🌀📒১০৫-১০৬
📒676-মিনি সূচিঃ Part-676(105:01-05)Al-Feel
(106:01-04)Quraish.
📒(105:01-05)Al-Feel📕(106:01-04)Quraish
এই দুয়োটা ছুৰাতে ফীল আৰু কোৰাইশ্ব শব্দ দুটা কোৰানত এবাৰেই আহিছে। এই সুবিধাৰ সুযোগলৈ ইয়াৰ তথাকথিত তফছীৰত শ্বানে-নুযুলৰ দ্বাৰা মেনোপুলেত কৰি দিয়া হল। এই সকলো কথা সামৰি আজিৰ এই খণ্ডটো অতি গুৰুত্বপূৰ্ণ। কোৰাইশ্বত "বাইত"ৰ কথা আহিছে।
📒📒 chapter end 📒📒
Comments
Post a Comment