🟨Part-423(39:09-15)Az-Zumar(The Groups)

✔️Part-423(39:09-15)Az-Zumar(The Groups)
"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ"
.___________________________________________
মিনি সূচিঃPart-423(39:09-15)Az-Zumar
৩৯:১০✅(There is always a possibility of doing good and "migrating from evil unto God" - which is the permanent,spiritual connotation of the concept of hijrah implied-See link)
৩৯:১১✅(Decades and centuries after Muhammed(a.s.), muslims deserted the Quran and gave up dedicating themselves to God alone- See sp link)
৩৯:১২✅(মহম্মদ-আ:ছা: প্ৰথম মুছলিম আছিল নেকি?-See Note)
৩৯:১৩(মহম্মদে-আ:ছা: নিজেই  মহাদিৱসৰ শাস্তিলৈ ভয় কৰে, আপোনাক কি বচাব?)
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
.___________________________________________
🔵৩৯:৯
أَمَّنْ هُوَ قَانِتٌ آنَاءَ اللَّيْلِ سَاجِدًا وَقَائِمًا يَحْذَرُ الْآخِرَةَ وَيَرْجُو رَحْمَةَ رَبِّهِ ۗ قُلْ هَلْ يَسْتَوِي الَّذِينَ يَعْلَمُونَ وَالَّذِينَ لَا يَعْلَمُونَ ۗ إِنَّمَا يَتَذَكَّرُ أُولُو الْأَلْبَابِ
যি ব্যক্তিয়ে ৰাতিৰ⭐ বিভিন্ন প্ৰহৰত ছাজদাৱনত হৈ আৰু থিয় হৈ আনুগত্য প্ৰকাশ কৰে, আখিৰাতক ভয় কৰে আৰু নিজ প্ৰতিপালকৰ অনুগ্ৰহ প্ৰত্যাশা কৰে, (তেওঁ তাৰ দৰেনে যিয়ে এইবোৰ নকৰে?) কোৱা, ‘যিসকলে জানে আৰু যিসকলে নাজানে সিহঁত সমান হ’ব পাৰেনে’🔺? নিশ্চয় কেৱল বোধশক্তিসম্পন্ন ব্যক্তিসকলেহে উপদেশ গ্ৰহণ কৰে।
.
✍️BB-ref:(73:20)⭐
৭৩:২০
۞ إِنَّ رَبَّكَ يَعْلَمُ أَنَّكَ تَقُومُ أَدْنَىٰ مِنْ ثُلُثَيِ اللَّيْلِ وَنِصْفَهُ وَثُلُثَهُ وَطَائِفَةٌ مِنَ الَّذِينَ مَعَكَ ۚ وَاللَّهُ يُقَدِّرُ اللَّيْلَ وَالنَّهَارَ ۚ عَلِمَ أَنْ لَنْ تُحْصُوهُ فَتَابَ عَلَيْكُمْ ۖ فَاقْرَءُوا مَا تَيَسَّرَ مِنَ الْقُرْآنِ ۚ عَلِمَ أَنْ سَيَكُونُ مِنْكُمْ مَرْضَىٰ ۙ وَآخَرُونَ يَضْرِبُونَ فِي الْأَرْضِ يَبْتَغُونَ مِنْ فَضْلِ اللَّهِ ۙ وَآخَرُونَ يُقَاتِلُونَ فِي سَبِيلِ اللَّهِ ۖ فَاقْرَءُوا مَا تَيَسَّرَ مِنْهُ ۚ وَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ وَأَقْرِضُوا اللَّهَ قَرْضًا حَسَنًا ۚ وَمَا تُقَدِّمُوا لِأَنْفُسِكُمْ مِنْ خَيْرٍ تَجِدُوهُ عِنْدَ اللَّهِ هُوَ خَيْرًا وَأَعْظَمَ أَجْرًا ۚ وَاسْتَغْفِرُوا اللَّهَ ۖ إِنَّ اللَّهَ غَفُورٌ رَحِيمٌ
নিশ্চয় তোমাৰ প্ৰতিপালকে জানে যে, তুমি ছালাতৰ বাবে থিয় দিয়া কেতিয়াবা ৰাতিৰ প্ৰায় দুই-তৃতীয়াংশত, কেতিয়াবা অৰ্ধাংশত আৰু কেতিয়াবা এক-তৃতীয়াংশত আৰু তোমাৰ লগত থকাসকলৰ এটা দলেও থিয় দিয়ে। আৰু আল্লাহেই নিৰ্ধাৰণ কৰে দিন আৰু ৰাতিৰ পৰিমাণ। তেওঁ জানে যে, তোমালোকে ইয়াৰ সঠিক নিৰ্ধাৰণ পালন কৰিব নোৱাৰিবা, সেয়ে তেওঁ তোমালোকক ক্ষমা কৰিলে। এতেকে তোমালোকে কোৰআনৰ পৰা যিমানখিনি সহজ হয় সিমানখিনি পাঠ কৰা। তেওঁ জানে যে, তোমালোকৰ মাজৰ কোনো কোনোৱে অসুস্থ হৈ পৰিব, আকৌ কোনোবাই আল্লাহৰ অনুগ্ৰহ সন্ধান কৰিবলৈ ভ্ৰমণ কৰিব আৰু আন কিছুমানে আল্লাহৰ পথত যুদ্ধৰত অৱস্থাত থাকিব। সেয়ে তোমালোকে কোৰআনৰ পৰা যিমানখিনি সহজ হয় সেইখিনি পাঠ কৰা; আৰু তোমালোকে ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা লগতে আল্লাহক উত্তম ঋণ প্ৰদান কৰা। তোমালোকৰ নিজৰ মঙ্গলৰ বাবে তোমালোকে যি আগতীয়াকৈ প্ৰেৰণ কৰিবা সেয়া আল্লাহৰ ওচৰত পাবা। ই উৎকৃষ্টতম আৰু পুৰষ্কাৰ হিচাপে বৰ মহৎ। আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি থাকা; নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
.
✍️Ap-ref:3:113🔺
৩:১১৩
۞ لَيْسُوا سَوَاءً ۗ مِنْ أَهْلِ الْكِتَابِ أُمَّةٌ قَائِمَةٌ يَتْلُونَ آيَاتِ اللَّهِ آنَاءَ اللَّيْلِ وَهُمْ يَسْجُدُونَ
সিহঁত সকলো সমান নহয়। কিতাবীসকলৰ মাজত অবিচলিত এটা দল আছে; সিহঁতে ৰাতি আল্লাহৰ আয়াতসমূহ তিলাৱাত কৰে আৰু সিহঁতে ছাজদা কৰে।
(find verse notes 3:113:link:
.___________________________________________
🔵৩৯:১০
قُلْ يَا عِبَادِ الَّذِينَ آمَنُوا اتَّقُوا رَبَّكُمْ ۚ لِلَّذِينَ أَحْسَنُوا فِي هَٰذِهِ الدُّنْيَا حَسَنَةٌ ۗ وَأَرْضُ اللَّهِ وَاسِعَةٌ ۗ إِنَّمَا يُوَفَّى الصَّابِرُونَ أَجْرَهُمْ بِغَيْرِ حِسَابٍ
জনাই দিয়া, ‘হে মোৰ মুমিন বান্দাসকল! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা@ অৱলম্বন কৰা। যিসকলে এই পাৰ্থিৱ জীৱনত কল্যাণকৰ কাম কৰে তেওঁলোকৰ বাবে আছে কল্যাণ। আল্লাহৰ পৃথিৱী📍 বিশাল প্ৰশস্ত, কেৱল ধৈৰ্যশীলসকলকেই তেওঁলোকৰ প্ৰতিদান অগণিতভাৱে পূৰ্ণৰূপে প্ৰদান কৰা হ’ব’।
.
✍️Taqwa@:Presslink: https://bit.ly/3ASq34A
.
আল্লাহৰ পৃথিৱী📍https://muktabulraf.blogspot.com/2022/11/3910-versenote.html?m=1
.___________________________________________
🔵৩৯:১১(DON'T LOSE FOCUS - SERVE IN GOD'S SYSTEM)
قُلْ إِنِّي أُمِرْتُ أَنْ أَعْبُدَ اللَّهَ مُخْلِصًا لَهُ الدِّينَ
কোৱা, ‘মোক আদেশ কৰা হৈছে, মই যেন আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ কেৱল তেওঁৰেই ইবাদত কৰো,
.
✍️ Verse/sp.note: Press link:
.___________________________________________
🔵৩৯:১২
وَأُمِرْتُ لِأَنْ أَكُونَ أَوَّلَ الْمُسْلِمِينَ
‘মোক আৰু আদেশ কৰা হৈছে, ময়ে যেন প্ৰথম মুছলিম হওঁ’।
.
✍️BB-ref:(6:163)
.
✍️Note:
প্ৰশ্ন:
৬:১৪, ১৬৩ আৰু ৩৯:১২ আয়াতত কোৱাৰ দৰে মহম্মদে-আ:ছা: সৰ্বপ্ৰথমে আল্লাহৰ ওচৰত (অৰ্থাৎ প্ৰথম মুছলিম) মূৰ নত কৰিছিল নেকি?
.
উত্তৰ নহয়:
The Quran speaks of every messenger as the first believer from among his own people, and the first among them to submit to Almighty God (be a Muslim).

Abraham, his sons and Jacob were former Muslims (2:132) as were all the earlier prophets (28:52-53), and Jesus' disciples (3:52)were Muslims.
.___________________________________________
🔵৩৯:১৩
قُلْ إِنِّي أَخَافُ إِنْ عَصَيْتُ رَبِّي عَذَابَ يَوْمٍ عَظِيمٍ
কোৱা, ‘মই যদি মোৰ প্ৰতিপালকৰ অবাধ্য হওঁ তেন্তে মই ভয় কৰো মহাদিৱসৰ শাস্তিৰ’।
.
✍️Verse/note:
13. And tell them that, Allah's Law of Mukafat is such that (in terms of consequences 
no one is spared or given any sort of concession; and let alone others) if even I were to 
disobey these laws, I too will be unable to escape the chastisement on the Great Day (of 
Decisions). (If this is my own position, then how can I save others from facing the consequences. No one can help in this regard.)
.___________________________________________
🔵৩৯:১৪
قُلِ اللَّهَ أَعْبُدُ مُخْلِصًا لَهُ دِينِي
কোৱা, ‘মই আল্লাহৰ প্ৰতি মোৰ আনুগত্যক একনিষ্ঠ কৰি কেৱল তেওঁৰেই ইবাদত কৰো’।
.___________________________________________
🔵৩৯:১৫
فَاعْبُدُوا مَا شِئْتُمْ مِنْ دُونِهِ ۗ قُلْ إِنَّ الْخَاسِرِينَ الَّذِينَ خَسِرُوا أَنْفُسَهُمْ وَأَهْلِيهِمْ يَوْمَ الْقِيَامَةِ ۗ أَلَا ذَٰلِكَ هُوَ الْخُسْرَانُ الْمُبِينُ
‘এতেকে তোমালোকে আল্লাহৰ পৰিবৰ্তে যাৰ ইচ্ছা তাৰে ইবাদত কৰা’। কোৱা, ‘ক্ষতিগ্ৰস্ত সিহঁতেই যিসকলে কিয়ামতৰ দিনা নিজৰ আৰু নিজ পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰে। জানি থোৱা! এইটোৱেই সুস্পষ্ট ক্ষতি’।
.
✍️Note:
Implying that on Resurrection Day they will be irretrievably separated from all whom they had loved, and all who had been close to them in this world. The "loss of one's own self" signifies, the destruction of one's true identity and uniqueness as a human being, which is described in the next clause as "the most obvious loss" that man may be made to suffer in the life to come.(as).
(Google translate no guarantee:
ইয়াৰ অৰ্থ হ’ল যে পুনৰুত্থানৰ দিনা তেওঁলোকে যিসকলক ভাল পাইছিল, আৰু এই জগতত তেওঁলোকৰ ওচৰত থকা সকলোৰে পৰা অপ্ৰত্যাৱৰ্তনযোগ্যভাৱে পৃথক হ’ব।  "নিজৰ আত্মাৰ ক্ষতি"ই বুজায়, মানুহ হিচাপে নিজৰ প্ৰকৃত পৰিচয় আৰু স্বকীয়তাৰ ধ্বংস, যাক পৰৱৰ্তী দফাত "আটাইতকৈ স্পষ্ট ক্ষতি" বুলি বৰ্ণনা কৰা হৈছে যিটো মানুহক আগন্তুক জীৱনত ভুগিবলগীয়া হ'ব পাৰে।)
.___________________________________________
WORD BY WORD MEANING. BB:
[39:9] Is he one who (Amman') is (Huwa) obedient (Qaanitun) during (Aanaa'a) the night (73:20) (Ellai'li), 
prostrating (Saajidan) and (Wa) standing (Qaa'iman), being cautious (Yah'zaru) of the hereafter 
(El'Aakhirata) and hoping for (Yar'ju') the mercy (Rah'mata) of his LORD (Rabbi-hi)? Say (Qul'): "Are (Hal')
those who (Ellaziina) know (Ya'lamuuna) equal (Yas'tawii) to those who (Ellaziina) do not (Laa) know 
(Ya'lamuun)?" Only (Innama) those of intelligence (U'lul' Al'baab) will take heed (Yatazakkaru). 
[39:10] Say (Qul'): "O (Yaa) servants (Ebaadi) who (Ellaziina) believe (Aamanu'), reverence (Ettaqu') your 
LORD (Rabba-kum’). There is good (Hasanatun) in (Fii) this (Haazihi) world (Ed'Dun'ya) for those who 
(Lillaziina) do good (Ah'sanu'), and (Wa) the earth of GOD (Ar'du-llahi) is spacious (Waasiåtun). Only
(Innamaa) those who are patient (Es'Soabiruuna) will be paid (Yuwaffa) their reward (Aj'ra-hum) without 
(Bi-Gai'ri) reckoning (Hisaab)."
[39:11] Say (Qul'): "Indeed, I (Innii) have been commanded (Umir'tu) to (An') worship GOD (A'buda-llaha), 
being sincere (Mukh'lisan) to HIM (Lahu) in religion (Ed'Diin).
[39:12] "And (Wa) I (Mohammed) have been commanded (Umir'tu) to (Li An') be (Akuuna) the first (Awwala) of submitters (El'Mus'limiin)." (6:163)
[39:13] Say (Qul'): "Indeed (Innii) I fear (Akhaafu), the punishment (Åzaaba) of a terrible (Åziim) day (Yaw'min), if (In') I should disobey (Åsoi'tu) my LORD (Rabbii)."
[39:14] Say (Quli): "I worship (A'budu) GOD (Ellaha), being sincere (Mukh'lisoan) to HIM (Lahu) in my 
religion (Diinii),
[39:15] so (Fa) worship (E'budu') whatever (Maa) you want (Shi'tum) besides HIM (Min Duuni-hi)." Say
(Qul'): "Indeed (Inna), the losers (El'Khaasiriina) are those who (Ellaziina) will lose (Khasiruu') their souls 
(Anfusa-hum) and (Wa) their families (Ah'lii-him’) on the Day of Resurrection (Yaw'mal' Qiyaama'). Verily 
(Ala), that (Zaalika) is (Huwa) a clear (El'Mubiin) loss (El'Khus'raanu)."
.___________________________________________
🟩jiaulhussain(syedraf) #muktabulhussain
🟧Date of Starting(Video)~10/August/2021
🟥Date of Today ~ 29.11.2022-N.villa
🟦Work Progress ~ 
🟨Approx. Pages~3,156 nos.
⬛Part ~ 423(39:09-15) ~
.___________________________________________
CONTINUE....
.___________________________________________

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)