🌼Part-405(36:46-60)Ya Sin

✔️Part-405(36:46-60)Ya Sin
✔️"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ"
.____________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
.____________________________________________
মিনি সূচিঃPart-405(36:46-60)Ya Sin
৩৬:৪৭✅(alladhīna kafarū — যিসকলে কোৰআনৰ সতৰ্কবাণীক আওকাণ কৰে-লিংক চাব)(সিহঁতে কেৱল মনেসজা কথাহে কয়)
৩৬:৪৭-৫০(alladhīna kafarūসকলে কোৰআনৰ লগত বাক-বিতণ্ডাত লিপ্ত থকা অৱস্থাতে এটা বিকট শব্দই আক্ৰমণ কৰিব। সিহঁতে তলকিবই নোৱাৰিব)
৩৬:৫১-৫২(যেতিয়া শিঙাত ফুঁ দিয়া হ’ব, তেতিয়াই সিহঁতে কবৰৰ পৰা ওলাই নিজ প্ৰতিপালকৰ পিনে দৌৰি গুচি আহিব।ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! কোনে আমাক আমাৰ নিদ্ৰাস্থলৰ পৰা উঠালে?)
✅(These two verses strongly dismiss the clergy-peddled false concept of punishment in the grave-see note)
৩৬:৫৪(শেষ বিচাৰৰ দিনা কাৰো প্ৰতি অন্যায় কৰা নহব আৰু  যি কৰিছিল কেৱল তাৰেই প্ৰতিফল দিয়া হ’ব।)
৩৬:৫৫(The Life of the People of Paradise)
৩৬:৫৮(ref: যিদিনা জন্নতবাসীয়ে আল্লাহৰ লগত সাক্ষাত কৰিব, সেইদিনা তেওঁলোকৰ অভিবাদন হ’ব ‘ছালাম’)
৩৬:৬০✅(ref: চয়তানৰ ইবাদত নকৰিব)
.____________________________________________
🔵৩৬:৪৬
وَمَا تَأْتِيهِمْ مِنْ ⬅️آيَةٍ مِنْ آيَاتِ رَبِّهِمْ إِلَّا كَانُوا عَنْهَا مُعْرِضِينَ
আৰু যেতিয়াই সিহঁতৰ প্ৰতিপালকৰ ➡️নিদৰ্শনসমূহৰ মাজৰ পৰা কোনো নিদৰ্শন সিহঁতৰ ওচৰত আহে, তেতিয়াই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়।
.
✍️Verse/note:
36:46 and no message of their Sustainer s messages ever reaches them without their turning away from it.

Note.
Or: "no sign of their Sustainer's ➡️signs" - since the noun ayah, repeated several times in the preceding passage, denotes "a message" as well as "a sign".(as).
.____________________________________________
🔵৩৬:৪৭
وَإِذَا قِيلَ لَهُمْ أَنْفِقُوا مِمَّا رَزَقَكُمُ اللَّهُ قَالَ ⬅️الَّذِينَ كَفَرُوا لِلَّذِينَ آمَنُوا أَنُطْعِمُ مَنْ لَوْ يَشَاءُ اللَّهُ أَطْعَمَهُ إِنْ أَنْتُمْ إِلَّا فِي ضَلَالٍ مُبِينٍ
আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আল্লাহে তোমালোকক যি জীৱিকা দান কৰিছে তাৰ পৰা তোমালোকে ব্যয় কৰা’, তেতিয়া ➡️কাফিৰসকলে মুমিনসকলক কয়, ‘আমি তাক খাদ্যদান কৰিমনে, যাক আল্লাহে ইচ্ছা কৰিলেই খুৱাব পাৰে? নিশ্চয় তোমালোক স্পষ্ট বিভ্ৰান্তিত আছা’।
(➡️alladhīna kafarū : 
alladhīna kafarū — those who ignore warning . The Traditionalist renders alladhīna kafarū as those who disbelieve and synonyms thereof.
.
alladhīna kafarū মানে কি?
⬇️
alladhīna kafarū — যিসকলে কোৰআনৰ সতৰ্কবাণীক আওকাণ কৰে।  পৰম্পৰাবাদীয়ে alladhīna kafarūক অবিশ্বাসী আৰু ইয়াৰ প্ৰতিশব্দ বুলি অনুবাদ কৰিছে।
Press Link:
.
✍️Note:
6:149, 16:35, 43:20. ‘Ta’mah’= Feed = Fulfill the needs(sa).
(৬:১৪৯
قُلْ فَلِلَّهِ الْحُجَّةُ الْبَالِغَةُ ۖ فَلَوْ شَاءَ لَهَدَاكُمْ أَجْمَعِينَ
কোৱা, ‘চূড়ান্ত প্ৰমাণ কেৱল আল্লাহৰেই, এতেকে তেওঁ যদি ইচ্ছা কৰিলেহেঁতেন, তেন্তে তোমালোক আটাইকে নিশ্চয় হিদায়ত দিলেহেঁতেন’।
.
১৬:৩৫
وَقَالَ الَّذِينَ أَشْرَكُوا لَوْ شَاءَ اللَّهُ مَا عَبَدْنَا مِنْ دُونِهِ مِنْ شَيْءٍ نَحْنُ وَلَا آبَاؤُنَا وَلَا حَرَّمْنَا مِنْ دُونِهِ مِنْ شَيْءٍ ۚ كَذَٰلِكَ فَعَلَ الَّذِينَ مِنْ قَبْلِهِمْ ۚ فَهَلْ عَلَى الرُّسُلِ إِلَّا الْبَلَاغُ الْمُبِينُ
আৰু যিসকলে শ্বিৰ্ক কৰিছে সিহঁতে কয়, ‘আল্লাহে ইচ্ছা কৰিলে আমি আৰু আমাৰ পিতৃ-পুৰুষসকলে তেওঁৰ বাহিৰে আনৰ ইবাদত নকৰিলোহেঁতেন, আৰু তেওঁৰ বিপৰীতে আমি কোনো বস্তু হাৰামো নকৰিলোহেঁতেন’। সিহঁতৰ পূৰ্বৱৰ্তীসকলেও এনেকুৱাই কৰিছিল। এতেকে ৰাছুলসকলৰ কৰ্তব্য কেৱল সুস্পষ্ট বাণী পৌঁছাই দিয়া নহয় জানো?
.
৪৩:২০
وَقَالُوا لَوْ شَاءَ الرَّحْمَٰنُ مَا عَبَدْنَاهُمْ ۗ مَا لَهُمْ بِذَٰلِكَ مِنْ عِلْمٍ ۖ إِنْ هُمْ إِلَّا يَخْرُصُونَ
সিহঁতে আৰু কয়, ‘ৰহমানে ইচ্ছা কৰিলে আমি এওঁলোকৰ ইবাদত নকৰিলোহেঁতেন’। এই বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই। সিহঁতে কেৱল মনেসজা কথাহে কয়।
.
✍️Verse/note/refs:
36:47. They also raise strange objections. (For instance) They object when they are told 
to keep open and accessible for the needy, the means of nourishment that the Almighty has provided to them. Those who deny the Divine Directives of Rabubiyat tell those who have faith in them, that if Allah had willed that wealth should be distributed in a way that no one remains hungry in the world, then why did He not arrange it so by Himself? Why is He asking human beings to establish a system in which everyone adequately gets the necessities of life? 
Who should tell them that by saying so they are committing a big mistake. (God 
establishes His system in human society by human hands only. The purpose is that human beings should use their ability to choose properly, so that their personalities also develop. 
Otherwise it was not at all difficult for Him (God) to have made mankind devoid of free 
will, just like the other things in the universe which are bound to exist by the Laws of God. By saying that had God wanted so He should have done this Himself, man is denying 
himself the dignity of the freedom of choice and is trying to run away from his responsibility. This is his gross error of judgement (6:149; 16:35; 43:20).pz.
.
✍️Note:
Social Welfare and helping those in need is a duty for every individual. This spending on social 
welfare is not an act of charity but a right to be given to all those entitled to it. See verses 2:215; 21:112.(sig).
.____________________________________________
🔵৩৬:৪৮(The Disbelievers thought that the Day of Resurrection would never come to pass)
وَيَقُولُونَ مَتَىٰ هَٰذَا الْوَعْدُ إِنْ كُنْتُمْ صَادِقِينَ
সিহঁতে কয়, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, এই প্ৰতিশ্ৰুতি কেতিয়া পূৰ্ণ হ’ব’?
.
✍️Ap-ref:
৪২:১৮
يَسْتَعْجِلُ بِهَا الَّذِينَ لَا يُؤْمِنُونَ بِهَا ۖ وَالَّذِينَ آمَنُوا مُشْفِقُونَ مِنْهَا وَيَعْلَمُونَ أَنَّهَا الْحَقُّ ۗ أَلَا إِنَّ الَّذِينَ يُمَارُونَ فِي السَّاعَةِ لَفِي ضَلَالٍ بَعِيدٍ
যিসকলে ইয়াৰ প্ৰতি ঈমান পোষণ নকৰে সিহঁতেই ইয়াক ত্বৰান্বিত কৰিব বিচাৰে। আৰু যিসকলে ঈমান আনিছে তেওঁলোকে ইয়াৰ পৰা ভীত হৈ থাকে আৰু তেওঁলোকে জানে যে, এয়া নিশ্চিতভাৱে সত্য। জানি থোৱা, নিশ্চয় কিয়ামত সম্পৰ্কে যিসকলে বাক-বিতণ্ডা কৰে সিহঁতে ঘোৰ বিভ্ৰান্তিত নিপতিত।
.____________________________________________
🔵৩৬:৪৯
مَا يَنْظُرُونَ إِلَّا صَيْحَةً وَاحِدَةً تَأْخُذُهُمْ وَهُمْ يَخِصِّمُونَ
সিহঁত মাথোন এটা বিকট শব্দৰ অপেক্ষাত আছে, যিটোৱে সিহঁতক বাক-বিতণ্ডাত লিপ্ত থকা অৱস্থাত আক্ৰমণ কৰিব।
.____________________________________________
🔵৩৬:৫০
فَلَا يَسْتَطِيعُونَ تَوْصِيَةً وَلَا إِلَىٰ أَهْلِهِمْ يَرْجِعُونَ
তেতিয়া সিহঁতে অছিয়ত কৰাৰো সমৰ্থ নাপাব আৰু নিজৰ পৰিয়ালবৰ্গৰ ওচৰলৈকো উভতি আহিব নোৱাৰিব।
.____________________________________________
🔵৩৬:৫১(The Trumpet Blast of the Resurrection)
وَنُفِخَ فِي الصُّورِ فَإِذَا هُمْ مِنَ الْأَجْدَاثِ إِلَىٰ رَبِّهِمْ يَنْسِلُونَ
আৰু যেতিয়া শিঙাত ফুঁ দিয়া হ’ব, তেতিয়াই সিহঁতে কবৰৰ পৰা ওলাই নিজ প্ৰতিপালকৰ পিনে দৌৰি গুচি আহিব।
(আজদাথ(الْأَجْدَاثِ)= শৰীৰৰ অৱশিষ্ট = কবৰত থকা বা যিকোনো ঠাইত সিঁচৰতি হৈ থকা শাৰীৰিক অৱশিষ্ট = বিচ্ছিন্ন অৱস্থা-sa)
.
✍️Ap-ref:
৭০:৪৩
يَوْمَ يَخْرُجُونَ مِنَ الْأَجْدَاثِ سِرَاعًا كَأَنَّهُمْ إِلَىٰ نُصُبٍ يُوفِضُونَ
সেইদিনা সিহঁত কবৰৰ পৰা দ্ৰুতবেগত ওলাই আহিব, এনে লাগিব যেনিবা সিহঁতে কোনো লক্ষ্যস্থলৰ ফালে ধাবিত হৈছে,
.____________________________________________
🔵৩৬:৫২
قَالُوا يَا وَيْلَنَا مَنْ بَعَثَنَا مِنْ مَرْقَدِنَا ۜ ۗ هَٰذَا مَا وَعَدَ الرَّحْمَٰنُ وَصَدَقَ الْمُرْسَلُونَ
সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! কোনে আমাক আমাৰ নিদ্ৰাস্থলৰ পৰা উঠালে? দয়াময় আল্লাহে ইয়াৰেই প্ৰতিশ্ৰুতি দিছিল আৰু ৰাছুলসকলেও সত্যহে কৈছিল’।
.
✍️Verse/note:
36:52 They will say, “Oh, woe to us! Who has awakened us from our beds of sleep? This is what the Beneficent promised, and the Messengers spoke the truth.”

Note.(36:51-52)
Marqad = Bed of sleep = Resting place. These two verses strongly dismiss the clergy-peddled false concept of punishment in the grave. And how would God punish people after death before the Day of Judgment. Moreover, many kinds of suffering ‘Azaab are named in the Qur’an, but not once is mentioned ‘Azaabil Qabr.In fact, God never punishes people. We only face His Law of Just Recompense, "As you sow, so shall you reap.”(sa).
.____________________________________________
🔵৩৬:৫৩
إِنْ كَانَتْ إِلَّا صَيْحَةً وَاحِدَةً فَإِذَا هُمْ جَمِيعٌ لَدَيْنَا مُحْضَرُونَ
এইটো হ’ব কেৱল এটা বিকট শব্দ; তেতিয়াই ইহঁত সকলোকে উপস্থিত কৰা হ’ব আমাৰ সন্মুখত,
.
Ap-refs:
৭৯:১৩-১৪
فَإِنَّمَا هِيَ زَجْرَةٌ وَاحِدَةٌ
প্ৰকৃততে এইটো এটা বিৰাট শব্দ।
৭৯:১৪
فَإِذَا هُمْ بِالسَّاهِرَةِ
তত্ক্ষণাত ভূ-পৃষ্ঠত সিহঁতৰ আবিৰ্ভাৱ হ’ব।
.
১৬:৭৭
وَلِلَّهِ غَيْبُ السَّمَاوَاتِ وَالْأَرْضِ ۚ وَمَا أَمْرُ السَّاعَةِ إِلَّا كَلَمْحِ الْبَصَرِ أَوْ هُوَ أَقْرَبُ ۚ إِنَّ اللَّهَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
আকাশসমূহ আৰু পৃথিৱীৰ অদৃশ্য বিষয়াদি (ৰ জ্ঞান কেৱল) আল্লাহৰেই। কিয়ামত (সংঘটিত হোৱা)ৰ বিষয়টো চকুৰ পলকৰ দৰে, অথবা তাতোকৈ কম সময়। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
.
১৭:৫২
يَوْمَ يَدْعُوكُمْ فَتَسْتَجِيبُونَ بِحَمْدِهِ وَتَظُنُّونَ إِنْ لَبِثْتُمْ إِلَّا قَلِيلًا
যিদিনা তেওঁ তোমালোকক আহ্বান কৰিব, আৰু তোমালোকে তেওঁৰ প্ৰশংসাৰ সৈতে তেওঁৰ আহ্বানত সঁহাৰি দিবা আৰু তোমালোকে ধাৰণা কৰিবা যে, তোমালোকে (তাত) অতি কম সময় অৱস্থান কৰিছিলা।
.____________________________________________
🔵৩৬:৫৪
فَالْيَوْمَ لَا تُظْلَمُ نَفْسٌ شَيْئًا وَلَا تُجْزَوْنَ إِلَّا مَا كُنْتُمْ تَعْمَلُونَ
এতেকে আজি কাৰো প্ৰতি অন্যায় কৰা নহব আৰু তোমালোকে যি কৰিছিলা কেৱল তাৰেই প্ৰতিফল দিয়া হ’ব।
.____________________________________________
🔵৩৬:৫৫(The Life of the People of Paradise)
إِنَّ أَصْحَابَ الْجَنَّةِ الْيَوْمَ فِي شُغُلٍ فَاكِهُونَ
নিশ্চয় জান্নাতবাসীসকল আজি আনন্দত মগ্ন থাকিব,
.____________________________________________
🔵৩৬:৫৬
هُمْ وَأَزْوَاجُهُمْ فِي ظِلَالٍ عَلَى الْأَرَائِكِ مُتَّكِئُونَ
তেওঁলোকে আৰু তেওঁলোকৰ স্ত্ৰীসকল সুশীতল ছাঁৰ তলত সুসজ্জিত আসনত আউজি বহিব।
.____________________________________________
🔵৩৬:৫৭
لَهُمْ فِيهَا فَاكِهَةٌ وَلَهُمْ مَا يَدَّعُونَ
তাত থাকিব তেওঁলোকৰ বাবে ফলমূল, আৰু তেওঁলোকে যিটো বিচাৰিব সেইটোৱেই পাব,
.____________________________________________
🔵৩৬:৫৮
سَلَامٌ قَوْلًا مِنْ رَبٍّ رَحِيمٍ
অসীম দয়ালু প্ৰতিপালকৰ তৰফৰ পৰা কোৱা হ’ব ‘ছালাম’ (অভিনন্দন বা নিৰাপত্তা)।
.
✍️Ap-ref:
৩৩:৪৪
تَحِيَّتُهُمْ يَوْمَ يَلْقَوْنَهُ سَلَامٌ ۚ وَأَعَدَّ لَهُمْ أَجْرًا كَرِيمًا
যিদিনা তেওঁলোকে আল্লাহৰ লগত সাক্ষাত কৰিব, সেইদিনা তেওঁলোকৰ অভিবাদন হ’ব ‘ছালাম’। তেওঁলোকৰ বাবে তেওঁ প্ৰস্তুত কৰিছে সন্মানজনক প্ৰতিদান।
.____________________________________________
🔵৩৬:৫৯(The Isolation of the Disbelievers and Their Rebuke on the Day of Resurrection)
وَامْتَازُوا الْيَوْمَ أَيُّهَا الْمُجْرِمُونَ
আৰু ‘হে অপৰাধীসকল! তোমালোকে আজি পৃথক হৈ যোৱা’।
.
✍️Ap-refs:
১০:২৮
وَيَوْمَ نَحْشُرُهُمْ جَمِيعًا ثُمَّ نَقُولُ لِلَّذِينَ أَشْرَكُوا مَكَانَكُمْ أَنْتُمْ وَشُرَكَاؤُكُمْ ۚ فَزَيَّلْنَا بَيْنَهُمْ ۖ وَقَالَ شُرَكَاؤُهُمْ مَا كُنْتُمْ إِيَّانَا تَعْبُدُونَ
আৰু যিদিনা আমি সিহঁত সকলোকে একত্ৰিত কৰি মুশ্বৰিকসকলক সুধিম, ‘তোমালোকে আৰু তোমালোকে যিসকলক অংশী কৰিছিলা সিহঁত (আটায়ে) নিজ নিজ স্থানত অৱস্থান কৰা’; তাৰ পিছত আমি সিহঁতক পৰস্পৰৰ পৰা পৃথক কৰি দিম আৰু সিহঁতে যিবোৰক অংশী কৰিছিল সিহঁতে ক’ব, ‘তোমালোকে আমাৰ ইবাদত কৰা নাছিলা’।
.
৩০:১৪
وَيَوْمَ تَقُومُ السَّاعَةُ يَوْمَئِذٍ يَتَفَرَّقُونَ
আৰু যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা সিহঁত বিভক্ত হৈ পৰিব।
.
৩০:৪৩
فَأَقِمْ وَجْهَكَ لِلدِّينِ الْقَيِّمِ مِنْ قَبْلِ أَنْ يَأْتِيَ يَوْمٌ لَا مَرَدَّ لَهُ مِنَ اللَّهِ ۖ يَوْمَئِذٍ يَصَّدَّعُونَ
এতেকে তুমি সৰল-সঠিক দ্বীনত নিজকে প্ৰতিষ্ঠিত ৰখা, আল্লাহৰ তৰফৰ পৰা সেই দিন অহাৰ পূৰ্বেই, যিটো দিন অনিবাৰ্য। সেইদিনা মানুহ বিভক্ত হৈ পৰিব।
.
৩৭:২২-২৩
۞ احْشُرُوا الَّذِينَ ظَلَمُوا وَأَزْوَاجَهُمْ وَمَا كَانُوا يَعْبُدُونَ
(ফিৰিস্তাসকলক কোৱা হ’ব) ‘একত্ৰিত কৰা যালিমসকলক আৰু সিহঁতৰ সঙ্গী-সাৰথিসকলক আৰু সেইবোৰকো যিবোৰৰ সিহঁতে ইবাদত কৰিছিল,
৩৭:২৩
مِنْ دُونِ اللَّهِ فَاهْدُوهُمْ إِلَىٰ صِرَاطِ الْجَحِيمِ
আল্লাহৰ বাহিৰে, আৰু সিহঁতক জাহান্নামৰ পথ দেখুৱাই দিয়া,
.____________________________________________
🔵৩৬:৬০
۞ أَلَمْ أَعْهَدْ إِلَيْكُمْ يَا بَنِي آدَمَ أَنْ لَا تَعْبُدُوا الشَّيْطَانَ ۖ إِنَّهُ لَكُمْ عَدُوٌّ مُبِينٌ
হে আদম সন্তান! মই তোমালোকক এইমৰ্মে নিৰ্দেশ দিয়া নাছিলোনে যে, তোমালোকে চয়তানৰ ইবাদত নকৰিবা, কাৰণ সি তোমালোকৰ প্ৰকাশ্য শত্ৰু?
.
✍️Verse/note:
36:60 Did I not enjoin on you, O you children of Adam, that you should not worship Satan – since, verily, he is your open foe.

Note.
For the meaning of what the Qur'an describes as "worship of Satan", see  on 19:44.(as).
(১৯:৪৪
يَا أَبَتِ لَا تَعْبُدِ الشَّيْطَانَ ۖ إِنَّ الشَّيْطَانَ كَانَ لِلرَّحْمَٰنِ عَصِيًّا
‘হে মোৰ পিতা! চয়তানৰ ইবাদত নকৰিব। নিশ্চয় চয়তান ৰহমানৰ অবাধ্য।
(Note is Google translated:
আল্লাহৰ বাহিৰে আন যিকোনো বস্তু বা কাৰোবাৰ ওপৰত ঐশ্বৰিক গুণৰ আৰোপ কৰাৰ অন্তৰ্নিহিত অৰ্থহীনতাক ইয়াত, ইংগিতৰ দ্বাৰা, চয়তানে তেওঁৰ সৃষ্টিকৰ্তাৰ বিৰুদ্ধে বিদ্ৰোহত প্ৰতীকিত অযুক্তিকৰ আৰু অকৃতজ্ঞতাৰ প্ৰতিমূৰ্তি "পূজা" কৰাৰ সমতুল্য বুলি ঘোষণা কৰা হৈছে।  এই সম্পৰ্কে মন কৰিবলগীয়া যে শ্বায়তান শব্দটো শতানা ক্ৰিয়াৰ পৰা উদ্ভৱ হৈছে, ইয়াৰ অৰ্থ হৈছে "তেওঁ [বা "হ'ল"] [সত্যৰ পৰা] দূৰৈত আছিল" ;  সেয়েহে, কোৰআনে সত্য, যুক্তি আৰু নৈতিকতাৰ বিৰুদ্ধে সহজাতভাৱে আঘাত কৰা প্ৰতিটো প্ৰেৰণাক "চয়তানী" বুলি বৰ্ণনা কৰিছে আৰু এনে চয়তানী প্ৰভাৱৰ বশৱৰ্তী হোৱাৰ প্ৰতিটো সচেতন কাৰ্য্যক "চয়তানৰ ইবাদত" বুলি বৰ্ণনা কৰিছে।(as).
.____________________________________________
WORD BY WORD MEANING:BB:
[36:46] And (Wa) no (Maa Min') verse (sign) (Aayatin) comes to them (Ta'tii-him) from (Min') the verses
(Aayaati) of their LORD (Rabbi-him') except (illa) they (Kaanu') turn away from it (Mu'ridiin Ån'haa). 
[36:47] And (Wa) when (Izaa) they are told (Qiila Lahum'), "Disburse (Anfiqu') from what (Mimmaa) GOD 
(Ellahu) has provided for you (Razaqa-kumu), those who (Ellaziina) disbelieve (Kafaru') say (Qaala) to those 
who (Lillaziina) have believed (Aamanuu'), "Should we feed (Anut'emu) one whom (Man), if (Law') GOD 
(Ellahu) had willed (Yashaa'u), He could have fed (At'åma-hu)? You (the believers) (Antum') are only (In' illa) in 
(Fii) clear (Mubiin) error (Dolaalin)."
[36:48] And (Wa) they say (Yaquuluuna), "When (Mataa) is this (Haaza) promise (El'Wa'du), if (In) you 
should be (Kuntum') truthful (Soadiqiin)?" 
[36:49] They are not (Maa) waiting (Yanzuruuna) except (illa) one (Waahidatan) blast (blow) (Soi'hatan) to 
seize them (Ta'khuzu-hum') while (Wa) they (Hum') are in opposition (Yakhissimuun), 
[36:50] and (Fa) they will not (Laa) be able to (Yas'tatiiuuna) bequest (make a will) (Taw'siyatan), nor (Walaa)
return (Yar'jiuun) to (ilaa) their people (Ah'li-him'). 
[36:51] And (Wa) the horn (Es'Suuri) will be blown (Nufikha Fii), and (Fa) then (Izaa) they (Hum) will be 
reproduced (Yansiluun) from (Mina) the tombs (El'Aj'daathi) to (ilaa) their LORD (Rabbi-him'). 
[36:52] They will say (Qaalu'), "O (Yaa) woe to us (Wai'la-naa)! Who (Man) has resurrected us (Baåtha-naa)
from (Min) our mausoleum (Mar'qadi-naa)?" "This (Haaza) is what (Maa) the GRACIOUS (Er' Rah'maanu)
had promised (Waåda), and (Wa) the messengers (El'Mur'saluun) spoke the truth (Sodaqa)."
[36:53] It will only (In illa) be (Kaanat') one (Waahidatan) blow (Soi'hatan), and (Fa) then (Izaa) they (Hum')
will all (Jamii'un) be in attendance (Muh'doruun) before Us (Ladai'naa).
[36:54] So (Fa) today (El'Yaw'ma) no (Laa) soul (Naf'sun) will be wronged (Tuz'lamu) at all (Shai'an), nor 
(Walaa) will you be requited (Tuj'zaw'na) except (illa) for what (Maa) you have (Kuntum') done (Ta'maluun). 
[36:55] Indeed (Inna), the Companions (As'haaba) of Paradise (El'Jannati), today (El'Yaw'ma), will be 
amused (Faakihuun) in (Fii) occupation (occupancy) (Shugulin). 
[36:56] They (Hum') together with (Wa) their spouses (Az'waaju-hum') will be in (Fii) shelter (Zilaalin), 
resting (Muttakiuun) on (Ålaa) couches (El'Araa'iki). 
[36:57] They will have (Lahum') fruits (Faakihatun) therein (Fiihaa); and (Wa) they will have (Lahum)
whatever (Maa) they request (Yadda'uun).
[36:58] "Peace (Salaamun)," a word (Qaw'lan) from (Min) a merciful (Rahiim) LORD (Rabbin).
[36:59] "As for (Wa) you (Ayyuha) criminals (El'Muj'rimuun), stand aside (Em'taazu') today (El'Yaw'ma).
[36:60] “Did I (God) not (Alam') make an agreement with you (A'had' ilai'kum'), O (Yaa) Children (Banii) of 
Adam (Aadama), that (An) you shall not (Laa) worship (Ta'budu') the devil (Es'Shai'toana); that he (Innahu) is 
a clear (Mubiin) enemy (Åduwwun) to you (Lakum),
.____________________________________________
jiaulhussain(syedraf) #muktabulhussain
Progress ~ 
Approximate Pages ~ 3,028 nos.
.____________________________________________
.____________________________________________

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)