⚫Part-340(26:38-68)Al-Shu'arã'(The Poets)
🟫Part-340(26:38-68)Al-Shu'arã'(The Poets) 🟫 https://youtu.be/gfC0XC0kWNg মুক্তাবুল ।।। 🟫মিনি সূচিঃPart-340(26:38-68)Al-Shu'arã' ২৬:৪৬(The Experts See the Truth- তেতিয়া যাদুকৰসকল ছাজদাৱনত হৈ পৰিল) ২৬:৪৯(🟣Extra: এই আয়াতত أَرْجُلَكُمْ শব্দটো আছে। টোকা চাওঁক) ২৬:৫৩(ফিৰআউনৰ দাসত্ব বজাই ৰখাৰ প্ৰচেষ্টা বিফল হয়) ।।। ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।। 🟢২৬:৩৮ فَجُمِعَ السَّحَرَةُ لِمِيقَاتِ يَوْمٍ مَعْلُومٍ তাৰ পিছত এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত যাদুকৰসকলক একত্ৰিত কৰা হ’ল, . 🟢২৬:৩৯ وَقِيلَ لِلنَّاسِ هَلْ أَنْتُمْ مُجْتَمِعُونَ আৰু মানুহক কোৱা হ’ল, ‘তোমালোকেও সমবেত হ’বানে’? . 🟢২৬:৪০ لَعَلَّنَا نَتَّبِعُ السَّحَرَةَ إِنْ كَانُوا هُمُ الْغَالِبِينَ ‘যাতে আমি যাদুকৰসকলক অনুসৰণ কৰিব পাৰো, যদি সিহঁতে বিজয়ী হয়’। (✍️এই "যাদুকৰী"...