🌀🔴মিনি সূচিঃ ছুৰা-নূৰ-২৪(০১-৬৪)
🟢324-মিনি সূচিঃPART-324(24:01-10)An-Noor
Pre-Page:—- . . .
24:1(কোৰআনৰ বিধি-বিধান পালন কৰাটো ফৰ্জ-২৮:৮৫,২৪:১)
24:2(Interesting Note-1:Adultery-ব্যভিচাৰ)
24:4(যিসকলে সচ্চৰিত্ৰা নাৰীৰ প্ৰতি অপবাদ আৰোপ কৰে, তাৰ পিছত সিহঁতে চাৰিজন সাক্ষী উপস্থিত কৰিব নোৱাৰে, তেন্তে সিহঁতক তোমালোকে আশীটাকৈ বেত্ৰাঘাত কৰা-V.interesting Note/link)
🟢325-মিনি সূচিঃ PART-325(24:11-20)An-Noor
২৪:১৫(ref:যদি তুমি পৃথিৱীৰ অধিকাংশ লোকৰ কথামতে চলা, তেন্তে সিহঁতে তোমাক আল্লাহৰ পথৰ পৰা বিচ্যুত কৰিব। Imp.link)
২৪:১৮(আল্লাহে তোমালোকৰ বাবে আয়াতসমূহ স্পষ্টভাৱে বিবৃত কৰে-টোকা)
২৪:১৯(যৌন অশ্লীলতাৰ পৰা সাৱধান হওক)
🟢326-মিনি সূচিঃPart-326(24:21-29)An-Noor
২৪:২১(তোমালোকে চয়তানৰ পদাঙ্ক অনুসৰণ নকৰিবা।)
২৪:২৩(সচ্চৰিত্ৰা, সহজ-সৰলা নিৰ্মলচিত্ত, ঈমান্দাৰ নাৰীৰ প্ৰতি অপবাদ আৰোপ নকৰিব)
২৪:২৪(যিদিনা সিহঁতৰ কৃতকৰ্মৰ বিষয়ে সিহঁতৰ বিৰুদ্ধে সাক্ষ্য দিব সিহঁতৰেই (১)জিভা, (২)হাত আৰু সিহঁতৰ (৩)ভৰিয়ে)
২৪:২৫(আল্লাহ যিদৰে সুস্পষ্ট সত্য, সেইদৰে তেওঁৰ কিতাপো সুস্পষ্ট -১২:১)
২৪:২৬(সচ্চৰিত্ৰা নাৰী সচ্চৰিত্ৰ পুৰুষৰ বাবে আৰু সচ্চৰিত্ৰ পুৰুষ সচ্চৰিত্ৰা নাৰীৰ বাবে।)
২৪:২৭-২৮{অনুমতি নোলোৱাকৈ আৰু ছালাম নিদিয়াকৈ আনৰ ঘৰত প্ৰৱেশ নকৰিবা।Divine Etiquette-ঐশ্বৰিক শিষ্টাচাৰ(Respect Privacy Rights)}
🟢327-মিনি সূচিঃPart-327(24:30-33)An-Noor
২৪:৩০-৩১(Dresscode in Islam-see videos and Notes)
২৪:৩২(ENCOURAGE MARRIAGE)
২৪:৩৩[And let those who cannot afford to marry, live in continence (and protect their
chastity-সতীত্ব-Note)]
🟢328-মিনি সূচিঃPart-328(24:34-40)An-Noor
২৪:৩৪(সুস্পষ্ট আয়াতসমূহ-৩৫ চাওঁক)
২৪:৩৫(ইয়াত আল্লাহক সংজ্ঞায়িত কৰা হোৱা নাই – কাৰণ, যিহেতু “তেওঁৰ দৰে একো নাই”-টোকা)(Advisory’ in 24:34 = God’s Light = Divinely originated Light = Divine Revelation = The Qur’an. 5:15, 42:52)(See sp link/notes-2)
২৪:৩৬(buyūt মানে ঘৰ, মছজিদ নহয়। হাদিস ব্যাখ্যাকাৰীয়ে মছজিদ বুলি কয়- টোকা)
২৪:৩৯-৪০(Chasing A Mirage)
🟢329-মিনি সূচিঃPart-329(24:41-50)An-Noor
২৪:৪১(The method of glorification and Salat of each group of creatures eg birds to God:link)
২৪:৪৫(What was man created from-A blood clot,water,burned clay,dust,nothing?
Answer,pl check link)
২৪:৪৬(আল্লাহে কিয় কিছুমান মানুহক পথ প্ৰদৰ্শন কৰে আৰু আন কিছুমানক নহয়?এইটো কেনেকৈ ন্যায্য হ’ব পাৰে? see link:)
🟢330-মিনি-সূচিঃPart-330(24:51-57)An-Noor
মিনি-সূচিঃPart-330(24:51-57)An-Noor
২৪:৫২-৫৪(Obey Allah and obey the messenger -link:
🟢331-মিনি সূচিঃPart-331(24:58-64)An-Noor
24:58[Note/ref:11:114-115(Allah ordered us only 3 salats in Quran. Outside the Quran salats act as Shrik – See note/ref)
24:58-59(Private time for adults)
24:62-63(RULES FOR COMMUNITY MEETINGS-ref.62:9)
।।end chapter।। বিশ্লেষণাত্মক কোৰআন চৰ্চা।।
Comments
Post a Comment