✔️Part-644-645(84:01-25)Al-Inshiqaaq (বিভাজন) ✔️Video- Muktabul Hussain 644- https://t.ly/ejSfy (1-4) 645- https://rb.gy/o9y1m (5-25) .___________________________________________ ✔️"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"ৰ খণ্ডৰ আৰম্ভণিত বিশেষ টোকা আৰু লিংক: https://iiqassyedraf.blogspot.com/2023/06/blog-post_16.html .___________________________________________ 🎪Template misc.sub: কোৰআন তিলাৱত মানে কি? ছালাত কায়ম কৰা কি? মাতলু আৰু গায়েৰ-মাতলু কি? জিভাৰ পাকেৰে মাতলুক বাদদি গায়েৰ-মাতলুক ইছলামৰ প্ৰচাৰ কৰা হৈছে। আচলতে গায়েৰ-মাতলুক মনত ৰখাৰ প্ৰয়োজনেই নাই, এইবোৰ তথাকথিত হাদিসবোৰ যিবোৰে গোটেই দুনিয়াত বেপাৰ খুলি ৰাখিছে। A-Based On- 2:129: https://rb.gy/tmq9w . B-On-,, 3:78:(Part-644): https://rb.gy/7165n .___________________________________________ ✔️ Pre-Page: Chapter 84 এইটো কোৰআনৰ ৮৪ সংখ্যক চুৰা। ইয়াৰ ২৫টা পদ আছে। কোৰআনৰ ব্যাখ্যাকাসকলে আখিৰাত, এচকেট’লজী আৰু এপ’কেলিপছৰ(Hereafter, Eschatology and Apocalypse) ওপৰত অত্যধিক গুৰুত্ব দিয়াটো সাধাৰণ কথা।...