🏉Part-500(48:21-25)Al-Fatt-h(Victory)
✔️Part-500(48:21-25)Al-Fatt-h(Victory)
✔️Video- https://youtu.be/c5kMG0JWMuw
.___________________________________________
⭕আগ-কথাঃ খণ্ড-৫০০:
এই খণ্ডটোৰ আয়াতৰ বৰ্ণনা অনুসৰি নবী মহম্মদ (আ:ছা:) মক্কাত পদাৰ্পন কৰিছে আৰু ইয়াতেই বিশ্বাসীসকলৰ বাবে বিজয় নিশ্চিত হৈছে।
আলাহামদুলিল্লাহ, আমিও আজি মুক্তাবুল চাহাবৰ ভিডিঅ'ৰ সৈতে পাঁচশটা (৫০০)খণ্ড ধাৰাবাহিক ভাৱে প্ৰায় ডেৰ বছৰত সম্পূৰ্ণ কৰিলো। এইয়াই আমাৰ (আৰু যিসকলে কোৰআন বুজাৰ চেষ্টা কৰিছে) বিজয়।
.___________________________________________
👉বিশ্লেষণ - চৈয়দ ৰফিক
👉ভিডিঅ'মুক্তাবুল হুছেইন
.____________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩
.___________________________________________
মিনি সূচিঃPart-500(48:21-25)Al-Fatt-h
৪৮:২১(আগন্তুক জীৱনত চূড়ান্ত আনন্দৰ প্ৰাপ্তি)
৪৮:২৩(আল্লাহৰ বিধান(سُنَّةَ اللَّهِ), চুন্নত ৰছুলুল্লাহ/মহম্মদ বুলি কোৰআনত নাই-টোকা)
৪৮:২৪-২৫(মক্কাৰ কুফুৰি কৰা সকলৰ মুঠিৰ পৰা মছজিদুল হাৰাম নবী আৰু মুমিনৰ হাতলৈ আহিল। এয়াই বিজয়-টোকা আছে)
.___________________________________________
🟪৪৮:২১
وَأُخْرَىٰ لَمْ تَقْدِرُوا عَلَيْهَا قَدْ أَحَاطَ اللَّهُ بِهَا ۚ وَكَانَ اللَّهُ عَلَىٰ كُلِّ شَيْءٍ قَدِيرًا
আৰু এটা, যিটো এতিয়াও তোমালোকৰ অধিকাৰত অহা নাই*, সেইটো আল্লাহেই বেষ্টন কৰি ৰাখিছে। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
(*I.e., the achievement of final bliss in the life to come/অৰ্থাৎ আগন্তুক জীৱনত চূড়ান্ত আনন্দৰ প্ৰাপ্তি-as)
.___________________________________________
🟪৪৮:২২
وَلَوْ قَاتَلَكُمُ الَّذِينَ كَفَرُوا لَوَلَّوُا الْأَدْبَارَ ثُمَّ لَا يَجِدُونَ وَلِيًّا وَلَا نَصِيرًا
আৰু যিসকলে কুফৰী কৰিছে সিহঁতে যদি তোমালোকৰ লগত যুদ্ধ কৰে তেন্তে সিহঁতে নিশ্চয় পৃষ্ঠ প্ৰদৰ্শন কৰিব, তাৰ পিছত সিহঁতে কোনো অভিভাৱক আৰু সহায়কাৰী নাপাব।
.
✍️Verse/Note:
48:22 And [now,] if they who are bent on denying the truth should fight against you, they will indeed turn their backs [in flight], and will find none to protect them and none to bring them succour:
Note:
This divine promise was fulfilled in the unbroken sequence of Muslim victories (ultimately leading to the establishment of an empire which extended from the Atlantic Ocean to the confines of China). For the conditional nature of the above promise, see on 3:111.
(৩:১১১
لَنْ يَضُرُّوكُمْ إِلَّا أَذًى ۖ وَإِنْ يُقَاتِلُوكُمْ يُوَلُّوكُمُ الْأَدْبَارَ ثُمَّ لَا يُنْصَرُونَ
সামান্য কষ্ট দিয়াৰ বাহিৰে সিহঁতে তোমালোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব আৰু যদি সিহঁতে তোমালোকৰ লগত যুদ্ধ কৰে তেন্তে সিহঁতে পৃষ্ঠ প্ৰদৰ্শন কৰিব তাৰ পিছত সিহঁতক সহায় কৰা নহ’ব।
(find the verse 3:111-link:
.___________________________________________
🟪৪৮:২৩
سُنَّةَ اللَّهِ الَّتِي قَدْ خَلَتْ مِنْ قَبْلُ ۖ وَلَنْ تَجِدَ لِسُنَّةِ اللَّهِ تَبْدِيلًا
এইটোৱে আল্লাহৰ বিধান💥-পূৰ্বৰে পৰা যিটো চলি আহিছে, তুমি আল্লাহৰ বিধানত কোনো পৰিবৰ্তন নাপাবা।
.
✍️BB-ref:(33:62)
৩৩:৬২💥
سُنَّةَ اللَّهِ فِي الَّذِينَ خَلَوْا مِنْ قَبْلُ ۖ وَلَنْ تَجِدَ لِسُنَّةِ اللَّهِ تَبْدِيلًا
পূৰ্বে যিসকলে অতিবাহিত হৈছে সিহঁতৰ বিষয়েও এইটোৱেই আছিল আল্লাহৰ ৰীতি। তুমি কেতিয়াও আল্লাহৰ ৰীতিত কোনো পৰিবৰ্তন নাপাবা।
(Pl find the notes/links 3362:
(Pain part: https://bit.ly/3XDNirm)
.
✍️Verse/Note:
48:23 such being God's way which has ever obtained in the past - and never wilt thou find any change in God's way!(as)
Note:
This reference to "God's way" (sunnat Allah) is twofold: on the one hand, "you are bound to rise high if you are (truly) believers"
(3:139*), and, on the other, "God does not change men's condition unless they change their inner selves" ( 13:11**), in both the positive and negative connotations of the concept of "change".
(find 3:139*:link: https://bit.ly/3XEGN7Y)
(find 13:11**-link: https://bit.ly/3S2Uhcx)
.
✍️Verse/Note:
48:23 This is God’s law that has been in force since older times. And you will never find any change in God’s laws.
Note:
Sunnatillah = God’s laws in practice. Kalimatillah = God’s Word = God’s laws in theory 3:139, 17:77, 33:38, 33:62, 35:43,
40:85, 48:23
{find the above verses in following links:
(3:139-https://bit.ly/3XEGN7Y)
(17:77- https://bit.ly/3S6l07W)
(33:38- https://bit.ly/3KjVk65)
(40:85-
.
✍️Note:
God's way: (Arabic: sunnatullah) God's system is constant and does not change. Unchanging
principles in changing times: Permanent Values always remain the same. See verse 33:62.(sig).
.
✍️Arabic: sunnah; i.e. communication of God’s message followed by rejection and destruction or (occasionally) by acceptance and submission. See 3:137, 17:77, 33:62, 35:43, 48:23.
.___________________________________________
🟪৪৮:২৪
وَهُوَ الَّذِي كَفَّ أَيْدِيَهُمْ عَنْكُمْ وَأَيْدِيَكُمْ عَنْهُمْ بِبَطْنِ مَكَّةَ مِنْ بَعْدِ أَنْ أَظْفَرَكُمْ عَلَيْهِمْ ۚ وَكَانَ اللَّهُ بِمَا تَعْمَلُونَ بَصِيرًا
আৰু তেৱেঁই মক্কা* উপত্যকাত সিহঁতৰ হাত তোমালোকৰ পৰা আৰু তোমালোকৰ হাত সিহঁতৰ পৰা নিবাৰিত কৰিছিল, সিহঁতৰ ওপৰত তোমালোকক বিজয়ী কৰাৰ পিছত, আৰু তোমালোকে যি কৰা আল্লাহে তাৰ সম্যক দ্ৰষ্টা।
.
✍️BB-ref:(48:25)(see below)
.___________________________________________
🟪৪৮:২৫
هُمُ الَّذِينَ كَفَرُوا وَصَدُّوكُمْ عَنِ الْمَسْجِدِ الْحَرَامِ وَالْهَدْيَ مَعْكُوفًا أَنْ يَبْلُغَ مَحِلَّهُ ۚ وَلَوْلَا رِجَالٌ مُؤْمِنُونَ وَنِسَاءٌ مُؤْمِنَاتٌ لَمْ تَعْلَمُوهُمْ أَنْ تَطَئُوهُمْ فَتُصِيبَكُمْ مِنْهُمْ مَعَرَّةٌ بِغَيْرِ عِلْمٍ ۖ لِيُدْخِلَ اللَّهُ فِي رَحْمَتِهِ مَنْ يَشَاءُ ۚ لَوْ تَزَيَّلُوا لَعَذَّبْنَا الَّذِينَ كَفَرُوا مِنْهُمْ عَذَابًا أَلِيمًا
সিহঁতেই কুফৰী কৰিছিল আৰু তোমালোকক বাধা প্ৰদান কৰিছিল মছজিদুল হাৰামৰ*১🪼 পৰা লগতে বাধা প্ৰদান কৰিছিল কুৰবানীৰ বাবে আৱদ্ধ পশুবিলাকক যথাস্থানত লৈ যাবলৈ*২🪼। যদি (মক্কাত) মুমিন পুৰুষ আৰু মুমিনা নাৰীসকল নাথাকিলহেঁতেন, যিসকলৰ বিষয়ে তোমালোকে নাজানা যে, তোমালোকে অজ্ঞতাবশতঃ তেওঁলোকক পদদলিত কৰিবা, ফলত তেওঁলোকৰ কাৰণে তোমালোকেই অপৰাধী আৰু দোষী সাব্যস্ত হ’লাহেঁতেন, (তথাপিও তেওঁ যুদ্ধৰ অনুমতি দিলেহেঁতেন। কিন্তু আল্লাহে তোমালোকক তেতিয়া যুদ্ধৰ অনুমতি দিয়া নাছিল) যাতে আল্লাহে নিজ ইচ্ছামতে যাক ইচ্ছা তেওঁৰ অনুগ্ৰহত প্ৰৱেশ কৰাব পাৰে*৩🪼। যদি তেওঁলোক পৃথক হৈ থাকিলেহেঁতেন, তেন্তে অৱশ্যে আমি সিহঁতৰ মাজত কাফিৰবিলাকক যন্ত্ৰণাদায়ক শাস্তি প্ৰদান কৰিলোহেঁতেন।
.
Note-rf:
*১🪼-এই আয়াত আগৰ আয়াতৰ সংপৃক্ত। মক্কা বিজয়ৰ আগলৈকে তাত কুফুৰি কৰি থকা সকলে মুছলিমসকলক মছজিদুল হাৰামৰ ওচৰলৈকে যাব দিয়া দিয়া নাছিল।
*২🪼-যদিও বহু অনুবাদৰ দৰে ইয়াতো হাদিয়াক কুৰবানীৰ পশু বুলি কৈছে দৰাচলতে তেনে নহয়,যেনে ২৭:৩৫-৩৬(ha-Dal-Ya-Gift-ইয়াৰ অৰ্থ পশু কোৰবানি বুলি নায়েই। উপধৌকন হিচাপে নিশ্চয় ব্যৱহাৰ কৰিব পাৰি-ৰফ)
*৩🪼অৰ্থাৎ যাতে বিশ্বাসীসকলক ৰক্ষা পৰে, আৰু সময়ৰ লগে লগে বহুতো পৌত্তলিক মক্কাবাসীয়ে ইছলামক আকোৱালি ল’ব পাৰে, যিদৰে প্ৰকৃততে ঘটিছিল।
.___________________________________________
✍️Note:
Disbelievers have always tried to violate this guidance to frustrate people's understanding. One way was to create traditions to parallel and equal the revealed guidance of God. See verse 4:42; 7:203; 11:12; 17:73-75; 42:21; 60:2; 69:44-47. See also verses and footnotes 47:26-30.
Sanctioned Submissions: see verse 2:144.(sig).
(Google translate no guarantee:To get appropriate transaction,I have done it in Hindi)
अविश्वासियों ने हमेशा लोगों की समझ को कुंठित करने के लिए इस मार्गदर्शन का उल्लंघन करने का प्रयास किया है। एक तरीका यह था कि परंपराओं को समानांतर और भगवान के प्रकट मार्गदर्शन के बराबर बनाया जाए। पद्य 4:42 देखें; 7:203; 11:12; 17:73-75; 42:21; 60:2; 69:44-47. छंद और फुटनोट 47:26-30 भी देखें।
स्वीकृत प्रस्तुतियाँ: पद 2:144 देखें)
.___________________________________________
WORD BY WORD MEANING BB:
[48:21] As for (Wa) the other one (Ukh'raa) which (-ha) you were not (Lam’) capable of (Taq'diru' Ålai'-),
GOD (Ellahu) has already (Qad') encompassed such (Ahaata Bi-haa), for (Wa) GOD (Ellahu) is (Kaana)
capable of (Qadiira Ålaa) all (Kulli) things (Shai'in).
[48:22] And if (Walaw') those who (Ellaziina) disbelieve (Kafaru') had fought you (the believers) (Qaatala-kumu),
they would have (La) turned (Wallawu') their backs (El'Ad'baara). Then (Thumma) they would not (Laa)
find (Yajiduuna)
any guardian (Waliyyan) nor (Walaa) helper (Nasiiraa).
[48:23] such is the tradition of GOD (Sunnata-llahi) which (Ellatii) had already (Qad') passed (Khalat') before
(Min Qab'lu). And (Wa) you will never (Lan) find (Tajida) an alteration (Tab'diila) to (Li) the tradition of
GOD (Sunnati-llahi). (33:62)
[48:24] And (Wa) HE (God) (Huwa) is the One who (Ellazii) restrained (Kaffa) their hands (Ai'diya-hum’)
from you (Ånkum) and (Wa) your hands (Ai'diya-kum) from them (Ån'hum) in (Bi) the interior (Bat'ni) of
Mecca (48:25) (Makkata) afterwards (Min Ba'di An') HE caused you to overcome them (Az'fara-kum Ålai'him).
And (Wa) GOD (Ellahu) is (Kaana) cognizant (Basiira) of what (Bimaa) you do (Ta'maluuna).
[48:25] They (Humu) are those who (Ellaziina) disbelieved (Kafaru') and (Wa) repelled you (Sodduu-kum’)
from (Åni) the Sacred Mosque (El'Mas'jidil' Haraami) while (Wa) the Sacrifice (El'Had'ya) was restrained
(Ma'kuufan) from (An) reaching (Yab'luga) its location (Mahilla-hu). And if (Walaw') not (Laa) for the
believing (Mu'minuuna) men (Rijaalun) and the believing (Mu'minaatun) women (Nisaaun) whom (-hum)
you did not (Lam') know (Ta'lamuu-) that (An) you might step on them (Tatouu-hum’), thus (Fa) shame
(Maårratu) would have struck you (the believers)
(Tusiiba-kum’) from them (Min'hum) without (Bi-Gai'ri)
knowledge (il'min) so that (Li) GOD (Ellahu) might admit (Yud'khila) whomever (Man) HE willed (Yashaau)
into (Fii) HIS mercy (Rah'mati-hi). If (Law') they had pulled away (Tazayyalu'), We would have (La)
punished (-Åzzab'naa) those who (Ellaziina) disbelieved (Kafaru') among them (Min'hum’) with a painful
(Aliimaa) punishment (Åzaaban),
___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 17.02.2023-Naz-villa✔️
🔴Work Progress ~ 82.91%
🟡Approx. Pages~3,532 nos.
⚫Parts ~ 500~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE....next...
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
Comments
Post a Comment