🌗Part-482(46:06-10)Al-Ahqãf(The Dunes)

✔️Part-482(46:06-10)Al-Ahqãf(The Dunes)
___________________________________________
👉বিশ্লেষণ - চৈয়দ ৰফিক
👉ভিডিঅ' - মুক্তাবুল হুছেইন(Pl see this Video)
.____________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
___________________________________________
___________________________________________
মিনি সূচিঃPart-482(46:06-10)Al-Ahqãf
৪৬:৬(মূৰ্তিবোৰে নিজৰ উপাসকক অস্বীকাৰ কৰিব)
(🕋extra-Now the Hajj(Rock worshipping.
In Macca nothing is Original.See the Video:
৪৬:৮(refs-৬৯:৪৪-৪৭(তাৰ পিছত আমি তাৰ হৃদপিণ্ডৰ শিৰা কাটি দিলোহেঁতেন)
৪৬:৯(নবী মহম্মদক(আ:ছা:) আনসকল নবীৰ ওপৰত বিশেষ মৰ্য্যদা দিবলৈ কোনে কৈছে?-See special Note at link)
___________________________________________
___________________________________________
🟦৪৬:৬(The Idols Disown Their Worshipers)
وَإِذَا حُشِرَ النَّاسُ كَانُوا لَهُمْ أَعْدَاءً وَكَانُوا بِعِبَادَتِهِمْ كَافِرِينَ
আৰু যেতিয়া কিয়ামতৰ দিনা মানুহক একত্ৰিত কৰা হ’ব তেতিয়া সেইবোৰ হ’ব সিহঁতৰ শত্ৰু আৰু সেইবোৰে সিহঁতৰ ইবাদত অস্বীকাৰ কৰিব।
(🕋extra-Now the Hajj (Rock worshipping.
In Macca nothing is Original.See the Video:
.
৪১:৪৭
۞ إِلَيْهِ يُرَدُّ عِلْمُ السَّاعَةِ ۚ وَمَا تَخْرُجُ مِنْ ثَمَرَاتٍ مِنْ أَكْمَامِهَا وَمَا تَحْمِلُ مِنْ أُنْثَىٰ وَلَا تَضَعُ إِلَّا بِعِلْمِهِ ۚ وَيَوْمَ يُنَادِيهِمْ أَيْنَ شُرَكَائِي قَالُوا آذَنَّاكَ مَا مِنَّا مِنْ شَهِيدٍ
কিয়ামতৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হয়। তেওঁৰ অজ্ঞাতসাৰত কোনো ফলো আৱৰণৰ পৰা ওলাই নাহে, কোনো নাৰীও গৰ্ভধাৰণ নকৰে আৰু সন্তানো প্ৰসৱ নকৰে। যিদিনা আল্লাহে সিহঁতক মাতি ক’ব, ‘মোৰ অংশীদাৰসকল ক’ত’? তেতিয়া সিহঁতে ক’ব, ‘আমি তোমাৰ ওচৰত নিবেদন কৰো যে, এই বিষয়ে আমাৰ মাজত কোনো সাক্ষী নাই’।
.
✍️Ap-refs:
১৯:৮১-৮২
وَاتَّخَذُوا مِنْ دُونِ اللَّهِ آلِهَةً لِيَكُونُوا لَهُمْ عِزًّا
আৰু সিহঁতে আল্লাহৰ বাহিৰে বহুতো ইলাহ গ্ৰহণ কৰিছে, যাতে সেইবোৰ সিহঁতৰ সহায়ক হয়;
১৯:৮২
كَلَّا ۚ سَيَكْفُرُونَ بِعِبَادَتِهِمْ وَيَكُونُونَ عَلَيْهِمْ ضِدًّا
কেতিয়াও নহয়, অনতিপলমে সিহঁতে (উপাস্যবোৰে) সিহঁতৰ ইবাদত অস্বীকাৰ কৰিব আৰু সিহঁতৰ বিৰোধী হৈ যাব।
.
২৯:২৫
وَقَالَ إِنَّمَا اتَّخَذْتُمْ مِنْ دُونِ اللَّهِ أَوْثَانًا مَوَدَّةَ بَيْنِكُمْ فِي الْحَيَاةِ الدُّنْيَا ۖ ثُمَّ يَوْمَ الْقِيَامَةِ يَكْفُرُ بَعْضُكُمْ بِبَعْضٍ وَيَلْعَنُ بَعْضُكُمْ بَعْضًا وَمَأْوَاكُمُ النَّارُ وَمَا لَكُمْ مِنْ نَاصِرِينَ
ইব্ৰাহীমে আৰু ক’লে, ‘তোমালোকে দেখোন আল্লাহৰ পৰিবৰ্তে মূৰ্তিবোৰকহে উপাস্যৰূপে গ্ৰহণ কৰিছা, পাৰ্থিৱ জীৱনত তোমালোকৰ পাৰস্পাৰিক বন্ধুত্বৰ খাতিৰত। কিন্তু কিয়ামতৰ দিনা তোমালোকে ইজনে সিজনক অস্বীকাৰ কৰিবা আৰু পৰস্পৰে পৰস্পৰক অভিশাপ কৰিবা। তোমালোকৰ আবাস হ’ব জাহান্নাম আৰু তোমালোকৰ কোনো সহায়কাৰী নাথাকিব’।
___________________________________________
🟦৪৬:৭
وَإِذَا تُتْلَىٰ عَلَيْهِمْ آيَاتُنَا بَيِّنَاتٍ قَالَ الَّذِينَ كَفَرُوا لِلْحَقِّ لَمَّا جَاءَهُمْ هَٰذَا سِحْرٌ* مُبِينٌ
আৰু যেতিয়া সিহঁতৰ ওচৰত আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয় তেতিয়া যিসকলে কুফৰী কৰিছে সিহঁতৰ ওচৰত সত্য অহাৰ পিছতো সিহঁতে কয়, ‘এয়া দেখোন সুস্পষ্ট যাদু’*।
(*Sihr = Magic = Lie = Delusion = Spellbinding eloquence = Amazing = Incredible/ছিহৰ = যাদু = মিছা = মোহ = বনোৱা বাকপটুতা = আচৰিত = অবিশ্বাস্য)
.
✍️Verse/Note:
46:7 But whenever Our messages are conveyed to them in all their clarity, they who are bent on denying the truth speak thus of the truth as soon as it is brought to them: “This is clearly nothing but spell­binding eloquence!"

Note:
Lit., "sorcery": see  74:24, where the term sihr has been used, chronologically, for the first time in the above sense. As in that early instance, the truth referred to here is the message of the Qur'an.
(৭৪:২৪
فَقَالَ إِنْ هَٰذَا إِلَّا سِحْرٌ يُؤْثَرُ
তাৰ পিছত সি ক’লে, ‘এয়া পূৰ্বৰে পৰা চলি অহা যাদুৰ বাহিৰে আন একো নহয়’,)
___________________________________________
🟦৪৬:৮
أَمْ يَقُولُونَ افْتَرَاهُ ۖ قُلْ إِنِ افْتَرَيْتُهُ فَلَا تَمْلِكُونَ لِي مِنَ اللَّهِ شَيْئًا ۖ هُوَ أَعْلَمُ بِمَا تُفِيضُونَ فِيهِ ۖ كَفَىٰ بِهِ شَهِيدًا بَيْنِي وَبَيْنَكُمْ ۖ وَهُوَ الْغَفُورُ الرَّحِيمُ
অথবা সিহঁতে কয় যে, ‘এওঁ এইটো নিজেই উদ্ভাৱন কৰিছে’। কোৱা, ‘যদি এইটো মই নিজে উদ্ভাৱন কৰিছো, তেন্তে মোক আল্লাহৰ শাস্তিৰ পৰা বচাবলৈ তোমালোকৰ অকণো অধিকাৰ নাই। তোমালোকে যি বিষয়ে আলোচনাত লিপ্ত হৈছা, সেই বিষয়ে আল্লাহ সবিশেষ অৱগত। মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে তেৱেঁই যথেষ্ট আৰু তেওঁ ক্ষমাশীল, পৰম দয়ালু’।
.
✍️Ap-refs:
৭২:২২-২৩⬅️
قُلْ إِنِّي لَنْ يُجِيرَنِي مِنَ اللَّهِ أَحَدٌ وَلَنْ أَجِدَ مِنْ دُونِهِ مُلْتَحَدًا
কোৱা, নিশ্চয় আল্লাহৰ পৰা কোনেও মোক ৰক্ষা কৰিব নোৱাৰিব আৰু তেওঁৰ বাহিৰে মই কেতিয়াও কোনো আশ্ৰয় নাপাম।
৭২:২৩
إِلَّا بَلَاغًا مِنَ اللَّهِ وَرِسَالَاتِهِ ۚ وَمَنْ يَعْصِ اللَّهَ وَرَسُولَهُ فَإِنَّ لَهُ نَارَ جَهَنَّمَ خَالِدِينَ فِيهَا أَبَدًا
‘কেৱল আল্লাহৰ তৰফৰ পৰা তেওঁৰ ৰিছালতৰ বাণী প্ৰচাৰ কৰাটোৱে মোৰ দায়িত্ব। আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক অমান্য কৰিব তাৰ বাবে আছে জাহান্নামৰ জুই, তাত সিহঁতে চিৰকাল থাকিব’।
.
৬৯:৪৪-৪৭⬅️
وَلَوْ تَقَوَّلَ عَلَيْنَا بَعْضَ الْأَقَاوِيلِ
যদি তেওঁ আমাৰ নামত কোনো মিছা ৰচনা কৰিলেহেঁতেন,
৬৯:৪৫
لَأَخَذْنَا مِنْهُ بِالْيَمِينِ
তেন্তে নিশ্চয় আমি তাক সোঁ হাতেৰে ধৰিলোহেঁতেন,
৬৯:৪৬
ثُمَّ لَقَطَعْنَا مِنْهُ الْوَتِينَ
তাৰ পিছত আমি তাৰ হৃদপিণ্ডৰ শিৰা কাটি দিলোহেঁতেন,
৬৯:৪৭
فَمَا مِنْكُمْ مِنْ أَحَدٍ عَنْهُ حَاجِزِينَ
এতেকে তোমালোকৰ মাজত এনে কোনো নাই, যিয়ে তাক ৰক্ষা কৰিব।
.
২৫:৫-৬⬅️
وَقَالُوا أَسَاطِيرُ الْأَوَّلِينَ اكْتَتَبَهَا فَهِيَ تُمْلَىٰ عَلَيْهِ بُكْرَةً وَأَصِيلًا
সিহঁতে আৰু কয়, ‘এইবোৰ প্ৰাচীনকালৰ উপকথা, যিবোৰ তেওঁ লিখোৱাই লৈছে; তাৰ পিছত এইবোৰ পুৱা-গধূলি তেওঁৰ ওচৰত পাঠ কৰা হয়’।
২৫:৬
قُلْ أَنْزَلَهُ الَّذِي يَعْلَمُ السِّرَّ فِي السَّمَاوَاتِ وَالْأَرْضِ ۚ إِنَّهُ كَانَ غَفُورًا رَحِيمًا
কোৱা, ‘এইটো সেই সত্তাই অৱতীৰ্ণ কৰিছে যিজনে আকাশসমূহ আৰু পৃথিৱীৰ সমুদায় ৰহস্য জানে; নিশ্চয় তেওঁ পৰম ক্ষমাশীল, পৰম দয়ালু’।
___________________________________________
🟦৪৬:৯
قُلْ مَا كُنْتُ بِدْعًا مِنَ الرُّسُلِ وَمَا أَدْرِي مَا يُفْعَلُ بِي وَلَا بِكُمْ ۖ إِنْ أَتَّبِعُ إِلَّا مَا يُوحَىٰ إِلَيَّ وَمَا أَنَا إِلَّا نَذِيرٌ مُبِينٌ
কোৱা, ‘ৰাছুলসকলৰ মাজত ময়েই নতুন নহয়। মই এই কথাও নাজানো যে, মোৰ আৰু তোমালোকৰ বিষয়ে কি কৰা হ’ব। মই কেৱল মোৰ প্ৰতি যি অহী কৰা হয় সেইটোৰহে অনুসৰণ কৰো। মই এজন সুস্পষ্ট সতৰ্ককাৰী মাত্ৰ’।
.
✍️Sp Note-link:
৪৬:৯-নবী মহম্মদক(আ:ছা:) আনসকল নবীৰ ওপৰত বিশেষ মৰ্য্যদা দিবলৈ কোনে কৈছে?:
.
✍️Note:
The Deen-Islam in the Quran is no different to that brought by previous messengers. The messenger followed what is revealed to him because he was a guiding example and led a life according to Quranic values: See verses 2:97; 3:81; 28:41; 28:53; 33:21; 41:43; 42:13; 46:12; 46:30; 60:12; 33:21. See also verses 6:50; 6:159; 10:15; 30:32; 79:42-46.(sig).
___________________________________________
🟦৪৬:১০
قُلْ أَرَأَيْتُمْ إِنْ كَانَ مِنْ عِنْدِ اللَّهِ وَكَفَرْتُمْ بِهِ وَشَهِدَ شَاهِدٌ مِنْ بَنِي إِسْرَائِيلَ عَلَىٰ مِثْلِهِ فَآمَنَ وَاسْتَكْبَرْتُمْ ۖ إِنَّ اللَّهَ لَا يَهْدِي الْقَوْمَ الظَّالِمِينَ
সিহঁতক কোৱা, ‘কোৱাচোন তোমালোকে, যদি এই কোৰআন আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ হৈ থাকে আৰু তোমালোকে ইয়াক অস্বীকাৰ কৰিছা, অথচ বনী ইছৰাঈলৰ এজন সাক্ষীয়ে এই বিষয়ে অনুৰূপ সাক্ষী প্ৰদান কৰি তাৰ প্ৰতি ঈমান আনিলে; কিন্তু তোমালোকে ঔদ্ধত্য প্ৰকাশ কৰিলা, (তেনেহ’লে তোমালোকৰ পৰিণাম কি হ’ব?) নিশ্চয় আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে’।
(A witness from the Children of Israel = Moses,-sa)
.
✍️Verse/Note:
46:10. Tell those who oppose you (particularly the Jews), "Have you ever seriously pondered 
over the consequences of your denial, if what I present is really from Allah the Almighty? It is 
really amazing that you are denying this (although all Anbia from Bani-Israel were giving similar 
messages). And about one of them, Moses, you know very well that his revolutionary message 
was similar to the one being given now. He had also testified to the advent of one like him1
(73:15). Now do you consider yourself greater than your messenger who believed in this reality, 
so much so that you spurn it and take pride in your arrogance? Just think! How can people who tread the wrong path get guidance towards the right course of life?”pz.
(৭৩:১৫
إِنَّا أَرْسَلْنَا إِلَيْكُمْ رَسُولًا شَاهِدًا عَلَيْكُمْ كَمَا أَرْسَلْنَا إِلَىٰ فِرْعَوْنَ رَسُولًا
নিশ্চয় আমি তোমালোকৰ বাবে সাক্ষী স্বৰূপে তোমালোকৰ ওচৰত ৰাছুল প্ৰেৰণ কৰিছোঁ, যেনেকৈ ফিৰআউনৰ ওচৰত ৰাছুল প্ৰেৰণ কৰিছিলো।)
.
✍️Ap-refs:
২৮:৫৩
وَإِذَا يُتْلَىٰ عَلَيْهِمْ قَالُوا آمَنَّا بِهِ إِنَّهُ الْحَقُّ مِنْ رَبِّنَا إِنَّا كُنَّا مِنْ قَبْلِهِ مُسْلِمِينَ
আৰু যেতিয়া তেওঁলোকৰ ওচৰত ইয়াক তিলাৱত কৰা হয় তেতিয়া তেওঁলোকে কয়, ‘আমি ইয়াৰ ওপৰত ঈমান আনিছো, নিশ্চয় এইটো আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অহা সত্য। নিশ্চয় আমি আগতেও আত্মসমৰ্পণকাৰী আছিলো।’
.
১৭:১০৭-১০৮
قُلْ آمِنُوا بِهِ أَوْ لَا تُؤْمِنُوا ۚ إِنَّ الَّذِينَ أُوتُوا الْعِلْمَ مِنْ قَبْلِهِ إِذَا يُتْلَىٰ عَلَيْهِمْ يَخِرُّونَ لِلْأَذْقَانِ سُجَّدًا
কোৱা, ‘তোমালোকে কোৰআনৰ ওপৰত ঈমান পোষণ কৰা বা নকৰা, নিশ্চয় যিসকলক ইয়াৰ পূৰ্বে জ্ঞান দিয়া হৈছিল, তেওঁলোকৰ ওচৰত যেতিয়া ইয়াক তিলাৱত কৰা হয় তেতিয়াই তেওঁলোকে ছাজদাত পৰি যায়’।
১৭:১০৮
وَيَقُولُونَ سُبْحَانَ رَبِّنَا إِنْ كَانَ وَعْدُ رَبِّنَا لَمَفْعُولًا
আৰু তেওঁলোকে কয়, ‘আমাৰ ৰব পৱিত্ৰ মহান। আমাৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুতি কাৰ্যকৰ হ’বই হ’ব’।
___________________________________________
WORD BY WORD MEANING BB:
[46:6] And (Wa) when (Izaa) the people (En'Naasu) are assembled (Hushira), they (the idolized) will become
(Kaanu') enemies (A'daa'an) to them (Lahum’), and they will be (Kaanu') disbelievers (Kaafiriin) in (Bi) their 
worship (Ebaadati-him). 
[46:7] And (Wa) when (Izaa) Our verses (Aayaatu-naa) are recited (Tut'laa) to them (Ålai'him) as proofs 
(Bayyinaatin), those who (Ellaziina) disbelieve (Kafaru') say (Qaala) to the truth (Lil' Haqqi) after (Lamma) it 
had come to them (Jaa'a-hum), "This (Haaza) is clear (Mubiin) sorcery (Sih'run)."
[46:8] Or (Am') are they saying (Yaquuluuna), "He (Mohammed) invented it (Ef'taraa-hu)?" Say (Qul'): "If I (Ini)
have invented it (Ef'tarai'tu-hu), then (Fa) you cannot (Laa) control (Tam'likuuna) anything (Shai'a) against
GOD (Minallahi) for me (Lii). HE (Huwa) is aware (A'lamu) of what (Bimaa) you overstep (Tufiiduuna)
therein (Fiihi). HE is sufficient (Kafaa Bi-hi) as a Witness (Shahiida) between me and you (Bai'nii Wa Bai'na-
kum’). And (Wa) HE (Huwa) is the FORGIVING (El' Gafuuru), the MERCIFUL (Er' Rahiim).”
[46:9] Say (Qul'): "I am (Kuntu) not (Maa) the original (Bid'åån) of (Mina) the messengers (Er'Rusuli), neither 
(Wamaa) do I know (Ad'rii) what (Maa) will be done to me (Yuf'ålu Bii) nor (Walaa) to you (Bikum’). I 
(Mohammed) only (In' illa) follow (Attabiu) what (Maa) is inspired (Yuuhaa) to me (ilayya), for (Wa) I am (Ana')
only (Maa illa) a clear (Mubiin) warner (Naziirun)."
[46:10] Say (Qul'): "Have you considered (Ara’ai’tum) whether (In) it (the Koran) was (Kaana) from GOD (Min'
Endi-llahi) and (Wa) you disbelieved (Kafar'tum) in it (Bihi)? A witness (Shaahidun) among (Min) the 
Children of Israel (Banii Is'raa’iila) had testified (Shahida) to (Ålaa) the like of it (Mith'li-hi), and (Fa)
believed (Aamana) while (Wa) you are arrogant (Es'tak'bar'tum)? Indeed, GOD (Innallaha) does not (Laa)
guide (Yah'dii) the transgressing (Ez'Zoalimiin) people (El'Qaw'ma)."
___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
🔵Date of Today ~ 31.01.2023-Naz-villa
🔴Work Progress ~ 
🟡Approx. Pages~3,456 nos.
⚫Part ~ 482~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG 
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
Chapter ...CONTINUE....
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
___________________________________________

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)