Posts

Showing posts with the label 🌀🌻৮৭

🌀🌻৮৭

মিনি সূচিঃPart-650-652(87:01-19)Al-A'alaa ৮৭:১(আল্লাহৰ মহিমা(glorify) ঘোষণা মানে, কেৱল শূন্য আৱেগৰ মুখত কোৱা নহয় বৰঞ্চ আকাশ আৰু পৃথিৱী আৰু ইয়াৰ ভিতৰৰ সকলো বস্তু সৃষ্টি কৰা সেই সত্তাৰ মহিমা আৰু আশ্চৰ্যৰ এক নিয়োজিত বিবেচনা আৰু প্ৰকাশ, যাৰ কাম হৈছে আল্লাহক যি তেওঁৰ প্ৰাপ্য তাক প্ৰদান কৰা। অৰ্থাৎ আকাশত(heven) থকাৰ দৰে পৃথিৱীতো তেওঁৰ মহিমা প্ৰকাশ কৰিবলৈ তেওঁৰ আজ্ঞা অনুসৰণ কৰক) ৮৭:৬-৭(কোৰআন হ'ল মানৱজাতিৰ বাবে এক উপদেশ মালা(যিকিৰ-৮৭:৯-১১)। সেয়েহে ই সদায় বৰ্তমান কালৰ কিতাপ- টোকা চাব) ৮৭:৯-১৫(যিসকলে কোৰআনৰ যিকিৰ অৰ্থাৎ উপদেশ গ্ৰহণ নকৰিব তেওঁলোকৰ দৰে দুৰ্ভগীয়া আৰু কোনো নহ'ব। তেওঁলোক দুজখত নাই মৰিব পাৰিব নাই জীব পাৰিব। ইয়াৰ বিপৰীতে যিয়েই আল্লাহৰ উপদেশ(zikir) গ্ৰহণ(salat) কৰিব তেৱেঁই আল্লাহৰ ৰঙেৰে ৰঞ্জিত হৈ নিজকে পৰিশুদ্ধ(zakat) কৰিব পাৰিব তেৱেঁই ভাগ্যবান-৮৭:১৪-১৫। ৮৭:১৬-১৭(তোমালোকে কেৱল পৃথিৱীৰ জীৱনক প্ৰাধান্য নিদিবা। অথচ আখিৰাত সৰ্বোত্তম আৰু স্থায়ী- টোকা আছে) ৮৭:১৮-১৯(উক্ত একেই কথাবোৰ আগৰ নবীসকলোকো দিয়া হৈছিল)