🟦Part-396(35:01-07)Faater(Originator)
✔️Part-396(35:01-07)Faater(Originator)
✔️Video- https://youtu.be/VTauoTY0YAc
.__________________________________________
মিনি সূচিঃ396(35:01-07)Faater(Originator)
৩৫:১(ফিৰিস্তাসকল কেনে আৰু তেওঁলোকৰ কাম-টোকা চাওঁক)(ref:আল্লাহে ফিৰিস্তাসকলৰ পৰা আৰু মানুহৰ মাজৰ পৰা ৰাছুল মনোনীত কৰে)
৩৫:৩(ref:5:75-Messenger is live in Quran (how turned-away you are", i.e., from the truth-see sp Note)
৩৫:৫-৬✅(ধৰ্মগুৰুৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ পৰা সাৱধান হওক)(beware of satat)-see note
৩৫:৭(কুফৰী কৰা আৰু ঈমান অনা মানছ কি?-See link)
.__________________________________________
Pre-page:
This is the 35th Surah of the Qur’an. It has 45 verses. God is the Creator and the Originator of all things, meaning that He creates from nothing. He Initiates matter.
.
Faatir = Originator = Cleaver of new creation = Initiator = Creator from nothing🔺 without matter.
(২:১১৭
بَدِيعُ السَّمَاوَاتِ وَالْأَرْضِ ۖ وَإِذَا قَضَىٰ أَمْرًا فَإِنَّمَا يَقُولُ لَهُ كُنْ فَيَكُونُ
"তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ উদ্ভাৱক; আৰু তেওঁ যেতিয়া কিবা কৰাৰ সিদ্ধান্ত লয়, তেতিয়া তাৰ বাবে কেৱল কয়, ‘হ’, ফলত ই হৈ যায়।"
যদিও শূণ্যৰ পৰা আল্লাহে উদ্ভাৱন কৰা বুলি কোৱা হয়, কিন্তু তাৰ অন্তৰালত আছে তেওঁৰ ওচৰত থকা প্ৰত্যেক বস্তুৰ ভাণ্ডাৰ আৰু সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।, যিটোৱেই তেওঁ হ’, বুলি কয় ফলত ই হৈ যায়(৩৫:১,১৫:২১)-raf.
.__________________________________________
.__________________________________________
🟢৩৫:১
الْحَمْدُ لِلَّهِ فَاطِرِ السَّمَاوَاتِ وَالْأَرْضِ جَاعِلِ الْمَلَائِكَةِ رُسُلًا أُولِي أَجْنِحَةٍ مَثْنَىٰ وَثُلَاثَ وَرُبَاعَ ۚ يَزِيدُ فِي الْخَلْقِ مَا يَشَاءُ ۚ إِنَّ اللَّهَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
সকলো ধৰণৰ প্ৰশংসা(১:১) কেৱল আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা আল্লাহৰ বাবেই, যিজনে ফিৰিস্তাসকলক বাণীবাহকৰূপে(رُسُلًا)* নিযুক্তি দিয়ে, তেওঁলোক (ফিৰিস্তাসকল) দুখন দুখন, তিনিখন তিনিখন আৰু চাৰিখন চাৰিখন ডেউকা বিশিষ্ট। তেৱেঁই সৃষ্টিৰ মাজত যি ইচ্ছা বৃদ্ধি কৰে। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
.
✍️ফিৰিস্তাসকল কেনে আৰু তেওঁলোকৰ কাম:link
.
Malaaekah = Angels = 'Mudabbirat-i-Amra' = The forces that implement Divine laws in the universe 79:5. Ajniha = Powers = Functions = Wings = Abilities = Strengths.(sa).
.
✍️BB-(22:75)*
২২:৭৫
اللَّهُ يَصْطَفِي مِنَ الْمَلَائِكَةِ رُسُلًا وَمِنَ النَّاسِ ۚ إِنَّ اللَّهَ سَمِيعٌ بَصِيرٌ
আল্লাহে ফিৰিস্তাসকলৰ পৰা আৰু মানুহৰ মাজৰ পৰা ৰাছুল মনোনীত কৰে। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সম্যক দ্ৰষ্টা।
(Angels being message-bearers = Angels of revelation to the Prophets)
.__________________________________________
🟢৩৫:২(None can withhold the Mercy of Allah)
مَا يَفْتَحِ اللَّهُ لِلنَّاسِ مِنْ رَحْمَةٍ فَلَا مُمْسِكَ لَهَا ۖ وَمَا يُمْسِكْ فَلَا مُرْسِلَ لَهُ مِنْ بَعْدِهِ ۚ وَهُوَ الْعَزِيزُ الْحَكِيمُ
আল্লাহে মানুহৰ বাবে যি অনুগ্ৰহ মুকলি কৰি দিয়ে সেয়া ৰোধ কৰিবলৈ কোনো নাই আৰু তেওঁ যিটো ৰোধ কৰে, তাৰ পিছত সেইটো মুকলি কৰিবলৈও কোনো নাই। তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
.
✍️Ap-ref:
১০:১০৭
وَإِنْ يَمْسَسْكَ اللَّهُ بِضُرٍّ فَلَا كَاشِفَ لَهُ إِلَّا هُوَ ۖ وَإِنْ يُرِدْكَ بِخَيْرٍ فَلَا رَادَّ لِفَضْلِهِ ۚ يُصِيبُ بِهِ مَنْ يَشَاءُ مِنْ عِبَادِهِ ۚ وَهُوَ الْغَفُورُ الرَّحِيمُ
আৰু যদি আল্লাহে তোমাক কোনো ক্ষতিৰ স্পৰ্শ কৰায়, তেন্তে তেওঁৰ বাহিৰে আন কোনেও সেইটো দূৰ কৰিব নোৱাৰে; আৰু যদি আল্লাহে তোমাৰ মঙ্গল বিচাৰে, তেন্তে তেওঁৰ অনুগ্ৰহ প্ৰতিহত কৰিবলৈয়ো কোনো নাই। তেওঁৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা তাৰ ওচৰতেই সেইটো পৌঁচাই দিয়ে; আৰু তেওঁ পৰম ক্ষমাশীল, অতি দয়লু।
.__________________________________________
🟢৩৫:৩
يَا أَيُّهَا النَّاسُ اذْكُرُوا نِعْمَتَ اللَّهِ عَلَيْكُمْ ۚ هَلْ مِنْ خَالِقٍ غَيْرُ اللَّهِ يَرْزُقُكُمْ مِنَ السَّمَاءِ وَالْأَرْضِ ۚ لَا إِلَٰهَ إِلَّا هُوَ ۖ فَأَنَّىٰ تُؤْفَكُونَ
হে মানৱ! তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ স্মৰণ কৰা। আল্লাহৰ বাহিৰে আন কোনো স্ৰষ্টা আছে নেকি, যিয়ে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱিকা দান কৰে?🔺1 আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকক ক’লৈ ওভোতাই নিয়া হৈছে?🔺2
.
✍️Verse/note:
35:3 O men! Call to mind the blessings which God has bestowed upon you! Is there any creator, other than God, that could provide for you sustenance out of heaven and earth?🔺1There is no deity save Him: and yet, how perverted are your minds!🔺2
Note 1
See 10:31.
(১০:৩১
قُلْ مَنْ يَرْزُقُكُمْ مِنَ السَّمَاءِ وَالْأَرْضِ أَمَّنْ يَمْلِكُ السَّمْعَ وَالْأَبْصَارَ وَمَنْ يُخْرِجُ الْحَيَّ مِنَ الْمَيِّتِ وَيُخْرِجُ الْمَيِّتَ مِنَ الْحَيِّ وَمَنْ يُدَبِّرُ الْأَمْرَ ۚ فَسَيَقُولُونَ اللَّهُ ۚ فَقُلْ أَفَلَا تَتَّقُونَ
কোৱা, ‘কোনে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱনোপকৰণ সৰবৰাহ কৰে অথবা শ্ৰৱণ আৰু দৃষ্টিশক্তি কাৰ কৰ্তৃত্বাধীন; জীৱিতৰ পৰা মৃতক কোনে উলিয়ায় আৰু মৃতক জীৱিতৰ পৰা কোনে উলিয়ায় আৰু সকলো বিষয় কোনে নিয়ন্ত্ৰণ কৰে’? তেতিয়া সিহঁতে অৱশ্যে ক’ব, ‘আল্লাহ’। এতেকে কোৱা, ‘তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?)
Note 2
Sc., "inasmuch as you attribute divine qualities or powers to anyone or anything beside Him". For an explanation of the phrase anna tu fakun (lit., "how turned-away you are", i.e., from the truth), see surah 5:75.
(See Notes and bottom video 5:75:link:
.__________________________________________
🟢৩৫:৪
وَإِنْ يُكَذِّبُوكَ فَقَدْ كُذِّبَتْ رُسُلٌ مِنْ قَبْلِكَ ۚ وَإِلَى اللَّهِ تُرْجَعُ الْأُمُورُ
আৰু যদি ইহঁতে তোমাক অবিশ্বাস কৰে তেন্তে (জানি থোৱা) তোমাৰ পূৰ্বেও ৰাছুলসকলক অবিশ্বাস কৰা হৈছিল। আল্লাহৰ ওচৰতেই সকলো বিষয় প্ৰত্যাৱৰ্তিত হ’ব।
.__________________________________________
🟢৩৫:৫
يَا أَيُّهَا النَّاسُ إِنَّ وَعْدَ اللَّهِ حَقٌّ ۖ فَلَا تَغُرَّنَّكُمُ الْحَيَاةُ الدُّنْيَا ۖ وَلَا يَغُرَّنَّكُمْ بِاللَّهِ الْغَرُورُ
হে মানৱ! নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য; সেয়ে পাৰ্থিৱ জীৱনে যেন তোমালোকক কেতিয়াও প্ৰতাৰিত(31:33🌿) কৰিব নোৱাৰে আৰু সেই প্ৰতাৰকেও যেন তোমালোকক আল্লাহৰ বিষয়ে প্ৰতাৰণা কৰিব নোৱাৰে।
.
✍️Note:
Al-Gharoor = Deceiver = Satan = Selfish desires = Devil = Satanic people = Those who mislead.(sa).
.
✍️BB-ref:(31:33)🌿
৩১:৩৩
يَا أَيُّهَا النَّاسُ اتَّقُوا رَبَّكُمْ وَاخْشَوْا يَوْمًا لَا يَجْزِي وَالِدٌ عَنْ وَلَدِهِ وَلَا مَوْلُودٌ هُوَ جَازٍ عَنْ وَالِدِهِ شَيْئًا ۚ إِنَّ وَعْدَ اللَّهِ حَقٌّ ۖ فَلَا تَغُرَّنَّكُمُ الْحَيَاةُ الدُّنْيَا وَلَا يَغُرَّنَّكُمْ بِاللَّهِ الْغَرُورُ
হে মানৱ! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা আৰু ভয় কৰা সেই দিনটোক, যিদিনা কোনো পিতৃয়ে তাৰ সন্তানৰ ফালৰ পৰা একো আদায় নকৰিব, একেদৰেই কোনো সন্তানেও তাৰ পিতৃৰ ফালৰ পৰা একো আদায় নকৰিব। নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, এতেকে পাৰ্থিৱ জীৱনে যেন তোমালোকক কেতিয়াও প্ৰতাৰিত কৰিব নোৱাৰে আৰু সেই প্ৰবঞ্চকেও যেন তোমালোকক কেতিয়াও আল্লাহ সম্পৰ্কে প্ৰবঞ্চিত কৰিব নোৱাৰে।
(✍️See notes/refs 31:33:link:🌿
.__________________________________________
🟢৩৫:৬
إِنَّ الشَّيْطَانَ لَكُمْ عَدُوٌّ فَاتَّخِذُوهُ عَدُوًّا ۚ إِنَّمَا يَدْعُو حِزْبَهُ لِيَكُونُوا مِنْ أَصْحَابِ السَّعِيرِ
নিশ্চয় চয়তান তোমালোকৰ শত্ৰু; এতেকে তাক শত্ৰু বুলিয়েই মনত ৰাখিবা। সি তাৰ দলক এইকাৰণে আহ্বান কৰে যাতে সিহঁতে প্ৰজ্জলিত জুইৰ অধিবাসী হ’ব পাৰে।
.__________________________________________
🟢৩৫:৭
الَّذِينَ كَفَرُوا لَهُمْ عَذَابٌ شَدِيدٌ ۖ وَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ لَهُمْ مَغْفِرَةٌ وَأَجْرٌ كَبِيرٌ
যিসকলে কুফৰী🩸 কৰিছে সিহঁতৰ বাবে আছে কঠিন শাস্তি; আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহাপুৰস্কাৰ।
.
✍️Note:
এজনে ঈমান(২:২৫৭-alladhīna āmanū) আনিছে আৰু এজনে কুফৰ🩸(২:৬-alladhīna kafarū) কৰিছে। see the link:🩸
.__________________________________________
WORD BY WORD MEANING:
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[35:1] Praise (El'Hamdu) be to GOD (Lillahi), Originator (Faatiri)* of the heavens (Es'Samaawaati) and the
earth (Wal' Ar'di) who assigned (Jaaeli) the Angels (El'Malaaikati) as messengers (22:75) (Rusulan) possessing
(U'lii) wings (Aj'nihatin), double (Math'naa), triple (Thulaatha), and (Wa) quadruple (Rubaa'å). HE increases
(Yaziidu) whatever (Maa) HE wills (Yashaa') in (Fii) creation (El'Khal'qi). Indeed, GOD (Innallaha) is capable
of (Qadiir Ålaa) all (Kulli) things (Shai'in).
[35:2] Whatever (Maa) GOD unlocks (Yaf'tahi-llahu) for the people (Lin' Naasi) of (Min) mercy (Rah'matin),
there is no (Falaa) withholder (Mum'sika) of it (Lahaa); and whatever (Wamaa) HE withholds (Yum'sik'),
there is no (Falaa) transmitter (Mur'sila) of it (Lahu) after HIM (Min Ba'di-hi). For (Wa) HE (Huwa) is the
ALMIGHTY (El' Åziizu), the WISE (El' Hakiim).
[35:3] O you (Yaa Ayyuha) mankind (En'Naasu), remember (Ez'kuru') the blessing of GOD (Ni'mata-llahi)
upon you (Ålai'kum). Is (Hal') there any (Min') creator (Khaaliqin) other than GOD (Gai'rullahi) who
provides for you (Yar'zuqu-kum) from (Mina) the heaven (Es'Samaai) and the earth (Wal' Ar'di)? There is no
god (Laa ilaaha) except (illa) HIM (Huwa). So (Fa) how (Annaa) are you lying (Tu'fakuun)?
[35:4] And (Wa) if (In) they deny you (s) (Yukazzibuu-ka), then (Fa) messengers (Rusulun) before you (Min
Qab'li-ka) were already (Qad') denied (Kuzzibat’). And (Wa) all matters (El'Umuur) are returned (Tur'jau) to
GOD (ilaallahi).
[35:5] O you (Yaa Ayyuha) mankind (En'Naasu), indeed (Inna), the promise of GOD (Wa'da-llahi) is true
(Haqqun); so (Fa) let not (Laa) the worldly (Ed'Dun'ya) life (Hayyaatu) delude you (Tagurranna-kumu) and let
not (Walaa) the deceiver (31:33) (El'Garuur) delude you (Yagurranna-kum) about GOD (Billahi).
[35:6] Indeed (Inna), the devil (Es'Shai'toana) is an enemy (Åduwwun) to you (Lakum), so (Fa) take him
(Ettakhizuu-hu) as an enemy (Åduwwan). He only (Innama) invites (Yad'uu') his party (Hiz'ba-hu) to (Li) be
(Yakuunu') among (Min’) the companions (As'haabi) of the Inferno (Es'Saeer).
[35:7] Those who (Ellaziina) disbelieve (Kafaru') will have (Lahum) a severe (Shadiid) punishment
(Åzaabun), and (Wa) those who (Ellaziina) believe (Aamanu') and do (Åmilu') good deeds (Es'Soalihaati) will
have (Lahum) forgiveness (Mag'firatun) and a magnificent (Kabiir) reward (Aj'run).
.__________________________________________
syedraf #muktabulhussain
.__________________________________________
.__________________________________________
Comments
Post a Comment