🌀🟦৩৫-মিনি সূচিঃছুৰা ফা'তিৰ(০১-৪৫)
🟦396-মিনি সূচিঃ396(35:01-07)Faater
৩৫:১(ফিৰিস্তাসকল কেনে আৰু তেওঁলোকৰ কাম-টোকা চাওঁক)(ref:আল্লাহে ফিৰিস্তাসকলৰ পৰা আৰু মানুহৰ মাজৰ পৰা ৰাছুল মনোনীত কৰে)
৩৫:৩(ref:5:75-Messenger is live in Quran (how turned-away you are", i.e., from the truth-see sp Note)
৩৫:৫-৬✅(ধৰ্মগুৰুৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ পৰা সাৱধান হওক)(beware of satat)-see note
৩৫:৭(কুফৰী কৰা আৰু ঈমান অনা মানছ কি?-See link)
.
🟦397-মিনি সূচিঃPart-397(35:08-12)Faater
৩৫:৮✅(বেয়া কৰ্ম শোভনীয় কৰি দেখুৱা হয় ফলত সি সেইটোক উত্তম বুলি ভাৱে। যি ইচ্ছা কৰে আল্লাহে তাকে হিদায়ত দিয়ে।ইয়াৰ শুদ্ধ অনুবাদ ইংৰাজীত দিয়া আছে)-see link:
৩৫:১০✅(১-সন্মান-প্ৰতিপত্তিৰ মালিক কেৱল আল্লাহ:২-What is Kalimatan Tayyebah?-Note)
৩৫:১১(Your own life is a living example)
৩৫:১২(The Blessings and Signs of Allah -দুয়োখন সাগৰ সমান নহয়, এখনৰ পানী মিঠা, সুস্বাদু; আনখনৰ পানী লুণীয়া, কেহেটা।)
.
🟦398-মিনি সূচিঃPart-398(35:13-18)Faater
৩৫:১৪(ref-৭:১৯৪-Prophets, Messengers, Saints Whom You Implore Are Powerless Humans Like You)
৩৫:১৬-১৭(আল্লাহে ইচ্ছা কৰিলে তোমালোকক অপসাৰিত কৰি আন লোকক আনিব পাৰে)
(৩৫:১৮)✅মই আল্লাহৰ বাহিৰে আন কোনো ৰব অনুসন্ধান কৰিম নেকি?-কোনো বোজা বহনকাৰীয়ে আনৰ বোজা বহন নকৰিব।-তুমি মৃতক শুনাব নোৱাৰিবা, আৰু বধিৰকো আহ্বান শুনাব নোৱাৰিবা, যেতিয়া সিহঁতে পিঠি দেখুৱাই গুচি যায়।
লিংকত চাওঁক)
.
🟦399-মিনি সূচিঃPart-399(35:19-28)Faater
৩৫:১৯-২৪(অন্ধ আৰু দৃষ্টিসম্পন্ন ব্যক্তি কেতিয়াও সমান নহয়,অন্ধকাৰ আৰু পোহৰো সমান নহয়,শীতল ছাঁ আৰু প্ৰখৰ ৰ’দো সমান নহয় আৰু সমান নহয় জীৱিত আৰু মৃতসকল।।
গতিকে জীন্দা-লাছক কোনে আল্লাহৰ বাণী শুনাব পাৰিব? যিদৰে কবৰত থকাসকলক কোনেও শুনোৱাব নোৱাৰে।। মহম্মদক(আ:ছা:) কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে পঠোৱা হৈছে।।)
৩৫:২৫-২৬(প্ৰত্যেক জাতিৰ বাবে ৰাছুলসকল সুস্পষ্ট প্ৰমাণাদি, গ্ৰন্থাদি আৰু দীপ্তিমান কিতাবসহ আহিছিল।)
৩৫:২৭(God's Colorful Creations-Note)
৩৫:২৮✔️(ref:আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি লগতে তোমালোকৰ ভাষা আৰু বৰ্ণৰ বৈচিত্ৰতা। নিশ্চয় ইয়াত জ্ঞানীসকলৰ বাবে আছে বহুতো নিদৰ্শন-imp link চাব)
.
🟦400-মিনি সূচিঃPart-400(35:29-35)Faater
৩৫:২৯-৩০(এই আয়াতত "এনেকুৱা এটা ব্যৱসায়"ৰ কথা কৈছে যিটোৱে আপোনাৰ জান্নাত কনফাৰ্ম কৰিব-টোকা চাওঁক)
৩৫:৩১(The Qur'an is The true Book of Allah)
৩৫:৩৩-৩৫(নিশ্চয় যিসকলে ঈমান🌿 আনিছে আৰু সৎকৰ্ম🌿 কৰিছে আল্লাহে তেওঁলোকক চিৰস্থায়ী জান্নাতত প্ৰৱেশ কৰাব-টোকা চাব)
.
🟦401-মিনি সূচিঃPart-401(35:36-45)Faater
৩৫:৩৬✅(ref-নিশ্চয় অপৰাধীবিলাক জাহান্নামৰ শাস্তি স্থায়ী হ’ব)(যিসকলে কুফৰী কৰিছে(الَّذِينَ كَفَرُوا)মানে-লিংক চাওঁক)
৩৫:৩৯(আল্লাহে মানুহক "পৃথিৱীৰ উত্তৰাধিকাৰী" কৰাটোৱে তেওঁক সঠিক আৰু অনুচিতৰ লগতে সত্য আৰু মিছাৰ মাজতো পৃথক কৰাৰ ক্ষমতা প্ৰদান কৰাটো বুজায়-টোকা চাব)
৩৫:৪০✅(আল্লাহে সিহঁতক এনে কোনো কিতাব দিছে নেকি যাৰ প্ৰমাণৰ ওপৰত সিহঁতে নিৰ্ভৰ কৰি শ্বিৰ্ক কৰে?বৰং যালিমসকলে ইজনে সিজনক প্ৰতাৰণাৰ বাহিৰে আন একো প্ৰতিশ্ৰুতি নিদিয়ে)
৩৫:৪১(The Flat Earth Model is in total contradiction to the Quranic information)
৩৫:৪৩✅{তুমি আল্লাহৰ পদ্ধতিত(سُنَّتِ اللَّهِ) কেতিয়াও কোনো পৰিবৰ্তন নাপাবা আৰু আল্লাহৰ পদ্ধতিৰ কোনো ব্যতিক্ৰমো দেখিবলৈ নাপাবা-See uses of Sunnatullah}
৩৫:৪৫✅(আল্লাহে যদি মানুহক সিহঁতৰ কৃতকৰ্মৰ বাবে কৰায়ত্ত কৰিলেহেঁতেন, তেন্তে ভূ-পৃষ্ঠত কোনো প্ৰাণীকেই তেওঁ ৰেহাই নিদিলেহেঁতেন, কিন্তু তেওঁ এটা নিৰ্দিষ্ট সময়লৈকে সিহঁতক অৱকাশ দিয়ে।)
🟦🟦🟦🟦🟦🟦Chapter End🟦🟦🟦🟦🟦
Comments
Post a Comment