🔵Part-334(25:24-34)Al-Furqãn(সংবিধি)

🟨Part-334(25:24-34)Al-Furqãn(সংবিধি)
.
🟨মিনি সূচিঃPart-334(25:24-34)Al-Furqãn
২৫:২৭-২৮(সেইদিনা ৰছুলে কোৰআনত দেখুওৱা পথ নোলোৱাৰ অনুশোচনা কৰা-টোকা চাব)
২৫:৩০✅(সেইদিনা ৰছুলে কাকো বচাবলৈ চুপাৰিছ/মধ্যস্থতাটো নকৰে। মধ্যস্থতা কৰিব ওলোটাই কমপ্লেইন কৰিবলৈ)(THE MESSENGER CONFIRMS THAT HIS PEOPLE HAVE ABANDONED THE QURAN-Note)
২৫:৩৩✅(Quran explain itself)(Imp-Note:
QURAN IS THE COMPLETE DOCUMENTS OF ISLAM)
২৫:৩৪(ref:আৰু যিজন ইয়াত অন্ধ সি আখিৰাততো অন্ধ আৰু আটাইতকৈ বেছি পথভ্ৰষ্ট)
.
💥১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
💥২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
🟠২৫:২৪
أَصْحَابُ الْجَنَّةِ يَوْمَئِذٍ خَيْرٌ مُسْتَقَرًّا وَأَحْسَنُ مَقِيلًا
সেইদিনা জান্নাতবাসীসকলৰ বাসস্থান হব উৎকৃষ্ট আৰু বিশ্ৰামস্থল হ’ব মনোৰম।
.
✍️ Paradise for men only?
বহুআয়াতত জান্নাতৰ লগত পুৰুষ শব্দ অহা দেখা যায়। আচলতে উভয়ৰ বাবেই জান্নাত আছে যেনে:
৪:১২৪
وَمَنْ يَعْمَلْ مِنَ الصَّالِحَاتِ مِنْ ذَكَرٍ أَوْ أُنْثَىٰ وَهُوَ مُؤْمِنٌ فَأُولَٰئِكَ يَدْخُلُونَ الْجَنَّةَ وَلَا يُظْلَمُونَ نَقِيرًا
আৰু পুৰুষ বা নাৰীৰ মাজত কোনোবাই ঈমানৰ অৱস্থাত সৎকৰ্ম কৰিলে, তেওঁলোক জান্নাতত প্ৰৱেশ কৰিব আৰু তেওঁলোকৰ প্ৰতি অণু পৰিমাণো অন্যায় কৰা নহ’ব।
আৰু তলৰ লিংকত চাওঁক:
.
✍️ref:ap.
৫৯:২০
لَا يَسْتَوِي أَصْحَابُ النَّارِ وَأَصْحَابُ الْجَنَّةِ ۚ أَصْحَابُ الْجَنَّةِ هُمُ الْفَائِزُونَ
জাহান্নামৰ অধিবাসী আৰু জান্নাতৰ অধিবাসী কেতিয়াও সমান নহয়। প্ৰকৃত সফলতাৰ অধিকাৰী কেৱল জান্নাতৰ অধিবাসীসকলহে।
.
২৫:৭৬
خَالِدِينَ فِيهَا ۚ حَسُنَتْ مُسْتَقَرًّا وَمُقَامًا
তাত তেওঁলোক স্থায়ী হ’ব। অৱস্থানস্থল আৰু বাসস্থান হিচাপে সেয়া কিমান যে উৎকৃষ্ট!
.
The people of Hell will go down to the lowest levels and continual regret, with all kinds of punishments and torments.4:145.
২৫:৬৬
إِنَّهَا سَاءَتْ مُسْتَقَرًّا وَمُقَامًا
‘নিশ্চয় সেয়া বসবাস আৰু অৱস্থানস্থল হিচাপে অতি নিকৃষ্ট’।
.
🟠২৫:২৫
وَيَوْمَ تَشَقَّقُ السَّمَاءُ بِالْغَمَامِ وَنُزِّلَ الْمَلَائِكَةُ تَنْزِيلًا
আৰু সেইদিনা মেঘপুঞ্জৰ দ্বাৰা আকাশ বিদীৰ্ণ হ'ব আৰু দলে দলে ফিৰিস্তাসকলক অৱতীৰ্ণ কৰোৱা হ’ব।
.
✍️ref:ap.
২:২১০
هَلْ يَنْظُرُونَ إِلَّا أَنْ يَأْتِيَهُمُ اللَّهُ فِي ظُلَلٍ مِنَ الْغَمَامِ وَالْمَلَائِكَةُ وَقُضِيَ الْأَمْرُ ۚ وَإِلَى اللَّهِ تُرْجَعُ الْأُمُورُ
সিহঁতে এই অপেক্ষাত আছে নেকি যে, আল্লাহ আৰু ফিৰিস্তাসকল মেঘৰ ছাঁত সিহঁতৰ ওচৰত উপস্থিত হ’ব? আৰু সকলো বিষয়ৰ মীমাংসা হৈ যাব? আৰু সকলো বিষয় আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হ’ব।
.
🟠২৫:২৬
الْمُلْكُ يَوْمَئِذٍ الْحَقُّ لِلرَّحْمَٰنِ ۚ وَكَانَ يَوْمًا عَلَى ⬅️الْكَافِرِينَ عَسِيرًا
সেইদিনা চূড়ান্ত কৰ্তৃত্ব হ’ব কেৱল ৰহমানৰ আৰু কাফিৰসকলৰ বাবে সেইদিন হ’ব অত্যন্ত কঠিন।
.
✍️ref:ap 
৪০:১৬
يَوْمَ هُمْ بَارِزُونَ ۖ لَا يَخْفَىٰ عَلَى اللَّهِ مِنْهُمْ شَيْءٌ ۚ لِمَنِ الْمُلْكُ الْيَوْمَ ۖ لِلَّهِ الْوَاحِدِ الْقَهَّارِ
যিদিনা সিহঁতে (মানুহ বিলাক) প্ৰকাশিত হ’ব সেইদিনা আল্লাহৰ ওচৰত একোৱেই গোপন নাথাকিব। (তেওঁ ক’ব) ‘আজি কৰ্তৃত্ব কাৰ’? কেৱল আল্লাহৰেই, তেওঁ এজন, প্ৰবল প্ৰতাপশালী।
.
৭৪:৯-১০
فَذَٰلِكَ يَوْمَئِذٍ يَوْمٌ عَسِيرٌ
সেই দিনটো হ’ব এটা সংকটৰ দিন-
৭৪:১০
عَلَى الْكَافِرِينَ غَيْرُ يَسِيرٍ
যিটো কাফিৰসকলৰ বাবে সহজ নহয়।
.
✍️Note:sam.
Arabic: ➡️al kāfirūn. 2:19.
২:১৯
أَوْ كَصَيِّبٍ مِنَ السَّمَاءِ فِيهِ ظُلُمَاتٌ وَرَعْدٌ وَبَرْقٌ يَجْعَلُونَ أَصَابِعَهُمْ فِي آذَانِهِمْ مِنَ الصَّوَاعِقِ حَذَرَ الْمَوْتِ ۚ وَاللَّهُ مُحِيطٌ بِالْكَافِرِينَ
অথবা (সিহঁতৰ উদাহৰণ) ধাৰাসাৰ বৰষুণৰ দৰে, য’ত আছে ঘোৰ অন্ধকাৰ, বজ্ৰধ্বনি  আৰু বিদ্যুত চমক। সিহঁতে বজ্ৰধ্বনিত মৃত্যুৰ ভয়ত আঙুলিৰে কাণত সোপা দিয়ে। আৰু আল্লাহে কাফিৰসকলক চাৰিওফালৰ পৰা আগুৰি আছে ।
.
🟠২৫:২৭
وَيَوْمَ يَعَضُّ الظَّالِمُ عَلَىٰ يَدَيْهِ يَقُولُ يَا لَيْتَنِي اتَّخَذْتُ مَعَ الرَّسُولِ سَبِيلًا
সেইদিনা যালিম ব্যক্তিয়ে নিজৰে দুহাত কামুৰি কামুৰি ক’ব, ‘হায়, মই যদি ৰাছুলৰ সৈতে পথ অৱলম্বন কৰিলোহেঁতেন!’
.
✍️Note:sam.
Arabic: ẓālimūn.see 2:229.
.
✍️Verse/note:
25:27 and a Day on which the evildoer will bite his hands [in despair], exclaiming: “Oh, would that I had followed the path shown to me by the apostle!

Note.
[Lit., "taken a path with the apostle". The terms "the apostle" and "the evildoer" are here obviously used in their generic sense, applying to all of God's apostles and all who consciously reject their guidance. Similarly, the expression "so-and-so" (fulan) occurring in the next verse circumscribes any person or personified influence responsible for leading a human being astray.(as).
(Google translate no guarantee:
 "ৰছুলৰ সৈতে এটা পথ লৈছিল"।  "ৰছুল" আৰু "দুষ্টকৰ্মী" শব্দ দুটা ইয়াত স্পষ্টভাৱে ইয়াৰ সাধাৰণ অৰ্থত ব্যৱহাৰ কৰা হৈছে, আল্লাহৰ সকলো ৰছুলৰ বাবে আৰু যিসকলে সচেতনভাৱে তেওঁলোকৰ নিৰ্দেশনাক অস্বীকাৰ কৰে, তেওঁলোকৰ বাবে প্ৰযোজ্য।  একেদৰে পৰৱৰ্তী আয়াতত দেখা দিয়া "অমুক" (ফুলান) অভিব্যক্তিটোৱে মানুহক বিপথে পৰিচালিত কৰাৰ বাবে দায়ী যিকোনো ব্যক্তি বা ব্যক্তিকৃত প্ৰভাৱক পৰিসীমাবদ্ধ কৰে)
.
🟠২৫:২৮
يَا وَيْلَتَىٰ لَيْتَنِي لَمْ أَتَّخِذْ فُلَانًا خَلِيلًا
হায়, দুৰ্ভাগ্য মোৰ, অমুকক যদি মই বন্ধুৰূপে গ্ৰহণ নকৰিলোহেঁতেন!
.
✍️ Verse/note:
25:28 Oh, woe is me! Would that I had not taken so-and-so for a friend!
Note.
For the implication of the term "Satan" as used here, see 2:14, as well as 14:22.(as).
(২:১৪
وَإِذَا لَقُوا الَّذِينَ آمَنُوا قَالُوا آمَنَّا وَإِذَا خَلَوْا إِلَىٰ شَيَاطِينِهِمْ قَالُوا إِنَّا مَعَكُمْ إِنَّمَا نَحْنُ مُسْتَهْزِئُونَ
আৰু যেতিয়া সিহঁতে মুমিনসকলৰ লগত সাক্ষাৎ কৰে, তেতিয়া সিহঁতে কয়, ‘আমি ঈমান আনিছো’, আৰু যেতিয়া সিহঁতে অকলশৰীয়াকৈ সিহঁতৰ চয়তানসকলৰ লগত একত্ৰিত হয়, তেতিয়া কয়, ‘নিশ্চয় আমি তোমালোকৰ লগতেই আছো’। আমিতো কেৱল উপহাসকাৰী।
.
১৪:২২
وَقَالَ الشَّيْطَانُ لَمَّا قُضِيَ الْأَمْرُ إِنَّ اللَّهَ وَعَدَكُمْ وَعْدَ الْحَقِّ وَوَعَدْتُكُمْ فَأَخْلَفْتُكُمْ ۖ وَمَا كَانَ لِيَ عَلَيْكُمْ مِنْ سُلْطَانٍ إِلَّا أَنْ دَعَوْتُكُمْ فَاسْتَجَبْتُمْ لِي ۖ فَلَا تَلُومُونِي وَلُومُوا أَنْفُسَكُمْ ۖ مَا أَنَا بِمُصْرِخِكُمْ وَمَا أَنْتُمْ بِمُصْرِخِيَّ ۖ إِنِّي كَفَرْتُ بِمَا أَشْرَكْتُمُونِ مِنْ قَبْلُ ۗ إِنَّ الظَّالِمِينَ لَهُمْ عَذَابٌ أَلِيمٌ
আৰু যেতিয়া বিচাৰ কাৰ্য সম্পন্ন হ’ব তেতিয়া চয়তানে ক’ব, ‘নিশ্চয় আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল সত্য প্ৰতিশ্ৰুতি, ময়ো তোমালোকক প্ৰতিশ্ৰুতি দিছিলো, কিন্তু মই তোমালোকক দিয়া প্ৰতিশ্ৰুতি ভঙ্গ কৰিছো। তোমালোকৰ ওপৰত মোৰ কোনো আধিপত্য নাছিল, মই কেৱল তোমালোকক আহ্বান কৰিছিলো ফলত তোমালোকে মোৰ আহ্বানত সঁহাৰি দিছিলা। গতিকে তোমালোকে মোক দোষ নিদিবা, তোমালোকে নিজেই নিজকে দোষ দিয়াগৈ। মই তোমালোকৰ উদ্ধাৰকাৰী নহয় আৰু তোমালোকেও মোৰ উদ্ধাৰকাৰী নহয়। তোমালোকে মোক যে ইয়াৰ আগত আল্লাহৰ অংশী কৰিছিলা সেয়া মই অস্বীকাৰ কৰিছো’। নিশ্চয় যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।)
.
🟠২৫:২৯
لَقَدْ أَضَلَّنِي عَنِ الذِّكْرِ بَعْدَ إِذْ جَاءَنِي ۗ وَكَانَ الشَّيْطَانُ لِلْإِنْسَانِ خَذُولًا
অৱশ্যে সিয়ে মোক উপদেশ বাণীৰ পৰা বিভ্ৰান্ত কৰিছিল, অথচ মোৰ ওচৰত সেয়া আহিছিল; আৰু চয়তানতো মানুহৰ বাবে মহাপ্ৰতাৰক।
.
✍️Verse/note:
29. It is he who led me astray, although the straight path had become so visibly clear to 
me. The fact is that the Shaitan (like all those who maintain their relationships for selfish 
ends) goes along with you like a very sincere friend, but when misfortune comes he deserts 
his companion, leaving him like a lamb separated from the herd.(pz).
.
🟠২৫:৩০(THE MESSENGER CONFIRMS THAT 
HIS PEOPLE HAVE ABANDONED THE QURAN)
وَقَالَ الرَّسُولُ يَا رَبِّ إِنَّ قَوْمِي اتَّخَذُوا هَٰذَا الْقُرْآنَ مَهْجُورًا
আৰু ৰাছুলে ক’লে, ‘হে মোৰ ৰব! নিশ্চয় মোৰ সম্প্ৰদায়ে কোৰআনক পৰিত্যজ সাব্যস্ত কৰিছে’।
.
✍️Verse/note:
[25:30] and the messenger will say, "My Sustainer, my people have 
deserted this Quran."
Note:
The Quran: literally the Recitation. (Root: Q'R). The people who are supposedly devout: 
praying, fasting and taking part in every ritual say they believe in the Quran, but here the 
messenger is saying that his people have deserted the Quran. Why would he say this if they were 
keeping their duty to God and living their lives according to the Quran? The reality is this: they 
could not be further from the Quranic values and God's guidance. In truth they have deserted the 
Quran, while believing they have not. See verses and footnotes 25:32 & 2:185. See also verses 
6:19; 12:106; 10:31. Demand for alternative narrations or hadith. See verse 17:73. God revealed 
the best Hadith. See verse 39:23.(sig).
.
✍️ Verse/Note:✅
The Intercession (Testimony) of the Messenger on Behalf of His People25:30 The messenger said, "My Lord, my people have deserted this Quran."
Note.
Soon after Muhammed's death, hypocrites and those who reverted to polytheism engaged in the oral transmission of hearsay, thereby creating another source besides the Quran. Centuries later, they were collected, written and codified as the teachings of various sects. Those who follow these hearsays and fabrications pretend to follow Muhammed, while they abandon the only book delivered by him. They will be surprised on the Day of Judgment to see that Muhammed will reject their fabrications and idolatry, by following the rules expressed in 78:38 and 19:87. Muhammed will intercede for them by fulfilling the prophecy in verse 25:30.(edip).
(Google translate no guarantee:
মহম্মদৰ মৃত্যুৰ কিছু সময়ৰ পিছতে ভণ্ড আৰু যিসকলে শ্বৰকলৈ ঘূৰি আহিল তেওঁলোকে শুনা-শুনা কথাৰ মৌখিক প্ৰচাৰত লিপ্ত হয়, যাৰ ফলত কোৰআনৰ বাহিৰেও আন এটা উৎসৰ সৃষ্টি হয়।  যুগ যুগ ধৰি বিভিন্ন পন্থাৰ শিক্ষা হিচাপে সংকলন, লিখা আৰু সংহিতাকৰণ কৰা হৈছিল।  এই শুনা কথা আৰু ৰচনা কৰা কথাবোৰ অনুসৰণ কৰাসকলে মহম্মদক অনুসৰণ কৰাৰ অভিনয় কৰে, আনহাতে তেওঁ ডেলিভাৰী কৰা একমাত্ৰ কিতাপখন পৰিত্যাগ কৰে।  তেওঁলোকে কিয়ামতৰ দিনা আচৰিত হ’ব যে মহম্মদে তেওঁলোকৰ ৰচনা আৰু মূৰ্তিপূজাক(কেৱল মূৰ্তি এটা আগত ৰাখি পূজা কৰাকেই  মূৰ্তিপূজাক নকয়-ৰফ)নাকচ কৰিব, ৭৮:৩৮ আৰু ১৯:৮৭ পদত প্ৰকাশ কৰা নিয়মসমূহ মানি চলি।  ২৫:৩০ পদত দিয়া ভৱিষ্যদ্বাণী পূৰণ কৰি মহম্মদে তেওঁলোকৰ বাবে মধ্যস্থতা কৰিব)
(৭৮:৩৮
يَوْمَ يَقُومُ الرُّوحُ وَالْمَلَائِكَةُ صَفًّا ۖ لَا يَتَكَلَّمُونَ إِلَّا مَنْ أَذِنَ لَهُ الرَّحْمَٰنُ وَقَالَ صَوَابًا
সেইদিনা ৰূহ আৰু ফিৰিস্তাসকল শাৰীবদ্ধভাৱে থিয় হ’ব; ৰহমানে যাক অনুমতি দিব তাৰ বাহিৰে কোনেও কথা নক’ব, আৰু তেওঁ সঠিক কথা ক’ব।
.
১৯:৮৭
لَا يَمْلِكُونَ الشَّفَاعَةَ إِلَّا مَنِ اتَّخَذَ عِنْدَ الرَّحْمَٰنِ عَهْدًا
যিসকলে ৰহমানৰ পৰা প্ৰতিশ্ৰুতি লৈছে, তেওঁলোকৰ বাহিৰে কোনেও ছুপাৰিছ কৰিব নোৱাৰিব।)
.
🟠২৫:৩১
وَكَذَٰلِكَ جَعَلْنَا لِكُلِّ نَبِيٍّ عَدُوًّا مِنَ الْمُجْرِمِينَ ۗ وَكَفَىٰ بِرَبِّكَ هَادِيًا وَنَصِيرًا
(আল্লাহে ক’লে) ‘এইদৰেই আমি প্ৰত্যেক নবীৰ বাবে অপৰাধীবিলাকৰ মাজৰ পৰা শত্ৰু বনাই দিছো। তোমাৰ প্ৰতিপালকেই পথপ্ৰদৰ্শক আৰু সহায়কাৰীৰূপে যথেষ্ট’।
.
✍️Verse/note:
25:31 Thus We have made for every Prophet enemies among the guilty, those who have been used to thriving on the fruit of others’ toil. Yet, Your Lord is Sufficient for a Guide and Helper.

Note.
6:112, 22:52. The Divine message, being a great equalizer of humanity, strikes at the interests of the unjust exploiters(sa).
(৬:১১২
وَكَذَٰلِكَ جَعَلْنَا لِكُلِّ نَبِيٍّ عَدُوًّا شَيَاطِينَ الْإِنْسِ وَالْجِنِّ يُوحِي بَعْضُهُمْ إِلَىٰ بَعْضٍ زُخْرُفَ الْقَوْلِ غُرُورًا ۚ وَلَوْ شَاءَ رَبُّكَ مَا فَعَلُوهُ ۖ فَذَرْهُمْ وَمَا يَفْتَرُونَ
আৰু এইদৰে আমি মানৱ আৰু জ্বিনৰ মাজৰ পৰা চয়তানসকলক প্ৰত্যেক নবীৰ শত্ৰু বনাইছো, প্ৰতাৰণাৰ উদ্দেশ্যে সিহঁতে ইজনে সিজনক চমকপ্ৰদ বাক্যৰ কুমন্ত্ৰণা দিয়ে। তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সিহঁতে এইবোৰ নকৰিলেহেঁতেন, গতিকে তুমি সিহঁতক আৰু সিহঁতৰ মিছা ৰটনাক পৰিত্যাগ কৰা।
(Pl find the verse/notes 6:112: link:
.
২২:৫২
وَمَا أَرْسَلْنَا مِنْ قَبْلِكَ مِنْ رَسُولٍ وَلَا نَبِيٍّ إِلَّا إِذَا تَمَنَّىٰ أَلْقَى الشَّيْطَانُ فِي أُمْنِيَّتِهِ فَيَنْسَخُ اللَّهُ مَا يُلْقِي الشَّيْطَانُ ثُمَّ يُحْكِمُ اللَّهُ آيَاتِهِ ۗ وَاللَّهُ عَلِيمٌ حَكِيمٌ
আৰু আমি তোমাৰ পূৰ্বে যি ৰাছুল অথবা নবী প্ৰেৰণ কৰিছো, তেওঁলোকৰ কোনোবাই যেতিয়া (অহী বাণী) তিলাৱত কৰিছে, তেতিয়াই চয়তানে তেওঁলোকৰ তিলাৱতত (কিবা) নিক্ষেপ কৰিছে, কিন্তু চয়তানে যি নিক্ষেপ কৰে আল্লাহে সেয়া বিদূৰিত কৰে। তাৰ পিছত আল্লাহে তেওঁৰ আয়াতসমূহক সুপ্ৰতিষ্ঠিত কৰে, আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
(Pl find the verse/note 22:52:link:
.
🟠২৫:৩২
وَقَالَ الَّذِينَ كَفَرُوا لَوْلَا نُزِّلَ عَلَيْهِ الْقُرْآنُ جُمْلَةً وَاحِدَةً ۚ كَذَٰلِكَ لِنُثَبِّتَ بِهِ فُؤَادَكَ ۖ وَرَتَّلْنَاهُ تَرْتِيلًا
আৰু কাফিৰসকলে কয়, ‘সম্পূৰ্ণ কোৰআনখন তেওঁৰ ওচৰত একেলগে অৱতীৰ্ণ কৰা নহ’ল কিয়’? এইদৰে অৱতীৰ্ণ কৰাৰ কাৰণ হৈছে যাতে তোমাৰ হৃদয়ক আমি ইয়াৰ দ্বাৰা মজবুত কৰিব পাৰো সেয়ে আমি ইয়াক ক্ৰমে ক্ৰমে স্পষ্টভাৱে আবৃত্তি কৰিছো।
.
✍️Verse/note:
25:32. One of the objections of those who oppose this code of life is to question why the 
entire Quran was not revealed to the Rasool at one time (so that once and for all we would 
have known what to accept)? 
O Rasool! This Quran is being revealed gradually (in planned stages) so that it can be 
enforced and implemented as it is being revealed to you; and its positive and pleasant results 
become a source of strength for you. All its teachings are closely knit and its contents 
progress in stages in an organized manner. Such a programme should come in a continuous 
sequence (73:4).pz.
(৭৩:৪
أَوْ زِدْ عَلَيْهِ وَرَتِّلِ الْقُرْآنَ تَرْتِيلًا
অথবা তাতোকৈ অলপ বেছি। আৰু স্পষ্টভাৱে ধীৰে ধীৰে কোৰআন তিলাৱাত কৰা।)
.
✍️ Verse/notes: LINK:
.
🟠২৫:৩৩(The best Tafseer or explanation of the Qur’an comes from within itself)
وَلَا يَأْتُونَكَ بِمَثَلٍ إِلَّا جِئْنَاكَ بِالْحَقِّ وَأَحْسَنَ ⬅️تَفْسِيرًا
আৰু সিহঁতে তোমাৰ ওচৰত যিকোনো বিষয়েই লৈ নাহক কিয়, আমি সেইটোৰ সঠিক সমাধান আৰু সুন্দৰ ব্যাখ্যা তোমাৰ ওচৰলৈ লৈ আহিছোঁ।
.
✍️Imp-Note:QURAN IS THE COMPLETE DOCUMENTS OF ISLAM: Press link: https://bit.ly/3CktzWT
.
🟠২৫:৩৪
الَّذِينَ يُحْشَرُونَ عَلَىٰ وُجُوهِهِمْ إِلَىٰ جَهَنَّمَ أُولَٰئِكَ شَرٌّ مَكَانًا وَأَضَلُّ سَبِيلًا
যিসকলক উবুৰি খুৱাই জাহান্নামৰ পিনে একত্ৰিত কৰা হ’ব, সিহঁত মৰ্যাদাত অতি নিকৃষ্ট আৰু অধিক পথভ্ৰষ্ট।
.
✍️ref:
১৭:৭২
وَمَنْ كَانَ فِي هَٰذِهِ أَعْمَىٰ فَهُوَ فِي الْآخِرَةِ أَعْمَىٰ وَأَضَلُّ سَبِيلًا
আৰু যিজন ইয়াত অন্ধ সি আখিৰাততো অন্ধ আৰু আটাইতকৈ বেছি পথভ্ৰষ্ট।
.
🟨WORD BY WORD MEANING:
[25:24] For the Companions of Paradise (As'haabul' Jannati) on that day (Yaw'maizi), is a better (Khai'run)
residence (Mas'taqarran) and (Wa) best (Ah'sanu) as resting place (Maqiilaa). 
[25:25] And (Wa) the day (Yaw'ma) the sky (Es'Samaau) will split (Tashaqqaqu Bi) the clouds (El'Gamaami), 
and (Wa) the Angels (El'Malaaikatu) will descend (Nuzzilaa) by coming down (Tanziilaa).
[25:26] The true (El'Haqqu) dominion (El'Mul'ku) on that day (Yaw'maizin) belongs to the GRACIOUS (Lir'
Rah'maani); and (Wa) it will be (Kaana) a difficult (Åsiiraa) day (Yaw'man) for (Ålaa) the disbelievers 
(El'Kaafiriina). 
[25:27] It is the day (Yaw'ma) a transgressor (Ez'Zoalimu) will bite (Yaåddu) on (Ålaa) his hands (Yadai'hi)
saying (Yaquulu), "O (Yaa) if only I (Lai'tanii) had taken (Ettakhaz'tu) a way (Sabiila) with (Maå) the 
Messenger (Er'Rasuuli). 
(33:66-67)
[25:28] "O (Yaa) woe to me (Wai'lataa), if only (Lai'tanii) I had not (Lam') taken (Attakhiz') so-and-so 
(Fulaanan) as a friend (Khaliila)!
[25:29] "He has certainly (Laqad') diverted me from (Adollanii Åni) the Remembrance (Ez'Zik'ri) after 
(Ba'da) when (Iz') it had come to me (Jaa'anii). But (Wa) the devil (Es'Shai'toanu) is (Kaana) to the human 
being (Lil' Insaani), a deserter (Khazuulaa)."
[25:30] And (Wa) the Messenger (Er'Rasuulu) will say (Qaala), "O (Yaa) LORD (Rabbi), indeed (Inna) my 
people (Qaw'mii) have taken (Ettakhazu') this (Haaza) Koran (28:85) (El'Qur'aana) as abandoned (Mah'juuraa)." 
[25:31] And (Wa) thus (Kazaalika) have We made (Jaål'naa) for (Li) every (Kulli) prophet (Nabiyyin)
enemies (an enemy) (Åduwwan) among (Mina) the criminals (El'Muj'rimiina); but (Wa) sufficient (Kafaa Bi) is 
your LORD (s) (Rabbi-ka) as a Guide (Haadiyyan) and Helper (Nasiiraa). 
(6:112-113)
[25:32] And (Wa) those who (Ellaziina) disbelieve (Kafaru') say (Qaala), "Why (Law') was the Koran 
(El'Qur'aanu) not (Laa) revealed to him (Unzila Ålai'hi) all (Jum'latan) at once (Waahidatan)?" Thus
(Kazaalika) so that (Li) We may reinforce (Nuthabbita) your mind (s) (Fuaada-ka) with it (Bihi), and (Wa) We 
have intoned it (Rattal'naa-hu) with chanting (Tar'tiila). 
(17:106)
[25:33] And (Wa) they do not (Laa) come to you (s) with (Ya'tuuna-ka Bi) an instance (case) (Mathalin) but (illa)
We have brought you (Ji'naa-ka Bi) the truth (El'Haqqi) and (Wa) best (Ah'sana) in explanation (Taf'siiraa).
[25:34] Those who (Ellaziina) will be assembled (Yuh'sharuuna) upon (Ålaa) their faces (Wujuuhi-him) to 
(ilaa) Hell (Jahannama); those (U'laaika) are the worst (Sharrun) in position (Makaanan) and (Wa) more 
astray (Adollu)
from the way (Sabiilaa). 
.
analysis syedraf, video #Muktabulhussain

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)