🌄Part-657(89:17-30)Al-Fajr (Dawn)

✔️Part-657(89:17-30)Al-Fajr (Dawn)
.___________________________________________
✔️"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"ৰ খণ্ডৰ আৰম্ভণিত বিশেষ টোকা আৰু লিংক:
.___________________________________________
✔️Template  misc.sub:Part- 644
কোৰআন তিলাৱত মানে কি? ছালাত কায়ম কৰা কি? মাতলু আৰু গায়েৰ-মাতলু কি? জিভাৰ পাকেৰে মাতলুক বাদদি গায়েৰ-মাতলুক ইছলামৰ প্ৰচাৰ কৰা হৈছে। আচলতে গায়েৰ-মাতলুক মনত ৰখাৰ প্ৰয়োজনেই নাই, এইবোৰ তথাকথিত হাদিসবোৰ যিবোৰে গোটেই দুনিয়াত বেপাৰ খুলি ৰাখিছে।
A-Based On- 2:129: https://rb.gy/tmq9w
B-On-,, 3:78:(Part-644): https://rb.gy/7165n
.___________________________________________
মিনি সূচিঃPart-657(89:17-30)Al-Fajr (Dawn)
ধন-সম্পদৰ লোভৰ প্ৰবলতাত তোমালোকে আল্লাহৰ যিকিৰৰ পৰা অৰ্থাৎ আল্লাহৰ আদেশ-নিষেধত কি উপদেশ দিছে তাৰ প্ৰতি অমনোযোগীহৈ দুখিয়া ভোকাতুৰক সহায় নকৰা। মনত ৰাখিব পৃথিৱীৰ জীৱন প্ৰতাৰণাৰ বাহিৰে আন একো নহয়।তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, ঈমান আনা আৰু সৎকৰ্ম কৰা। জন্নত কনৰ্ফাম।
.___________________________________________
🌄৮৯:১৭
كَلَّا ۖ بَلْ لَا تُكْرِمُونَ الْيَتِيمَ
কেতিয়াও নহয়, বৰং তোমালোকে এতীমক সমাদৰ নকৰা,
.
✍️BB-ref:(107:2)
১০৭:২
فَذَٰلِكَ الَّذِي يَدُعُّ الْيَتِيمَ
সি সেইজনেই, যিয়ে অনাথক কঠোৰভাৱে খেদি পঠিয়ায়,[69:34].
৬৯:৩৪
وَلَا يَحُضُّ عَلَىٰ طَعَامِ الْمِسْكِينِ
আৰু মিছকিনক খাদ্যদানত উৎসাহিত কৰাও নাছিল।
.
✍️Verse/Note-sa:
89:17 Nay, nay, you do not honor the orphan.

Note:
You forget to realize your acts of commission and omission. Yateem = Orphan = Widow = Left alone in the society = Helpless. A benevolent society makes room for the ‘Yateem’
.
✍️ref:sam:
৪:২
وَآتُوا الْيَتَامَىٰ أَمْوَالَهُمْ ۖ وَلَا تَتَبَدَّلُوا الْخَبِيثَ بِالطَّيِّبِ ۖ وَلَا تَأْكُلُوا أَمْوَالَهُمْ إِلَىٰ أَمْوَالِكُمْ ۚ إِنَّهُ كَانَ حُوبًا كَبِيرًا
আৰু ইয়াতীমসকলক তোমালোকে সিহঁতৰ ধন-সম্পদ সমৰ্পণ কৰা; আৰু তোমালোকে অপৱিত্ৰ বস্তুক পৱিত্ৰ বস্তুৰ দ্বাৰা সলনি নকৰিবা লগতে তোমালোকে নিজ সম্পদৰ লগত সিহঁতৰ সম্পদ মিলাই গ্ৰাস নকৰিবা। নিশ্চয় এইটো মহাপাপ।
.___________________________________________
🌄৮৯:১৮
وَلَا تَحَاضُّونَ عَلَىٰ طَعَامِ الْمِسْكِينِ
আৰু তোমালোকে মিচকিনক* খাদ্য প্ৰদান কৰিবলৈ পৰস্পৰে পৰস্পৰক উৎসাহিত নকৰা,
.
✍️BB-ref:(107:3)*
১০৭:৩
وَلَا يَحُضُّ عَلَىٰ طَعَامِ الْمِسْكِينِ
আৰু সি দুখীয়াক খানা খুৱাবলৈ উৎসাহ নিদিয়ে।
(107:3 And urges not the feeding of the needy. And participates not in helping those who have lost their jobs, whose businesses have stalled, and whose hard earned income is insufficient to meet their basic needs.sa)
.
✍️Verse/Note:
89:18 And you fail to encourage one another to feed the needy (and establish a benevolent society).

Note:
The term used for ‘feeding’ is highly inclusive. Here it indicates failing to establish the ideal society that takes care of all individuals. Miskeen = Poor = Needy = Whose life is stranded for any reason = Whose business has stalled = Who has lost his job = Whose life has been hampered by circumstances. Ta’aam = Feeding = Food = Provision = Basic needs of life. A benevolent society takes care of the basic needs of life. None would sleep hungry therein(sa).
.___________________________________________
🌄৮৯:১৯
وَتَأْكُلُونَ التُّرَاثَ أَكْلًا لَمًّا
আৰু তোমালোকে উত্তৰাধিকাৰৰ সম্পদ সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলোৱা,(ref:4:2 see above at 17)
.___________________________________________
🌄৮৯:২০
وَتُحِبُّونَ الْمَالَ حُبًّا جَمًّا
আৰু তোমালোকে ধন-সম্পদক অতিকৈ ভালপোৱা*;
.
✍️BB-ref:(100:8)*
১০০:৮
وَإِنَّهُ لِحُبِّ الْخَيْرِ لَشَدِيدٌ
আৰু নিশ্চয় সি ধন-সম্পদৰ লোভত প্ৰবল।
-refs:[102:1-2-sa]
১০২:১
 أَلْهَاكُمُ التَّكَاثُرُ
প্ৰাচুৰ্যৰ প্ৰতিযোগিতায় তোমালোকক অমনোযোগী কৰি ৰাখিছে।
১০২:২
حَتَّىٰ زُرْتُمُ الْمَقَابِرَ
যেতিয়ালৈকে তোমালোকে কবৰত উপনীত নোহোৱা।
.
✍️(Ch-102)The real purpose of life. 57:20, 83:26
৫৭:২০
اعْلَمُوا أَنَّمَا الْحَيَاةُ الدُّنْيَا لَعِبٌ وَلَهْوٌ وَزِينَةٌ وَتَفَاخُرٌ بَيْنَكُمْ وَتَكَاثُرٌ فِي الْأَمْوَالِ وَالْأَوْلَادِ ۖ كَمَثَلِ غَيْثٍ أَعْجَبَ الْكُفَّارَ نَبَاتُهُ ثُمَّ يَهِيجُ فَتَرَاهُ مُصْفَرًّا ثُمَّ يَكُونُ حُطَامًا ۖ وَفِي الْآخِرَةِ عَذَابٌ شَدِيدٌ وَمَغْفِرَةٌ مِنَ اللَّهِ وَرِضْوَانٌ ۚ وَمَا الْحَيَاةُ الدُّنْيَا إِلَّا مَتَاعُ الْغُرُورِ
জানি থোৱা যে, নিশ্চয় পৃথিৱীৰ জীৱন খেল-ধেমালি, ক্ৰীড়া-কৌতুক, সৌন্দৰ্য, আৰু তোমালোকৰ পাৰস্পাৰিক গৌৰৱ-অহংকাৰ, ধন-সম্পদ আৰু সন্তান-সন্ততিত প্ৰাচুৰ্য লাভৰ প্ৰতিযোগিতাৰ বাহিৰে আন একো নহয়। ইয়াৰ উদাহৰণ হৈছে বৰষুণৰ দৰে, যাৰ দ্বাৰা উৎপন্ন শস্য-সম্ভাৰে কৃষকসকলক আনন্দিত কৰে, তাৰ পিছত সেইবোৰ শুকাই যায়, তেতিয়া তুমি সেইবোৰক হালধীয়া বৰণত দেখিবলৈ পোৱা, অৱশেষত সেইবোৰ খেৰ-কুটাত পৰিণত হয়; আৰু আখিৰাতত আছে কঠিন শাস্তি আৰু আল্লাহৰ মাগফিৰাত ও সন্তুষ্টি; আৰু পৃথিৱীৰ জীৱন প্ৰতাৰণাৰ বাহিৰে আন একো নহয়।
.
৮৩:২৫-২৬
يُسْقَوْنَ مِنْ رَحِيقٍ مَخْتُومٍ
সিহঁতক মোহৰ মাৰি থোৱা বিশুদ্ধ পানীয় পান কৰোৱা হ’ব;
৮৩:২৬
خِتَامُهُ مِسْكٌ ۚ وَفِي ذَٰلِكَ فَلْيَتَنَافَسِ الْمُتَنَافِسُونَ
আৰু যাৰ মোহৰ হ'ব মিছকৰ, সেয়ে এই বিষয়ে প্ৰতিযোগীসকলে প্ৰতিযোগিতা কৰা উচিত।
.___________________________________________
🌄৮৯:২১
كَلَّا إِذَا دُكَّتِ الْأَرْضُ دَكًّا دَكًّا
কেতিয়াও নহয়। যেতিয়া পৃথিৱীখনক চূৰ্ণ-বিচূৰ্ণ কৰা হ’ব,
.___________________________________________
🌄৮৯:২২
وَجَاءَ رَبُّكَ وَالْمَلَكُ صَفًّا صَفًّا
আৰু যেতিয়া তোমাৰ প্ৰতিপালক আগমন কৰিব আৰু ফিৰিস্তাসকল শাৰীবদ্ধভাৱে উপস্থিত হ’ব,
.
✍️Verse/Note:
89:22 And your Lord comes, and His angels, rank upon rank.

Note:
A great Revolution will come and the Divine System will be established. The universal forces will line up to that end(sa).
(এক মহান বিপ্লৱ আহিব আৰু ঐশ্বৰিক ব্যৱস্থা প্ৰতিষ্ঠা হ’ব।  সেই উদ্দেশ্যলৈকে সাৰ্বজনীন শক্তিবোৰে শাৰী পাতিব)
.___________________________________________
🌄৮৯:২৩
وَجِيءَ يَوْمَئِذٍ بِجَهَنَّمَ ۚ يَوْمَئِذٍ يَتَذَكَّرُ الْإِنْسَانُ وَأَنَّىٰ لَهُ الذِّكْرَىٰ
আৰু সেইদিনা জাহান্নামক উপস্থিত কৰা হ’ব, সেইদিনা মানুহে স্মৰণ কৰিব, কিন্তু এই স্মৰণ তাৰ কোনটো কামত আহিব?
.___________________________________________
🌄৮৯:২৪
يَقُولُ يَا لَيْتَنِي قَدَّمْتُ لِحَيَاتِي
(তেতিয়া) সি ক’ব, ‘হায়! এই জীৱনৰ বাবে মই যদি কিবা অগ্ৰিম পঠালোহেঁতেন,
.___________________________________________
🌄৮৯:২৫
فَيَوْمَئِذٍ لَا يُعَذِّبُ عَذَابَهُ أَحَدٌ
সেইদিনা তেওঁৰ শাস্তিৰ দৰে শাস্তি কোনেও দিব নোৱাৰিব।
.___________________________________________
🌄৮৯:২৬
وَلَا يُوثِقُ وَثَاقَهُ أَحَدٌ
আৰু তেওঁৰ বান্ধোনৰ দৰে বান্ধোন আন কোনেও দিব নোৱাৰিব।
.
✍️Verse/Note:
89:26 And none binds as He binds.

Note:
The logical result of disregarding the Creator’s guidance is getting bound by shackles of mental slavery. 7:157(sa).
(স্রষ্টার নির্দেশনা উপেক্ষা করার যৌক্তিক ফল হচ্ছে মানসিক দাসত্বের শিকলে আবদ্ধ।  7:157)
(৭:১৫৭
الَّذِينَ يَتَّبِعُونَ الرَّسُولَ النَّبِيَّ الْأُمِّيَّ الَّذِي يَجِدُونَهُ مَكْتُوبًا عِنْدَهُمْ فِي التَّوْرَاةِ وَالْإِنْجِيلِ يَأْمُرُهُمْ بِالْمَعْرُوفِ وَيَنْهَاهُمْ عَنِ الْمُنْكَرِ وَيُحِلُّ لَهُمُ الطَّيِّبَاتِ وَيُحَرِّمُ عَلَيْهِمُ الْخَبَائِثَ وَيَضَعُ عَنْهُمْ إِصْرَهُمْ وَالْأَغْلَالَ الَّتِي كَانَتْ عَلَيْهِمْ ۚ فَالَّذِينَ آمَنُوا بِهِ وَعَزَّرُوهُ وَنَصَرُوهُ وَاتَّبَعُوا النُّورَ الَّذِي أُنْزِلَ مَعَهُ ۙ أُولَٰئِكَ هُمُ الْمُفْلِحُونَ
যিসকলে অনুসৰণ কৰে ৰাছুলৰ, উম্মী নবীৰ, যাৰ উল্লেখ সিহঁতে সিহঁতৰ ওচৰত থকা তাওৰাত আৰু ইঞ্জীলত লিপিবদ্ধ পায়, যিজনে সিহঁতক সৎ কামৰ আদেশ দিয়ে, অসৎকৰ্মৰ পৰা নিষেধ কৰে, সিহঁতৰ বাবে পৱিত্ৰ বস্তু হালাল কৰে আৰু অপৱিত্ৰ বস্তু হাৰাম কৰে। আৰু সিহঁতক সিহঁতৰ ওপৰত থকা বোজাৰ পৰা আৰু শৃংখলৰ পৰা মুক্ত কৰে। সেয়ে যিসকলে তেওঁৰ প্ৰতি ঈমান আনে, তেওঁক সন্মান কৰে, তেওঁক সহায় কৰে আৰু যি নূৰ তেওঁৰ প্ৰতি অৱতীৰ্ণ হৈছে সেইটোৰ অনুসৰণ কৰে, তেওঁলোকেই সাফল্যমণ্ডিত।)
.
✍️ref:as:
৭৩:১২
إِنَّ لَدَيْنَا أَنْكَالًا وَجَحِيمًا
নিশ্চয় আমাৰ ওচৰত আছে শিকলিসমূহ আৰু প্ৰজ্বলিত জুই,
.___________________________________________
🌄৮৯:২৭
يَا أَيَّتُهَا النَّفْسُ الْمُطْمَئِنَّةُ
হে প্ৰশান্ত আত্মা!
.
✍️Verse/Note:
89:27. On the contrary, the person who would have attained tranquillity and 
peace of mind by following the Divine Laws (13:28), thus developing his 
personality properly and acquiring perfect balance in it, (91:9), would be told.pz.
(By living a life upright 13:28, 91:9-sa)
(১৩:২৮
الَّذِينَ آمَنُوا وَتَطْمَئِنُّ قُلُوبُهُمْ بِذِكْرِ اللَّهِ ۗ أَلَا بِذِكْرِ اللَّهِ تَطْمَئِنُّ الْقُلُوبُ
‘যিসকলে ঈমান আনিছে আল্লাহৰ স্মৰণত তেওঁলোকৰ মন প্ৰশান্ত হয়; জানি থোৱা! আল্লাহৰ স্মৰণতেই মনৰ শান্তি লাভ হয়’;
-find 13:28 in the link:
.
✍️ref:mdod:
৬:১২৫
فَمَنْ يُرِدِ اللَّهُ أَنْ يَهْدِيَهُ يَشْرَحْ صَدْرَهُ لِلْإِسْلَامِ ۖ وَمَنْ يُرِدْ أَنْ يُضِلَّهُ يَجْعَلْ صَدْرَهُ ضَيِّقًا حَرَجًا كَأَنَّمَا يَصَّعَّدُ فِي السَّمَاءِ ۚ كَذَٰلِكَ يَجْعَلُ اللَّهُ الرِّجْسَ عَلَى الَّذِينَ لَا يُؤْمِنُونَ
এতেকে আল্লাহে কাৰোবাক সৎপথত পৰিচালিত কৰিব বিচাৰিলে তেওঁ তাৰ বুকু ইছলামৰ বাবে প্ৰশস্ত কৰি দিয়ে, আৰু কাৰোবাক বিপথগামী কৰিব বিচাৰিলে তেওঁ তাৰ বুকু অতি সংকীৰ্ণ কৰি দিয়ে, (সেই ব্যক্তিৰ ওচৰত ইছলামৰ অনুসৰণ) এনে লাগে যেন সি বহু কষ্টেৰে আকাশলৈ উঠি আছে। এইদৰেই আল্লাহে শাস্তি দিয়ে সিহঁতক, যিসকলে ঈমান পোষণ নকৰে।
.
৯১:৯
قَدْ أَفْلَحَ مَنْ زَكَّاهَا
নিসন্দেহে সিয়েই সফল হৈছে যিয়ে নিজকে পৱিত্ৰ কৰিছে।)
.___________________________________________
🌄৮৯:২৮
ارْجِعِي إِلَىٰ رَبِّكِ رَاضِيَةً مَرْضِيَّةً
তুমি তোমাৰ প্ৰতিপালকৰ ওচৰলৈ উভতি আহা সন্তুষ্ট আৰু সন্তোষভাজন হৈ,
.
✍️Verse:
89:28. "Your life-style was in complete harmony with the Divine Laws. Therefore from your Rabb, you will have all the pleasures and comforts you 
desire."pz.
.___________________________________________
🌄৮৯:২৯
فَادْخُلِي فِي عِبَادِي
আৰু মোৰ বান্দাসকলৰ অন্তৰ্ভূক্ত হৈ যোৱা,
.
✍️Verse:pz.
89:29. (But O Rasool tell them, “You cannot attain this individually, but 
through collective living”. For this it is important that) You should join the 
group of people who are obedient to Allah (theJamaat-ul-Momineen,).
.___________________________________________
🌄৮৯:৩০
وَادْخُلِي جَنَّتِي
আৰু মোৰ জান্নাতত প্ৰৱেশ কৰা।
.
✍️Verse/Note:
89:30. And in this way you shall enter the blissful society of Jannat, which 
has been established according to the Divine Laws (9:119). (A blissful life in 
this world as well as in the hereafter.)pz.
(৯:১১৯
يَا أَيُّهَا الَّذِينَ آمَنُوا اتَّقُوا اللَّهَ وَكُونُوا مَعَ الصَّادِقِينَ
হে মুমিনসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু সত্যবাদীসকলৰ সঙ্গী হোৱা।
-Pl find 9:119 in the link:
.___________________________________________
ছুৰা সমাপ্ত 
.___________________________________________
[89:17] Nay (Kallaa)! Rather (Bal) you do not (Laa) honour (Tuk'rimuuna) the orphan (107:2) (El'Yatiim), 
[89:18] nor (Walaa) do you urge on (Tahaadduuna Ålaa) feeding (Toååmi) of the poor (107:3) (El'Mis'kiin),
[89:19] and (Wa) you consume (Ta'kuluuna) inheritance (Etturaatha); consumption (Ak'lan) and gathering
(Lammaa),
[89:20] and (Wa) you love (Tuhibbuuna) wealth (El'Maala) with excess (great) (Jammaa) love (100:8) (Hubban). 
[89:21] Nay (Kallaa)! When (Izaa) the earth (El'Ar'du) has been demolished (Dukkati); level (Dakkaan) by level (Dakkaa),
[89:22] and (Wa) your LORD (s) (Rabbu-ka) comes (Jaa”a) together with (Wa) the Angels (El'Malaku); row 
(Soffaan) by row (Soffaa),
[89:23] and (Wa) brought forth (Ji'iia Bi) Hell (Jahannama), on that day (Yaw'maizi); the human being (El'
Insaanu) will take heed (Yatazakkaru), on that day (Yaw'maizin), but (Wa) how (Annaa) will he have (Lahu) the 
remembrance (Ez'Zik'raa)? 
[89:24] He will say (Yaquulu), "O (Yaa)! If only I (Lai'tanii) had sent forth (Qaddam'tu) for (Li) my life (Hayaatii)."
[89:25] But (Fa) on that day (Yaw'maizin), none (Laa Ahadu) will be punished (Yuåzzibu) as his punishment (Åzaaba-hu), 
[89:26] and (Wa) none (Laa Ahadu) will be chained (Yuuthiqu) as his chaining (Wathaaqa-hu). 
[89:27] “O you (Yaa Ayyatuha) the assured (El'Mut'mainna') soul (En'Naf'su), 
[89:28] return (Er'jiee) to (ilaa) your LORD (Rabbi-ki), pleased (Raadiyatan) in satisfaction (Mar'diyyat'),
[89:29] and (Fa) enter (Ed'khulii) into (Fii) MY servants (Ebaadii)
[89:30] and (Wa) enter (Ed'khulii) MY garden (Jannatii).”
___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 28.07.2023-Naz-villa✔️
🔴Work Progress ~ 98.12%
🟡Approx. Pages~ 4,389 nos.
⚫Parts ~ 657 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG 
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer #onlyway
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
Date of Starting~10.08.2021
Date of Today ~ 28.07.2023
Work Progress ~ 98.12%
Approx. Pages~ 4,389 nos.

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)