🟣Part-351(27:67-82)An-Namal(The Ant)

🟩Part-351(27:67-82)An-Namal(The Ant)
।।।
🟩মিনি সূচিঃPart-351(27:67-82)An-Namal
২৭:৭৭(মুমিন কোন?-টোকা চাওঁক)
২৭:৮০(living-dead)
২৭:৮২(ৱাকিং ডেডবোৰ সঁচাকৈয়ে আটাইতকৈ দুৰ্ভাগ্যজনক জীৱবোৰৰ ভিতৰত অন্যতমঃ
"দা-ব্বাতুল আৰজ"ক বহুতে পৃথিৱীৰ জীৱটোৱে কম্পিউটাৰক প্ৰতিনিধিত্ব কৰে বুলি কোৱা ব্যাখ্যাটো সমৰ্থন কৰাটো কঠিন-টোকা চাব)
।।।
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
🟠২৭:৬৭
وَقَالَ الَّذِينَ كَفَرُوا أَإِذَا كُنَّا تُرَابًا وَآبَاؤُنَا أَئِنَّا لَمُخْرَجُونَ
আৰু কাফিৰসকলে কয়, ‘আমি আৰু আমাৰ পিতৃ-পুৰুষসকলে মাটিত পৰিণত হ’লেও কি আমাক আকৌ উলিয়াই আনা হ’ব?
.
✍️Sam-ref:Arabic: alladhīna kafarū. See 2:6.
.
🟠২৭:৬৮
لَقَدْ وُعِدْنَا هَٰذَا نَحْنُ وَآبَاؤُنَا مِنْ قَبْلُ إِنْ هَٰذَا إِلَّا أَسَاطِيرُ الْأَوَّلِينَ
‘অৱশ্যে এই বিষয়ে আমাক আৰু ইয়াৰ পূৰ্বে আমাৰ পিতৃ-পুৰুষসকলোকো প্ৰতিশ্ৰুতি দিয়া হৈছিল। এইটো পূৰ্বৱৰ্তীবিলাকৰ উপকথাৰ বাহিৰে আন একো নহয়’।
.
✍️BB-ref:(23:83)
২৩:৮৩
لَقَدْ وُعِدْنَا نَحْنُ وَآبَاؤُنَا هَٰذَا مِنْ قَبْلُ إِنْ هَٰذَا إِلَّا أَسَاطِيرُ الْأَوَّلِينَ
‘অৱশ্যে আমাক আৰু ইতিপূৰ্বে আমাৰ পূৰ্বপুৰুষসকলকো এনে ধৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। এয়া পূৰ্বৱৰ্তীসকলৰ উপকথাৰ বাহিৰে আন একো নহয়’।
.
🟠২৭:৬৯
قُلْ سِيرُوا فِي الْأَرْضِ فَانْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الْمُجْرِمِينَ
কোৱা, ‘তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰা তাৰ পিছত চোৱা, অপৰাধীবিলাকৰ পৰিণাম কেনেকুৱা হৈছিল’।
.
🟠২৭:৭০
وَلَا تَحْزَنْ عَلَيْهِمْ وَلَا تَكُنْ فِي ضَيْقٍ مِمَّا يَمْكُرُونَ
তুমি সিহঁতৰ বাবে দুঃখ নকৰিবা আৰু সিহঁতৰ ষড়যন্ত্ৰত মনঃক্ষুণ্ণও নহ’বা।
.
✍️Verse/note:
27:70 But do not grieve over them, and neither be distressed by the false arguments which they devise [against Gods messages].

Note.
Lit., "by their scheming". For the Quranic use of the term makr in the sense of "devising false arguments [against something]", see 10:21 (as).
(১০:২১
وَإِذَا أَذَقْنَا النَّاسَ رَحْمَةً مِنْ بَعْدِ ضَرَّاءَ مَسَّتْهُمْ إِذَا لَهُمْ مَكْرٌ فِي آيَاتِنَا ۚ قُلِ اللَّهُ أَسْرَعُ مَكْرًا ۚ إِنَّ رُسُلَنَا يَكْتُبُونَ مَا تَمْكُرُونَ
আৰু দুখ-দন্যই সিহঁতক স্পৰ্শ কৰাৰ পিছত যেতিয়া আমি মানুহক অনুগ্ৰহৰ সোৱাদ দিওঁ তেতিয়াই সিহঁতে আমাৰ আয়াতসমূহৰ বিৰুদ্ধে অপকৌশল কৰে। কোৱা, ‘আল্লাহ কৌশল অৱলম্বনত আৰু বেছি দ্ৰুত’। তোমালোকে যি অপকৌশল কৰা নিশ্চয় আমাৰ ফিৰিস্তাসকলে সেয়া লিখি ৰাখে।)
.
🟠২৭:৭১
وَيَقُولُونَ مَتَىٰ هَٰذَا الْوَعْدُ إِنْ كُنْتُمْ صَادِقِينَ
আৰু সিহঁতে কয়, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, কেতিয়া এই প্ৰতিশ্ৰুতি পূৰ্ণ হ’ব’?
.
✍️Note-sam:
This is in the you not the thou form. All those who are believers are obliged to warn others. Traditionalist Muslims often engage in propagating their religion; the problem is that the Qur’an does not ask them to do that. The Qur’an asks them to follow the Messenger: to warn the heedless of the punishment to come in this world or the next. The religion Muslims have constructed is an obstacle to — or, at the least, a distraction from — the issue at hand.
(Google translate no guarantee:
এইটো তুমি নহয় তুমি ৰূপত আছে।  যিসকল মুমিন, তেওঁলোক সকলোৱে আনক সতৰ্ক কৰি দিবলৈ বাধ্য।  পৰম্পৰাবাদী মুছলমানসকলে প্ৰায়ে নিজৰ ধৰ্মৰ প্ৰচাৰত লিপ্ত হয়;  সমস্যাটো হ’ল কোৰআনে তেওঁলোকক তেনে কৰিবলৈ কোৱা নাই।  কোৰআনে তেওঁলোকক ৰাছুলৰ অনুসৰণ কৰিবলৈ কৈছে: অসাৱধানসকলক ইহকাল বা পৰলোকত আহিবলগীয়া শাস্তিৰ বিষয়ে সতৰ্ক কৰি দিবলৈ।  মুছলমানসকলে গঢ়ি তোলা ধৰ্মটো হাতত থকা বিষয়টোৰ প্ৰতি বাধা — বা অন্ততঃ ইয়াৰ পৰা বিক্ষিপ্ততা।)
.
🟠২৭:৭২
قُلْ عَسَىٰ أَنْ يَكُونَ رَدِفَ لَكُمْ بَعْضُ الَّذِي تَسْتَعْجِلُونَ
কোৱা, ‘তোমালোকে যিটো বিষয় ত্বৰান্বিত কৰিব বিচাৰিছা সম্ভৱতঃ তাৰে কিছু তোমালোকৰ পিছত আহিয়ে আছে!’
.
✍️Ap-refs:
১৭:৫১
أَوْ خَلْقًا مِمَّا يَكْبُرُ فِي صُدُورِكُمْ ۚ فَسَيَقُولُونَ مَنْ يُعِيدُنَا ۖ قُلِ الَّذِي فَطَرَكُمْ أَوَّلَ مَرَّةٍ ۚ فَسَيُنْغِضُونَ إِلَيْكَ رُءُوسَهُمْ وَيَقُولُونَ مَتَىٰ هُوَ ۖ قُلْ عَسَىٰ أَنْ يَكُونَ قَرِيبًا
‘অথবা এনে কোনো সৃষ্টিত পৰিণত হোৱা যিটো তোমালোকৰ অন্তৰত বৰ ডাঙৰ বুলি ভৱা’; (তথাপিও তোমালোকক পুনৰুত্থিত কৰা হ’ব) ইয়াৰ পিছতো সিহঁতে ক’ব, ‘কোনে আমাক পুনৰুত্থিত কৰিব’? কোৱা, ‘তেৱেঁই কৰিব, যিজনে প্ৰথমবাৰ তোমালোকক সৃষ্টি কৰিছিল’। তেতিয়া সিহঁতে মূৰ জোকাৰি সুধিব, ‘সেইটোনো কেতিয়া হ’ব? কোৱা, ‘সম্ভৱত সেয়া অতি শীঘ্ৰেই হ’ব’।
.
২৯:৫৪
يَسْتَعْجِلُونَكَ بِالْعَذَابِ وَإِنَّ جَهَنَّمَ لَمُحِيطَةٌ بِالْكَافِرِينَ
সিহঁতে তোমাক শাস্তি ত্বৰান্বিত কৰিবলৈ কয়। নিশ্চয় জাহান্নামে কাফিৰসকলক পৰিবেষ্টন কৰিব।
.
✍️Note:
Like heaven, hell begins here. Look around you and you can see throughout the world there is 
extreme suffering as a consequence of what people do or don't do. See verse and footnote 8:25.(sig).
.
🟠২৭:৭৩
وَإِنَّ رَبَّكَ لَذُو فَضْلٍ عَلَى النَّاسِ وَلَٰكِنَّ أَكْثَرَهُمْ لَا يَشْكُرُونَ
নিশ্চয় তোমাৰ ৰব মানুহৰ প্ৰতি অনুগ্ৰহশীল; কিন্তু সিহঁতৰ অধিকাংশই অকৃতজ্ঞ।
.
🟠২৭:৭৪
وَإِنَّ رَبَّكَ لَيَعْلَمُ مَا تُكِنُّ صُدُورُهُمْ وَمَا يُعْلِنُونَ
আৰু নিশ্চয় তোমাৰ ৰব, তেওঁ অৱশ্যে জানে সিহঁতৰ অন্তৰে যি গোপন কৰে আৰু সিহঁতে যি প্ৰকাশ কৰে।
.
✍️Ap-refs:
১৩:১০
سَوَاءٌ مِنْكُمْ مَنْ أَسَرَّ الْقَوْلَ وَمَنْ جَهَرَ بِهِ وَمَنْ هُوَ مُسْتَخْفٍ بِاللَّيْلِ وَسَارِبٌ بِالنَّهَارِ
তোমালোকৰ মাজত যিয়ে কথা গোপন কৰে অথবা যিয়ে কথা প্ৰকাশ কৰে, ৰাতিত যিয়ে আত্মগোপন কৰে আৰু দিনত যিয়ে প্ৰকাশ্যৰূপে বিচৰণ কৰে, সিহঁত সকলোৱে আল্লাহৰ ওচৰত সমান।
.
২০:৭
وَإِنْ تَجْهَرْ بِالْقَوْلِ فَإِنَّهُ يَعْلَمُ السِّرَّ وَأَخْفَى
আৰু যদি তুমি উচ্চ কণ্ঠত কথা কোৱা (যদিও ইয়াৰ কোনো প্ৰয়োজন নাই), তেন্তে (জানি থোৱা) তেওঁ গোপন আৰু অতি গোপন সকলো বিষয়ে জানে।
.
১১:৫
أَلَا إِنَّهُمْ يَثْنُونَ صُدُورَهُمْ لِيَسْتَخْفُوا مِنْهُ ۚ أَلَا حِينَ يَسْتَغْشُونَ ثِيَابَهُمْ يَعْلَمُ مَا يُسِرُّونَ وَمَا يُعْلِنُونَ ۚ إِنَّهُ عَلِيمٌ بِذَاتِ الصُّدُورِ
জানি থোৱা! সিহঁতে তেওঁৰ পৰা গোপন কৰিবলৈ সিহঁতৰ বুকু জপাই ৰাখে। জানি থোৱা! সিহঁতে যেতিয়া নিজকে বস্ত্ৰৰ দ্বাৰা আচ্ছাদিত কৰে তেতিয়া সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে, তেওঁ সেয়াও জানে। অন্তৰত যি আছে নিশ্চয় তেওঁ সেই বিষয়ে সবিশেষ অৱগত।
.
🟠২৭:৭৫
وَمَا مِنْ غَائِبَةٍ فِي السَّمَاءِ وَالْأَرْضِ إِلَّا فِي كِتَابٍ مُبِينٍ
আকাশ আৰু পৃথিৱীত এনে কোনো গোপন ৰহস্য নাই, যিটো সুস্পষ্ট কিতাবত নাই।
.
✍️BB-ref:(6:59)
৬:৫৯
۞ وَعِنْدَهُ مَفَاتِحُ الْغَيْبِ لَا يَعْلَمُهَا إِلَّا هُوَ ۚ وَيَعْلَمُ مَا فِي الْبَرِّ وَالْبَحْرِ ۚ وَمَا تَسْقُطُ مِنْ وَرَقَةٍ إِلَّا يَعْلَمُهَا وَلَا حَبَّةٍ فِي ظُلُمَاتِ الْأَرْضِ وَلَا رَطْبٍ وَلَا يَابِسٍ إِلَّا فِي كِتَابٍ مُبِينٍ
আৰু গায়েবৰ চাবি-কাঠি আছে তেওঁৰেই ওচৰত, তেওঁৰ বাহিৰে কোনেও সেয়া নাজানে। স্থল আৰু সাগৰৰ অন্ধকাৰসমূহত যি আছে সেয়া কেৱল তেৱেঁই অৱগত, তেওঁৰ অজানিতে গছৰ এটা পাতো নসৰে। মাটিৰ অন্ধাকাৰত এনে কোনো শস্যকণাও অংকুৰিত নহয় অথবা ৰসযুক্ত নাইবা শুকান এনে কোনো বস্তু নাই যিটো স্পষ্ট কিতাবত নাই।
.
✍️Ap-ref:
২২:৭০
أَلَمْ تَعْلَمْ أَنَّ اللَّهَ يَعْلَمُ مَا فِي السَّمَاءِ وَالْأَرْضِ ۗ إِنَّ ذَٰلِكَ فِي كِتَابٍ ۚ إِنَّ ذَٰلِكَ عَلَى اللَّهِ يَسِيرٌ
তুমি নাজানা নে যে, আকাশ আৰু পৃথিৱীত যি আছে সেই সকলোবোৰ আল্লাহে জানে। নিশ্চয় সেই সকলো (লিখা) আছে এখন পুথিত। নিশ্চয় আল্লাহৰ ওচৰত এয়া অতি সহজ।
.
🟠২৭:৭৬
إِنَّ هَٰذَا الْقُرْآنَ يَقُصُّ عَلَىٰ بَنِي إِسْرَائِيلَ أَكْثَرَ الَّذِي هُمْ فِيهِ يَخْتَلِفُونَ
বনী ইছৰাঈলে যিবোৰ বিষয়ত বিতৰ্ক কৰিছিল, নিশ্চয় এই কোৰআনে তাৰ অধিকাংশই সিহঁতৰ ওচৰত বিৱৰণ দিয়ে।
.
✍️verse/notes:
27:76 BEHOLD, this Qur'an explains* to the children of Israel most [of that] whereon they hold divergent views;**

Note*
For this rendering of the verb yaqussu, see  12:3.

Note**
I.e., where they differ from the truth made evident to them in their scriptures. The term "children of Israel" comprises here both the Jews and the Christians inasmuch as both follow the Old Testament, albeit in a corrupted form. It is precisely because of this corruption, and because of the great influence, which Jewish and Christian ideas exert over a large segment of mankind, that the Qur'an sets out to explain certain ethical truths to both these communities. The above reference to "most" (and not all) of the problems alluded to in this context shows that the present passage bears only on mans moral outlook and social life in this world and not on ultimate, metaphysical questions which - as the Qur'an so often repeats - will be answered only in the hereafter.
(১২:৩
نَحْنُ نَقُصُّ عَلَيْكَ أَحْسَنَ الْقَصَصِ بِمَا أَوْحَيْنَا إِلَيْكَ هَٰذَا الْقُرْآنَ وَإِنْ كُنْتَ مِنْ قَبْلِهِ لَمِنَ الْغَافِلِينَ
আমি তোমাৰ ওচৰত উত্তম কাহিনী বৰ্ণনা কৰিছো, অহীৰ মাধ্যমত তোমাৰ ওচৰলৈ এই কোৰআন প্ৰেৰণ কৰি; যদিও ইয়াৰ আগত তুমি আছিলা অনৱহিতসকলৰ অন্তৰ্ভুক্ত।)
.
✍️Note:
The Quran: literally the Recitation. (Root: Q'R). See verse  2:185(sig).
.
✍️Ap-ref:
১৯:৩৪
ذَٰلِكَ عِيسَى ابْنُ مَرْيَمَ ۚ قَوْلَ الْحَقِّ الَّذِي فِيهِ يَمْتَرُونَ
এওঁৱেই হৈছে মাৰইয়ামৰ পুত্ৰ ঈছা। (যিটো বৰ্ণনা কৰা হ’ল) এইটোৱে সত্য কথা, যি বিষয়ে সিহঁতে সন্দেহ পোষণ কৰিছে।
.
🟠২৭:৭৭
وَإِنَّهُ لَهُدًى وَرَحْمَةٌ لِلْمُؤْمِنِينَ
আৰু নিশ্চয় ই মুমিনসকলৰ বাবে হিদায়ত আৰু ৰহমত।
.
✍️sam-ref:(al) mu’minūn at 8:2.
(Pl find the verse/notes 8:2: link:
.
🟠২৭:৭৮
إِنَّ رَبَّكَ يَقْضِي بَيْنَهُمْ بِحُكْمِهِ ۚ وَهُوَ الْعَزِيزُ الْعَلِيمُ
নিশ্চয় তোমাৰ প্ৰতিপালকে তেওঁৰ বিধান অনুযায়ী সিহঁতৰ মাজত ফয়চালা কৰি দিব; আৰু তেওঁ মহাপৰাক্ৰমশালী, সৰ্বজ্ঞ।
.
🟠২৭:৭৯
فَتَوَكَّلْ عَلَى اللَّهِ ۖ إِنَّكَ عَلَى الْحَقِّ الْمُبِينِ
এতেকে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰা; নিশ্চয় তুমি সুস্পষ্ট সত্যৰ ওপৰত প্ৰতিষ্ঠিত।
.
✍️BB-refs:(3:60 , 2:147)
৩:৬০
الْحَقُّ مِنْ رَبِّكَ فَلَا تَكُنْ مِنَ الْمُمْتَرِينَ
(এইটো) তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য, গতিকে তুমি সন্দেহকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’বা।
.
২:১৪৭
الْحَقُّ مِنْ رَبِّكَ ۖ فَلَا تَكُونَنَّ مِنَ الْمُمْتَرِينَ
সত্য তোমাৰ প্ৰতিপালকৰ পৰা প্ৰেৰিত। গতিকে তুমি কেতিয়াও সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভূক্ত নহ’বা।
.
🟠২৭:৮০
إِنَّكَ لَا تُسْمِعُ الْمَوْتَىٰ وَلَا تُسْمِعُ الصُّمَّ الدُّعَاءَ إِذَا وَلَّوْا مُدْبِرِينَ
নিশ্চয় তুমি মৃতক শুনাব নোৱাৰিবা, আৰু বধিৰকো আহ্বান শুনাব নোৱাৰিবা, যেতিয়া সিহঁতে পিঠি দেখুৱাই গুচি যায়।
.
✍️ Verse:
27:80 But you cannot make the dead (or the “living-dead”) hear, nor can you make the deaf of heart to hear the call when they turn back to retreat.(sa).
.
✍️Verse/ref:
27:80. (And do not get disheartened because they do not listen to you, although what you 
say is based on truth, knowledge and wisdom. Only those who use their minds and rationale 
can ponder on this. How can anyone who is drenched in his emotions and devoid of his 
faculty of thinking, do so? Therefore do not be disheartened that they do not listen to you. 
You can only talk to those who are living.) You can neither make the dead listen to you, nor 
can you make the deaf hear your call; particularly if their attitude is such that they turn their faces away when you call them. (36:70)pz.
.
🟠২৭:৮১
وَمَا أَنْتَ بِهَادِي الْعُمْيِ عَنْ ضَلَالَتِهِمْ ۖ إِنْ تُسْمِعُ إِلَّا مَنْ يُؤْمِنُ بِآيَاتِنَا فَهُمْ مُسْلِمُونَ
তুমি অন্ধবিলাককো সিহঁতৰ পথভ্ৰষ্টতাৰ পৰা পথত আনিব নোৱাৰিবা*। তুমি কেৱল তেওঁলোকক শুনাব পাৰিবা যিসকলে আমাৰ আয়াতসমূহৰ প্ৰতি ঈমান আনে, এতেকে তেওঁলোকেই আত্মসমৰ্পনকাৰী।
.
This verse is problematic for the Traditionalist as it doesn’t quite say what he wants it to. Anyone who sees purpose in Creation and connects that purpose with a single Mind believes in God’s proofs. If such a person submits to God, then this is someone the Messenger can reach — one’s racial, cultural, or sectarian affiliations being irrelevant. To the Traditionalist, the Messenger’s job was to convert people to the Traditionalist’s religion. But that requirement is at odds with the text in this verse, so the Traditionalist tends to finesse the words to comport with his objective. For example, staunchly Traditionalist translators Hilali & Khan have here: Nor can you lead the blind out of their error, you can only make to hear those who believe in Our Ayat (proofs, evidences, verses, lessons, signs, revelations, etc.), and who have submitted (themselves to Allah in Islam as Muslims); and Traditionalist Saheeh International has: And you cannot guide the blind away from their error. You will only make hear those who believe in Our verses so they are Muslims [i.e., submitting to Allāh]. Neither provide any comment, no doubt feeling it best not to draw more attention than necessary to the tension — obvious to the attentive reader — between this verse and ‘Islamic’ ideology. Non-sectarians deal with the reader more honestly. N. J. Dawood has: nor can you guide the blind out of their error. None shall give ear to you save those who believe in Our revelations and are submissive to Our will; while A. J. Arberry has: Thou shalt not guide the blind out of their error neither shalt thou make any to hear, save such as believe in Our signs, and so surrender.
.
🟠২৭:৮২
۞ وَإِذَا وَقَعَ الْقَوْلُ عَلَيْهِمْ أَخْرَجْنَا لَهُمْ دَابَّةً مِنَ الْأَرْضِ تُكَلِّمُهُمْ أَنَّ النَّاسَ كَانُوا بِآيَاتِنَا لَا يُوقِنُونَ
আৰু যেতিয়া সিহঁতৰ ওপৰত ঘোষিত শাস্তি আহিব তেতিয়া আমি সিহঁতৰ বাবে পৃথিৱীৰ পৰা এটা জন্তু উলিয়াম (📍দা-ব্বাতুল আৰজ), যিটোৱে সিহঁতৰ লগত কথা ক'ব যে, মানুহে আমাৰ নিদৰ্শনসমূহৰ প্ৰতি নিশ্চিত বিশ্বাস কৰা নাছিল।
.
✍️Verse/ref:📍ৱাকিং ডেডবোৰ সঁচাকৈয়ে আটাইতকৈ দুৰ্ভাগ্যজনক জীৱবোৰৰ ভিতৰত অন্যতম:
।।।
"দা-ব্বাতুল আৰজ"ক বহুতে পৃথিৱীৰ জীৱটোৱে কম্পিউটাৰক প্ৰতিনিধিত্ব কৰে বুলি কোৱা ব্যাখ্যাটো সমৰ্থন কৰাটো কঠিন। ইয়াৰ ওপৰত অধিক বিশ্লেষণ আছে।
চমুকৈ ....
The interpretation that the creature of the earth represents a computer is difficult to support.

A 'Da'aba' is inherently a moving creature composed of water. When used in conjunction with a human, it usually carries a negative connotation.

The term has been interpreted generically above to represent a creature that is conjoined with one against whom the word (Arabic: Qawlu) is fulfilled and their case is abandoned. This creature which can be a human, then leads the abandoned further into an abyss of spiritual darkness by whispering and speaking to them.

It is important to note that evil whisperers exist in both jinn and humankind (114:5-6) and the Quran often speaks about evil ones from mankind as 'shayateen' (devils).

002.014
And When they meet those who believe, they say: "We believe;" but when they are alone with their evil ones (Arabic: shayatinihim), they say: "Indeed, we (are) really with you: We (were) only jesting."

We must all remain vigilant of the truth when it reaches us and not deny it in whatever capacity if we come to recognise it. Otherwise, we risk being abandoned by God and once that awful judgment has taken place while we are alive, we will continue walking spiritually blind on earth even though we think we are rightly guided. The walking dead are indeed one of the most unfortunate of creatures.(J.Islam)
(Google translate no guarantee:
পৃথিৱীৰ জীৱটোৱে কম্পিউটাৰক প্ৰতিনিধিত্ব কৰে বুলি কোৱা ব্যাখ্যাটো সমৰ্থন কৰাটো কঠিন।

 এটা ‘দা’বা’ হৈছে সহজাতভাৱে পানীৰে গঠিত এক চলন্ত জীৱ।  মানুহৰ লগত ব্যৱহাৰ কৰিলে সাধাৰণতে ই এটা নেতিবাচক অৰ্থ বহন কৰে।

 ওপৰত এই শব্দটোৰ সাধাৰণ ব্যাখ্যা কৰা হৈছে যাতে এনে এটা জীৱক প্ৰতিনিধিত্ব কৰা হয় যিটোৰ বিৰুদ্ধে (আৰবী: কাউলু) শব্দটো পূৰণ কৰা হয় আৰু তেওঁলোকৰ গোচৰ পৰিত্যাগ কৰা হয়।  মানুহ হ’ব পৰা এই জীৱটোৱে তাৰ পিছত পৰিত্যক্তসকলক ফুচফুচাই আৰু কথা পাতি আধ্যাত্মিক অন্ধকাৰৰ অগাধলৈ আৰু অধিক লৈ যায়।

 মন কৰিবলগীয়া যে জিন্ন আৰু মানৱ জাতি উভয়তে দুষ্ট ফুচফুচাই কোৱা লোকৰ অস্তিত্ব আছে (১১৪:৫-৬) আৰু কোৰআনত মানৱ জাতিৰ পৰা অহা দুষ্টৰ বিষয়ে প্ৰায়ে ‘ছায়াতীন’ (চয়তান) বুলি কোৱা হৈছে।

 ০০২.০১৪
 আৰু যেতিয়া তেওঁলোকে বিশ্বাস কৰাসকলক লগ পায়, তেতিয়া তেওঁলোকে কয়: "আমি বিশ্বাস কৰোঁ;"  কিন্তু যেতিয়া তেওঁলোকে নিজৰ দুষ্টসকলৰ লগত অকলে থাকে (আৰবী: শ্বায়টিনিহিম), তেতিয়া তেওঁলোকে কয়: "সঁচাকৈয়ে, আমি সঁচাকৈয়ে তোমালোকৰ লগত (আছো): আমি কেৱল ধেমালি কৰিছিলোঁ।"

 আমি সকলোৱে সত্য যেতিয়া আমাৰ ওচৰলৈ আহিব তেতিয়া সেই বিষয়ে সজাগ হৈ থাকিব লাগিব আৰু তাক চিনি পাবলৈ আহিলে যিকোনো ক্ষমতাত তাক অস্বীকাৰ কৰিব নালাগে।  অন্যথা আমি আল্লাহৰ দ্বাৰা পৰিত্যক্ত হোৱাৰ আশংকা কৰিম আৰু এবাৰ আমি জীয়াই থকাৰ সময়ত সেই ভয়ংকৰ বিচাৰটো সংঘটিত হ’লে, আমি সঠিকভাৱে পৰিচালিত বুলি ভাবিলেও আমি পৃথিৱীত আধ্যাত্মিকভাৱে অন্ধ হৈ চলি থাকিম।  ৱাকিং ডেডবোৰ সঁচাকৈয়ে আটাইতকৈ দুৰ্ভাগ্যজনক জীৱবোৰৰ ভিতৰত অন্যতম।)
.
✍️BB-ref:(23:68)
২৩:৬৮
أَفَلَمْ يَدَّبَّرُوا الْقَوْلَ أَمْ جَاءَهُمْ مَا لَمْ يَأْتِ آبَاءَهُمُ الْأَوَّلِينَ
কিয় সিহঁতে এই বাণী সম্পৰ্কে চিন্তা-গৱেষণা নকৰে? এই কাৰণে নেকি যে, সিহঁতৰ ওচৰত এনেকুৱা বস্তু আহিছে যিটো সিহঁতৰ পূৰ্বপুৰুষসকলৰ ওচৰত অহা নাছিল?
।।।
🟩WORD BY WORD MEANING:
[27:67] And (Wa) those who (Ellaziina) disbelieve (Kafaruu') say (Qaala), "When (A'izaa) we have become 
(Kunnaa) dust (Turaaban) together with (Wa) our fathers (Aabaa'u-naa), will we indeed (A'inna) be (La)
brought forth (Mukh'rajuun)?
[27:68] "We have certainly (Laqad') been promised (Wued'naa) this (Haaza) before (Min Qab'lu), we 
(Nah'nu) and (Wa) our fathers (Aabaa'u-naa). These (Haazaa) are only (In' illaa) tales (Asaatiiru) of the past 
(El'Awwaliin)." (23:83)
[27:69] Say (Qul'): "Travel (Siiru') on earth (El'Ar'di) and (Fa) observe (Enzuru') how (Kai'fa) was (Kaana) the 
end (Ååqibatu) of the criminals (El'Muj'rimiin)." 
[27:70] And (Wa) do not (Laa) grieve (Tah'zan') over them (Ålai'him') nor (Walaa) should you (s) be (Takuun)
in (Fii) distress (Doi’qin) of what (Mimmaa) they scheme (Yam'kuruun).
[27:71] And (Wa) they say (Yaquuluuna), "When (Mataa) is this (Haaza) promise (El'Wa'du), if (In) you 
should be (Kuntum') truthful (Soadiqiin)?"
[27:72] Say (Qul'): "Perhaps (Åsaa An) some (Ba'du) of what (Ellazii) you are hastening (Tas'ta'jiluun) will be 
(Yakuuna) coming immediately after you (Radifa La-kum)." 
[27:73] And (Wa) indeed (Inna), your LORD (s) (Rabba-ka) possesses (Lazuu) favour (Fad'lin) for (Ålaa)
mankind (En'Naasi), but (Walaakinna) most of them (Akh'thara-hum') are not (Laa) thankful (Yash'kuruun). 
[27:74] And (Wa) indeed (Inna), your LORD (s) (Rabba-ka) is (La) aware of (Ya'lamu) what (Maa) their 
bosoms (Suduuru-hum') conceal (Tukinnu) and what (Wamaa) they declare (Yu'linuun).
[27:75] And (Wa) there is nothing (Maa Min') invisible (hidden) (Gaa'ibatin) in (Fii) the heaven (Es'Samaai) and 
the earth (Wal' Ar'di) except (illa) in (Fii) a clear (Mubiin) register (6:59) (Kitaabin). 
[27:76] Indeed (Inna), this (Haaza) Koran (El'Qur'aana) narrates (Yaqussu) to (Ålaa) the Children of Israel 
(Banii Is'raa'iila) most (Ak'thara) of what (Ellazii) they (Hum) are disputing (Yakh'talifuun) about (Fiihi).
[27:77] And (Wa) indeed, it (Innahu) is (La) a guidance (Hudan) and mercy (Rah'matun) for the believers 
(Lil' Mu'miniin). 
[27:78] Indeed (Inna), your LORD (s) (Rabba-ka) will judge (Yaq'dii) between them (Bai'nahum) by (Bi) HIS 
judgement (Huk'mi-hi); for (Wa) HE (Huwa) is the ALMIGHTY (El' Åziizu), the OMNISCIENT (El' Åliim). 
[27:79] So (Fa) rely (Tawakkal') on GOD (Ålaallahi); indeed, you (s) (Innaka) are upon (Ålaa) the Clear 
(El'Mubiin) Truth (El'Haqqi). 
(3:60 / 2:147)
[27:80] Indeed, you (s) (Innaka) cannot (Laa) cause the dead (El'Maw'taa) to hear (-Tus'miu), nor (Walaa)
can you cause the deaf (Es'Summu) to hear (-Tus'miu) the call (invitation) (Ed'Duåå'a) when (Izaa) they have 
turned away (Wallaw') retreating (Mud'biriin).
[27:81] And (Wa) you (s) (Anta) cannot (Maa Bi) guide (Haadii) the blind (El'Um'yi) from (Ån) their error 
(Dolaalati-him'). Only (In illa) those who (Man) believe (Yu'minu) in (Bi) Our verses (Aayaati-naa) will hear 
(Tus'miu) and (Fa) they (Hum) are submitters (Mus'limuun). 
[27:82] And (Wa) when (Izaa) the word (23:68) (El'Qaw'lu) comes across them (Waqaå Ålai'him), We will 
bring forth (Akh'raj'naa) for them (Lahum) a tool (creature) (Daabbatan) from (Mina) the earth (El'Ar'di) telling them (Tukallimu-hum) that (Anna) the people (En'Naasa) were (Kaanu’) not (Laa) certain (Yuuqinuun) of (Bi)
Our verses (Aayaati-naa). 
.
#muktabulhussain-video, syedraf-analysis

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)