted above all that they associate with Him.(sa).

Note 22
6:92, 21:20, 22:75, 43:84. Belief in the Day of Judgment is Faith 2:177. However, many verses of the Qur’an refer to recompense in both worlds: For example, individual success and failure, rise and fall of nations, Hell and Paradise. Verses 39:67 may apply to both lives especially when we consider  39:69 
and 39:74 describing the earth shining with the light of its Lord, and the inheritance of the earth by those who believe in Him.
(Google translate no guarantee:
৬:৯২, ২১:২০, ২২:৭৫, ৪৩:৮৪।  বিচাৰৰ দিনত বিশ্বাস কৰাটোৱেই হৈছে বিশ্বাস ২:১৭৭।  কিন্তু কোৰআনৰ বহু আয়াতত দুয়োখন জগততে প্ৰতিদানৰ কথা উল্লেখ কৰা হৈছে: যেনে, ব্যক্তিগত সফলতা আৰু বিফলতা, জাতিসমূহৰ উত্থান-পতন, নৰক আৰু জান্নাত।  ৩৯:৬৭ পদ দুয়োটা জীৱনৰ বাবে প্ৰযোজ্য হ’ব পাৰে বিশেষকৈ যেতিয়া আমি ৩৯:৬৯ পদটো বিবেচনা কৰোঁ
 আৰু ৩৯:৭৪ পদত পৃথিৱীখনক নিজৰ প্ৰভুৰ পোহৰেৰে উজ্জ্বল হোৱাৰ বৰ্ণনা কৰা হৈছে আৰু তেওঁক বিশ্বাস কৰাসকলে পৃথিৱীৰ উত্তৰাধিকাৰীত্বৰ বৰ্ণনা কৰিছে)
.
👉Verse/note:
68. When the first trumpet of this Revolution is sounded, everyone in the heavens and 
on earth would be shocked with panic; except those who as per Allah’s Law of Mashiyyat☘️
did not let their senses swoon (27:87).
Then, at the time of the second sounding of the trumpet, they will all stand up and see for 
themselves the Divine Rabubiyat unveiled (83:6).pz.
(☘️”Illa Man Shaallah” is normally taken to mean ‘without exception’. In Ayat (27:87) the Quran 
has itself explained the exception. In the light of this, the above explanation has been preferred).
.___________________________________________
🔴৩৯:৬৮
وَنُفِخَ فِي الصُّورِ فَصَعِقَ مَنْ فِي السَّمَاوَاتِ وَمَنْ فِي الْأَرْضِ إِلَّا مَنْ شَاءَ اللَّهُ ۖ ثُمَّ نُفِخَ فِيهِ أُخْرَىٰ فَإِذَا هُمْ قِيَامٌ يَنْظُرُونَ
আৰু শিঙাত ফুঁ দিয়া হ’ব। ফলত আকাশসমূহত যিসকল আছে আৰু পৃথিৱীত যিসকল আছে সিহঁত আটায়ে অজ্ঞান হৈ পৰিব, কেৱল আল্লাহে ইচ্ছা কৰা ব্যক্তিসকলৰ বাহিৰে। তাৰ পিছত আকৌ শিঙাত ফুঁ দিয়া হ’ব, ফলত তৎক্ষণাত সিহঁতে থিয় হৈ থৰ লাগি চাই থাকিব।
.
👉The day of Resurrection-কিয়ামতৰ দিন:
.___________________________________________
🔴৩৯:৬৯
وَأَشْرَقَتِ الْأَرْضُ بِنُورِ رَبِّهَا وَوُضِعَ🚩الْكِتَابُ وَجِيءَ بِالنَّبِيِّينَ وَالشُّهَدَاءِ وَقُضِيَ بَيْنَهُمْ بِالْحَقِّ وَهُمْ لَا يُظْلَمُونَ
আৰু পৃথিৱী তেওঁৰ প্ৰতিপালকৰ নূৰত উদ্ভাসিত হ'ব আৰু (❌আমলনামা) আল-কিতাব🚩 উপস্থাপন কৰা হ'ব। নবীসকলক আৰু সাক্ষীসকলক উপস্থিত কৰা হ'ব আৰু তেওঁলোকৰ মাজত ন্যায় বিচাৰ কৰা হ'ব, এনেকৈ যে সিহঁত কাৰো প্ৰতি অন্যায় কৰা নহ’ব।
.
👉Verse/note/corrections:Press link:
.
👉Verse/note:
39:69. At that time the Earth (the human society) will glow with the effulgence of Allah’s
Law of Rabubiyyat and every matter would be decided according to the Divine Code🚩(কোৰআন). In this way the (perfect) order for which Anbia had been sent and the Momineen had stood witness to, would be established and completed. All human affairs would be decided with justice and no one will be wronged or given less than his due.pz.
.___________________________________________
WORD BY WORD MEANING. BB:
[39:60] And (Wa) on the Day of Resurrection (Yaw'mal' Qiyaamati) you will see (Taraa) those who
(Ellaziina) lied (Kazabu') about GOD (Ålaallahi)
with their faces (Wujuuhu-hum) blackened(Mus'waddatun). 
Is (A-) there no (-lai'sa) abode (Math'wan) in (Fii) Hell (Jahannama) for the arrogant (Lil' Mutakabbiriin)?
[39:61] And (Wa) GOD (Ellahu) will rescue (Yunajji) those who (Ellaziina) were pious (Ettaqaw') by (Bi)
their achievement (Mafaazati-him'); no (Laa) evil (Es'Suu'u) will touch them (Yamassu-humu), nor (Walaa)
will they (Hum') grieve (Yah'zanuun). 
[39:62] GOD (Ellahu) is the Creator (Khaaliqu) of all (Kulli) things (Shai'in), and (Wa) HE (Huwa) is a Representative (Wakiil) over (Ålaa) all (Kulli) things (Shai'in). 
[39:63] To HIM belongs (Lahu) the keys (Maqaaliidu) of the heavens (Es'Samaawaati) and the earth (Wal'
Ar'di). As for (Wa) those who (Ellaziina) disbelieve (Kafaru') in (Bi) the verses of GOD (16:104) (Aayaati-llahi); 
they (Humu) are those (U'laaika) who are the losers (El'Khaasiruun). 
[39:64] Say (Qul'): "So is it (Afa-) other than (-gaira) GOD (Ellahi) you command me (Ta'muruu-nii) to worship (A'budu), you (Ayyuha) ignorant ones (El'Jaahiluun)?"
[39:65] And (Wa) it has certainly (Laqad') been inspired (Uuhiya) to you (s) (ilai'ka) and (Wa) to (ilaa) those (Ellaziina) before you (Min Qab'li-ka) that if (Lain') you associate others (72:20) (Ash'rak'ta), your work 
(Åmalu-ka) will become (La) worthless (Yah'batonna), and (Wa) you would (La) be (Takuunanna) among
(Mina) the losers (El'Khaasiriin). 
[39:66] But (Fa) rather (Bali), worship (E'bud') GOD (Ellaha) and (Wa) be (Kun) among (Mina) the grateful (Es'Shaakiriin).
[39:67] And (Wa) they do not (Maa) value GOD (Qadaru'llaha)
with HIS (-hi) true (Haqqa) value (Qad'ri-), while (Wa) the whole (Jamii'ån) earth (El'Ar'du) will be HIS fistful (Qab'datu-hu) on the Day of Resurrection (Yaw'mal' Qiyaamati), and (Wa) the heavens (Es'Samaawaatu) will be folded (Mat'wiyyaatu) in 
(Bi) HIS right hand (Yamiini-hi). Glory be to HIM (Sub'haana-hu) and (Wa) exalted (Taåålaa) above what 
(Åmmaa) they associate (Yush'rikuun). 
[39:68] And (Wa) the horn (Es'Suuri) will be blown (Nufikha Fii), then (Fa) whoever (Man) is in (Fii) the 
heavens (Es'Samaawaati) and whoever (Waman) is on the earth (Fiil' Ar'di) will be stunned (Soeqa) except
(illa) whom (Man) GOD wills (Shaa'a-llahu). Then (Thumma) it will be blown (Nufikha Fiihi) again
(Ukh'raa), and (Fa) then (Izaa) they will be standing (Qiyaamun) and looking (Yanzuruun).
[39:69] And (Wa) the earth (El'Ar'du) will shine (Ash'raqati) with (Bi) the light (Nuuri) of its LORD (Rabbi-haa), and (Wa) the register (El'Kitaabu) will be placed (Wudiå), and (Wa) the prophets (En'Nabiyyiina) and 
the witnesses (Es'Shuhadaai) will be brought forth (Jii'a Bi), and (Wa) it will be judged (Qudiya) between 
them (Bai'nahum) in truth (Bil' Haqqi), and they (Hum') will not (Laa) be wronged (Yuz'lamuun).
.___________________________________________
🟩jiaulhussain(syedraf) #muktabulhussain
🟧Date of Starting(Video)~10/August/2021
🟥Date of Today ~ 05.12.2022-N.villa
🟦Work Progress ~ 
🟨Approx. Pages~3,196 nos.
⬛Part ~ 429 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
.___________________________________________
•Syed Raf(Facebook): https://bit.ly/3UvAodN
•Muktabul-Hussain-UT https://bit.ly/3h1bchy
.___________________________________________
CONTINUE....
.___________________________________________

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)